Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Sasal Bahagi Utsav :গুৱাহাটী মহানগৰৰ চচলত বহাগী উৎসৱৰ সফল সাৰণি

সূত্ৰধাৰৰ সৃষ্টিশীল নৃত্য আৰু শিল্পী ৰোহিত সোণাৰ আৰু ৰসানন্দ গগৈৰ সংগীতত মন্ত্ৰমুগ্ধ

publisher by publisher
May 14, 2024
in News, Assam, India
Reading Time: 2 mins read
0
Sasal Bahagi Utsav :গুৱাহাটী মহানগৰৰ চচলত বহাগী উৎসৱৰ সফল সাৰণি
5
SHARES
49
VIEWS
ShareShareShareShare

Sasal Bahagi Utsav :

ADVERTISEMENT

মহানগৰীৰ চচলত অসমৰ কৃষ্টি-সংস্কৃতিক সঠিক শুদ্ধ আৰু সুন্দৰ ৰূপত প্ৰতিষ্ঠাৰ লক্ষ্যৰে ২০০০ চনতে গঠিত হোৱা ওপৰ চচল বিহু সন্মিলনে অসমৰ তিনিওটা বিহু ৰঙালী, কঙালী আৰু ভোগালী সমান্তৰালভাৱে উদযাপন কৰি আহিছে। বিগত বৰ্ষ কেইটিৰ দৰে এইবাৰো চৌবিশ সংখ্যক ৰঙালী বিহু যোৱা ১, ২৮ আৰু ২৯ ব’হাগত তিনিদিনীয়া বিস্তৃত কাৰ্য্যসূচীৰে উদযাপন কৰা হয় ৷

RelatedPosts

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

Guwahati:মহানগৰীৰ ভঙাগড়ৰ ৰুদ্ৰাহ্ম মলত থকা এক্সৰ’ বাৰৰ অনুজ্ঞাপত্ৰ বাতিল জিলা প্ৰশাসনৰ

sasal 3বয়োজ্যেষ্ঠ নাগৰিকক সম্বৰ্ধনা, সাংস্কৃতিক শোভাযাত্ৰা, মুকলি বিহু, পৰম্পৰাগত খেল-ধেমালী, কলৰ দোনাত বিহুৰ জলপান, সদৌ অসম ভিত্তিত চিত্ৰাংকন, আকস্মিক স্মৃতিপ্ৰভা, কুইজ প্ৰতিযোগিতা , একক আৰু দলীয় শাখাত সৃষ্টিশীল নৃত্য প্ৰতিযোগিতা, মৌ-কুঁৱৰী, বিহুৱতী আৰু বিহু হুঁচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷

বিহু হুঁচৰি প্ৰতিযোগিতাত বৰলুইত বিহু হুচৰি দলে প্ৰথম আৰু মহাবাহু বিহু হুচৰি দলে দ্বিতীয় স্থান, বিহুৱতী প্ৰতিযোগিতাত দীপামণি বৰাই প্ৰথম আৰু কাৰ্জী কোঁচে দ্বিতীয় স্থান , মৌ-কুঁৱৰী প্ৰতিযোগিতাত কস্তুৰী শইকীয়াই প্ৰথম স্থান আৰু বিপাংশী শইকীয়াই দ্বিতীয় স্থান, একক লোক নৃত্য ক- শাখাত ৰিয়াংসী বৰুৱা, হিয়া কলিতা আৰু অনুশ্ৰী দাসে যথাক্ৰমে প্ৰথম,দ্বিতীয়, তৃতীয় স্থান আৰু খ-শাখাত জোনমণি বৰা, দিচা বৰা আৰু মৃনাংগী বৰ্মণে ক্ৰমান্বয়ে প্ৰথম, দ্বিতীয়, তৃতীয় স্থান আৰু দলীয় লোকনৃত্য প্ৰতিযোগিতাত বৰদৈ চিখলা ডি ডি গ্ৰুপে প্ৰথম স্থান, মধুস্মিতা চহৰীয়াৰ দলে দ্বিতীয় আৰু মৰমী দলে তৃতীয় স্থান লাভ কৰে। চিত্ৰাংকন প্ৰতিযোগিতাৰ খ-শাখাত ময়ুৰদ্বীপ তালুকদাৰে প্ৰথম স্থান লাভ কৰে ৷ ২৮ ব’হাগৰ দিনা ৰাতিপুৱা ৯.৩০ বজাত মনোমোহা সাংস্কৃতিক শোভাযাত্ৰাৰে সভাপতি পৱন বুঢ়াগোহাঁইক বিহু তলিলৈ আদৰি আনে আৰু ইয়াৰ পিচতে বিহুৰ পতাকা উত্তোলন কৰে বৰগোহাঁয়ে ৷

স্মৃতি তৰ্পণ কৰে কাৰ্যকৰী সভাপতি কুমুদেশ্বৰ শৰ্মাই ৷ মুকলি বিহু আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বৰ বিহুৱতী গ্ৰীনিজ বুক অৱ ৱৰ্ল্ড ৰেকৰ্ড বিহু অনুষ্ঠানৰ প্ৰশিক্ষীকা জাগৃতি কলিতাই ৷ উদ্বোধনী ভাষনত বিহুৱতী গৰাকীয়ে বিহু আৰু অসমৰ সংস্কৃতি বিষয়ক শ্ৰুতিমধুৰ বক্তৃতাৰে উপস্থিত সকলোকে আপ্লুত কৰে লগতে বিহু নৃত্য আৰু ঢোলৰ মালিতা প্ৰদৰ্শন কৰি উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ৷ ইয়াৰ পিচতেই দুটা দলে বিহু নৃত্য প্ৰদৰ্শন কৰি অনুষ্ঠানটো আকৰ্ষণীয় কৰি তোলে ৷ বিয়লি মঞ্চত কুইজ আৰু আকস্মিক স্মৃতিপ্ৰভা প্ৰতিযোগিতা অনুষ্ঠিত হয় ।

এক বিশেষ স্মৃতিচাৰণ অনুষ্ঠান বিহু সমিতিৰ প্ৰাক্তন সভাপতি স্বৰ্গীয় সিদানন্দ শৰ্মা, নিলীমা গোস্বামী শৰ্মা, ফণীধৰ দাস, প্ৰাক্তন কাৰ্যকৰী সভাপতি লীলাকান্ত বৰা, প্ৰাক্তন স্মৰণীকা সম্পাদক শশীন্দ অধিকাৰী ,প্ৰাক্তন উপ-সভাপতি জবেদ আলী আৰু প্ৰতাপ চন্দ্ৰ বৰাৰ সোৱঁৰণত অনুষ্ঠিত হয় ৷ সন্ধিয়া ৭ বজাত অনুষ্ঠিত সাংস্কৃতিক সন্ধিয়া আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বলিষ্ঠ অভিনেতা, পৰিচালক আৰু নাট্যকাৰ চম্পক শৰ্মাই ৷ চচলৰ মহিলাবৃন্দই পৰিৱেশন কৰা সমবেত সংগীতেৰে আৰম্ভ হোৱা সাংস্কৃতিক অনুষ্ঠানত স্থানীয় শিল্পীসকলে পৰিৱেশন কৰা সংগীতানুষ্ঠানে উপস্থিত সকলোকে মোহিত কৰে ৷

ইয়াৰ পিচতে সদৌ অসম ভিত্তিত একক লোকনৃত্য, দলীয় লোক নৃত্য, মৌ-কুঁৱৰী, বিহুৱতী আৰু হুচৰি প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ ৰাতিপুৱা ৮ বজালৈকে অনুষ্ঠিত এই প্ৰতিযোগিতাসমূহত অসমৰ বিভিন্ন জিলাৰ প্ৰতিযোগীয়ে যোগদান কৰে ৷

২৯ ব’হাগৰ দিনা সন্ধিয়া ৬ বাজি ৩০ মিনিটত ওপৰ চচল বিহু সন্মিলনৰ অন্যতম প্ৰতিষ্ঠাতা স্বৰ্গীয় ৰূপেশ্বৰ পাটৰৰ সোঁৱৰণত এক স্মৃতিচাৰণ অনুষ্ঠান অনুষ্ঠিত হয়। সন্ধিয়া ৭ বজাত সন্মিলনৰ স্মৃতিগ্ৰন্থ ‘ ব’হাগী ‘ আনুষ্ঠানিকভাৱে উন্মোচন কৰে বিশিষ্ট লিখক, কবি আৰু স্তম্ভ লিখক, সহকাৰী আৰক্ষী মহাপৰিদৰ্শক ড° নন্দ সিং বৰকলাই ৷ উন্মোচনী অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে সাহিত্যিক থানেশ্বৰ মালাকাৰ আৰু গুৱাহাটী পৌৰ নিগমৰ পাৰিষদ অসীম কুমাৰ শইকীয়া ৷ সন্ধিয়া ৮ বজাত সাংস্কৃতিক সন্ধিয়া আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰে বিশিষ্ট গীতিকাৰ, সুৰকাৰ সংগীত শিল্পী ৰসানন্দ গগৈয়ে ৷

sasal 1শিল্পী গৰাকীৰ সুমধুৰ সংগীতে উপস্থিত সকলোকে মোহাচ্ছন্ন কৰি তোলে ৷ চচল মহিলা কৃষ্টি সমাজৰ আকৰ্ষণীয় জেং বিহু, বিহুৱতী প্ৰতিযোগিতাৰ প্ৰথম বিজয়ী দিপামণি বৰাৰ বিহুনৃত্য, ভোৰতাল নৃত্যশৈলীৰ আধাৰত সৃষ্টিশীল নৃত্য অনুষ্ঠান প্ৰদৰ্শন কৰি পৰিৱেশ্য কলাৰ প্ৰতিষ্ঠান নগাঁৱৰ সূত্ৰধাৰে উপস্থিত সকলোকে মন্ত্ৰমুগ্ধ কৰি তোলে ৷

ইয়াৰ পিচতে কনাই চুৰ বনাম চিচিংফাক কৌতুক গোষ্ঠীৰ হাঁহিৰ ঠুনপাক আৰু জনপ্ৰিয় শিল্পী ৰোহিত সোণাৰৰ সংগীতানুষ্ঠানে সাংস্কৃতিক সন্ধিয়াৰ মঞ্চ জীপাল কৰি তোলে ৷ তিনিদিনীয়া কাৰ্যসূচীৰ সফল সামৰণিৰ বাবে সাংস্কৃতিক সম্পাদক ধনঞ্জয় তালুকদাৰ আৰু পূৰ্ণকান্ত মহন্তই বিভিন্ন ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱা সমূহ ৰাইজলৈ বিশেষ কৃতজ্ঞতা জ্ঞাপন কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: GuwahatiSasal Bahagi UtsavSasal Bihu Sanmilan
publisher

publisher

Related Posts

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
News

May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
News

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d