Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

APSC Scam is a Drama To Protect The Culprits:দোষীক সুৰক্ষা দিবলৈহে তদন্তৰ নাটক !

এপিএছচিৰ অন্তহীন আখ্যান,ছমাহ উকলি যোৱাৰ পাছতো নাই ফলাফল, মন্ত্ৰী-বিধায়কৰ আত্মীয়-ঘনিষ্ঠৰ কেলেংকাৰি ফাদিলৰ লগে লগে সকলো নিশ্চুপ, চৰকাৰী সাক্ষীৰ ওলোটা খৰত অথন্তৰ আদালতত, নথিপত্ৰ পৰীক্ষা, এজন বিষয়াক চমন

publisher by publisher
April 3, 2024
in India, Assam, News
Reading Time: 2 mins read
0
APSC Scam is a Drama To Protect The Culprits:দোষীক সুৰক্ষা দিবলৈহে তদন্তৰ নাটক !
2
SHARES
16
VIEWS
ShareShareShareShare

APSC Scam is a Drama To Protect The Culprits:

অসম লোকসেৱা আয়োগ (এপিএছচি)তসংঘটিত বিয়াগোম কেলেংকাৰিক চৰকাৰে কৌশলৰে এৰাই চলিব বিচৰাটো স্পষ্ট হৈছে। কেলেংকাৰিৰ অভাৱনীয় কাণ্ড চৰকাৰৰ মুখৰ খজুৱতি মৰা পৰ্যায়লৈহে পর্যবসিত হৈছে। ইয়াক লৈ অব্যাহত থকা তদন্ত প্ৰক্ৰিয়াৰ জৰিয়তে কিছু সংখ্যক বিশেষ অভিযুক্তক সুৰক্ষা দিবলৈ বিচৰা বুলি ব্যাপকভাৱে চর্চিত হৈছে। সেইবাবেই অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মাৰ
প্রতিবেদন তথা বিশেষ তদন্তকাৰী গোট(এছআইটি) কাৰো প্ৰতিয়েই চৰকাৰৰ দায়বদ্ধতা প্রত্যক্ষ হোৱা নাই।

ADVERTISEMENT

শেহতীয়াকৈ অৱশ্যে এছআইটি হঠাৎ বিষয়টোক লৈ তৎপৰ হৈ উঠে ৷এই তৎপৰতাক লৈ সংশ্লিষ্ট মহলবোৰত চর্চাও সমানে চলিছে। চর্চা অনুসৰি, ন্যায়ালয়ক উত্তৰ দি দায় সাৰিব বিচৰাৰ কৌশল হিচাপেহে এইধৰণৰ হঠাৎ তৎপৰতা প্ৰদৰ্শন কৰা হৈছে। ইয়াৰ মাজতে আজি বিশেষ আদালতত এগৰাকী চৰকাৰী সাক্ষীক লৈ চৰকাৰ গভীৰ অস্বস্তিত পৰে।

RelatedPosts

Cyber Fraud & Illegal SIM Racket:চাইবাৰ আৰক্ষীৰ জালত পাঁচ কুখ্যাত চাইবাৰ অপৰাধী

Judicial Custody:ন্যায়িক জিম্মালৈ প্ৰেৰণ শেখৰজ্যোতি গোস্বামী-অমৃতপ্রভা মহন্তক, চিআইডি জিন্মাত আছিল দুয়োজন অভিযুক্ত

গুৱাহাটীত চিআইডিৰ কাৰ্যালয়ত আছাম এছ’চিয়েচনৰ সভাপতি অভিমন্যু তালুকদাৰ! 

উল্লেখ্য যে ডিব্ৰুগড় আৰক্ষী থানাত ৰুজু হৈ থকা এপিএছচিৰ ২০১৩ৰ কেলেংকাৰিৰ গোচৰটোৰ মঙলবাৰে বিশেষ আদালতত শুনানি অনুষ্ঠিত হয়। এই শুনানিত উপস্থিত থাকে ২০১৭ত চৰকাৰৰ হৈ সাক্ষ্য প্ৰদান কৰা সুকন্যা শর্মা; কিন্তু আজি সাক্ষী গৰাকীয়ে আদালতত কয় যে তেতিয়া তেওঁ কি ভাষ্য দিছিল সেয়া এতিয়া মনত নাই।

সাক্ষীৰ এই বক্তব্যত চৰকাৰী অধিবক্তা গভীৰ অস্বস্তিত পৰে; অথচ সাক্ষীগৰাকীয়ে চিআৰপিচিৰ ১৬১ আৰু ১৬৪ ধাৰাত সাক্ষ্য প্রদান কৰিছিল। শৰ্মাৰ এই বক্তব্যৰ ফলত চৰকাৰী অধিবক্তাই উপায়ান্তৰ হৈ তেওঁৰ নাম সাক্ষীৰ তালিকাৰ পৰা কৰ্তন কৰিবলৈ বাধ্য হয়। বিপ্লৱ কুমাৰ শৰ্মা আয়োগে প্রতিবেদন দাখিল কৰাৰ পাছত চৰকাৰে তাৰ ভিত্তিত দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ পৰিৱৰ্তে ইখনৰ পাছত সিখন সমিতিহে গঠন কৰে।

প্ৰথমতে মুখ্য সচিবৰ অধ্যক্ষতাত এখন সমিতি গঠন কৰা হয়। তাৰ পাছত গঠন কৰা হয় এছআইটি। ডিব্ৰুগড় আৰক্ষীৰ তদন্তত জালিয়াতিৰ আশ্রয় লোৱা বুলি অভিযোগ উত্থাপিত কে’বাজনো ৰাজপত্ৰিত বিষয়াৰ নাম ৰহস্যজনকভাৱে বাদ পৰিছিল। শর্মা আয়োগে সেই নামবোৰ পোহৰলৈ অনাৰ পৰিপ্ৰেক্ষিতত মূলতঃ এছআইটি গঠন কৰা হৈছিল। বিগত বৰ্ষৰ ২৮ ছেপ্টেম্বৰত গঠন কৰা এছআইটিৰ কাৰ্যকাল আছিল ছমাহ।

এই সময়সীমাৰ ভিতৰত এছআইটিয়ে প্রয়োজনীয় ব্যৱস্থা গ্রহণ কৰিব লাগিছিল। যোৱা ২৮ মার্চত এছআইটিৰ কাৰ্যকাল উকলি যায়; কিন্তু এই সময়ছোৱাৰ ভিতৰত এছআইটিয়েনো কি কৰিলে সেয়া এতিয়া এক বৃহৎ প্রশ্ন। ডিব্ৰুগড় আৰক্ষীয়ে বিচাৰি নোপোৱা অথচ আয়োগে বিচাৰি পোৱা কেলেংকাৰিত লিপ্তসকলৰ মাজৰ ২০ জনৰো অধিক অভিযুক্তক এছআইটিয়ে যোৱা ছমাহৰ ভিতৰত সোধপোছ কৰিলে।

ইয়াৰ বিপৰীতে গ্ৰেপ্তাৰ কৰে মাত্র পাঁচজনকহে। তদুপৰি গ্ৰেপ্তাৰ কৰা হয় এজন প্রাক্তন প্রধান পৰীক্ষা নিয়ন্ত্রকক। বাকীসকলক জেৰা কৰাতেই দায়িত্ব শেষ কৰা বুলি চর্চা অব্যাহত আছে। এই ছমাহত এছআইটিয়ে ক’তো প্রতিবেদন দাখিল নকৰিলে। আদালতত অভিযোগনামাও মাত্র দায় সাৰিবৰ বাবেহে দুজনৰ বিৰুদ্ধে আংশিকভাৱে দাখিল কৰা হয় বুলি বিষয়টোৰ ওপৰত দৃষ্টি ৰখাসকলৰ মাজত চৰ্চিত হৈ আহিছে।

বিষয়টোৰ প্ৰসংগত অসম আৰক্ষীৰ শীৰ্ষ সূত্রই উল্লেখ কৰে যে শৰ্মা আয়োগৰ প্রতিবেদনে এনে কে’বাগৰাকী ৰাজপত্ৰিত বিষয়াৰ জালিয়াতি ধৰা পেলায় যিসকলক লৈ চৰকাৰ গভীৰ অস্বস্তিত পৰে। কোনোবা যদি চৰকাৰৰ এৰাব নোৱৰা ঘনিষ্ঠ কাৰোবাৰ আত্মীয়, কোনোবা আকৌ চৰকাৰৰ ঘনিষ্ঠ ঠিকাদাৰৰ ঘৰৰ আত্মীয়। জালিয়াতিত লিপ্তৰ অভিযোগ উত্থাপিত হোৱা সত্ত্বেও নৱনীতা শৰ্মা, নন্দিনী কাকতি, ৰুমিৰ তিমুংপি আদি বিষয়াসকল ইয়াৰ উদাহৰণ।

মন্ত্ৰী, বিধায়কৰ ঘৰৰ মানুহৰ বিৰুদ্ধে ব্যৱস্থা গ্রহণক সম্পূর্ণ একাষৰীয়া কৰাৰ পৰিণতিতে কার্যতঃ এপিএছচিৰ কেলেংকাৰি চৰকাৰখনৰ বাবে কেবল মুখৰ খজুৱতি মৰা এক বিষয় হৈ পৰিছে।

মঙলবাৰে হঠাৎ এছআইটিৰ এটা দল এপিএছচিৰ কাৰ্যালয়ত উপস্থিত হৈ বিভিন্ন নথি-পত্ৰ পৰীক্ষা কৰে। জ্যেষ্ঠ আৰক্ষী বিষয়া প্রতীক থুবেৰ নেতৃত্বত যোৱা দলটোৱে ২০১৩ আৰু ২০১৪ৰ পৰীক্ষাৰ নথি একাংশ চোৱাৰ লগতে কিছু সংখ্যক নথি সংগ্রহ কৰিও নিয়ে। ইয়াৰ উপৰি এজন নিয়োগ বিষয়াক চমন জাৰি কৰে। মৃদুল হাজৰিকা নামৰ বিষয়াজনক আজি আৰক্ষীৰ অপৰাধ অনুসন্ধান বিভাগ (চিআইডি)ৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।

এছআইটিৰ তৎপৰতা এনেদৰে বৃদ্ধি হোৱাৰ অন্তৰালত ন্যায়ালয়ৰ ৰোষৰ পৰা হাত সৰাৰ কৌশল বুলিও সমানে চর্চা চলিছে। কাৰণ ন্যায়ালয়ৰ হেঁচাতে এছআইটি গঠন কৰা হৈছিল। সেই এছআইটিৰ ছমাহতো ফলাফলকেন্দ্রিক কোনো দিশ নোলোৱাত যিকোনো মুহূৰ্তত ন্যায়ালয়ৰ ৰোষত পৰাৰ সম্ভাৱনা আছে। তাৰ বাবেই হঠাৎ এনেধৰণৰ সক্ৰিয়তা এছআইটিয়ে বৃদ্ধি কৰাৰ চৰ্চা এতিয়া সুলভ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APSC ScamCIDProtect The Culprits
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d