Horoscope: দিনটোৰ ৰাশিফল
মেষ: কর্মক্ষেত্ৰত ভ্ৰমণৰ যোেগ। হঠাৎ লোেৱা সিদ্ধান্তই আনন্দিত কৰিব। প্রেমত আনন্দ দিব। বিদ্যাত শুভ। পাতল নীলা কাপোৰ পৰিধান কৰিব। দিনটো শুভ হ’ব। শুভ সংখ্যা ৪।
বৃষ: মাটি সম্পত্তি কিনোতে অলপ সাৱধান হ’ব। কর্মস্থানত কামৰ হেঁচা • বাঢ়িব। প্রেমত খেলিমেলি হ’ব পাৰে। শুভ ৰং নীলা, শুভ সংখ্যা ৫।
মিথুন: দায়িত্ব আগতকৈ অলপ বাঢ়িব। নতুন কৰ্মৰ বাবে দূৰ ঠাই ভ্রমণ *কৰিব পাৰিব। সামাজিক আৰু ৰাজনৈতিকসকলৰ বাবে শুভ। শুভ ৰং হালধীয়া, শুভ সংখ্যা ৩।
কর্কট: অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শত সংকট মুক্ত কৰিব। ভবাতকৈ অধিক ধনৰ আগমন হ’ব। আর্থিকত ভাল। বগা কাপোৰ পিন্ধিব। শুভ সংখ্যা২।
সিংহ: আর্থিকত ভাল। ভ্ৰমণত ভাল। পুৰণি মামলা-মোকদমাৰ পৰা মুক্ত হ’ব। প্রেমত শুভ। শুভ ৰং সেউজীয়া। শুভ সংখ্যা ৮।
কন্যা: হেৰুওৱা সম্পত্তি পুনৰ প্ৰাপ্তিৰ হ’ব পাৰে। বিদ্যাত শুভ। আর্থিকত শুভ। শৰীৰ সম্পৰ্কে উদাস নহ’ব। শুভ ৰং পাতল সেউজীয়া। শুভ সংখ্যা ২।
তুলা: বন্ধুবৰ্গৰ লগত বিভেদ হ’ব পাৰে। পাৰিবাৰিক জীৱনত শান্তি- সমৃদ্ধি বজাই ৰাখক। নীলা বস্ত্ৰ পৰিধান কৰক। শুভ সংখ্যা ১।
বৃশ্চিক: সমাজসেবীসকল অলপ সতর্ক থকা দৰকাৰ। উচ্চ বিষয়াৰ লগত যোগাযোগ বজাই ৰাখক। শুভ ৰং হালধীয়া। শুভ সংখ্যা ৫।
ধনু: শৰীৰ প্ৰতি যত্ন লোৱা দৰকাৰ। নিজৰ অৰ্হতাৰ ওপৰত যোগ্য স্থান প্রাপ্তিৰ যোগ। শুভ ৰং ক’লা। শুভ সংখ্যা ৯।
মকৰ: কৰ্মত শুভ। নিজৰ মান-সন্মান বচাই কাম কৰিব। পাৰিবাৰিক ক্ষেত্ৰত শুভ। স্বাস্থ্যৰ প্ৰতি নজৰ দিয়ক। শুভ ৰং কমলা। শুভ সংখ্যা ৮।
কুন্ত: ৰাজনৈতিক আৰু সমাজকৰ্মীসকলৰ বাবে শুভ। কর্মত মাধ্যম প্রেমত শুভ। শুভ ৰং পাতল সেউজীয়া। শুভ সংখ্যা ৩।
মীন: আর্থিক ব্যয় বৃদ্ধি পাব। কর্মক্ষেত্রত জটিল সমস্যাৰ সন্মুখীন হ’ব পাৰে। দিনটো ইমান ভালে যোৱা টান। শুভ ৰং বেঙুনীয়া, শুভ সংখ্যা ۹ ۱