Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

    ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    কি কি ক্ষেত্ৰত নাই কৃত্রিম বুদ্ধিমত্তাৰ ‘দাদাগিৰি’!

    বানপীড়িতৰ সাহায্যৰ দাবীত প্ৰতিবাদ, আটক ৰাইজৰ দলৰ যুৱ নেত্ৰী জ্ঞানশ্ৰী বৰা

    দেশৰ বিভিন্ন স্থানত এক নতুন ধৰণৰ সংক্ৰমণ বৃদ্ধি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

আমি কেৱল ক্ষমতা কুক্ষিগত কৰা সপোন লৈ ফুৰা নাই : লুৰীণজ্যোতি গগৈ

publisher by publisher
December 23, 2020
in Assam, India, News, Politics
Reading Time: 1 min read
0
আমি কেৱল ক্ষমতা কুক্ষিগত কৰা সপোন লৈ ফুৰা নাই : লুৰীণজ্যোতি গগৈ
6
SHARES
56
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati:ভোট গণনালৈ মাজত মাত্ৰ এটা দিন

AJP Pressmeet:এগজিট প’ল সন্দৰ্ভত সংবাদমেল সম্বোধন লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাৰ

AJP Review Meeting :মহানগৰীৰ হোটেল লিলিত অসম জাতীয় পৰিষদৰ পৰ্যালোচনা বৈঠক

“গুৰুজনাৰ পবিত্ৰ ভূমিত উপস্থিত হৈ আমি তেৰাৰ পৰা আৰ্শীবাদ বিচাৰিছো। মই ইতিমধ্যে বিভিন্ন নামঘৰ, সত্ৰসমূহলৈ গৈছো। সত্ৰাধিকাৰ প্ৰভূসকলৰ পৰা আৰ্শীবাদ লৈছো। তেওঁলোকৰ লগত আলোচনা-বিলোচনা কৰিছো। গুৰুজনাই অসমৰ সমাজ ব্যৱস্থাৰ প্ৰাণ প্ৰতিষ্ঠা কৰোতা । শিক্ষা, সাহিত্য, সংস্কৃতিৰো প্ৰাণ প্ৰতিষ্ঠা কৰোতা। শিক্ষা, সাহিত্য, সংস্কৃতিত এক নৱ জাগৰণৰ সৃষ্টি কৰিছিল তেওঁ। গতিকে আমি আজি যি পৰিচয়ৰে পৃথিৱীত মানুহ হিচাপে পৰিচয় দিব পাৰিছো, এই অসমীয়া নামৰ জাতিসত্তাৰ সকলো ধৰণৰ সমল গুৰুজনাই দিছিল। কিন্তু আজি সেইবোৰ সংকটত।” কালি নিশা নগাঁও চহৰৰ হোটেল নগাঁও পইন্টত সাংবাদিকৰ আগত এই মন্তব্য কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে।

ADVERTISEMENT

আজি অসমৰ সাহিত্য-সংস্কৃতি-সমন্বয় সকলো গভীৰ সংকটত বুলি মন্তব্য কৰি সভাপতি গগৈয়ে লগতে কয়,”আটাইতকৈ গুৰুত্বপূৰ্ণ বস্তু সমন্বয়ৰ বৰভেটি যিটো গুৰুজনাই গঢ়ি থৈ গৈছিল । শংকৰ আজানৰ যিটো সমন্বয়ৰ চিন্তা, দৰ্শন সেইবোৰৰ ওপৰতো গভীৰ ষড়যন্ত্ৰ চলিছে। ষড়যন্ত্ৰমূলকভাৱে সেইবোৰ নিঃশেষ কৰিবলৈ কিছুমান শক্তি উঠি পৰি লাগিছে। গতিকে সেই শক্তিসমূহক উৎখাত কৰাৰ দায়িত্ব অসম জাতীয় পৰিষদৰ।”

তেওঁ ৰাইজক উদ্দেশ্যি কয়, “অসম জাতীয় পৰিষদৰ সভাপতিৰ দৰে গধুৰ দায়িত্ব লোৱাৰ পাছত সমগ্ৰ অসমবাসী ৰাইজৰ পৰা দিহা পৰামৰ্শ, অভিভাৱকত্ব, আৰ্শীবাদ বিচাৰিছো। কাৰণ এই যাত্ৰাটো এটা ৰাজনৈতিক দলৰ যাত্ৰা নহয়, ইয়াত কেৱল মাত্ৰ ক্ষমতা কুক্ষিগত কৰি ৰখাৰ সপোনেই লৈ থকা নাই। এই যাত্ৰাক আমি অসমীয়া জাতীয় জীৱনৰ আত্ম-প্ৰতিষ্ঠাৰ মহাসংগ্ৰাম হিচাপে প্ৰতিষ্ঠা কৰিব বিচাৰো। এটা জাতিৰ সভ্যতাক উত্তৰণৰ যাত্ৰাত আগুৱাই লৈ যাবলৈ নিখুত পৰিকল্পনা অসম জাতীয় পৰিষদে কৰিব। অসমৰ মানুহে যাতে শিৰ উচ্চ কৰি এইখন অসমত জীয়াই থাকিব পাৰে,দিল্লীৰ চকুত চকু থৈ কথা ক’ব পাৰে, অসমৰ অধিকাৰ যাতে আজুৰি আনিব পাৰে তাৰ বাবে আমি স্বাভিমানী চৰিত্ৰটোক জীয়াই ৰাখিব লাগিব।”

একাংশ ৰাজনৈতিক দলৰ নেতাৰ দিল্লীৰ ওচৰত “হয় হজুৰ” ভূমিকাক তীব্ৰ সমালোচনা কৰি গগৈয়ে কয়, “কেৱলমাত্ৰ গাদী ৰক্ষাৰ বাবে তেওঁলোকে ইয়েচ বচ ভূমিকা লৈছে। কিন্তু অসমৰ ৰাইজৰ সেই চৰিত্ৰ নহয়।অসমৰ ৰাইজে অন্যায়ৰ বিৰুদ্ধে সদায় মাত মাতি আহিছে। গণতান্ত্ৰিক প্ৰমূল্যবোধ ৰক্ষা কৰাৰ দায়িত্ব অসমৰ জনগনৰ, দেশৰ জনগনৰ। দেশৰ আন ঠাইৰ লোকে এই ক্ষেত্ৰত আপোচ কৰিলেও অসমৰ ৰাইজে আপোচ নকৰে। কিয়নো ‘কা’ জাপি দিয়াৰ সময়ত ইয়াক প্ৰতিপন্ন কৰিছে।সপোনৰ অসম খনৰ কাৰণে, অসমৰ জাতীয় জীৱনৰ সুৰক্ষাৰ কাৰণে অসম জাতীয় পৰিষদৰ যাত্ৰা আৰম্ভ হৈছে, ক্ষমতা কুক্ষিগত কৰাৰ কাৰণে নহয়।”

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: AJPLurinjyoti Gogoi
publisher

publisher

Related Posts

গান্ধী জয়ন্তীৰ দিনটোতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ স্বচ্ছতা অভিযান
Assam

October 3, 2026
ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়
International

ৰাছিয়াৰ সেনাবাহিনীত এতিয়াও কৰ্মৰত ৫৫ ভাৰতীয়

October 3, 2026
নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ
India

নেছলেৰ দুগ্ধজাত পণ্যত নিম্নমানৰ অভিযোগ, বিক্ৰী বন্ধৰ নিৰ্দেশ কেন্দ্ৰৰ

October 3, 2026
তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী
India

তিনি বছৰৰ পাছত পুনৰ দেশৰ সবাতোকৈ ধনাঢ্য হ’ল আদানী

October 3, 2026
ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ
India

ই-চালান আদায় নিদিলে জব্দ কৰিব গাড়ী, বন্ধ হ’ব আৰচি-পিইউচিৰ নবীকৰণ

October 3, 2026
বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়
Entertainment

বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

October 3, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d