Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

APSC scam is a surprising silence of the state government:এ পি এছ চি কেলেংকাৰিক লৈ আশ্চৰ্যকৰ নীৰৱতা ৰাজ্য চৰকাৰৰ

২০২২ ৰ পৰীক্ষাক লৈয়ো উত্থাপিত হৈছে গুৰুতৰ অভিযোগ, তথাপি নীৰৱ চৰকাৰ- এপিএছচি, ২০১৩-২০১৪ৰ কেলেংকাৰিত লিপ্ত কে'বাজনকো ৰক্ষণাবেক্ষণৰ কূট-কৌশল

publisher by publisher
February 26, 2024
in Assam, India, News
Reading Time: 2 mins read
0
APSC scam is a surprising silence of the state government:এ পি এছ চি কেলেংকাৰিক লৈ আশ্চৰ্যকৰ নীৰৱতা ৰাজ্য চৰকাৰৰ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

APSC:এপিএছচিৰ ৩৪ বিষয়াৰ বিচাৰৰ ধাৰা আৰোপৰ শুনানি আৰম্ভ

APSC:বক্ৰপথেৰে চাকৰি লোৱা ১৩ নিলম্বিত ৰাজপত্ৰিত বিষয়াই নাপালে সকাহ

Bhupen kumer Bora:ভগৱানেও ক্ষমা নকৰে হিমন্ত বিশ্ব শৰ্মাক

APSC scam is a surprising silence of the state government:

অসম লোকসেৱা আয়োগ (এপিএছচি)ত সংঘটিত কেলেংকাৰিক লৈ সম্পূর্ণ নীৰৱতা অবলম্বন কৰিছে অসম চৰকাৰে। চৰকাৰে কেবিনেট সিদ্ধান্ত লৈ ২০১৩ আৰু ২০১৪ ত সংঘটিত কেলেংকাৰিৰ তদন্ত আৰম্ভ কৰে। অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লব কুমাৰ শৰ্মাৰ আয়োগৰ দ্বাৰা দুয়োটা বৰ্ষত হোৱা নিযুক্তিৰ তদন্ত কৰা হয়। তাৰ ভিত্তিত একাংশ অভিযুক্ত বিষয়াক জেৰা কৰা হয় যদিও ইয়াৰ মাজতে এৰা ধৰাও চলে।

ADVERTISEMENT

চৰকাৰৰ ঘনিষ্ঠ বুলি নাম চর্চালৈ অহা কে’বাজনো বিষয়াক জেৰা কৰাই নহ’ল। যি কেইজনক জেৰা কৰা হৈছিল তাৰেই আলম লৈ চৰকাৰে বাঃ বাঃ ল’ব বিচৰাৰ অভিযোেগ উঠিছে। এতিয়া সেয়াও নাই। চৰকাৰী পক্ষৰ সকলোৱে পালন কৰিছে গভীৰ নীৰৱতা। ইয়াৰ মাজতে ২০২২ৰ পৰীক্ষাতো নিযুক্তি কেলেংকাৰি সংঘটিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে।

যি সময়ত চৰকাবে এপিএছচিলৈ স্বচ্ছতা ঘূৰি অহা বুলি দাবী কৰিছে, সেই সময়তো অনিয়মৰ যিবোৰ অভিযোগ উঠিছে, তাক নাকচ কৰাৰো তৎপৰতা নাই চৰকাৰৰ। ইয়াকে লৈ সৃষ্টি হৈছে গভীৰ ৰহস্য। এপিএছচিত সংঘটিত কেলেংকাৰিক লৈ তথ্যসহ সৰৱ হৈ অহা ফাইট এগেইনষ্ট ইনজাষ্টিছ অৱ এপিএছচি নামৰ সংগঠনটোৰ প্রশাসক মানৱ প্রতিম বৰুৱাই সংশ্লিষ্ট পক্ষবোৰৰ নিৰাপত্তা আশ্চর্য বুলি অভিহিত কৰে। এপিএছচি আজি মৌন কিয় বুলি প্রশ্ন কৰি, মৌনতাই বহু কথা স্পষ্ট কৰে বুলিও বৰুৱাই মন্তব্য কৰে।

উল্লেখ্য যে ২০২২ৰ পৰীক্ষাত কে’বাজনো উত্তীর্ণ প্রার্থীৰ ক্ষেত্ৰত ব্যাপক বিসংগতি ধৰা পৰাৰ অভিযোগ উঠিছে। এনে কাৰণতে যোৱা জানুৱাৰীত ফলাফল ঘোষণা কৰা পৰীক্ষাৰ অদ্যাপি কাট অৱ নম্বৰ প্ৰকাশ কৰা নাই এপিএছচি কর্তৃপক্ষই। এই প্রসংগতে শেহতীয়াকৈ পোহৰলৈ অহা তথ্য অনুসৰি এনে কে’বাখনো নম্বৰ তালিকা ৰাজহুৱা হৈছে য’ত ব্যাপক সন্দেহজনক তথ্য সন্নিবিষ্ট হোৱা বুলি চর্চা চলিছে। অথচ সেইবোৰক লৈও গভীৰ মৌনতা অৱলম্বন কৰিছে এপিএছচি কর্তৃপক্ষই।

অভিযোগ অনুসৰি বাছনিভুক্ত কে’বাজনো প্রার্থীয়ে সাধাৰণ অধ্যয়নৰ কাকতত অতি কম নম্বৰ লাভ কৰিছে। ৩০ শতাংশতকৈয়ো তলত নম্বৰ পোৱা এনে প্রার্থীসকলে বিষয়ধর্মী ৰচনাৰ কাকততো আকৌ ৯৮ শতাংশ পর্যন্ত নম্বৰ লাভ কৰিছে। তেওঁলোকে আকৌ মৌখিক পৰীক্ষাতো লাভ কৰিছে অতি উচ্চ নম্বৰ।

আকৌ কে’বাজনো প্রার্থীয়ে সাধাৰণ অধ্যয়নত যথেষ্ট উচ্চ নম্বৰ লাভ কৰাৰ বিপৰীতে ৰচনা কাকতত আশ্চৰ্যকৰ কম নম্বৰ লাভ কৰিছে। এই প্ৰসংগতে প্রিয়ংকা বৰুৱা নামৰ এগৰাকী প্রার্থীৰ নাম অন্য ধৰণে বিশেষ চর্চালৈ আহিছে। অসম গ্রামীণ বিকাশ বেংকত ব্যাপক খেলিমেলি কৰাৰ অপৰাধত চাকৰিৰ পৰা বৰ্খাস্ত হোৱা এইগৰাকী প্রার্থীয়ে অসম অসামৰিক সেৱাত ৩০ সংখ্যক স্থান দখল কৰে। এইগৰাকী প্রার্থীক গুৰুতৰ অনিয়ম সংঘটিত কৰি নিৰ্বাচিত কৰাৰ অভিযোগ উত্থাপন কৰিছে ফাইট এগেইনষ্ট ইনজাষ্টিছ অৱ এপিএছচিয়ে।

ইপিনে, বাওঁপন্থী সংগঠন ডিৱাইএফ আয়ে কয় যে নম্বৰৰ তালিকাত ব্যাপক কেলেংকাৰি সংঘটিত হৈছে আৰু এই ঘটনাই এপিএছচিৰ অভ্যন্তৰত থকা খেলিমেলিবোৰক উদঙাই দিছে।

ইপিনে, ২০১৩ আৰু ২০১৪ত সংঘটিত কেলেংকাৰিৰ পৰা একাংশ প্ৰাৰ্থীক উদ্ধাৰৰ তৎপৰতা স্বয়ং দিছপুৰৰ প্রভাৱশালী চক্ৰৰ পৰাই চলাৰ অভিযোগ উঠিছে। চর্চা অনুসৰি, তেনে এগৰাকী প্রার্থী হ’ল অসম আৰক্ষী সেৱাৰ নৱনীতা শর্মা। আন এগৰাকী প্রার্থী হ’ল আৰক্ষী সেৱাৰে নন্দিনী কাকতি। এনে আৰু কে ‘বাগৰাকী প্রার্থী আছে আৰু সেইসকলক ৰক্ষণাবেক্ষণ দিবলৈকে চৰকাৰ আৰু এপিএছচিত মৌনতাক কৌশল হিচাপে গ্রহণ কৰাৰ চর্চা চলিছে। বিপ্লৱ কুমাৰ শৰ্মাৰ প্ৰতিবেদনক লৈ চৰকাৰে কেইদিনমান হৈ- চৈ কৰাটোও এনে কৌশলৰে অংশ বুলি চর্চা চলিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APSC ScamState Governmentsurprising silence
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d