Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    ‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

    দেশে-বিদেশে চর্চালৈ নেহা বৰাৰ ‘ৱান পিচ’ লিখা টি-শ্বার্ট

    কুম্ভমেলাৰ স্থানৰ কাষতে ভূগর্ভস্থ পানীত কৰ্কটৰ ‘বিষ’

    কৃত্ৰিম উপগ্ৰহৰ তথ্যঃ ভয়ংকৰ ভৱিষ্যতৰ আগজাননী!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News

APSC Scam : বিপ্লৱ শৰ্মাৰ বাৰশ পৃষ্ঠাৰ প্ৰতিবেদনত বহু বিস্ফোৰক তথ্য সন্নিৱিষ্ট

publisher by publisher
February 18, 2025
in Assam, Crime, India, News
Reading Time: 2 mins read
0
APSC Scam : বিপ্লৱ শৰ্মাৰ বাৰশ পৃষ্ঠাৰ প্ৰতিবেদনত বহু বিস্ফোৰক তথ্য সন্নিৱিষ্ট
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

APSC:এপিএছচিৰ ৩৪ বিষয়াৰ বিচাৰৰ ধাৰা আৰোপৰ শুনানি আৰম্ভ

APSC:বক্ৰপথেৰে চাকৰি লোৱা ১৩ নিলম্বিত ৰাজপত্ৰিত বিষয়াই নাপালে সকাহ

Bhupen kumer Bora:ভগৱানেও ক্ষমা নকৰে হিমন্ত বিশ্ব শৰ্মাক

APSC Scam :

কোকৰাঝাৰ বিধান পৰিষদ ভৱনত সোমবাৰে অনুষ্ঠিত হোৱা অসম বিধানসভাৰ এদিনীয়া বাজেট অধিৱেশনত চৰকাৰে দাখিল কৰা বহুচৰ্চিত বিপ্লৱ শৰ্মাৰ বাৰশ পৃষ্ঠাৰ প্ৰতিবেদনত বহু বিস্ফোৰক তথ্য পোহৰলৈ আহিছে ৷এপিএছচি কেলেংকাৰীৰ অন্যতম খলনায়ক ৰাকেশ পালক অসম লোকসেৱা আয়োগৰ স্থায়ী অধ্যক্ষ পাতিবলৈ ২০১৩চনত কেলেংকাৰীৰ আন এজন বহু বিতৰ্কিত অভিযুক্ত ডাঃ মৃগেন শইকীয়াৰ জৰিয়তে সাক্ষাৎ কৰা হৈছিল সেই সময়ৰ মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈক।

ADVERTISEMENT

ইয়াৰ পিছৰে পৰা প্ৰায়ে সময়ে সময়ে মুখ্যমন্ত্ৰী গৰাকীক সাক্ষাৎ কৰি আহিছিল ৷ প্ৰতিবেদনত উল্লেখ থকা মতে ৰাকেশ পালে যেতিয়াই মুখ্যমন্ত্ৰী গগৈ সাক্ষাৎ কৰে ,তেতিয়াই লৈ গৈছিল কেতবোৰ উপহাৰ। অৱশ্যে পৰৱৰ্তী সময়ত ৰাকেশ পালকে স্থায়ী অধ্যক্ষ ৰূপে নিযুক্তি দিছিল মুখ্যমন্ত্ৰী গগৈয়ে ৷আনহাতে প্ৰতিবেদনত উল্লেখ থকা আন এক তথ্যানুসৰি গৌৰৱ গগৈৰ বিয়াত ৰাকেশ পালে উপহাৰ স্বৰূপে দিছিল সোনৰ চেইন,আঙুঠি আৰু ব্ৰেচলেট৷

আনহাতে প্ৰতিবেদনত উল্লেখ আছে সেই সময়ৰ কেএমচিচিৰ দুই নেতা অখিল গগৈ ,কমল কুমাৰ মেধি(বৰ্তমান ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ) আৰু আৰটিআই কৰ্মী দুলাল বৰাৰ নাম ৷ ৰাকেশ পালে গগৈক সাক্ষাৎ পাব বিচাৰিছিল যদিও নিৰ্ধাৰিত দিনটোত গগৈয়ে সাক্ষাৎ নিদি বৰং কেএমচিচিৰ আন এজন নেতা কমল কুমাৰ মেধিৰে যোগযোগ কৰিবলৈ কয় পালক ৷ সেই অনুসৰি কমল মেধি পালে দিয়ে ৩ লাখ টকা ৷ একেদৰে এপিএছচি কেলেংকাৰী মিটমাট কৰিবৰ বাবে আই পি এছ বিষয়া এপি তিৱাৰীকো দিয়ে ২ লাখ টকা ৷

উল্লেখ্য যে বিপ্লৱ শৰ্মাৰ আয়োগৰ পৃষ্ঠাই পৃষ্ঠাই বহু ৰৌ-বৰালীৰ নাম সন্নিৱিষ্ট আছে ৷ আছুৰ জ্যেষ্ঠ নেতাৰ পৰা আৰম্ভ কৰি বিয়াগোম চৰকাৰী বিষয়াৰ ঘনিষ্ঠ আৰু অঙহীবঙহীয়ে ৰাকেশ পালৰ জৰিয়তে লাভ কৰিছিল এচিএছ- এপিএছ ৷

প্রাক্তন কংগ্রেছী বিধায়ক সুমিত্রা পাটিৰৰ পৰিয়ালৰ ৩ সদস্যই লাভ কৰিছিল চাকৰি ৷ সুমিত্রা পাটিৰৰ বৰপুত্ৰ জৱাহৰ পাটিৰ , দ্বিতীয় পুত্ৰ কপূৰ পাটিৰে লাভ কৰিছিল এচিএছ ৷ একেদৰে চাকৰি পাইছিল সুমিত্রা পাটিৰৰ বোৱাৰী তথা জৱাহৰ পাটিৰৰ পত্নী মীনাক্ষী পামেই৷

আনহাতে,ন্যায়াধীশ বিকে শৰ্মাৰ আয়োগৰ প্ৰতিবেদনত বিস্ফোৰক তথ্যানুসৰি এপিএছচিৰ সহকাৰী পৰীক্ষা নিয়ন্ত্রক পবিত্ৰ কৈৱৰ্তৰ জীয়ৰী লীনা দাসে লাভ কৰিছিল কৰ পৰিদৰ্শকৰ চাকৰি ৷ভতিজা ভাৰ্গৰমুনি দাসে পাইছিল এপিএছ ৷
পবিত্র কৈৱৰ্তৰ কন্যা লীনা দাস মঙলদৈৰ প্রাক্তন বিজেপি বিধায়ক গুৰুজ্যোতি দাসৰ পত্নী ৷
একেদৰে কৈৱৰ্তৰ দ্বিতীয় গৰাকী কন্যা নির্মালী দাসেও ২০০৯ত লাভ কৰিছিল এপিএছৰ চাকৰি৷ বৰ্তমান অসম মীন নিগমৰ অধ্যক্ষ গুৰুজ্যোতি দাসৰ ঘনিষ্ঠ বিজেপি নেতা নিতাই ঘোষঁৰ পুত্ৰই পাইছিল এপিএছ ৷

আনহাতে,ন্যায়াধীশ বিকে শৰ্মাৰ আয়োগৰ প্ৰতিবেদনত পোহৰলৈ অহা আন এক বিস্ফোৰক তথ্য মতে মেট্রিকত তৃতীয় বিভাগত উত্তীর্ণ হৈও কে’বাজনেও লাভ কৰিছিল এপিএছচিৰ চাকৰি৷ ভাগ্যৱান প্ৰাৰ্থী সকল আছিল সুশোভন দাস,
এন বেনথৈ ছানু,সৰোজ সোণোৱাল,ভৰত কুমাৰ পেগু,পদ্ম কুমাৰ পেগু,মামনি হাজৰিকা আৰু বিকাশ কুনাৰ পিন্সা।

# আছুৰ মুখ্য উপদেষ্টা ড: সমজ্জুল ভট্টাচাৰ্যৰ ঘনিষ্ঠও লাভ কৰিছিল এপিএছচি চাকৰি:

ন্যায়াধীশ বিকে শৰ্মাৰ আয়োগৰ প্ৰতিবেদনত উল্লেখ থকা তথ্য অনুসৰি আছুৰ মুখ্য উপদেষ্টা ড: সমজ্জুল ভট্টাচাৰ্যৰ ঘনিষ্ঠ জন দাসে (বৰ্তমান অতিৰিক্ত আৰক্ষী অধীক্ষক ৰূপে কৰ্মৰত)লাভ কৰিছিল এপিএছ ৷

এপিএছচিৰ পৰীক্ষা নিয়ন্ত্ৰক এ এন বি সিনহাৰ কন্যাই লাভ কৰিছিল এচিএছ ৷ আৰটিআই কৰ্মী অকৰাম প্ৰশান্ত সিঙৰ ঘনিষ্ঠ প্ৰতাপ দাসেও লাভ কৰিছিল এপিএছ ৷

# NRC ৰ প্ৰাক্তন সমন্বয়ক অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া হিতেশ দেৱশৰ্মাৰ পুত্ৰও লাভ কৰিছিল এপিএছ

এন আৰ চিৰ প্ৰাক্তন সমন্বয়ক অৱসৰপ্ৰাপ্ত এচিএছ বিষয়া হিতেশ দেৱশৰ্মাৰ পুত্ৰ গীতাৰ্থ দেৱশৰ্মাৰ পুত্ৰয়েও ৰাকেশ পালৰ জৰিয়তে লাভ কৰিছিল অসম আৰক্ষী সেৱাৰ চাকৰি ৷

# কমল মেধিয়ে ৰাকেশ পালৰ পৰা ৩ লাখ টকা লোৱাৰ তথ্য প্ৰতিবেদনত অহাৰ পিছতে অখিল গগৈয়ে বিচাৰিছে স্পষ্টীকৰণ

বিপ্লৱ শৰ্মা তদন্ত আয়োগৰ প্ৰতিবেদনত কমল মেধিয়ে ৰাকেশ পালৰ পৰা ৩ লাখ টকা লোৱাৰ তথ্য প্ৰতিবেদনত অহাৰ পিছতে জাঙুৰ খাই উঠিছে ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ৷ এই সন্দৰ্ভত সামাজিক মাধ্যমত প’ষ্ট কৰি গগৈয়ে উল্লেখ কৰে যে ‘কেলেংকাৰীৰ তদন্ত আয়োগৰ প্ৰতিবেদনৰ দ্বিতীয় খণ্ডৰ ৫০৭ পৃষ্ঠাত মোৰ নামত বৰ্তমানৰ বিজেপি নেতা কমল কুমাৰ মেধিয়ে ২০১৪ চনত ৩ লাখ টকা খোৱা বুলি ওলাইছে। এই ক্ষেত্ৰত কমল মেধিয়ে ৰাজহুৱাকৈ দিয়ক স্পষ্টীকৰণ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APSC Scambk sarma Commission
publisher

publisher

Related Posts

ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে
India

‘ছাইফনিং’ পদ্ধতিৰে হিমবাহ হ্ৰদৰ জলস্তৰ কমালে ভূটানে

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d