Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ

    UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

    ‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

    মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

    ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

    উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

নগাঁও এফচিআইত ধান ক্ৰয়ৰ নামত ১২৩ কোটিৰ কেলেংকাৰি, উপকৃত ভুৱা কৃষক

publisher by publisher
November 13, 2021
in Assam, India, News
Reading Time: 1 min read
0
নগাঁও এফচিআইত ধান ক্ৰয়ৰ নামত ১২৩ কোটিৰ কেলেংকাৰি, উপকৃত ভুৱা কৃষক
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

Nagaon:মছজিদত নির্বাচনী সভা বিজেপি প্রার্থীৰ বিৰুদ্ধে আচৰণ বিধি ভংগৰ অভিযোগ

Kaliabar:পোহৰলৈ আহিল কলিয়াবৰৰ গণ অসুস্থতাৰ কাৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগ-প্ৰশাসনৰ

অবিভক্ত নগাঁও জিলাৰ বিভিন্ন ক্রয় কেন্দ্রৰ জৰিয়তে ধান ক্রয়ৰ নামত ভাৰতীয় খাদ্য নিগম (এফ চি আই)ত কমেও ১২৩ কোটি টকাৰ কেলেংকাৰি সংঘটিত হােৱাৰ তথ্য পােহৰলৈ আহিছে।

ADVERTISEMENT

তথ্য জনাৰ অধিকাৰ আইনৰ অধীনত লাভ কৰা তথ্যৰ জৰিয়তে এই বিয়াগােম কেলেংকাৰি পােহৰলৈ আনিছে ইনফৰমেচন ফ’ৰামৰ সম্পাদক নৰেন্দ্র প্রকাশ চৌহানে।

এফ চি আইৰ নগাঁও ডিভিজনেল কার্যালয়ৰ বিষয়াই চৌহানক যােগান ধৰা তথ্য অনুসৰি, বিগত বৰ্ষৰ নৱেম্বৰৰ পৰা চলিত বৰ্ষৰ জুন পর্যন্ত নগাঁও এফ চি আয়ে অবিভক্ত নগাঁও, হােজাই আৰু কাৰ্বি আংলং জিলাৰ ১০টা ক্রয় কেন্দ্র ক্রমে হােজাই, ৰহা, ধিং, ৰাধানগৰ, হাওৰাঘাট, নগাঁও, কৰিগুৰি, যমুনামুখ, কচুৱা আৰু লংকাৰ জৰিয়তে মুঠ ৫৫৭৭জন কৃষকৰ পৰা ৬,৫৯,১১৪ কুইন্টল ধান ক্রয় কৰিছিল।

এফ চি আয়ে মুঠ ১২৩ কোটি ১২লাখ ২৫ হেজাৰ ৬৯৯ টকাৰে সেই ধান ক্রয় কৰিছিল। আৰ টি আই তথ্য প্রকাশ পােৱা অনুসৰি, হােজাইৰ ক্রয় কেন্দ্ৰৰ জৰিয়তে ১৩৬১গৰাকী কৃষকৰ পৰা ২২,৯২,২০,০৩৮ টকাত ১,২২,৭০৯ কুইন্টল ধান, ৰহা ক্রয় কেন্দ্ৰৰ জৰিয়তে ৪২ ছগৰাকী কৃষকৰ ৬৮,৬২৪ কুইন্টল ধান ১২,৮১,৯০,৩৭৯ টকাত, ধিং কেন্দ্ৰৰ জৰিয়তে ৬৫ গৰাকী কৃষকৰ ৮৮,২৩৪ কুইন্টল ধান ১৬,৪৮,২০,৩৬৫ টকাত,ৰাধানগৰ কেন্দ্ৰত ৪৪৪ গৰাকী কৃষকৰ ৩৯,৯৩৫ কুইন্টল ধান ৭,৪৫,৯৮,২০৬ টকাত, হাওৰাঘাট কেন্দ্ৰত ৩৬৫ গৰাকী কৃষকৰ ৪৫,৯৭৫ কুইন্টল ধান ৮,৫৮,৮১,৬৭৪ টকাত, নগাঁও কেন্দ্ৰৰ জৰিয়তে ৫১৮ গৰাকী কৃষকৰ ৭৬,০০৬ কুইন্টল ধান ১৪,১৯,৭৮,৪৬১টকাত,কৰিগুৰি কেন্দ্ৰৰ জৰিয়তে ৪৪৯ গৰাকী কৃষকৰ ৪২,৩৪৫ কুইন্টল ধান ৭,৯১,০০,৮৩৪ টকাত, যমুনামুখ কেন্দ্ৰত ৪৬৬ গৰাকী কৃষকৰ ৭২,৫২৪ কুইন্টল ধান ১৩,৫৪,৭৫,৫৭৯ টকাত, কচুৱা কেন্দ্রৰ জৰিয়তে ২৭২ গৰাকী কৃষকৰ ৪৭,০৮৫ কুইন্টল ধান ৮,৭৯,৫৪,৪০৬ টকাত আৰু লংকা ক্রয় কেন্দ্রৰ জৰিয়তে ৬২৩ গৰাকী কৃষকৰ পৰা ৫৫,৬৭৮ কুইন্টল ধান ১০,৪০,০৫,৭৫৭ টকাত ক্ৰয় কৰিছিল নগাঁও এফ চি আয়ে।

এফ চি আইৰ তথ্য অনুসৰি ১৮৬৮ টকা প্রতি কুইন্টল দামত সেই ধানসমূহ কৃষকৰ পৰা ক্রয় কেন্দ্রসমূহৰ জৰিয়তে ক্ৰয় কৰা হৈছিল। নগাঁও এফ চি আইৰ এই তথ্যত নগাঁও, হােজাই আৰু কাৰ্বি আংলং জিলাৰ হেজাৰ হেজাৰ কৃষকক সকাহ দিয়াটো পৰিস্ফুট হৈছে যদিও বাস্তৱ ক্ষেত্ৰত এই ছবিখন সম্পূর্ণ বিপৰীত।

জিলাকেইখনৰ বিভিন্ন ঠাইৰ প্রকৃত কৃষকৰ পৰা অভিযােগ অনুসৰি, নগাঁও এফ চি আইৰ ধান ক্রয় কেন্দ্রসমূহৰ জৰিয়তে ১০ শতাংশও প্রকৃত কৃষক উপকৃত হােৱা নাছিল।

প্রতিটো ধান ক্রয় কেন্দ্ৰত অসংখ্য ভুৱা কৃষক, ব্যৱসায়ী আৰু মধ্যভােগীৰহে দৌৰাত্ম্য চলিছিল। অভিযােগ অনসুৰি, এওঁলােকৰ স’তে গােপন বুজাবুজি আছিল এফ চি আইৰ একাংশ বিষয়া-কৰ্মচাৰীৰ।

এফ চি আইৰ ধান ক্রয় কেন্দ্রসমূহত এই চক্ৰটোৰ দৌৰাত্মৰ ফলত ক্রয় কেন্দ্ৰৰ ওচৰেই চাপিব পৰা নাছিল ৯০ শতাংশ প্রকৃত কৃষক। ক্ষুদ্র, উপান্ত আৰু মজলীয়া কৃষকসকলৰ কোনেও এফ চি আইৰ ধান ক্রয় কেন্দ্রসমূহত নিজ উৎপাদিত ধান বিক্ৰী কৰিব পৰা নাছিল।

অভিযােগ অনুসৰি, বহু কৃষকেই ধান বিক্ৰী কৰিব নােৱাৰি ওভতাই লৈ যাবলগীয়া হয়। ধান ক্রয় কেন্দ্রসমূহত প্রকৃত কৃষক ৰাইজ চূড়ান্ত উপেক্ষিত হ’ব লগীয়া হােৱাত পৰৱৰ্তী সময়ত তেওঁলােক ধান ক্রয় কেন্দ্ৰৰ সলনি বিভিন্ন সাপ্তাহিক বজাৰ, বজাৰৰ ব্যৱসায়ীকহে নিচেই কম দামতে ধান বিক্ৰী কৰিবলগীয়া হয়।

ফলত ভীষণ লােকচানৰ সন্মুখীন হয় হেজাৰ হেজাৰ প্রকৃত কৃষক। ইয়াৰ বিপৰীতে কোটি কোটি টকা লাভ কৰে হেজাৰ হেজাৰ ভুৱা কৃষক, মধ্যভােগী আৰু ব্যৱসায়ীহে। এফ চি আইৰ তথ্য অনুসৰি, জিলাকেইখনৰ ধান ক্রয় কেন্দ্রকেইটাত এফ চি আয়ে ১৮৬৮ টকা প্রতিকুইন্টল মূল্যত ধান সমূহ ক্ৰয় কৰিছিল।

অথচ এফ চি আয়ে ধান ক্রয় কৰা সময়ছােৱাত জিলা কেইখনৰ বজাৰসমূহত সেই ধানৰ দাম প্রতি কুইন্টলত প্রায় ১১০০ টকাহে আছিল। তেনে ক্ষেত্ৰত কৃষকৰ পৰা ৭৬৮টকা অতিৰিক্ত দামত এফ চি আইয়ে ধান ক্রয় কেন্দ্র সমূহৰ জৰিয়তে ধান ক্রয় কৰােতে প্রথমাৱস্থাত কৃষক ৰাইজৰ মুখত হাঁহি বিৰিঙিছিল যদিও সেই হাঁহি মৰহিবলৈ বেছি পৰ নালাগিল।

কিয়নাে এফ চি আই ধান ক্রয় কেন্দ্ৰৰ অলেখ নিয়ম,ভুৱা কৃষক,মধ্যভােগী আৰু ব্যৱসায়ীৰ দপনিত ক্রয় কেন্দ্ৰৰ কাষেই চাপিব নােৱাৰিলে হেজাৰ হেজাৰ প্রকৃত কৃষক। জিলা কেইখনৰ ১০টা ধান ক্রয় কেন্দ্ৰৰ জৰিয়তে নগাঁও এফ চি আয়ে ১২৩ কোটি ১২লাখ ২৫ হেজাৰ ৬৯৯টকাৰ ধান ক্রয় কৰিলেও উপেক্ষিত হৈ ৰ’ল হেজাৰ হেজাৰ প্রকৃত কৃষক।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: FCINagaon
publisher

publisher

Related Posts

অনির্দিষ্টকালীন কৰ্মবিৰতিত চাফাই কৰ্মচাৰী, দুর্গা পূজাৰ পূৰ্বে দুৰ্গন্ধময় চহৰ
Assam

October 1, 2026
UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক
India

UPI লেনদেনত অতিৰিক্ত মাচুলৰ আশংকা, ডিজিটেল লেনদেনৰ পৰা আঁতৰি যাব পাৰে গ্ৰাহক

October 1, 2026
‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো
India

‘বেবী ফুড’ৰ নামত বন্ধ হ’ব ভুৱা বিজ্ঞাপন, পেকেটত নাথাকিব মাতৃ-শিশুৰ ফটো

October 1, 2026
মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত
Assam

মুখ্যমন্ত্ৰীৰ কনভয় পাৰ হ’বলৈ এম্বুলেঞ্চ ৰখোৱাৰ অভিযোগ, কাছাৰত চাৰি আৰক্ষী নিলম্বিত

October 1, 2026
ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী
India

ভাৰত-ম্যানমাৰ সীমান্তৰ নাগা নাগৰিকৰ নিৰাপত্তাক লৈ কেন্দ্ৰ-ৰাজ্য চৰকাৰক জৰুৰী পদক্ষেপৰ দাবী

October 1, 2026
উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন
Assam

উত্তৰ-পূব সীমান্ত ৰেলৱেৰ মহাপ্ৰবন্ধক শ্রীবাস্তৱৰ দ্বাৰা ছাইৰাং ৰেল ষ্টেছন

October 1, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d