Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

    তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    ১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home COVID-19

বিধানসভাৰ সমীপতে দুগুণ দামত বিক্ৰী হৈছে অবৈধ গুটখা

publisher by publisher
May 7, 2020
in COVID-19, News
Reading Time: 1 min read
0
বিধানসভাৰ সমীপতে দুগুণ দামত বিক্ৰী হৈছে অবৈধ গুটখা
8
SHARES
83
VIEWS
ShareShareShareShare

RelatedPosts

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

ক’ভিড-১৯ ৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশত অব্যাহত আছে তলাবন্ধ ৷ ইয়াৰ সমান্তৰালভাৱে এই মহামাৰী সংক্ৰমণত বাধা দিবলৈ ৰাজহুৱা স্থানত থু পেলোৱাৰ উপৰি গুটখা আৰু পাণমচলা বিক্ৰীৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে তৎকালে বলবৎ হোৱাকৈ নিষেধাজ্ঞা আৰোপ কৰিছিল যদিও ৰাজ্যত এই নিষেধাজ্ঞা ফুটুকাৰ ফেনত পৰিণত হৈছে । উল্লেখযোগ্য যে তলাবন্ধৰ সুযোগ গ্ৰহণ কৰি ৰাজ্যত এচাম অসাধু ব্যৱসায়ীয়ে গুটখাৰ এক বৃহৎ ক’লা বজাৰ গঢ়ি তুলিছে । অভিযোগ উঠিছে একাংশ পাইকাৰী ব্যৱসায়ীযে বিশ্বস্ত দোকানীৰ মাজত গুটখাৰ প্ৰচলন অব্যাহত ৰাখিছে । ৰাজধানী মহানগৰীতো অধিক মূল্যত নিষিদ্ধ গুটখা তথা পাণমচলা ব্যাপক হাৰত বিক্ৰী অব্যাহত ৰাখিছে একাংশই ৷ ২৪ ঘন্টাই আৰক্ষী প্ৰশাসনৰ লোকে গিজগিজাই থকা গুৱাহাটী মহানগৰীত চকুৰ সন্মুখতে এক বৃহৎ ক’লা বজাৰ অব্যাহত ৰাখিছে যদিও এই বজাৰৰ বিৰুদ্ধে কোনো অভিযান পৰিলক্ষিত হোৱা নাই।

ADVERTISEMENT

গুৱাহাটী মহানগৰীত খুচুৰা দোকান দি জীৱিকা উপাৰ্জন কৰা ক্ষুদ্ৰ ক্ষুদ্ৰ ব্যৱসায়ীসকলে এই সময়ছোৱাত বিভিন্ন পাইকাৰী দোকানত গুটখা বিচাৰি চলাথ কৰিছে । পাইকাৰী ব্যৱসায়িক প্ৰতিষ্ঠানসমূহে কাৰোবাক নাই বুলি বিমুখ কৰিছে আৰু কাৰোবাক যোগান ধৰিছে।মহানগৰীৰ গণেশগুৰিৰ পাইকাৰী বজাৰস্থিত ইউকো বেংকৰ তলৰ মহলাত থকা পাণমছলাৰ এখন পাইকাৰী দোকানত গুটখা কিনিবলৈ বুধবাৰে দেখা গ’ল দীঘলীয়া শাৰী। স্থানীয় প্ৰত্যক্ষ দৰ্শীৰ ভাষ্য পুৱাৰে পৰা ভিৰ থাকে দোকানখনত ৷অন্যান্য বস্তু কিনিবলৈ অহা দেখুৱাই যদিও বস্তাই বস্তাই গুটখা কাৰ্টনত ভৰাই সৰবৰাহ কৰে ।

উল্লেখযোগ্য যে চিকেন্দ্ৰ নামৰ পাইকাৰী ব্যৱসায়ীজনে তলাবন্ধৰ সময়ত গুটখাৰ ব্যৱসায় অব্যাহত ৰাখিছে। ব্যতিক্ৰম নহয় গণেশগুৰিৰ গুপ্তা আৰু মিন্টু নামৰ দুজন পাইকাৰী ব্যৱসায়ী ৷ ইফালে অসম বিধানসভাৰ সমীপতে তথা অহৰহ আৰক্ষীয়ে গিজগিজাই থকা মূল পথতে এইদৰে নিষিদ্ধ গুটখা বিক্ৰী হৈ থকা কাৰ্যই সকলোকে আচৰিত কৰি তুলিছে ৷ আনহাতে, মহানগৰীত তলাবন্ধ আৰম্ভ হোৱা দিনৰে পৰা পূৰ্বৰ ২১০ টকীয়া কমলাপছণ্ড বৰ্তমান সময়ত ২৮০-৩০০ টকাত, পূৰ্বৰ ১৯০ টকীয়া শিখৰ ৩৮০ টকাত, ৪২০ টকীয়া চিগনেছাৰ ৫৫০ টকাত, ৰজনীগন্ধা ৫৫০ টকাৰ লগতে অধিক মূল্যত বিক্ৰী কৰি গুটখাৰ বেহা অব্যাহত ৰাখিছে ক’লা ব্যৱসায়ীয়ে । ইয়াৰ বিপৰীতে খুচুৰা বজাৰত গুটখাৰ স’তে এটা সৰু ৰজনীগন্ধাৰ ২৫ টকীয়া পেকট ৩৫-৪০ টকা, ১০ টকা মূল্যৰ কমলাপচণ্ড ২০-২৫ টকা, ১০ টকা মূল্যৰ শিখৰ ২০-২৫ টকা, ১৫ টকা মূল্যৰ ছিগনেচাৰ ২৫-৩০ টকাত বিক্ৰী হৈ আছে। ইয়াৰ পিছতো ক’লা বেহা বন্ধ কৰিবলৈ চৰকাৰৰ কোনো সংশ্লিষ্ট বিভাগে ব্যৱস্থা গ্ৰহণ কৰা নাই ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AssamCovid-19Lockdown
publisher

publisher

Related Posts

অসুস্থ ‘অৰণ্য মানৱ’ যাদৱ পায়েং, JMCHত স্বাস্থ্যৰ বুজ ল’লে বনমন্ত্ৰীয়ে
Assam

October 3, 2026
অসম-মহাৰাষ্ট্ৰৰ কণ্ঠক ঐক্যৱদ্ধ কৰিলে: দেৱ গোস্বামী
India

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন
Assam

শিল-গছসহ পাহাৰৰ বৃহৎ অংশ খহি পুতিলে তেল ডিপ’, ক্ষতিগ্রস্ত বাহন

October 3, 2026
সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে
Assam

সপোন পূৰণ হ’ল: গর্বিত পিতৃ-মাতৃয়ে ক’লে

October 3, 2026
তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ
India

তামিলনাডুত ছাইনব’ৰ্ডত হিন্দী লিখাক লৈ কঠোৰ পদক্ষেপ

October 3, 2026
১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ
India

১০ অক্টোবৰত ‘দিল্লী চলো’ৰ আহ্বান CJPৰ

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d