Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি

    ‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

    ৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

    তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

    অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

    পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

শিক্ষাত জনসংখ্যাভিত্তিক সংৰক্ষণৰ ব্যৱস্থা

অ'বিচিৰ 'এ' ভাগত আহোম-চুতীয়া-কোচ ৰাজবংশীকে ধৰি ১০টাঃ 'বি'ত মৰাণ-মটককে ধৰি ২২টাঃ 'চি'ত চাহ জনগোষ্ঠী-গৰিয়া-মৰিয়াকে ধৰি ৩০টা সম্প্ৰদায়ক অন্তৰ্ভুক্তিৰ যোজা

publisher by publisher
July 26, 2022
in Assam, India, News
Reading Time: 1 min read
0
শিক্ষাত জনসংখ্যাভিত্তিক সংৰক্ষণৰ ব্যৱস্থা
5
SHARES
47
VIEWS
ShareShareShareShare

RelatedPosts

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

Sarbananda Sonowal Election Rally in Moran:অসমত কেৱল অসমীয়াৰ প্ৰভুত্ব থাকিব, ইয়াত কোনো অবৈধ অনুপ্ৰৱেশকাৰীৰ দপদপনি সহ্য কৰা নহ’ব: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

ৰাজ্যৰ অন্যান্য পিছপৰা শ্ৰেণী (অ’বিচি)ৰ তালিকাভুক্ত জনগোষ্ঠী তথা সম্প্ৰদায়সমূহক তিনিটা ভাগত বিভক্ত কৰি সংৰক্ষণ ব্যৱস্থা ভগাই দিয়াৰ পৰিকল্পনা কৰিছে ৰাজ্য চৰকাৰে । ইতিমধ্যে ভৈয়াম জনজাতি আৰু পিছপৰা শ্ৰেণী বিভাগে এই সন্দৰ্ভত এখন আৰ্হি প্ৰস্তুত কৰি অন্যান্য পিছপৰা শ্ৰেণীৰ তালিকাভুক্ত জনগোষ্ঠী-সম্প্ৰদায়সমূহক ‘এ’, ‘বি’ আৰু ‘চি’ তিনিটা ভাগত বিভক্ত কৰিছে । এই সন্দৰ্ভত চৰকাৰে এতিয়াও চূড়ান্ত সিদ্ধান্তত উপনীত হোৱা নাই যদিও ইয়াৰ আলোচনা অব্যাহত ৰাখিছে । তাৰ মাজতে কালি জনজাতিকৰণৰ দাবী কৰি অহা ৰাজ্যৰ ছয় জনগোষ্ঠী ক্ৰমে কোচ ৰাজবংশী, চুতীয়া, মৰাণ, আহোম, মটক আৰু চাহ জনগোষ্ঠীক প্ৰতিনিধিত্ব কৰা সংগঠনসমূহৰ স’তে জনতা ভৱনত ভৈয়াম জনজাতি বিভাগৰ মন্ত্ৰী ডাঃ ৰণোজ পেগু আৰু সামাজিক ন্যায় আৰু সৱলীকৰণ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকা এক আলোচনাত মিলিত হয় ।

ADVERTISEMENT

উল্লেখ্য যে বিভিন্ন উচ্চ শিক্ষা প্ৰতিষ্ঠানত অ’বিচিৰ সংৰক্ষিত পদত উল্লিখিত ছটা জনগোষ্ঠীৰ শিক্ষাৰ্থীৰ বাবে পদ সংৰক্ষণ আৰু সম্প্ৰতি লাভ কৰি অহা সুবিধা তথা বঞ্চিত হৈ অহা দিশসমূহে আলোচনাত স্থান লাভ কৰে । অ’বিচিৰ সংৰক্ষিত পদত তথা ২৭ শতাংশ সংৰক্ষণ ব্যৱস্থাত যাতে ছয় জনগোষ্ঠীয়ে অগ্ৰাধিকাৰ লাভ কৰে এই উদ্দেশ্যেই সভাৰ আহ্বান কৰা হৈছিল বুলি জনায় অংশগ্ৰহণকাৰী সংগঠনসমূহে । অৱশ্যে সভাত কোনো চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব পৰা নগ’ল যদিও কে’বাটাও জনগোষ্ঠীয়ে অ’বিচিৰ পৰিৱৰ্তে বৰ্তমানে লাভ কৰি থকা ‘অতি পিছপৰা জনগোষ্ঠী’ (এমঅ’বিচি) শ্ৰেণীত সংৰক্ষণ ব্যৱস্থা কৰিবলৈ দাবী জনায় ।

সমান্তৰালভাৱে জনগোষ্ঠী ছটাৰ কে’বাটাও সংগঠনে ১২-১৫ শতাংশ পদ সংৰক্ষণৰ লগতে গৰিষ্ঠসংখ্যকে জনগোষ্ঠীসমূহৰ জনসংখ্যা বিশেষে পদ সংৰক্ষণত অগ্ৰাধিকাৰ পাব লাগে বুলি দাবী উত্থাপন কৰে । জনগোষ্ঠীসমূহৰ এই সকলো দিশ সামৰি সিদ্ধান্তত উপনীত হ’বলৈ পুনৰ আলোচনাত মিলিত হোৱাৰ আশ্বাস দিয়ে মন্ত্ৰী ডাঃ পেগুৱে ।

ইফালে, এই বিষয়ত তাই আহোম ছাত্ৰ সন্থাৰ যুটীয়া সম্পাদক মিলন বুঢ়াগোহাঁয়ে ইমান এটা ডাঙৰ গুৰুত্বপূৰ্ণ বিষয়ত একে দিনতে সিদ্ধান্ত দিব নোৱাৰি বুলি মন্তব্য কৰি কয়, ‘সভাখনত তাই আহোম জনগোষ্ঠীৰ পৰা স্পষ্টকৈ কোৱা হৈছে যদি এনে গুৰুত্বপূৰ্ণ বিষয়ত এদিনতে সিদ্ধান্ত দিব নোৱাৰি । তাই আহোম জনগোষ্ঠীৰ বুদ্ধিজীৱী তথা বিশিষ্ট ব্যক্তিসকলৰ লগত আলোচনা কৰিহে সিদ্ধান্ত চৰকাৰক অৱগত কৰিম ।’

উল্লেখ্য যে তাই আহোম জনগোষ্ঠীয়ে ১০-১২টা সংখ্যা অৰ্থাৎ নিৰ্দিষ্ট সংখ্যাত সংৰক্ষণ নিবিচাৰে সেয়া স্পষ্ট বুলি বুঢ়াগোহাঁয়ে সদৰী কৰি পুনৰ কয়, ‘আজি যদি চিকিৎসা মহাবিদ্যালয়ত অ’বিচি সংৰক্ষিত পদ ২০টা আছে, তাৰ ভিতৰত তাই আহোম জনগোষ্ঠীত ৩০ শতাংশ লাগিব, সেয়াহে আমি দাবী কৰিম ।’

সমান্তৰালভাৱে অ’বিচি তালিকাৰ বিভক্তিকৰণ প্ৰক্ৰিয়াৰ তাই আহোম ছাত্ৰ সন্থা পক্ষপতি নহয় বুলি বুঢ়াগোহাঁয়ে উল্লেখ কৰি কয় যে প্ৰতিখন বিশ্ববিদ্যালয়, চিকিৎসা মহাবিদ্যালয়কে ধৰি য’তে সংৰক্ষিত পদ হ’ব, সেই সংশ্লিষ্ট পদৰ ওপৰত ৩০ শতাংশ পদ তাই আহোমক দিব লাগিব । ইয়াৰ উপৰি চাহ জনজাতি ছাত্ৰ সন্থাৰ সভাপতি ধীৰাজ গোৱালাই এই সম্পৰ্কত কয়, ‘চৰকাৰে যিখন তালিকা প্ৰস্তুত কৰিছে অৰ্থাৎ অ’বিচিৰ যি ২৭ শতাংশ সংৰক্ষণ আছে, ইয়াক তিনিটা পৰ্যায়ত ভাগ কৰিব লৈছে । আমাৰ স্পষ্ট কথা, সম্প্ৰতি চাহ জনগোষ্ঠীৰ বাবে বিশেষ যি সংৰক্ষণ ব্যৱস্থা আছে সেয়া বাহাল থাকিব লাগিব । এতিয়া যি দিব বিচাৰিছে জনসংখ্যাৰ ভিত্তিত দিব লাগিব । জনসংখ্যাৰ অনুপাতে আমাৰ সংৰক্ষণ বাঢ়িব লাগে, কাৰণ এককভাৱে আমি এটা সংখ্যাগৰিষ্ঠ জনগোষ্ঠী । জনাসংখ্যাৰ তুলনাত আজি যি সংৰক্ষণ লাভ কৰি আছো এয়া বহু কম ।’ যদি চৰকাৰে অ’বিচিক তিনিটা ভাগত বিভক্ত কৰে ২৭ শতাংশ সংৰক্ষণৰ প্ৰতিটো ভাগকে ন শতাংশকে প্ৰদান কৰিলেই হ’ল বুলি গোৱালাই সদৰী কৰি এনে কৰিলেও জনসংখ্যাৰ ভিত্তিতহে পদ সংৰক্ষিত হ’ব লাগিব বুলি কয় ।

অ’বিচিৰ পৰিৱৰ্তে বৰ্তমান লাভ কৰি থকা এমঅ’বিচি প্ৰক্ৰিয়াতে সুকীয়া সংৰক্ষণৰ দাবী কোচ-ৰাজবংশী চুতীয়াৰ

অ’বিচি তালিকাত অন্তৰ্ভুক্ত জনগোষ্ঠীসমূহক চৰকাৰে তিনিটা ভাগত বিভক্ত কৰাৰ পৰিকল্পনা কৰিলেও কোচ ৰাজবংশী আৰু চুতীয়া জনগোষ্ঠী সংগঠনৰ নেতৃত্ব‌ই বৰ্তমানে লাভ কৰি থকা এমঅ’বিচি তালিকাতে সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী উত্থাপন কৰিছে । সভাত চুতীয়া যুৱ সন্মিলন, অসমৰ নেতৃত্ব‌ই জনগোষ্ঠীটোক ১৯৭১তে অতি পিছপৰা জাতিত তালিকাভুক্তিকৰণ কৰা হৈছিল যদিও দীৰ্ঘদিনে বঞ্চিত হৈ আহিছে বুলি অভিযোগ তুলি এই এমঅ’বিচিতে সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সভাপতি মোহন শ‌ইকীয়াই দাবী জনায় । মন্ত্ৰীদ্বয়ে এই ক্ষেত্ৰত বিবেচনা কৰা হ’ব বুলি আশ্বাস দিয়ে ।

একেদৰে কোচ ৰাজবংশী জাতীয় মহাসভাৰ সাধাৰণ সম্পাদক বিশ্বজিৎ ৰায়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, ‘অবিভক্ত গোৱালপাৰা জিলাত বসবাস কৰা কোচ ৰাজবংশীসকল অতি পিছপৰা জাতি ৰূপে চিহ্নিত । বৰ্তমান অ’বিচিৰ লগত এমঅ’বিচিসকলক সাঙুৰি একে সংৰক্ষণ ব্যৱস্থাত অন্তৰ্ভুক্ত কৰিবলৈ চৰকাৰে পৰিকল্পনা কৰিছে যদিও তাৰ পৰিৱৰ্তে এমঅ’বিচিসকলক সুকীয়াকৈ সংৰক্ষণৰ ব্যৱস্থা কৰিবলৈ দাবী জনাইছো ।’

ৰায়ে উদাহৰণ দাঙি ধৰি আজি যদি অ’বিচিৰ লগত নামনি অসমৰ খিলঞ্জীয়া কোচ ৰাজবংশীসকলক সাঙুৰি একে সংৰক্ষণ ব্যৱস্থাত অন্তৰ্ভুক্ত কৰা হয় তেন্তে জনগোষ্ঠীটো পুনৰ বঞ্চিত হ’ব বুলি সদৰী কৰি কয়, ‘১৯৯৬ত আমাক জনজাতি মৰ্যাদা প্ৰদান কৰোতে সংৰক্ষণৰ ক্ষেত্ৰত যিদৰে উজনিৰ কোচ ৰাজবংশীসকলৰ লগত ফেৰ মাৰিব নোৱাৰি বঞ্চিত হৈছিলো, এমঅ’বিচি-অ’বিচিক একলগ কৰিলে একেদৰেই বঞ্চিত হৈ ৰ’ব নামনিৰ কোচ ৰাজবংশীসকল । সেয়ে চৰকাৰক দাবী জনাইছো সুদৃষ্টিৰে সমগ্ৰ বিষয়টো বিবেচনাৰ লগতে শীঘ্ৰে জনজাতিৰ মৰ্যাদা প্ৰদান কৰক ।’

সমান্তৰালভাৱে ছয় জনগোষ্ঠীক অ’বিচিৰূপে সংৰক্ষণ কৰি জনজাতিকৰণৰ বিষয়টোৰ পৰা আঁতৰাই আনিব খুজিছে নেকি এই দিশো পৰ্যালোচনা কৰা হৈছে বুলি ৰায়ে মন্তব্য কৰি এমঅ’বিচিৰূপে যদি সংৰক্ষণৰ ব্যৱস্থা কৰে মানি ল’ব; কিন্তু মূল দাবী জনজাতিকৰণৰ পৰা আʼতৰি নাহে বুলি স্পষ্ট কৰি দিয়ে ।

৬০টাৰো অধিক জনগোষ্ঠীক তিনিটা ভাগত বিভক্তৰ যোজা

ৰাজ্যত অ’বিচি তালিকাভুক্ত ৬০টাৰো অধিক জনগোষ্ঠীক ‘এ’, ‘বি’ আৰু ‘চি’ তিনিটা ভাগত বিভক্ত কৰিবলৈ চৰকাৰে পৰিকল্পনা গ্ৰহণ কৰিছে । এই সন্দৰ্ভত সংশ্লিষ্ট বিভাগে প্ৰস্তুত কৰা আৰ্হি অনুসৰি, অ’বিচিৰ ‘এ’ ভাগত আহোম, চুতীয়া, কোচ ৰাজবংশী, সূত, নাথযোগী, বিষ্ণুপ্ৰিয়া মণিপুৰী, মণিপুৰী ব্ৰাহ্মণ, মণিপুৰী মুছলমান আৰু মুখী জনগোষ্ঠীক অন্তৰ্ভুক্ত কৰা হৈছে ।

একেদৰে ‘বি’ ভাগত শালৈ, মৰাণ, মটক, চাউদাং, খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰা অনুসূচিত জাতিৰ লোক, নেপালী (থাপা-গুৰুং-লিম্বু-ছাংকি কবলাৰ), ঘোষ, গপ, গোৱালা, শূদ্ৰ দাস বা দে । ইয়াৰ উপৰি ‘চি’ ভাগত নাপিত, তণ্টবায়, তাঁতী, তন্ত্ৰি, ম‌ইমাল, বৰাকৰ কিৰণ শেইখ, বিজনী আৰু হাজম, কাছাৰৰ গনক, কুমাৰ, মৰিয়া, গৰিয়া, দেশী, জলহা, চাহ জনগোষ্ঠীৰ সম্প্ৰদায়সমূহ, প্ৰাক্তন চাহ বাগিচাৰ শ্ৰমিক তথা সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰা হৈছে । উল্লেখ্য যে চৰকাৰে প্ৰস্তুত কৰা এই আৰ্হিত অতি পিছপৰা শ্ৰেণীত ৰাজ্য ৯১টাকৈ জনগোষ্ঠী-সম্প্ৰদায়ক অন্তৰ্ভুক্ত কৰিছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Koch RajbongshiMatakMoranSchedule TribeTea tribe
publisher

publisher

Related Posts

উন্নত দেশৰ ১০ শতাংশ দৰিদ্ৰৰ আয়ো ভাৰতৰ ১০ শতাংশ ধনীতকৈ বেছি
International

October 13, 2026
‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ
International

‘সৰু ল’ৰা’ৰ প্ৰকোপত সলনি হৈছে বিশ্বৰ বতৰ

October 13, 2026
৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম
International

৭.৬৫ ত্রিলিয়ন টকা ব্যয়ৰে গঢ়ি তোলা সামৰিক বাহিনীৰ নিষ্ফল সংগ্রাম

October 13, 2026
তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ
International

তিনি বছৰ বয়সতে গ্রন্থ প্রকাশ পালে অডভয় জৈনৰ

October 13, 2026
অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি
International

অৰ্থনীতি বিজ্ঞানৰ নোবেল বঁটা লাভ ৰবাৰ্ট ই. হল আৰু মাইকেল উডফৰ্ডৰ, অৰ্থনৈতিক সুস্থিৰতাৰ গৱেষণাৰ স্বীকৃতি

October 12, 2026
পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d