Horoscope: দিনটোৰ ৰাশিফল
মেষ: কর্মত সফলতা। যান-বাহনৰ পৰা সাৱধান, ব্যৱসায়ত উন্নতি। শৰীৰ উন্নত। শুভ ৰং ৰঙা। শুভ সংখ্যা ৬।
বৃষ: মাতৃৰ শুভ। শৰীৰৰ প্ৰতি যত্ন লওক। ভ্ৰমণত শুভ। কর্মত মধ্যম। শুভ ৰং মুগা। শুভ সংখ্যা ১।
মিথুন: কর্মস্থানত সন্মান বৃদ্ধি। আপোনাৰ দুৰ্বলতাত আনে সুবিধা ল’ব। বিবাহ প্ৰাৰ্থীৰ বিবাহৰ যোগাযোগত সফল। শৰীৰ উন্নত, শুভ ৰং মেৰুণ শুভ সংখ্যা ৭।
কর্কট: কৰ্মত সুস্থিৰতা বৃদ্ধি । গৃহত মাংগলিক কার্য সম্পন্ন হ’ব। বিদেশ ভ্ৰমণৰ সুযোগ পাব। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৮।
কন্যা: কৰ্মত সুস্থিৰ পৰিৱেশ। শিৱ মন্দিৰত পাৰিলে বেল গছ ৰোপণ কৰক। অর্থ লাভ। বিয়াৰ যোগ। শুভ ৰং ৰূপালী, শুভ সংখ্যা ৬।
তুলা: আনক উপকাৰ কৰি মনৰ সন্তুষ্টি পাব। লেন-দেন কৰোতে সাৱধান। ভ্রমণত শুভ। শুভ ৰং বেঙুনীয়া। শুভ সংখ্যা ৩।
বৃশ্চিক: কর্মত শুভ। জুই পৰা সাৱধান। বস্ত্র, অলংকাৰ লাভ। ভ্রমণত কষ্ট অর্থ লাভ। শুভ ৰং সোণালী, শুভ সংখ্যা ৯।
ধনু: কৰ্মত উন্নতি। বিবাহৰ সংযোগ। পেটৰ অসুখ। ৰক্তচাপ বৃদ্ধি। অর্থ লাভ। শুভ ৰং বগা, শুভ সংখ্যা ৫।
মকৰ : খং কমাওক উন্নতি হ’ব। শিৱ মন্দিৰ দৰ্শন কৰক। কর্ম সংস্থানপৰ যোগ আৰ্থিক উন্নতি। শুভ ৰং মেৰুণ , শুভ সংখ্যা ১।
কুম্ভ: নতুন যোগাযোগ সুফল। ভ্ৰমণৰ কৰোতে সাৱধান হওক। প্রেমত শুভ। অর্থ নাশ। শুভ ৰং নীলা, শুভ সংখ্যা ৮।
মীন: কর্মত শুভ। নিৰামিষ খাওক। শিৱ লিংগত গাখীৰ দিয়ক সুফল পাব। শৰীৰ উন্নত। শুভ ৰং বগা, শুভ সংখ্যা ১।