Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ

    Beltala Basisthapur Murder Update:বেলতলাৰ বশিষ্ঠপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ক্রাইম চিন ৰিক্ৰিয়েচন কৰিব আৰক্ষীয়ে

    Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

    Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

    অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

উৎসত নাটনিৰ অজুহাতত বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি অসাধু বেপাৰীৰ

publisher by publisher
September 17, 2020
in Assam, News
Reading Time: 1 min read
0
উৎসত নাটনিৰ অজুহাতত বিভিন্ন সামগ্ৰীৰ দাম বৃদ্ধি অসাধু বেপাৰীৰ
2
SHARES
20
VIEWS
ShareShareShareShare

RelatedPosts

Two Govt Joint meeting in shillong:অসম-মেঘালয়ৰ কেব চালকৰ সংঘাতক লৈ শ্বিলঙত অনুষ্ঠিত হ’ল দুই চৰকাৰৰ বৈঠকত

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

খাদ্য আৰু যোগান বিভাগৰ অদক্ষতাৰ সুযোগত অত্যাৱশ্যকীয় তথা নিত্য ব্যৱহাৰ্য সামগ্ৰীা দাম অভাৱনীয় হাৰত বৃদ্ধি কৰি ৰাজ্যৰ বজাৰত অখণ্ড প্ৰতাপ চলাইছে অসাধু বেপাৰী চক্ৰই । ফলত বজাৰলৈ গৈ অত্যাৱশ্যকীয় তথা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ দাম শুনি ত্ৰাহি মধুসূদন সুঁৱৰিবলগীয়া হৈছে দীঘলীয়া তলাবন্ধত অৰ্থনৈতিকভাৱে জুৰুলা হৈ পৰা সাধাৰণ জনতাই । শাক-পাচলিৰ ক্ষেত্ৰতেই নহয়, আলু-পিয়াঁজৰ পৰা আৰম্ভ কৰি কণী, মিঠাতেল সকলোতে বৃদ্ধি পাইছে দাম ৷

ADVERTISEMENT

উৎসত নাটনিৰ অজুহাতত অসাধু চক্ৰই মাত্ৰ এসপ্তাহতে প্ৰতি কুইন্টল আলুৰ দাম তিনিশ টকাৰ পৰা পাঁচশ টকা পৰ্যন্ত বৃদ্ধি কৰে ৷ অথচ ব্যৱসায়ী সন্থাই দাখিল কৰা তথ্যৰ আধাৰতে দামৰ তালিকা প্ৰকাশ কৰি দায়িত্ব সামৰিছে খাদ্য, অসামৰিক যোগান আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে ৷ইয়াৰ পৰিণাম ভূগিবলগীয়া হৈছে সাধাৰণ জনতাই ৷

নাম প্ৰকাশত অনিচ্ছুক এজন খুচুৰা বিক্ৰেতাই এই কথা অৱগত কৰি জনোৱা মতে, গুৱাহাটী মহানগৰীৰ বজাৰত আগ্ৰা আৰু বেংগলত উৎপাদিত আলুৰ চাহিদা সৰ্বাধিক । বিগত সপ্তাহত আগ্ৰাৰ প্ৰতি কুইন্টল আলু ২৮ শ টকাৰ পৰা তিনি হেজাৰ টকাৰ ভিতৰত ক্ৰয় কৰি খুচুৰা বিক্ৰেতাসকলে ৩৩ টকাৰ পৰা ২৬ টকাৰ ভিতৰত বিক্ৰী কৰিছিল ।

কিন্তু চলিত সপ্তাহত আগ্ৰাৰ প্ৰতি কুইন্টল আলুৰ দাম ৩৫ শ টকালৈ বৃদ্ধি পোৱাত খুচুৰা বিক্ৰেতাসকলে প্ৰতি কিলোগ্ৰাম আলুৰ দাম ৩৮ টকাৰ পৰা ৪১ টকা দামত বিক্ৰী কৰিবলৈ লৈছে । ইয়াৰ প্ৰভাৱ পৰিছে সাধাৰণ জনতাৰ ওপৰত । লগতে বেংগলত প্ৰতি কুইন্টল আলু এসপ্তাহৰ ভিতৰত ২৫ শ টকাৰ পৰা ২৮ শ টকালৈ বৃদ্ধি পায় । ফলত বেংগলৰ প্ৰতি কিলোগ্ৰাম আলু ৩৪ টকাৰ পৰা ৩৬ টকাত বিক্ৰী হোৱা বুলি বেপাৰীজনে কয় ।

একেদৰে প্ৰতি কুইন্টল ৰঙা পিয়াঁজ ৩২ শ টকাৰ পৰা ৩৮ শ টকালৈ বৃদ্ধি পায় । খুচুৰা বজাৰত বৰ্তমানে প্ৰতি কিলোগ্ৰাম ৰঙা পিয়াঁজ ৪২-৪৪টকা দামত বিক্ৰী হৈ আছে ৷ ইফালে মিঠাতেলৰ প্ৰতিটো ব্ৰেণ্ডৰ দাম বৃদ্ধি পোৱা বুলি উল্লেখ কৰে মহানগৰীৰ গণেশগুৰিৰ খুচুৰা বিক্ৰেতা আৰ চৌধুৰীয়ে ।

তেওঁ কয় যে কিছুদিন আগলৈকে প্ৰতি লিটাৰ ধাৰা মিঠাতেল ১২৫ টকা দৰত বিক্ৰী হৈছিল,কিন্তু আজি প্ৰতি লিটাৰ ধাৰা মিঠাতেলৰ দাম ১৩৪ টকা ।ইঞ্জিনৰ প্ৰতি লিটাৰৰ দাম ১৪০ টকাৰ পৰা ১৪৮ টকালৈ। গোকুলৰ এশ টকাৰ পৰা ১১৫ টকালৈ বৃদ্ধি পাইছে ।

আনহাতে কণীৰ দামো ১৪০-১৪৫ টকাৰ পৰা ১৮০ টকালৈ বৃদ্ধি পোৱা বুলি কয় বামুণীমৈদামৰ ব্যৱসায়ী নুৰ মহম্মদে দীঘলীয়া তলাবন্ধৰ সময়ত সন্মুখীন হোৱা ক্ষতিপূৰণৰ বাবে অসাধু বেপাৰী চক্ৰই সম্পূৰ্ণ নিজৰ খেয়াল খুচিমতে বৃদ্ধি কৰিবলৈ লৈছে সা সামগ্ৰীৰ দাম । ফলত সৰ্বসাধাৰণ ৰাইজে ইয়াৰ কুফল ভূগিবলগীয়া হৈছে  ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam
publisher

publisher

Related Posts

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

September 9, 2026
Beltala murder incident Update:বেলতলাৰ বশিষ্ঠপুৰ হত্যাকাণ্ডৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ
Assam

Beltala Basisthapur Murder Update:বেলতলাৰ বশিষ্ঠপুৰৰ লোমহৰ্ষক হত্যাকাণ্ডৰ ক্রাইম চিন ৰিক্ৰিয়েচন কৰিব আৰক্ষীয়ে

September 9, 2026
Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি
Assam

Fancy Bazar:মহানগৰীৰ ফাঁচী বজাৰত উত্তপ্ত পৰিস্থিতি

September 9, 2026
Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ
Assam

Nagaon:সংসদীয় উপ-নিৰ্বাচনৰ ব্যস্ততাৰ মাজতে নগাঁও জিলা আয়ুক্ত কাৰ্যালয়ত অথন্তৰ

September 9, 2026
অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব
International

অস্ট্রেলিয়াত ছ’চিয়েল মিডিয়াত এতিয়া কি চাব সেই সিদ্ধান্ত ব্যৱহাৰকাৰীয়ে ল’ব

September 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d