Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Gaurav Gogoi Campaigning in Mariani Tea Gardens:মৰিয়নিৰ বাগিছাই বাগিছাই গৌৰৱ গগৈৰ মাৰাথন নিৰ্বাচনী অভিযান

publisher by publisher
April 2, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Gaurav Gogoi Campaigning in Mariani Tea Gardens:মৰিয়নিৰ বাগিছাই বাগিছাই গৌৰৱ গগৈৰ মাৰাথন নিৰ্বাচনী অভিযান
1
SHARES
12
VIEWS
ShareShareShareShare

Gaurav Gogoi Campaigning in Mariani Tea Gardens:

সমাগত লোকসভা নিৰ্বাচনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত প্ৰতিটো ৰাজনৈতিক দলে নিৰ্বাচনী প্ৰচাৰাভিযানত উবুৰি খাই পৰিছে ৷

ADVERTISEMENT

যোৰহাট লোকসভা সমষ্টিৰ শাসক আৰু বিৰোধী ঐক্যমঞ্চৰ দুই হাইপ্ৰফাইল প্ৰাৰ্থী বিজেপিৰ তপন গগৈ আৰু কংগ্ৰেছৰ গৌৰৱ গগৈয়ে সংসদীয় সমষ্টিটোৰ বিভিন্ন স্থানত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে ৷

RelatedPosts

APCC disciplinary committee has issued a notice to five Congress leaders to show cause:লোকসভা নির্বাচনত দল বিৰোধী কার্যকলাপ

RSS is Upset With the BJP:বিজেপিক লৈ ক্ষুণ্ণ নেকি আৰএছএছ ?

Samajwadi Party New Mp Priya Saroj::উচ্চতম ন্যায়ালয়ত ওকালতি কৰি এইবাৰ সমাজবাদীৰ টিকটত সাংসদ নির্বাচিত প্রিয়া

আনহাতে মৰিয়নিৰ বাগিছাই বাগিছাই গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰত নামি পৰিছে ৷ মৰিয়নীৰ কে’বা খনো বাগিছাত আজি প্ৰাৰ্থী গৰাকী উপস্থিত হৈ বাগিছা লাইনৰ শ্ৰমিক সকলৰ স’তে মতবিনিময় কৰি বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷ তেওঁ কয়, বৰ্তমান ৰাজ্য খনত এক ছিণ্ডিকেটৰ চৰকাৰ চলি আছে৷ বাগিছা সমূহ ব্যক্তিগত খণ্ডলৈ বিক্ৰী হৈছে বাগিচাৰ ৰাইজে পট্টাটো বাদেই ভূমিহীন হৈ যাব লাগিব তাৎপৰ্যপূৰ্ণ মন্তব্য প্ৰকাশ কৰে। আগন্তুক নিৰ্বাচনত ৰাইজে বিজেপিক উচিত প্ৰত্যুত্তৰ দিবলৈ ৰাইজক আহ্বান জনাই ৷

gurav gogoi 2উল্লেখ্য যে,কলিয়াবৰৰ সাংসদ গৰাকীয়ে সোমবাৰে যোৰহাট সংসদীয় সমষ্টিৰ অন্তগৰ্ত শিৱসাগৰ বহু কেই খন বাগিছাত উপস্থিত হৈ প্ৰচাৰ চলাই ৷ তেওঁ কয়,ৰাজতন্ত্ৰত এজন ৰজা থাকে। ৰজাৰ এটা মহল থাকে। কিছু মন্ত্রী থাকে। এই ৰজা আৰু মন্ত্ৰীয়ে নিজে বহি এটা সিদ্ধান্ত লয় আৰু সেই সিদ্ধান্তকে ৰাইজে মানিবলগীয়া হয়। যদি ৰাইজে ৰজাৰ এই আদেশ নামানে তেন্তে ৰজাই এনে প্ৰজাক কাৰাগাৰলৈ পঠাই দিয়ে। এয়া হ’ল বর্তমানৰ ৰাজতন্ত্র।

নির্বাচন হ’ল আধুনিক লোকতন্ত্রৰ এটা গুৰুত্বপূর্ণ স্তম্ভ। লোকতন্ত্র হ’ল ৰাইজৰ ইচ্ছ্য প্রকাশ কৰাৰ এটা পৰিৱেশ। সেয়ে আজিৰ পৰিবেশ-পৰিস্থিতিত অসম আৰু ভাৰতৰ ৰাইজে সিদ্ধান্ত লব লাগিব যে ৰাইজে ৰাজতন্ত্র বিচাৰে নে লোকতন্ত্র বিচাৰে।’

শিৱসাগৰ জিলা কংগ্ৰেছৰ কাৰ্যালয় ৰাজীৱ ভবনত সোমবাৰে যোৰহাট লোকসভা সমষ্টিৰ কংগ্রেছ প্রার্থী গৌৰৱ গগৈয়ে এক সংবাদেমলত এইদৰে উল্লেখ কৰি লগতে কয়, ‘অসমৰ কথা ক’বলৈ গ’লে অসমৰ ৰাইজে ‘কা’ নামানে, ‘কা’ৰ বিৰুদ্ধে মাত মাতিলে ক’ৰবাত আৰক্ষীয়ে ধাৰা ১৪৪ লগাই দিছে বা জেললৈ পঠাই দিছে অথবা তেওঁলোকক ব্লেকমেইল কৰিছে।

‘কা’ মাত্র এটা উদাহৰণহে। বর্তমান সময়ত আমি লাহে লাহে স্বৈৰতন্ত্ৰৰ দিশলৈ যে গৈ আছো সেইটো অতিকৈ গুৰুত্বপূর্ণ।ৰাইজে যি ক’বলৈ আছে এতিয়াই ক’ব লাগিব। বর্তমান চীন আৰু ৰাছিয়াৰ দৰে। দেশ ৰাজতন্ত্রৰ দৰে হৈ পৰিছে। চীন দেশত বিৰোধী বুলি কোনো কথা নাই। কিন্তু আমি ভাৰতৰ মানুহে ভাৰতখনক চীন বা ৰাছিয়া হোৱাটো নিবিচাৰো, আমি ভাৰতক ভাৰত হৈ থকাটোহে বিচাৰো। যিহেতু ভাৰত হৈছে পৃথিৱীৰ ভিতৰত বৃহত্তম এখন গণতন্ত্রেৰ দেশ।’ তেওঁ কয় যে গণতন্ত্র হ’ল য’ত ৰাইজে নিজৰ উন্নয়ন, নিজৰ প্রগতি, নিজৰ সপোন, নিজৰ সমস্যাসমূহ কেনেদৰে নিজৰ ইচ্ছামতে সমাধান হোৱাটো ভাবে আৰু এই কথাবিলাক প্রকাশ কৰাটোৱেই হৈছে গণতন্ত্র। সেয়ে ৰাইজে নির্বাচিত কৰা চৰকাৰে ৰাইজৰ দাবী অনুসৰি কাম কৰে। ‘সেই কাৰণে আমি নিজকে ৰাইজৰ সেৱক’ বুলি কওঁ।

এয়া হৈছে ৰাজতন্ত্র আৰু গণতন্ত্ৰৰ মাজত পার্থক্য। স্বর্গদেউ চ্যাওলুং চ্যুকাফাই ৰাজতন্ত্রৰ জৰিয়তে বৰ অসম গঢ়িছিল যদিও স্বর্গদেরে ৰাজতন্ত্রৰ ভিতৰত লোকতন্ত্র প্রতিষ্ঠা কৰি থৈ গৈছিল। যাৰ বাবে ৰাজতন্ত্রত বাস কৰিও প্রজাই লোকতন্ত্রৰ কথা ক’বলৈ সুবিধা পাইছিল, কিন্তু বর্তমান সময়ত পৰিবেশ-পৰিস্থিতিত লোকতন্ত্র নহয় বৰঞ্চ ৰাজতন্ত্র চলি আছে।’ এইদৰে বর্তমান চৰকাৰক সমালোচনা কৰি গৌৰবে কয় যে শাসনৰ গাদীত বহি থকাগৰাকীয়ে নিজকে ৰাইজৰ সেৱক বুলি নহয় ৰাইজৰ ৰজা বুলিহে গণ্য কৰে।

সেয়ে বর্তমান সময়ত অসমৰ ৰাইজে সেৱক নে এজন ৰজাক বিচাৰে ইয়াক বিশ্লেষণ কৰিব লাগিব বুলি গৌৰৱে মন্তব্য কৰে। তেওঁ আৰু কয় যে যদি আমি বাস্তবিকভাবে কথাবিলাক চিন্তা কৰো তেন্তে নির্বাচনৰ পূর্বে ৰাইজৰ কথাবিলাক শুনিব আৰু বুজিবলৈ যত্ন কৰিব লাগে। তেওঁ কয়, ‘এতিয়ালৈকে প্রথম পর্যায়ৰ নির্বাচনলৈ ১৫-১৬ দিন আছে। এতিয়ালৈকে উজনি অসমৰ মূল মূল কি সমস্যা আছে আমি বিভিন্ন মঞ্চত শুনা পোৱা নাই। আন্তঃগাঁথনিৰ ক্ষেত্ৰত উজনিৰ ৰাইজে কি বিচাৰে, উজনিৰ ছাত্র সমাজে উজনি অসমৰ শৈক্ষিক প্রতিষ্ঠানসমূহক লৈ ৰাষ্ট্রীয় শিক্ষানীতিক লৈ নীট পৰীক্ষালৈ কি সুবিধা-অসুবিধাৰ সম্মুখীন হৈ আছে ইয়াৰ ওপৰত কোনেও আলোচনা কৰা নাই।’

অসমৰ চাহ বাগানবিলাক এটা ছিণ্ডিকেটৰ যোগেদি ক্ৰয় কৰা হৈছে চাহ বাগানৰ সন্দৰ্ভত প্রার্থীজনে কয়, ‘বর্তমান সময়ত অসমৰ চাহ বাগানবিলাক এটা ছিন্ডিকেটৰ যোগেদি ক্রয় কৰা হৈছে। কেন্দ্ৰৰ বিজেপি চৰকাৰৰ কিছু শক্তিশালী কেন্দ্রীয় মন্ত্রীৰ ঘনিষ্ঠই আজি অসমৰ বাগান ক্রয় কৰিছে, কিন্তু এই চাহ বাগানসমূহ চলাবলৈ নহয় বৰঞ্চ বাগানসমূহ বন্ধ কৰি বাগানত নিয়োজিত হৈ থকা শ্রমিকসকলক বাগানৰ পৰা খেদি তাৰ ঠাইত বেলেগ বেলেগ উদ্যোগ স্থাপন কৰাৰ পৰিকল্পনা কৰিছে।

এই বাগানসমূহ বন্ধ হৈ পৰাৰ লগে লগে ইয়াত নিয়োজিত হৈ থকা লাখ লাখ চাহ শ্রমিক খন্তেকতে কর্মহীন হৈ পৰাৰ সমান্তৰালভাৱে ভূমিহীন হৈ পৰিব। তেওঁলোকৰ পি এফ নাথাকিব, ৰেছন নাথাকিব, গ্রেছুবেটি নাথাকিব, এম্বুলেন্স নাথাকিব, স্কুল নাথাকিব, হাস্পতাল নাথাকিব। বাগান ক্রয় কৰি কোনো ৰাজনৈতিক নেতা ব্যক্তিগতভাবে লাভালাভ হ’ব, কিন্তু ইয়াৰ বিপৰীতে বাগানৰ শ্রমিকসকল, অসমৰ ৰাইজ লাভালাভ নহয়।’ তেওঁ পুনৰ কয়, ‘যিহেতু অসমৰ শ্রমিকসকলে মাটিৰ পট্টা বিচাৰে। যদি ঘৰ-ভূমি নাথাকে তেতিয়া ক’ত যাব এইসকল শ্রমিক।

ইতিমধ্যে বাগান ক্রয়-বিক্রয়ক লৈ এক ভয়ংকৰ কেলেংকাৰি সংঘটিত হৈ আহিছে।’ এই কেলেংকাৰি এছবি আইৰ নির্বাচনী বণ্ডতকৈ অধিক ভয়ানক কেলেংকাৰি বুলি তেওঁ উল্লেখ কৰে। সাংবাদিকে সোধা এক প্রশ্নৰ উত্তৰত তেওঁ কয় যে কিবা কাম কৰিবলৈ হ’লে জনগণৰ লগত আলোচনা কৰি কৰিলেহে সেই আঁচনি সফল ৰূপায়ণ হ’ব। কলিয়াবৰ সমষ্টিৰ সাংসদ হিচাপে দায়িত্ব পালন কৰোতে নিজা সাংসদ উন্নয়ন পুঁজিৰে ৩০ খন চাহ বাগানত এম্বুলেন্স দিবলগীয়াত পৰিছিল।

যিটো কাম চৰকাৰে নিজা পুঁজিৰে কৰিব লাগিছিল যদিও সেই কাম চৰকাৰৰ পুঁজিৰে নকৰাৰ বাবে ব্যক্তিগত সাংসদ পুঁজিৰে কৰিবলগীয়াত পৰিছে। চৰকাৰখনে জনগণৰ স্বাৰ্থত জনগণৰ উন্নয়নৰ বাবে যি আঁচনি হাতত ল’ব লাগে তেনে নকৰি নিজাববীয়াকৈ এক সিদ্ধান্ত গ্রহণ কৰি কামবিলাক কৰি অহাৰ ফলশ্রুতিত কামসমূহ বিফল হৈছে। তেওঁ কয়, ‘আনকি চৰকাৰে নতুন সংসদ ভৱন নির্মাণ কৰাৰ সময়ছোৱাটো বিৰোধী দলসমূহৰ পৰা কোনো মত নোলোৱাৰ ফলশ্রুতিত সংসদৰ ভিতৰত কেইজনমান যুৱকে প্রৱেশ কৰি এক অপ্রীতিকৰ পৰিবেশ সৃষ্টি কৰিবলৈ সুবিধা লাভ কৰিছিল।’

যোৰহাট লোকসভা সমষ্টিৰ পৰা তেওঁ জয়ী হ’লে সমষ্টিবাসী ৰাইজৰ মতক সম্মান জনাই সমষ্টিৰ উন্নয়নৰ স্বার্থত কাম কৰিম বুলি গগৈয়ে উল্লেখ কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Gaurav Gogoi CampaigningLoksabha Election 2024Mariani Tea Gardens
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d