Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী

    CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

    Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

    Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

    West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত

    Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Huge scam in the name of purchasing paddy from farmers in Nagaon FCI:চাৰি জিলাত কৃষকৰ পৰা ধান ক্ৰয়ৰ নামত নগাঁও এফচিআইত বিয়াগোম কেলেংকাৰি

হেজাৰ হেজাৰ ভুৱা কৃষক-মধ্যভোগীৰ পৰাহে ধান ক্ৰয়ৰ অভিযোগ, এক লাখ ৭০ হেজাৰ মেট্রিক টন ধান ক্রয় কৰা লক্ষ্যৰে ক্ৰয় কৰিলে ৯৩৬৮১.৬৪ মেট্রিক টন ধান

publisher by publisher
March 14, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Huge scam in the name of purchasing paddy from farmers in Nagaon FCI:চাৰি জিলাত কৃষকৰ পৰা ধান ক্ৰয়ৰ নামত নগাঁও এফচিআইত বিয়াগোম কেলেংকাৰি
2
SHARES
19
VIEWS
ShareShareShareShare

Huge scam in the name of purchasing paddy from farmers in Nagaon FCI:

ভাৰতীয় খাদ্য নিগম (এফচিআই)ৰ নগাঁও মাণ্ডলিক কার্যালয়ে নগাঁও, হোজাই, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাৰ কৃষক ৰাইজক কিছু সকাহ দিয়াৰ নিমিত্তে সমর্থিত মূল্যত বিভিন্ন ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে কৃষকৰ পৰা ধান ক্রয়ৰ নামত ব্যাপক দুর্নীতি আৰু অনিয়ম সংঘটিত হৈ অহাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈ আহিছে।

ADVERTISEMENT

এফচিআইৰ নগাঁও মাণ্ডলিক কার্যালয়ে জিলা চাৰিখনৰ ১৭ টা ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে কৃষকৰ পৰা ধান ক্ৰয়ৰ নামত বিগত ২০২২-২০২৩ তো বহু কোটি টকাৰ কেলেংকাৰি সংঘটিত হৈ আহিছে। বৰ্ষটোত চৰকাৰে এফচিআইৰ উদ্যোগত পাঁচটা – চৰকাৰী খণ্ডৰ এজেন্সি ক্রমে এএফচিএছচিএল ,এএছএএম বি, এনএচিঅ’এফ, এনএএফইডি আৰু এনচিচিএফৰ দ্বাৰা কে’বাশ কোটি টকাৰ ধান ক্রয়ৰ নামত একাংশ ভুৱা কৃষক, মধ্যভোগী আৰু ব্যৱসায়ীৰ স’তে মিলি এই কেলেংকাৰি সংঘটিত কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

RelatedPosts

Dr. Tonmoy Sharma OF Guwahati  has been arrested in the US:১,৩০০ কোটিৰ বৃহৎ জালিয়াতিত যুক্তৰাষ্ট্ৰত গ্ৰেপ্তাৰ গুৱাহাটীৰ ডাঃ তন্ময় শৰ্মা

Huge Scam in the Power Department:ৰাজ্যৰ শক্তি বিভাগত সংঘটিত বৃহৎ কেলেংকাৰি ফাদিল

Despite Ambitious Schemes, Farmers in the State are Desperate for Water:অভিলাষী আঁচনি সত্ত্বেও ৰাজ্যৰ কৃষকৰ পানীৰ বাবে হাহাকাৰ

এফচিআই’য়ে কৃষকৰ সকাহৰ বিষয়টোক গৌণ কৰি ৰখাৰ ফলত জিলাকেইখনৰ ৪০ শতাংশ কৃষকো উপকৃত হ’ব নোৱাৰিলে।

এফচিআইৰ তথ্য অনুসৰি, ২০২২- ২০২৩ত নগাঁও এফচিআইয়ে পাঁচটা চৰকাৰী প্রতিষ্ঠানৰ দ্বাৰা নগাঁও, হোজাই, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাৰ মুঠ ১৭টা ক্রয় কেন্দ্র ক্রমে, জালুগুটি, উজৰ গাঁও, ৰাইদঙীয়া, কাছমাৰী, ধিং, কামপুৰ, চাপৰমুখ, হোজাই, লংকা, কৰৈগুৰী, সৰুপথাৰ, নীলবাগান, ৰাধা নগৰ, ৰামপথাৰ হাওৰাঘাট আৰু বকলীয়া ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে প্রথম শস্য শালি ধান ১,৬০,০০০ মেট্রিক টন ক্রয় কৰাৰ লক্ষ্য নির্ধাৰণ কৰিছিল ৷

কিন্তু পৰিতাপৰ বিষয় যে ধান ক্রয় কৰিলে মাত্র ৯৩,৪৮৪.০৪ মেট্রিক টন ধানহে। লক্ষ্য নির্ধাৰণ কৰিও ৬৬,৫১৫.৯৬ মেট্রিক টন ধান ক্রয় কৰিৰ নোৱাৰিলে এফচিআইয়ে। বিভাগটোবে লক্ষ্যৰ ৫৮.২৪ শতাংশ ধানহে ক্রয় কৰিবলৈ সমর্থ হয়। প্রাপ্ত তথ্য অনুসৰি, ২০২২-২০২৩ত এফচিআই নগাঁও মাগুলিক কার্যালয়ে (প্রথম শস্য শালি ধান) ধান ক্রয় কেন্দ্রসমূহ ক্রমে জালুগুটিৰ জৰিয়তে পাঁচ হেজাৰ মেট্রিক টন ধান ক্রয়ব লক্ষ্যৰ বিপৰীতে ১৮১৪.৭৬ মেট্রিক টন, জাগীৰোড কেন্দ্ৰৰ জৰিয়তে পাঁচ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ৪১১২.৫২ মেট্রিক টন, ঝাৰগাঁও কেন্দ্ৰত ১০ হেজাৰ মেট্রিক টন ক্ৰয়ৰ লক্ষ্যৰ বিপৰীতে ৬৪৩৮.২ মেট্রিক টন, ৰাইদঙীয়া কেন্দ্ৰত পাঁচ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ৪৮৩০.৮৪ মেট্রিক টন, কাছমাৰীত ১৪ হেজাৰ মেট্রিক টন ধান ক্ৰয়ৰ লক্ষ্যৰ বিপৰীতে ৬৯২১ মেট্রিক টন, ধিং কেন্দ্রত ১৪ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ৬৪৫৪.২৮ মেট্রিক টন, কামপুৰ কেন্দ্ৰত আঠ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ৩৬৭৯.১৬ মেট্রিক টন, চাপৰমুখকেন্দ্ৰত আঠ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ৫২৩৭.৪৪ মেট্রিক টন, হোজাই কেন্দ্ৰত ২৫ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ১০৩৫৮.৯২ মেট্রিক টন, লংকা কেন্দ্রত ১০ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ৭০৫১.৯২ মেট্রিক টন, কৰৈগুৰী কেন্দ্ৰত ১০ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ৫৮৩৯.০৮ মেট্রিক টন, সৰুপথাৰ কেন্দ্ৰত ১২ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ৭০৬২.৬৪ মেট্রিক টন, নীলবাগান কেন্দ্রত পাঁচ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ৩৮৮৬.২ মেট্রিকটন, ৰাধানগৰ কেন্দ্ৰত পাঁচ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ২৯৭৩.৯৬ মেট্রিক টন, ৰামপথাৰ কেন্দ্ৰত চাৰি হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ৬৫১১.০৪ মেট্রিক টন, হাওৰাঘাট কেন্দ্ৰত ১০ হেজাৰ মেট্রিক টন লক্ষ্যৰ বিপৰীতে ৬১৯.২৮ মেট্রিক টন আৰু বকলীয়া ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে ১০ হেজাৰ মেট্রিক টন ধান ক্রয় কৰা লক্ষ্যৰ বিপৰীতে
৪২০২.৮৪ মেট্রিক টন ধানহে ক্রয় কৰে।

আনহাতে, জিলাকেইখনত হেজাৰ হেজাৰ প্ৰকৃত কৃষক আছে। কেৱল নগাঁও জিলাতেই দুই লাখ ৬৯ হেজাৰ ৫৪৯ গৰাকী বিভিন্ন শ্ৰেণীৰ কৃষক আছে। তৎসত্ত্বেও এফটিআইৰ তথ্য অনুসৰি, চাৰিওখন জিলাৰ এই ১৭ টা ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে মাত্র ৮৮৩৭ জন কৃষকহে উপকৃত হৈছে। যেন এপাচি শাকত এটা জালুক।

এফচিআইয়ে কৃষকৰ পৰা ২০৪০ টকা প্রতি কুইন্টলে সমর্থিত মূল্যত এই ধান ক্রয় কৰা বুলিও বিভাগীয় তথ্যত উল্লেখ আছে। নগাঁও এফচিআইৰ এই তথ্যত নগাঁও, হোজাই, মৰিগাঁও আৰু কাৰ্বি আংলং জিলাৰ ৮৮৩৭ গৰাকী কৃষকক তেওঁলোকৰ পৰা শালি ধান ক্ৰয় কৰি সকাহ দিয়া বুলি উল্লেখ আছে। আনহাতে, একেটা বিত্তীয় বর্ষতে পাঁচটা ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে দ্বিতীয় শস্য বৰো ধান ১০ হেজাৰ মেট্রিক টন ক্ৰয়ৰ লক্ষ্য নির্ধাৰণ কৰি মাত্র ১৯৭.৬০ মেট্রিক টন ধান ক্রয় কৰা পৰিলক্ষিত হয়।

বিত্তীয় বৰ্ষটোত এফচিআইৰ নগাঁও মাণ্ডলিক কার্যালয়ে ৮৮৩৭ গৰাকী কৃষকৰ পৰা ১৯০ কোটি ৭০
লাখ ৭৪ হেজাৰ ৪১৬ টকাৰ আৰু দ্বিতীয় শস্য বৰো ধানো ২৪ জন কৃষকৰ পৰা ৪০ লাখ ৩১ হেজাৰ ৪০ টকাৰ ধান ক্রয় কৰা বুলি আৰটিআইৰ তথ্যত উল্লেখ আছে। এই বৃহৎ ধনৰাশিৰে ২০৪০ টকাৰ সমৰ্থিত মূল্যত এফচিআইয়ে জিলা চাৰি খনৰ ৮৮৬১গৰাকী কৃষকৰ পৰা ৯৩৬৮১.৬৪ মেট্রিক টন ধান ক্রয় কৰা বুলি বিভাগীয় নথিত উল্লেখ আছে যদিও বাস্তৱ ক্ষেত্রত এই ছবিখন সম্পূর্ণ বিপৰীত বুলি একাংশ কৃষকে অভিযোগ তুলিছে। জিলাকেইখনৰ বিভিন্ন ঠাইৰ প্ৰকৃত কৃষক ৰাইজৰ পৰা পোৱা অভিযোগ অনুসৰি, নগাঁও এফচিআইৰ ধান ক্রয় কেন্দ্ৰসমূহৰ জৰিয়তে ১০ শতাংশও প্রকৃত কৃষক উপকৃত হ’ব পৰা নাছিল।

প্রতিটো ধান ক্রয় কেন্দ্রত অসংখ্য ভুৱা কৃষক, ব্যৱসায়ী আৰু মধ্যভোগীৰহে দৌৰাত্ম্য চলিছিল। এওঁলোকৰ স’তে এফচিআইৰ একাংশ বিষয়া-কর্মচাৰী, ধান ক্রয়ৰ দায়িত্বত থকা ৰাজ্য চৰকাৰৰ সংশ্লিষ্ট প্রতিষ্ঠানৰ একাংশ বিষয়া-কর্মচাৰীৰ গোপন বুজাবুজি আছিল বুলিও অভিযোগ উত্থাপিত হৈছে। এফচিআইৰ ধান ক্রয় কেন্দ্ৰসমূহত এই চক্ৰটোৰ দৌৰাত্ম্যৰ ফলত ক্রয় কেন্দ্ৰৰ ওচৰেই চাপিব পৰা নাছিল ৯০ শতাংশ প্রকৃত কৃষক। ভূমিহীন, ক্ষুদ্র, উপান্ত আৰু মজলীয়া কৃষকসকলৰ কোনেও এফচিআইৰ ধান ক্রয় কেন্দ্রসমূহত নিজৰ উৎপাদিত ধান বিক্ৰী কৰিব পৰা নাছিল ৷

বহু কৃষকেই ধান বিক্ৰী কৰিব নোৱাৰি ওভতাই লৈ যাবলগীয়া হয়। ধান ক্রয় কেন্দ্রসমূহত প্রকৃত কৃষক ৰাইজ চূড়ান্ত উপেক্ষিত হ’বলগীয়া হোৱাত পৰৱৰ্তী সময়ত তেওঁলোক ধান ক্রয় কেন্দ্ৰৰ সলনি বিভিন্ন সাপ্তাহিক বজাৰ, বজাৰৰ ব্যৱসায়ীকহে নিচেই কম দামতে ধান বিক্ৰী কৰিবলগীয়া হয়। ফলত ভীষণ লোকচানৰ সন্মুখীন হয় হেজাৰ হেজাৰ প্রকৃত কৃষক। ইয়াৰ বিপৰীতে কোটি কোটি টকা লাভ কৰিবলৈ সক্ষম হয় হেজাৰ হেজাৰ ভুৱা কৃষক, মধ্যভোগী আৰু ব্যৱসায়ীহে।

এফচিআইয়ে ধান ক্রয় কেন্দ্ৰসমূহৰ জৰিয়তে ধান ক্রয় কৰোতে প্রথমাৱস্থাত জিলাকেইখনৰ কৃষক ৰাইজৰ মুখত হাঁহি বিৰিঙিছিল যদিও সেই হাঁহি মৰহিবলৈ বেছি পৰ নালাগিল। কিয়নো এফচিআই ধান ক্রয় কেন্দ্ৰৰ অলেখ নিয়ম, ভুৱা কৃষক, মধ্যভোগী আৰু ব্যৱসায়ীৰ দপদপনিত ক্রয় কেন্দ্ৰৰ কাষেই চাপিব নোৱাৰিলে হেজাৰ হেজাৰ প্ৰকৃত কৃষক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: FarmersHuge scamNagaon fcipurchasing paddy
publisher

publisher

Related Posts

Maligaon: মহানগৰীৰ থানাৰ পৰা হেণ্ডকাফ সহ পলায়ন আচামী
News

April 29, 2026
CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল
News

CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

April 29, 2026
Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ
News

Kaziranga:কাজিৰঙাৰ পৰা মধ্যপ্ৰদেশৰ বালাঘাটৰ কানহা ব্যাঘ্র প্রকল্পলৈ নিয়া হ’ল ৪টা বনৰীয়া ম’হ

April 29, 2026
Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা
News

Bamunimaidam:কৃত্রিম বানৰ মাজতে মহানগৰীত চাঞ্চল্যকৰ ঘটনা

April 29, 2026
West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত
News

West Karbianglong:মাতৃহন্তা পূজা মালাঙৰ মৃত্যু কাৰাগাৰত

April 29, 2026
Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ
News

Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d