Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Koch-Rajbongshi National Student Union Pressrelease:ইতিহাস প্ৰসিদ্ধ কোচ ৰাজবংশীক জনজাতিকৰণ প্ৰদান কৰিলেহে প্ৰকৃতাৰ্থত অসম সুৰক্ষিত হব বুলি মন্তব্য ক্ৰানছুৰ

ৰাজনৈতিক মুনাফা লাভৰ স্বাৰ্থত নিপীড়িত,নিষ্পেষিত, শোষিত কোচ ৰাজবংশী জনগণৰ আৱেগৰ লগত ল'ৰা-ধেমালি নকৰিবলৈ চৰকাৰক  সকীয়াই দিয়ে

publisher by publisher
February 3, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Koch-Rajbongshi National Student Union Pressrelease:ইতিহাস প্ৰসিদ্ধ কোচ ৰাজবংশীক জনজাতিকৰণ প্ৰদান কৰিলেহে প্ৰকৃতাৰ্থত অসম সুৰক্ষিত হব বুলি মন্তব্য ক্ৰানছুৰ
9
SHARES
88
VIEWS
ShareShareShareShare

Koch-Rajbongshi National Student Union Pressrelease:

কোচ ৰাজবংশী জাতীয় ছাত্ৰ সন্থাই(ক্ৰানছু) ই আজি এক প্ৰেছ বিবৃতিযোগে  বিজেপি নেতৃত্বাধীন কেন্দ্রীয় চৰকাৰ আৰু ৰাজ্য চৰকাৰৰ কোচ ৰাজবংশীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ শেহতীয়া ভূমিকাত ক্ষুণ্ন হৈ পৰিছে।

ADVERTISEMENT

২০১৪ চনৰে পৰা বিজেপি চৰকাৰখনে কোচ ৰাজবংশীক জনজাতিকৰণ প্ৰদান কৰিব বুলি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰি থকাৰ পিছতো কিন্তু এতিয়ালৈকে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰা নাই বৰঞ্চ নানা অজুহাতৰ আশ্রয় লৈ কোচ ৰাজবংশীৰ জনজাতিকৰণত বাধা প্ৰদান কৰিবলৈহে উঠিপৰি লাগিছে বুলি মন্তব্য ক্ৰানছুৰ কেন্দ্রীয় সভাপতি হৃদয় কুমাৰ ৰায়ৰ।

RelatedPosts

AASSIKS:অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া কছাৰী তথা জনজাতি সকলক বিজেপিক ভোট নিদিবলৈ আহ্বান সদৌ অসম ভূমিপুত্র খিলজীয়া কছাৰী সমাজৰ

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

All Assam  Sons Of the Soil Indigenous Kachari Somaj:বহাগ বিহুৰ শেষত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ দাবী ভূমিপুত্র খিলঞ্জীয়া কছাৰী সমাজৰ

যিহেতু এপ্রিল মাহত লোকসভা নিৰ্বাচন অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে তেনেস্থলত পুনৰাই কোচ ৰাজবংশীক জনগণক ভুৱা প্ৰতিশ্ৰুতি প্ৰদানেৰে নিৰ্বাচনী বৈতৰণী পাৰ কৰাৰ ৰণনীতি চৰকাৰখনে প্ৰস্তুত কৰিব সেয়েহে কোচ ৰাজবংশী জনগণক চৰকাৰৰ ভুৱা প্ৰতিশ্ৰুতি আৰু আশ্বাসত ভোল নাযাবলৈ আহ্বান জনায় সভাপতি হৃদয় কুমাৰ ৰায়ে। ক্ৰানছুয়ে বিজেপি নেতৃত্বাধীন কেন্দ্রীয় আৰু ৰাজ্য উভয় চৰকাৰকে কেৱল নিজৰ ৰাজনৈতিক মুনাফা লাভৰ স্বাৰ্থত নিপীড়িত,নিষ্পেষিত, শোষিত কোচ ৰাজবংশী জনগণৰ আৱেগৰ লগত ল’ৰা-ধেমালি নকৰিবলৈ স্পষ্টভাৱে সকীয়াই দিয়ে।

ইয়াৰোপৰি ক্ৰানছুৰ কেন্দ্রীয় সাধাৰণ সম্পাদক উমাপ্ৰসাদ বৰ্মণে চৰকাৰৰ আমন্ত্রণমৰ্মে শান্তি আলোচনাৰ মেজলৈ অহা কেএলঅ’ৰ লগতো এক প্ৰতাৰণা কৰা বুলি বিশ্বাস কৰে কিয়নো আজি ১ বছৰদিন উকলি যোৱাৰ পিছতো কোনোধৰণৰ শান্তি চুক্তি সম্পন্ন কৰা নহ’ল বৰঞ্চ শান্তি আলোচনাৰ প্ৰক্ৰিয়াটোৱেই স্থবিৰ হৈ পৰে তেনেস্থলত কোচ ৰাজবংশী জনগণ আৰু কোচ ৰাজবংশী দল-সংগঠনে কোন যুক্তিত এই চৰকাৰখনক বিশ্বাসত লব বুলি প্ৰশ্ন উত্থাপন কৰে ।

ইতিহাস প্ৰসিদ্ধ কোচ ৰাজবংশীক জনজাতিকৰণ প্ৰদান কৰিলেহে প্ৰকৃতাৰ্থত অসম সুৰক্ষিত হব অন্যথা চৰকাৰৰ জাতি, মাটি, ভেঁটি ৰক্ষাৰ যি শ্লোগান সেয়া বাস্তৱত কেতিয়াও ৰূপায়ণ নহব বুলি মন্তব্য ক্ৰানছুৰ কেন্দ্রীয় সভাপতি হৃদয় কুমাৰ ৰায়ৰ। গতিকে সময় থাকোঁতেই কোচ ৰাজবংশীক জনজাতিকৰণ প্ৰদান কৰি সঁচা অৰ্থত জাতি, মাটি, ভেঁটি ৰক্ষা কৰিবলৈ ক্ৰানছুয়ে চৰকাৰক আহ্বান জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Koch- Rajbongshi CommunityKoch-Rajbongshi National Student UnionPress releaseST{P} Demand
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d