Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Interrogation of Manash Chaliha at Dispur Police Station:আলিপুৰদুৱাৰৰ পৰা নিশা গুৱাহাটীলৈ অনা হ’ল মহাপ্ৰৱঞ্চক মানস চলিহাক

দিছপুৰ থানাত মাৰাথন জেৰা মানসক, বহুকেইটা প্রবঞ্চনাৰ গোচৰত অভিযুক্ত, 'অর্গেনিক মাজুলী' নামেৰে আঁচনি খুলি লুটিছিল বহুজনক

publisher by publisher
February 5, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Interrogation of Manash Chaliha at Dispur Police Station:আলিপুৰদুৱাৰৰ পৰা নিশা গুৱাহাটীলৈ অনা হ’ল মহাপ্ৰৱঞ্চক মানস চলিহাক
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Fir Filed :বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ বিৰুদ্ধে দিছপুৰ থানাত এজাহাৰ দাখিল কংগ্ৰেছ সহ বিৰোধী ঐক্যৰ

Dispur Thana:মহানগৰীৰ দিছপুৰ থানাৰ দুই আৰক্ষী বিষয়ালৈ ডিজিপিৰ প্রশস্তিমূলক স্বর্ণ আৰু ৰূপৰ পদক

Silsako:শিলসাঁকোৰ উচ্ছেদিতৰ দ্বাৰা দিছপুৰ থানা ঘেৰাও

Interrogation of Manash Chaliha at Dispur Police Station:

গুৱাহাটীলৈ অনা হ’ল বহুবিতৰ্কিত মহাপ্ৰৱঞ্চক মানস চলিহাক। পশ্চিমবংগ আৰক্ষীয়ে অসম আৰক্ষীৰ অনুৰোধক্ৰমে আলিপুৰদুৱাৰৰ এখন হোটেলত আত্মগোপন কৰি থকা অৱস্থাত শনিবাৰে গ্ৰেপ্তাৰ কৰাৰ পিছত ইতিমধ্যে অসম আৰক্ষীয়ে আদালতৰ জৰিয়তে জিন্মাত লৈ দেওবাৰে আবেলি ভাগত কোকৰাঝাৰ থানাত উপস্থিত হয় ৷

ADVERTISEMENT

আনহাতে নিশাই কোকৰাঝাৰ থানাৰ পৰা মানস চলিহাক দিছপুৰ আৰক্ষী থানালৈ লৈ অহা হয় । দিছপুৰ থানাত অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই মাৰাথন জেৰা অব্যাহত ৰাখিছে মহাপ্ৰবন্ধকটোক ৷

উল্লেখ্য যে আলফা (স্বাধীন)ৰ সদস্য মানস বৰগোঁহাইৰ এটা ভিডিঅ’ত মানস চলিহাৰ বহু কু-কীৰ্তি ফাদিল হৈছিল ৷ আৰক্ষীৰ চোৰাংচোৱা হিচাপে আলফা শিৱিৰলৈ পঠিওৱা বুলি বহু বিস্ফোৰক অভিযোগ চলিহাৰ বিৰুদ্ধে আনিছিল সদস্য মানস বৰগোঁহায়ে ৷

অৱশ্যে মানস বৰগোঁহাইৰ সকলো অভিযোগ একেমুখে নাকচ কৰি অখ্যাত স্থানৰ পৰা ভিডিঅ’যোগে ছ’চিয়েল মেডিয়াত আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱাৰ বিৰুদ্ধে কেতবোৰ মন্তব্য কৰিছিল ৷

ইয়াৰ পিছতে মানস চলিহাৰ বিৰুদ্ধে খড়গগ্ৰস্ত হৈ পৰে পৰেশ বৰুৱা ৷ শীৰ্ঘেই আলফাই আটক কৰি কঠোৰ শাস্তি বিহিব ৷ অন্যহাতে চৰকাৰলৈ পৰেশ বৰুৱাই আহ্বান প্ৰৱঞ্চকক গ্ৰেপ্তাৰ কৰক ৷

পৰেশ বৰুৱাৰ হুংকাৰৰ মাজতে মানস চলিহাৰ বিৰুদ্ধে উত্থাপন হৈছিল ইটোৰ পিছত সিটোকে বিভিন্ন প্ৰৱঞ্চনাৰ অভিযোগ। মানস চলিহাই এগৰাকী ব্যৱসায়ীৰ পৰা ৮ লাখ টকা প্ৰৱঞ্চনাৰে লোৱাৰ আছে অভিযোগ। ব্যৱসায়ীজনে ইতিপূৰ্বেই দিছপুৰ থানাত ৰুজু কৰিছিল গোচৰ।

একেদৰে ‘অর্গেনিক মাজুলী’ নামেৰে আঁচনি খুলি লুটিছিল বহুজনৰ পৰা ৷ আনহাতে চাকৰি দিয়াৰ নামত একাধিক গোচৰ ৰুজু হৈ আছে মানস চলিহাৰ বিৰুদ্ধে ৷ এই গোচৰৰৰ ভিত্তিতে অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে মানস চলিহাক।

মনকৰিবলগীয়া যে,মহাপ্ৰৱঞ্চকটোৰ বিৰুদ্ধে ২০২২ চনতে গোচৰ ৰুজু হৈছিল যদিও তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল ৷

কিন্ত শেহতীয়াকৈ আলফা স্বাধীনৰ সদস্য হিচাপে থাকি গুপ্তচৰৰ অভিযোগত ইতিমধ্যে আলফা শিৱিৰত লকআপত থকা মানস বৰগোঁহাইয়ে মানস চলিহাৰ বিৰুদ্ধে কেতবোৰ অভিযোগ অনাৰ পাছত সষ্টম হৈ পৰে অসম আৰক্ষী ৷ শনিবাৰে চুবুৰীয়া পশ্চিমবংগৰ আলিপুৰদ্বাৰৰ পৰা চুবুৰীয়া ৰাজ্য খনৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি অসম আৰক্ষীক চমজাই দিয়ে ৷

মহাপ্ৰৱঞ্চকটোৰ বিৰুদ্ধে ২০২২ চনতে ৰজু হোৱা গোচৰৰ পাছতে আটক নকৰি শেহতীয়াকৈ হঠাতে অসম আৰক্ষী সক্ৰিয় হৈ পৰা কাৰ্যই বিশেষ তাৎপৰ্য বহন কৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam police InterrogationDISPUR POLICE STATIONFraudstarsManash Chaliha
publisher

publisher

Related Posts

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d