Guwahati Municipal Corporation Strict Guidelines: গুৱাহাটী পৌৰ নিগমৰ কঠোৰ নিৰ্দেশনা

পৌৰ নিগম এলেকাত গুটখা, পাণমচলা, মদ আদিৰ বিজ্ঞাপনত নিষেধাজ্ঞা, তিনিদিনৰ ভিতৰত বিজ্ঞাপনৰ হ'ডিং আঁতৰোৱাৰ নিৰ্দেশ

gutka

Guwahati Municipal Corporation Strict Guidelines:

দক্ষিণ পূৰ্ব এছিয়াৰ দুৱাৰমুখ স্বৰূপ গুৱাহাটী মহানগৰীৰ য’তে- ত’তে গুটখা, পাণমচলা, মদ আদিৰ বিজ্ঞাপনত নিষেধাজ্ঞা জাৰি কৰিছে গুৱাহাটী পৌৰ নিগমে ৷
এতিয়াৰ পৰা মহানগৰীত গুটখা, পাণমচলা আৰু সুৰাৰ বিজ্ঞাপনযুক্ত হ’ডিং ,পোষ্টাৰ আৰু বেনাৰ লগোৱাত বাধাৰোপ কৰিছে পৌৰনিগমে

তিনিদিনৰ ভিতৰত সংশ্লিষ্ট এলেকাৰ পৰা বিজ্ঞাপনৰ হ’ডিং সমূহ বিজ্ঞাপন এজেন্সিক আঁতৰোৱাৰ নিৰ্দেশ দিয়া হৈছে ৷ অন্যৰ্থাই গুৱাহাটী পৌৰনিগমে নিজেই আতঁৰাই দিব ৷

Exit mobile version