Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

publisher by publisher
March 4, 2024
in India, Assam, News
Reading Time: 4 mins read
0
pm modi
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Tezpur University:কোনে বিপর্যয়লৈ ঠেলিলে তেজপুৰ বিশ্ববিদ্যালয়ক ?

মুখ্যমন্ত্ৰী অস্থিৰ হৈ পৰাৰ আঁৰত

দৃষ্টিপাত: কনকসেন ডেকা

Tradition Of Accountability Is Over:জবাবদিহিতাৰ পৰম্পৰা শেষ!

ADVERTISEMENT

#প্রাঞ্জলসেন ডেকা

বিগত দশকটোত ভাৰতীয় ৰাজনীতি কেতবোৰ নতুন দৃশ্যপটৰ সন্মুখীন হৈছে। অৱশ্যে এই কথাত সন্দেহ নাই যে এই দশকটোৰ ৰাজনীতিয়ে ভাবত উপ-মহাদেশত এক সুদূৰ প্ৰসাৰী প্রভাৱ পেলাই হৈ যাব। সপক্ষে বিপক্ষে ভিন্নমত প্রকাশিত হৈ আহিলেও সময়ে নিশ্চয় ইয়াৰ সঠিক বিশ্লেষণ কৰিব। শেহতীয়া এই ধাৰাৰ এটি উদ্বেগজনক দিশ হৈছে, ক্রমশঃ নাইকিয়া হ’বলৈ ধৰা জবাবদিহিতাৰ পৰম্পৰা।

এই কথা দোহৰাৰ প্ৰয়োজন নাই যে প্রকৃত গণতন্ত্রৰ প্রধান চর্তই হৈছে, জনতাৰ প্রতি দায়বদ্ধতাৰ উপকৰণ জবাবদিহিতা। সেই বাবেই বহু দেশত আনকি কার্যকাল পূর্ণ হোৱাৰ পূর্বেই জনপ্রতিনিধিক ঘূৰাই অনাৰ অধিকাৰো প্ৰদান কৰা হৈছে নাগৰিকক। কোনো প্রতিনিধিৰ কাম-কাজ পছন্দ নহ’লে অথবা জনস্বাৰ্থৰ পৰিপন্থী হ’লে ভোটাৰে সেই প্রতিনিধিক কার্যকাল সম্পূর্ণ হোৱাৰ পূর্বেই ঘূৰাই আনিব পাৰে। Right to recall ব এই ব্যৱস্থাক লৈ দ্বিমত থাকিব পাৰে; কিন্তু জনপ্রতিনিধিক অথবা শাসক পক্ষক জবাবদিহি কৰাৰ ই যে এক অতি কার্যকৰী ব্যৱস্থা তাত সন্দেহ নাই।

কেৱল ভোটদান কৰি প্রতিনিধি নিৰ্বাচন কৰাকে গণতন্ত্র বুলি ক’ব নোৱাৰি। শাসন ব্যৱস্থাত নাগৰিকৰ অংশীদাৰিত্ব নাথাকিলে গণতন্ত্র গৈ কি হ’বগৈ তাক আৰু বহলাই কোৱাৰ প্ৰয়োজন আছে বুলি নাভাবো। কিন্তু দেশত ক্রমান্বয়ে অতি কৌশলৰে তেনে এক ব্যৱস্থাই গঢ়ি তোলা হৈছে, য’ত জনতাৰ প্ৰয়োজন কেরল ভোটদানতে সীমাৱদ্ধ কৰি পেলোৱা হৈছে। তাৰ লগে লগে জনতাৰ ওচৰত কোনো কথাতে, লাগিলে সি যিমানে গুৰুত্বপূর্ণ নহওক কিয়, শাসক পক্ষই জবাবদিহি হোৱাৰ প্রয়োজন অনুভৱ নকৰা হৈছে। দূৰলৈ যাবই নালাগে, যোৱা এবছৰৰ ঘটনাবলী বিশ্লেষণ কৰিলেই এই কথা স্পষ্ট হৈ পৰে।

যোৱা মে’ত মণিপুৰত যি ভয়াৱহ গোষ্ঠী সংঘৰ্ষৰ সূত্রপাত ঘটিল, সিয়ে চৰকাৰৰ বিভিন্ন দাবীৰ নগ্ন স্বপ উদঙাই দিলে। পৰিস্থিতি নিয়ন্ত্রণত তথাকথিত ‘ডবল ইঞ্জিন’ চৰকাৰৰ চূড়ান্ত ব্যর্থতা, ধর্মীয় সংঘাত, জনগোষ্ঠীয় দ্বন্দ্ব, চুবুৰীয়া দেশৰ পৰা অনুপ্রবেশ, চৰকাৰী পৃষ্ঠপোষকতাত ড্ৰাগছৰ বেহা আদিৰ পৰিপ্ৰেক্ষিততে ৰাজ্যখনৰ পৰিস্থিতি আজিও উত্তপ্ত হৈয়ে আছে। সমগ্র দেশ জোকাৰি যোৱাই নহয়, বিশ্বৰো বিভিন্ন প্রান্তত বিৰূপ প্রতিক্রিয়াৰ সৃষ্টি কৰা এই ঘটনাক লৈ কোনোবা জবাবদিহি হ’লনে? দুই শতাধিক লোকৰ মৃত্যু, ৬০ সহস্রাধিক গৃহহীন হোৱাৰ লগতে মণিপুৰক স্থায়ীভাবে কোঙা কৰি থৈ যোৱা এই ঘটনাবলীৰ বুজ ল’বলৈ ৰাজ্যখনত উপস্থিত হোৱাটো দূৰৰে কথা, আনকি এষাৰ মাতিবলৈকে প্রধানমন্ত্রীক কে’বামাহো লাগিল।

তথাপি শাসক দলে মণিপুৰত তেওঁলোকেই পুনৰ জয়ী হ’ব বুলি বেপৰোৱাভাবে দাবী বিগত কে’বাবছৰ ধৰি যথেষ্ট বিতৰ্কৰ সৃষ্টি কৰি অহা নির্বাচনী বণ্ডকঅলপতে অসাংবিধানিক আখ্যা দি ইয়াক বাতিল কৰিলে সর্বোচ্চ ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠে। কেবল শাসক দলক আর্থিকভাবে লাভবান কৰাৰ উদ্দেশ্যেই এই বণ্ডৰ প্ৰচলন কৰা হৈছিল বুলিও বিচাৰপীঠে অভিমত প্রকাশ কৰিলে। চৰকাৰে ইয়াক অতি নিখুঁত, পাৰদর্শী আৰু দুর্নীতিমুক্ত বুলি দাবী কৰাৰ বিপৰীতে একাংশ বিবোধী দল আৰু সচেতন ব্যক্তি-সংগঠনে ইয়াক শাসক দলৰ বাবে ক’লা ধন সংগ্রহ কৰা এক ব্যবস্থা বুলি অভিহিত কৰি আহিছে।

অৱশেষত উচ্চতম ন্যায়ালয়ে তাতোকৈ কঠোৰ বাক্যবাণ প্রয়োগ কৰি নির্বাচনী বণ্ড বাতিল কৰিলে। লগতে ইতিমধ্যে ইয়াৰ জৰিয়তে ৰাজনৈতিক দলক বৰঙণি আদায় দিয়া ব্যক্তি- প্রতিষ্ঠানৰ তথ্যও ৰাজহুৱা কৰাৰ নির্দেশ দিছে। কোনো বিৰোধ অথবা সমালোচনালৈ কেৰেপ নকৰি বিগত ছয়-সাত বছবে অজ্ঞাত উৎসৰ পৰা হেজাৰ হেজাৰ কোটি টকাৰ বৰঙণি শাসক দলে আদায় কৰি আহিছে। বৰঙণি নিদিয়া ব্যবসায়ী গোষ্ঠীক কেন্দ্রীয় চৰকাৰৰ বিভিন্ন তদন্তকাৰী সংস্থাৰ দ্বাৰা ভীতিগ্রস্ত কৰি শাসক দলে কোটি কোটি টকা আদায় কৰাৰ তথ্যও সম্প্রতি প্রকাশ পাইছে। দেশৰ ৰাজনীতিৰ এনে এক ক’লা অধ্যায় উচ্চতম ন্যায়ালয়ে বাতিল নকৰাহেঁতেন ই চলিয়েই থাকিলহেঁতেন।

তেনে এক অসাংবিধানিক দুর্নীতিগ্রস্ত ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা আৰু তাৰ জৰিয়তে দলীয় মুনাফা আদায় কৰা কাৰ্যৰ বাবে চৰকাৰ কাৰোবাৰ ওচৰত জবাবদিহি হ’ল জানো? এনে এক গুৰুতৰ কাৰ্যৰ বাবে ভুল স্বীকাৰ কৰি পদত্যাগ কৰা দূৰৰে কথা, ন্যায়ালয় অথবা দেশবাসীৰ ওচৰত ক্ষমা প্রার্থনাও কৰা নহ’ল। আনকি ন্যায়ালয়ৰ ৰায়ৰ সম্পৰ্কত আজি পর্যন্ত চৰকাৰীভাবে কোনো প্রতিক্রিয়াও প্রকাশ কৰা নহ’ল। সর্বোচ্চ ন্যায়ালয়ৰ সাংবিধানিক বিচাৰপীঠৰ লগতে দেশবাসীক এনে আচৰণৰ জৰিয়তে শাসক পক্ষই গুৰুত্বহীন কৰাটোহে স্পষ্ট হ’ল। বৰঞ্চ স্বয়ং প্রধানমন্ত্রীয়ে আওপকীয়াকৈ ন্যায়ালয়ক কটাক্ষ কৰা বুলিহে সংবাদ মাধ্যমত প্রকাশ পাইছে। গতিকে ইয়াত আৰু দেশৰ জনতাৰ প্ৰতি জবাবদিহিতাব আশা কৰা যায় কেনেকৈ?

আন এক দুর্ভাগ্যজনক ঘটনা পৰিলক্ষিত হ’ল চণ্ডীগড়ৰ মেয়ৰ নিৰ্বাচনৰ প্ৰক্ৰিয়াত। চণ্ডীগড় পৌৰ নিগমৰ নিৰ্বাচিত পাৰিষদৰ সংখ্যা অনুসৰি, আম আদমী পার্টি আৰু কংগ্রেছৰ উমৈহতীয়া প্রার্থীজন মেয়ৰ নিৰ্বাচিত হোৱাটো অৱধাৰিত আছিল; কিন্তু সেই নির্বাচনটো পৰিচালনা কৰা বিষয়াজনে মিত্রজোটৰ আঠটা ভোট অবৈধভাবে নাকচ কৰি কোনো ধৰণৰ বৈধ প্রক্রিয়া অনুসৰণ নকৰাকৈ বিজেপি প্রার্থীজনক মেয়ৰৰূপে নির্বাচিত হোৱা বুলি ঘোষণা কৰে। এই সমগ্র নির্বাচন প্রক্রিয়াটো একাধিক চিচি কেমেৰাৰ সম্মুখতে সম্পন্ন হয়। ফলস্বৰূপে নির্বাচনী বিষয়াজনৰ এই দুষ্কার্য স্পষ্টরূপত কেমেৰাত বন্দী হয়। তৎসত্ত্বেও বিজেপিয়ে এই অবৈধ কার্য মানি নলৈ মেয়ৰৰ আসনত উপবিষ্ট হৈ ৰয়।

অৱশেষত উচ্চতম ন্যায়ালয়ে আদালত কক্ষত পুনৰ ভোটগণনা কৰি পূৰ্বৰ প্ৰক্ৰিয়াটোক সম্পূর্ণরূপে অবৈধ আৰু গণতন্ত্ৰৰ হত্যাকাণ্ড বুলি অভিহিত কৰে। ন্যয়ালয়ে নির্বাচনটো খাৰিজ কৰি মিত্রজোটৰ প্রার্থীজনক মেয়ৰৰূপে ঘোষণা কৰাৰ লগতে এনে অবৈধ কার্যত লিপ্ত হোৱা বিষয়াজনৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণৰ নিৰ্দেশ দিয়ে। উল্লেখনীয় যে নির্বাচনী বিষয়াজন বিজেপিৰ সদস্য। স্বয়ং দেশৰ মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে এই মেয়ৰ নিৰ্বাচনৰ প্রক্রিয়াক গণতন্ত্রৰ হত্যাৰূপে আখ্যা দিয়াৰ পাছতো এই সম্পর্কত বিজেপি দল বা চৰকাৰে টু শব্দ এটিও উচ্চাৰণ কৰা নাই। সংশ্লিষ্ট কর্তৃপক্ষই কাৰো ওচৰত জবাবদিহিও হোৱা নাই; বৰঞ্চ জনগণ আৰু ন্যায়ালয় উভয়কে আওকাণহে কৰিছে। এনে আচৰণ গণতান্ত্রিক ৰাষ্ট্র এখনত কেতিয়াও গ্রহণযোগ্য হ’ব নোৱাৰে।

পৰিতাপৰ বিষয় যে ইতিমধ্যে এনে বেপৰোৱা মনোভাৱ ৰাজ্যসমূহলৈও বিয়পি পৰিছে। অসমৰ ক্ষেত্ৰতো ছবিখন পৃথক নহয়। শাসকপক্ষই কেৱল সেইবোৰ বিষয়তহে প্রতিক্রিয়া প্রকাশ কৰে, যিবোৰত তেওঁলোক কোনো ধৰণে লাভৱান হোৱাৰ অংক জড়িত থাকে। আনবোৰ বিষয়ত মূৰ পোলোকা দি সেইবোৰক গুৰুত্বহীন কৰাৰ চেষ্টা চলায়। সেইবাবেই চৰকাৰৰ ভূমিকা সততে পক্ষপাতদুষ্ট হৈ পৰিছে। মুখেৰে দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰতা প্ৰদৰ্শন কৰি দুই-এজন চৰকাৰী বিষয়া-কর্মচাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণ কৰিলেও প্ৰকৃততে দুর্নীতি প্রতিৰোধৰ ক্ষেত্ৰত যে মুঠেই সদিচ্ছা নাই সেয়া ইতিমধ্যে স্পষ্ট হৈছে।

এনে পৰিপ্ৰেক্ষিততে ৰাজ্যত দুর্নীতি হ্রাস পাইছে অথবা ইয়াৰ বিৰুদ্ধে প্রকৃততে কোনো ব্যৱস্থা গ্রহণত চৰকাৰ ইচ্ছুক বুলি জনসাধাৰণে বিশ্বাস নকৰে। দৰাচলতে সমগ্ৰ ব্যৱস্থাটোৱে মূৰৰ পৰাই গেলি যোৱা সকলোৱে প্ৰত্যক্ষ কৰিছে। এজনৰ পাছত আনজন বিভিন্ন বিৰোধী দলৰ নেতাৰ বিৰুদ্ধে দুর্নীতিৰ অভিযোগ তুলি ইডি, চিবিআই, আয়কৰ আদি কেন্দ্ৰীয় সংস্থাৰ দ্বাৰা হাৰাশাস্তি কৰা হৈছে। সেইসকলক জেলৰ ভাত খুৱাব বুলি স্বয়ং প্রধানমন্ত্রীয়েও হুংকাৰ দিছে; কিন্তু সেই দুর্নীতিৰ সদাগৰসকলেই বিজেপিত যোগদান কৰাৰ লগে লগে নিষ্কলুষ হৈ পৰিছে।

কেৱল উচ্চ পদবী লাভ কৰাই নহয়, তেওঁলোকৰ বিৰুদ্ধে সকলো ধৰণৰ দুৰ্নীতিৰ তদন্তও স্তব্ধ হৈ পৰিছে। দেখদেখকৈ এনে নির্লজ্জ কার্যকলাপ অব্যাহত থকাত দেশজুৰি ক্ষোভ-অসন্তুষ্টিৰ সৃষ্টি হৈ অহাৰ পাছতো শাসক পক্ষই কাৰো ওচৰত জবাবদিহি হোৱাৰ প্ৰয়োজন অনুভৱ কৰা নাই; বৰঞ্চ দিনে দিনে এনে কার্য বৃদ্ধিহে পাইছে।

পৰিস্থিতি এনে হৈছেগৈ যে দুর্নীতিৰ প্ৰকাৰো এতিয়া ভিন ভিন হৈ পৰিছে। শাসক পক্ষই আঙুলিওৱা বিলাকহে যেন দুর্নীতি-অনিয়ম; তাৰ বিপৰীতে তেওঁলোক জড়িত থকা দুষ্কার্যসমূহ ধর্তব্য নহয়। পাঁচশ-এহেজাৰ টকা উৎকোচ গ্রহণ কৰা বাবে এজন আৰক্ষী জোৱান অথবা কোনো বিভাগৰ চতুৰ্থ শ্ৰেণীৰ কৰ্মচাৰীক গ্রেপ্তাৰ কৰি তথাকথিত দুর্নীতিবিৰোধী জেহাদ ঘোষণা কৰা হৈ আহিছে; অথচ ৰাজ্যখনত প্রতিদিনে শাসক পক্ষৰ পৃষ্ঠপোষকতা আৰু আৰক্ষীৰ শীৰ্ষ মহলৰ সহযোগত এশ এটা অবৈধ কার্য বিনাবাধাই অব্যাহত আছে।

এইবোৰ ঘটনা তথ্য-প্রমাণসহ দাঙি ধৰাৰ পাছতো সততে নিম্নপৰ্যায়ৰ বিষয়া-কৰ্মচাৰীক সততাৰ পাঠদান কৰা আৰক্ষীৰ শীৰ্ষ মহলে চকুমুদি থকাটো ৰাজ্যবাসীৰ দৃষ্টিগোচৰ নোহোৱাকৈ থকা নাই। এনে ধৰণৰ পক্ষপাতমূলক কার্যকলাপক লৈও চৰকাৰ কাৰো ওচৰত জবাবদিহি হোৱা নাই। জনতাৰ দ্বাৰা নির্বাচিত চৰকাৰে ক্ষমতা লাভৰ পাছত এনেদৰেই জনতাক গুৰুত্বহীন কৰি পেলাইছে।

দৰাচলতে সমগ্ৰ ব্যৱস্থাটোকে এনেদৰে গঢ়ি তোলা হৈছে যে নামত গণতান্ত্রিক শাসন অব্যাহত থাকিলেও সকলো চাবিকাঠি মুষ্টিমেয় কেইজনমান ব্যক্তিৰ কুক্ষিগত হৈছে। প্ৰথমতে, ভোটাৰৰ সন্মুখত কোনো বিকল্প নাই। যি ব্যক্তিক নিজৰ প্রতিনিধিৰূপে ভোট দি দিল্লী-দিছপুৰলৈ প্ৰেৰণ কৰিব, সেইজনক প্ৰাৰ্থীৰূপে বাছনি কৰাৰ কোনো সুযোগ ভোটাৰৰ হাতত নাই। সবাতোকৈ শক্তিশালী মূল প্রতিদ্বন্দ্বী দলে তেওঁলোকৰ শীর্ষ নেতৃত্বই বন্ধ কোঠাত নির্ধাৰণ কৰি দিয়া ব্যক্তিয়েহে প্রার্থীৰূপে অৱতীৰ্ণ হোৱাৰ সুযোগ লাভ কৰে।

ফলস্বৰূপে নিজৰ পছন্দৰ নহ’লেও সেই প্ৰাৰ্থীৰ মাজৰে এজনক ভোটাৰে নিৰ্বাচন কৰিবলৈ বাধ্য। গতিকে ইয়াত প্রকৃততে ভোটাৰৰ পছন্দ অথবা অপছন্দৰ কোনো মূল্য নাই। দ্বিতীয়তে, দিনে দিনে প্ৰতিটো নিৰ্বাচনৰে ব্যয় যিদৰে আকাশলংঘী হৈ পৰিছে, তাত বিত্তশালী দলৰ প্রার্থী নহ’লে আনসকল প্রতিদ্বন্দ্বিতালৈ অহাৰ সম্ভাৱনাই নাই। ধনবলৰ গুৰুত্ব এইদৰে বৃদ্ধি পাই অহাৰ ফলত নিৰ্বাচনত অৱতীৰ্ণ হৈ জয়লাভ কৰাটো যিকোনো সাধাৰণ সৎ চৰিত্ৰৰ লোকৰ বাবেই সুদূৰ পৰাহত হৈ পৰিছে।

তৃতীয়তে, মুখেৰে যিয়েই কোৱা নহওক, ব্যৱস্থাটো এনেদৰে অতি কেন্দ্রীভূত কৰা হৈছে যে ইয়াত জনগণ অথবা সাধাৰণ দলীয় কর্মীৰ কোনো ভূমিকা নাই। সকলো ৰিম’ট কন্ট্র’লৰ দ্বাৰাই পৰিচালিত হৈছে। এনেদৰেই এক ব্যৱস্থা গঢ়ি তোলা হৈছে, য’ত নাগৰিকে ভোটদানহে কৰিব পাৰে, তাৰ বাহিৰে আন ক্ষেত্ৰত অংশীদাৰিত্বৰ সুযোগ লাভ নকৰে। জনতাৰ প্ৰতি জবাবদিহিতাৰ বাধ্যবাধকতাও এনেদৰেই নিঃশেষ কৰি পেলোৱা হৈছে।

ফোন: ৯৪৩৫০১০৬৭৩

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Articlespranjal sen dekaTradition Of Accountability
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d