Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

    ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Dist Legal Metrology In Nagaon:চৰম প্ৰহসনত পৰিণত নগাঁৱৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগ

জোখ-মাখৰ ক্ষেত্ৰত বাৰম্বাৰ প্ৰৱঞ্চিত গ্রাহক ৰাইজ

publisher by publisher
January 18, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Dist Legal Metrology In Nagaon:চৰম প্ৰহসনত পৰিণত নগাঁৱৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগ
1
SHARES
14
VIEWS
ShareShareShareShare

Dist Legal Metrology In Nagaon:

নগাঁৱত এক অকামিলা চৰকাৰী বিভাগ হৈছে বৈধ পৰিমাণ বিজ্ঞান বিভাগ। সৰ্বসাধাৰণ ৰাইজৰে সম্পর্কহীনতা, সততে বাইজৰ দৃষ্টিৰ আওতাৰ বাহিৰত থকা হেতুকে নগাঁও জিলাত বৈধ পৰিমাণ বিজ্ঞান বিভাগটোৰ পৰা ৰাইজ কোনো ধৰণে উপকৃত হ’ব পৰা নাই।

ADVERTISEMENT

নগাঁৱত বিভাগটোৰ সহকাৰী নিয়ন্ত্ৰকৰ কার্যালয় আছে, যত নিয়োগ হৈ আছে এগৰাকী সহকাৰী নিয়ন্ত্রকসহ কে’বাজনো বিষয়া-কর্মচাৰী। তেওঁলোকৰ প্রধান কাম ওজনৰ ক্ষেত্ৰত হেৰফেৰ কৰি গ্রাহক ৰাইজক লুণ্ঠন চলাই অহা ব্যৱসায়ী আৰু ব্যৱসায়িক প্রতিষ্ঠানসমূহক নাকী লগোৱা। কিন্তু বাস্তৱ ক্ষেত্ৰত জিলাখনত এই বিভাগটোৰ কোনো অস্তিত্বই অনুভৱ কৰা নাই গ্রাহক বাইজে।

RelatedPosts

Maha Shivrati Celebration In Mahamrityunjaya Mandir:নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত দেৱাদিদেৱ মহাদেৱক আৰাধনা ভক্তৰ

Condemnation by various people: সাংসদ ৰকিবুল হুছেইনক দুষ্কৃতিকাৰীয়ে আক্ৰমণ কৰা ঘটনাক তীব্ৰ গৰিহণা বিভিন্ন দল- সংগঠনৰ

Two health office in Nagaon have been rente for many years: বিকল্প ব্যৱস্থা থকা সত্ত্বেও বছৰ বছৰ ধৰি ভাড়াঘৰতে নগাঁৱৰ দুই স্বাস্থ্য বিষয়াৰ কাৰ্যালয়

মাজে সময়ে নগাঁৱকে প্রমুখ্য কৰি জিলাখনৰ কেতবোৰ ঠাইৰ দুই- ব্যবসায়িক প্রতিষ্ঠানত এখন অভিয়ান চলাই দুই-এজন অসাধু ব্যৱসায়িক সামান্য জৰিমনা বিহিয়েই দায়িত্ব সামৰিছে নগাঁৱৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগে। বিভাগটোৰ বিষয়া-কর্মচাৰীসকলৰ দায়িত্বজ্ঞানহীনতাৰ সুযোগ গ্রহণ কৰিয়েই নগাঁৱকে ধৰি জিলাখনৰ বিভিন্ন প্রান্তত কম্পিউটাৰ ‘কাঁটা, ডগা-পাল্লা কৌশলবে ওজনৰ হেবফেৰ কৰি অসাধু ব্যৱসায়ীয়ে জোখ-মাখৰ ক্ষেত্ৰত গ্ৰাহকক লুণ্ঠন চলাই আহিছে।

অথচ এই বিভাগটোৰ পৰিদৰ্শকসকলে জোখ- মাখৰ বিধি আৰু আইন প্ৰৱৰ্তনৰ তদাৰক কৰাৰ লগতে জোখ-মাখ আইন আৰু বিধিসমূহ গ্রাহক ৰাইজৰ উপৰিও ব্যবসায়ীসকলৰ মাজত প্ৰচাৰ চলাব লাগে। জিলাখনৰ দৈনিক, সাপ্তাহিক, অর্ধ-সাপ্তাহিক বজাৰসমূহত প্ৰতি বছৰে জোখ-মাখ সপ্তাহৰ সময়ত সর্ব ভাৰতীয় মেট্রিক পদ্ধতিৰ জোখ মাখৰ সন্দৰ্ভত ব্যাপক প্ৰচাৰৰে ৰাইজক সজাগ আৰু সচেতন কৰি তুলিব লাগে।

কিন্তু কার্যতঃ এইবোৰ কেতিয়াও সঠিকভারে সম্পাদন নকৰে। নগাঁৱৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ সহকাৰী নিয়ন্ত্ৰকৰ কার্যালয়টো বাইজৰ সেৱাত উৎসর্গিত হোৱাৰ বিপৰীতে অসাধু ব্যবসায়ীক ৰক্ষণাবেক্ষণ দিয়াতহে প্রাধান্য দি আহিছে বুলি ৰাইজে সঘনাই অভিযোগ উত্থাপন কৰি আহিছে। নগাঁৱৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ সহকাৰী নিয়ন্ত্ৰকৰ কার্যালয়টোৰ অসাধু ব্যৱসায়ীৰ প্ৰতি থকা দৰদ উন্মোচিত হৈছে।

বিভাগটো বিগত ২০১৭-২০১৮ৰ পৰা ২০২২- ২০২৩ৰ সময়ছোৱাৰ ভিতৰত জিলাখনৰ বিভিন্ন ঠাইৰ ব্যৱসায়ী আৰু ব্যৱসায়িক প্রতিষ্ঠানক জোখ- মাখৰ বিভিন্ন আইন আৰু নিয়ম ভংগ কৰা বাবে তেওঁলোকৰ বিৰুদ্ধে পঞ্জীভুক্ত কৰা গোচৰৰ সংখ্যা, জৰিমনা বিহা ধনৰ পৰিমাণৰ লগতে আইন ভংগকাৰী ব্যৱসায়ীসকলৰ পৰা আপোচ মীমাংসাৰ জৰিয়তে সংগৃহীত মাচুলৰ পৰিমাণেই এই বিষয়টো ফটফটীয়া কৰি তুলিছে।

কিন্তু জিলাখনত জোখ-মাখৰ ক্ষেত্ৰত অজস্র ব্যবসায়ী আৰু ব্যৱসায়িক প্রতিষ্ঠানে প্রতি দিনেই ব্যাপক হাৰত বিভাগীয় নীতি নির্দেশনা ভংগ কৰি আহিছে। জিলাখনৰ নগাঁৱৰ উপৰিও ধিং, ৰূপহী, জুৰীয়া, লাওখোৱা, আমবাগান, নলতলী, পুৰণিগুদাম, চামগুৰি, মিছা, জখলাবন্ধা, ডুমডুমীয়া, বলিকটায়া, জাজৰী, দলংঘাট আদিতো একাংশ অসাধু ব্যৱসায়ীয়ে ব্যাপক হাৰত জোখ-মাখ আইন ভংগ কৰি আছে যদিও সেইবোৰ নগাঁৱৰ জোখ- মাখ বিভাগৰ চকুত নপৰাটো অতি ৰহস্যজনক বিষয়।

স্মর্তব্য যে নগাঁৱকে প্ৰমুখ্য কৰি জিলাখনৰ বিভিন্ন ঠাইত থকা একাংশ পেট্র’ল পাম্পেও গ্রাহকে আদায় দিয়া ধনৰ বিনিময়ত পাবলগীয়া তেল বহু কমকৈ দিয়ে বুলি সুদীর্ঘ দিন ধৰি অভিযোগ উত্থাপিত হৈ আহিছে। তদুপৰি কেতবোৰ পাইকাৰী ব্যৱসায়িক প্রতিষ্ঠান, এফচিআই, ডাঙৰ ডাঙৰ ব্যৱসায়িক প্রতিষ্ঠানেও জোখ-মাখৰ ক্ষেত্ৰত হেৰফেৰ কৰি গ্ৰাহকক লুণ্ঠন চলাই আছে বুলিও প্রায়েই অভিযোগ উঠে। অনুৰূপ ধৰণে তেল-আটাৰ ক্ষেত্ৰতো একাংশ ব্যৱসায়ীয়ে নিৰ্ধাৰিত ওজনতকৈ বহু কমকৈ পেকেট, টিঙত ভৰাই বিক্রী কৰি থকাৰো অভিযোগ উত্থাপিত হৈছে।

এইবোৰৰ ক্ষেত্ৰত নগাঁৱৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগে চকুমুদা কুলিৰ ভাওহে ধৰি অহা পৰিলক্ষিত হৈছে। এই অসাধু ব্যৱসায়ীসকলৰ স’তে বিভাগটোৰ একাংশ কৰ্মচাৰীৰ গোপন বুজা বুজি থকা হেতুকে তেওঁলোকৰ সকলো ‘অনিয়ম দেখিও নেদেখাৰ ভাও ধৰি থাকে দুর্নীতিগ্রস্ত বিষয়া- বিভাগটোবে। কিন্তু ইয়াৰ দুর্ভোগ ভুগিব লগা হয় সর্বসাধাৰণ গ্রাহক ৰাইজে।

নগাঁৱৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগে প্ৰতিটো বছৰতে ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ কম্পিউটাৰ কাঁটা, ডগা-পাল্লাৰ নৱীকৰণৰ নামত সংগ্ৰহ কৰা ৰাজহৰ পৰিমাণো তেনেই নগণ্য। বৃহত্তৰ নগাঁও জিলাত হেজাৰ হেজাৰ ব্যৱসায়িক প্রতিষ্ঠান আৰু ব্যৱসায়ী থকাৰ পাছতো ইমান কম পৰিমাণৰ সত্য নিৰূপণ মাচুল সংগ্রহ হোৱাটোও ৰহস্যজনক বিষয় হিচাপে বিবেচিত হৈছে।

ইয়াৰ জৰিয়তে এটা কথাই প্রতিপন্ন হৈছে যে জিলাখনৰ হেজাৰ হেজাৰ ব্যৱসায়িক প্রতিষ্ঠান আৰু ব্যৱসায়ীয়ে নিজৰ ওজন জোখা যন্ত্র, সঁজুলি, ডগা পাল্লাৰ পৰীক্ষা কৰাই নতুনকৈ নৱীকৰণ কৰা নাছিল। জিলাখনৰ মাছ-মঙহৰ দোকান, শাক-পাচলিৰ দোকানসমূহৰ একাংশত অসাধু ব্যৱসায়ীয়ে যি ডগা ব্যৱহাৰ কৰে সেই ডগাত নির্ধাৰিত ওজনতকৈ বহু পৰিমাণে ওজন কম থাকে। সেইসমূহ ডগা হোজাইৰ পৰা সৰবৰাহ হয় বুলিও ৰাইজৰ মুখে মুখে উচ্চাৰিত হৈছে।

ইপিনে, সৰু ডগা নথকাৰ অজুহাত দেখুৱাই শিলগুটিকেই অথবা ইটাৰ টুকুৰাও ডগা হিচাপে ব্যৱহাৰ কৰে জিলাখনৰ একাংশ ব্যৱসায়ীয়ে। কিন্তু এইবোৰলৈ কোনো ভ্রূক্ষেপ নাই নগাঁৱৰ বৈধ পৰিমাণ বিজ্ঞান বিভাগৰ।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dist Legal MetrologyNagaon
publisher

publisher

Related Posts

যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 
India

May 10, 2025
ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 
India

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

May 10, 2025
ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 
India

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

May 10, 2025
কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
India

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

May 10, 2025
G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক
News

G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

May 10, 2025
কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d