Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Fake Gomochas Sent From Gujarat:গুজৰাটৰ পৰা প্ৰেৰণ নকল গামোচা !

হাতে বোৱা বুলি অসাধু ব্যবসায়ীয়ে বিক্ৰী কৰে, অবৈধ বেহা প্ৰতিৰোধত নির্লজ্জভাবে ব্যর্থ সংশ্লিষ্ট সকলো কর্তৃপক্ষ, বিহুৰ প্রাকক্ষণতহে সক্রিয়তা প্রদর্শন

publisher by publisher
April 5, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Fake Gomochas Sent From Gujarat:গুজৰাটৰ পৰা প্ৰেৰণ নকল গামোচা !
2
SHARES
20
VIEWS
ShareShareShareShare

Fake Gomochas Sent From Gujarat:

অসমৰ ফুলাম গামোচাৰ মৌলিক পৰিচয় ধ্বংসৰ ষড়যন্ত্রত লিপ্ত হৈছে গুজৰাটৰ ব্যৱসায়ী। অসমীয়া নৱবর্ষ তথা ৰঙালী বিস্তৃত প্রতিজন অসমীয়াই অতি আদৰেৰে লোৱা বিহুৱানখনৰ মূল পৰিচয় হ’ল ফুলাম গামোচা। স্বকীয়তাৰে ভৰা গামোচাখনৰ এই পৰিচয় অক্ষুন্ন ৰখাৰ বাবে জিআই স্বীকৃতিও প্রদান কৰা হৈছে। তাৰ পাছতো সুৰক্ষিত হোৱা নাই ফুলবছা গামোচাৰ গৌৰৱময় পৰিচয়।

ADVERTISEMENT

চৰকাৰেও অসময় বহিঃৰাজ্যত মেচিনত প্রস্তুত কৰা গামোচা নিষিদ্ধ কৰিছে ৷, কিন্তু জিআই স্বীকৃতি, চৰকাৰৰ নিষেধাজ্ঞাকো অংগুষ্ঠ দেখুৱাই ৰাজ্যত বিক্রী হৈছে বহিঃৰাজ্যত পাৱাৰলুম তথা মেচিনত প্রস্তুত কৰা গামোচা। ফলত হস্ততাঁত বস্ত্রশিল্প বিভাগে বিহুৰ বতৰত ৰাজ্যজুৰি অব্যাহত ৰাখিছে এনে গামোচাৰ বিৰুদ্ধে অভিযান।

RelatedPosts

Guwahati Fire: মহানগৰীৰ ফাঁচীবজাৰৰ এছএছ ৰোডত বিধ্বংসী অগ্নিকাণ্ড

Handloom Textiles Dept. Against Powerloom Gamocha:ফাঁচী বজাৰত পাৱাৰলুম গামোচাৰ বিৰুদ্ধে হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ অভিযান

Fancy Bazar Puja Bazar:ফাচীবজাৰত বিৰ দি বাট নোপোৱা অবস্হা

বাণ্ডিলে বাণ্ডিলে ৰাজ্যৰ চৌদিশে জব্দ হৈছে বহিঃৰাজ্যৰ গামোচা। জিআই স্বীকৃতি লাভৰ পাছত সেই সামগ্রীৰ নকল বিক্ৰী নিষিদ্ধ হৈ পৰে। তৎসত্ত্বেও ৰাজ্যত কিদৰে তেনে নকল গামোচাৰ বিক্ৰী ব্যাপক ৰূপত অব্যাহত আছে, সেয়াহে গভীৰ ৰহস্য বিষয় ৷ বহি:ৰাজ্যৰ গামোচাৰ প্ৰৱেশত প্ৰতিৰোধ কৰাত সংশ্লিষ্ট সকলো কৰ্তৃপক্ষ যে ব্যর্থ হৈছে, এয়া তাৰেই প্রমাণ।

পূর্বে পশ্চিমবংগ, দক্ষিণ ভাৰত আদিৰ পৰা পাৱাৰলুমত প্রস্তুত কৰা গামোচা যথেষ্ট পৰিমাণে অসমলৈ আহিছিল। হস্ততাঁত বস্ত্রশিল্প বিভাগৰ সূত্রই জনোৱা মতে, এতিয়া বেছিভাগ গামোচা আহে গুজৰাটৰ পৰা। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ গৃহ ৰাজ্যৰ পৰা অহা এনেবোৰ গামোচা জব্দৰ অভিযান সম্প্রতি চলিছে। ৰঙালী বিহুৰ আগমুহূৰ্তত অকল গুৱাহাটীতে মাত্ৰ কেইদিনমানৰ ভিতৰত জব্দ কৰা হৈছে ৩৬০খনতকৈও অধিক বহিঃৰাজ্যৰ গামোচা।

বিভাগীয় সূত্রই সদৰী কৰা অনুসৰি, এই সময়ত তেওঁলোকৰ অভিযান চলে বাবেই ব্যৱসায়ীসকলে বহিঃৰাজ্যৰ গামোচা অতি সতর্কতাৰে বিক্ৰী কৰে। সেয়েহে জব্দ কৰা গামোচাৰ সংখ্যা তুলনামূলকভাবে কম হ’লেও যোগানৰ পৰিমাণ স্বাভাৱিকতে যথেষ্ট বেছি হ’ব। কামৰূপ মহানগৰৰ সমান্তৰালকৈ ৰাজ্যৰ প্রতিখন জিলাতে দৈনিক জব্দ হৈছে পাৱাৰলুমৰ শ শ গামোচা। উল্লেখ্য যে এই অভিযান হস্ততাঁত বস্ত্রশিল্প বিভাগে জিলাবোৰত নিজাববীয়াকৈ চলায়।

তথ্য অনুসৰি, অসমৰ শিপিনীৰ হাতে বোৱা যিখন গামোচা এশ টকাত বিক্রী হয়, পাৱাৰলুমত প্রস্তুত কৰা একে ধৰণৰ গামোচা ব্যৱসায়ীসকলে আধা দামতে বিক্ৰী কৰিব পাৰে। বহু গ্রাহকে গামোচা এখন পাৱাৰলুম নে হাতে বোৱা ধৰিবও নোৱাৰে। তাৰেই সুযোগ লয় একাংশ ব্যৱসায়ীয়ে।

তেওঁলোকে পাৱাৰলুমত প্রস্তুত কৰা গামোচাকে অসমত হাতে বোৱা বুলি গ্ৰাহকক বিভ্রান্ত কৰে। গ্রাহকেও মূল্য কম হোৱাত সেই গামোচাকেই ক্রয় কৰে। বহু গ্রাহকে আকৌ বাধ্য হৈয়ো বহিঃৰাজ্যৰ গামোচা ক্রয় কৰে।

উল্লেখ্য যে সূতাৰ মূল্য বৃদ্ধি আৰু মধ্যভোগীৰ প্রকোপত হাতে বোৱা গামোচাৰ মূল্য যথেষ্ট বৃদ্ধি হৈছে। উদাহৰণ স্বৰূপে ফুলবছা ডিঙিত লোৱা সাধাৰণ গামোচা এখনৰ মূল্য বজাৰভেদে ডেৰশ টকা পর্যন্ত বৃদ্ধি হৈছে। ডাঙৰ আকাৰৰ পিন্ধিব পৰা গামোচাৰ মূল্য বৃদ্ধি হৈছে তিনিশ টকা পর্যন্ত।

ইমান দখত বহু গ্রাহকে গামোচা ক্রয় কৰিবলৈ সক্ষম নহয়। ফলত তেওঁলোকে বাধ্য হৈয়ো বহিঃৰাজ্যৰ গামোচা ক্রয় কৰিবলগীয়া হয়। এনেদৰে ৰাজ্যৰ বজাৰত জিআই স্বীকৃতি লাভ কৰা গামোচাৰো নকল ৰূপ বিক্রী হৈ আছে। তাৰ বিৰুদ্ধে জব্দৰ পৰিমাণ যথেষ্ট কম হোৱা বুলি বিভাগীয় সূত্রই জনায়। ইয়াৰ যুক্তি দর্শাই বিভাগীয় সূত্রই কয় যে তেওঁলোকে অভিযান চলোৱাৰ আগতে ব্যবসায়ীসকলে বহিঃৰাজ্যৰ গামোচা লুকুৱাই থয়।

কাৰণ পাৱাৰলুমৰ গামোচা বিক্ৰী কৰা ব্যৱসায়ীৰ বিৰুদ্ধে ‘হেণ্ডলুম ৰিজার্ভেছন এক্ট, ১৯৮৫’ৰ অধীনত গোচৰ ৰুজু হয়। প্রসংগক্রমে উল্লেখ্য যে ফাঁচি বজাৰত ১১খন দোকান আৰু ১৪খন ফুটপাথৰ বিপণীত অভিযান চলোৱা হয়। এইবোৰৰ পৰা মাত্র ৫৮খন পাৱাৰলুমৰ গামোচা জব্দ কৰা হয়।

এই ধৰণৰ অভিযানৰ সন্দৰ্ভত কামৰূপ মহানগৰ আৰু কামৰূপৰ হস্ততাঁত বস্ত্রশিল্প বিভাগৰ সহকাৰী সঞ্চালক নিশিকান্ত শর্মাই কয় যে তেওঁলোকৰ এই ধৰণৰ অভিযান গোটেই বছৰজুৰি চলে যদিও বিহুৰ সময়ত বিশেষভাৱে চলোৱা হয়। কাৰণ ৰঙালী বিহুৰ আগমুহূতত গামোচা আটাইতকৈ বেছি বিক্রী হয়। বিষয়াজনে জনায় যে কামৰূপতো নিয়মীয়াকৈ চলাই থকা অভিযানত পাৱাৰলুমৰ গামোচা জব্দ হৈছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Fake Gomochas Sent From GujaratFancy BazarHandloom Textiles Dept. RaidPowerloom Gamocha Seized
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d