Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন

    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

সদৌ অসম ভিত্তিত মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহ

ওদালগুৰি সন্মিলিত যুৱ সমাজৰ উদ্যোগত বিহুৰ আয়োজন

publisher by publisher
April 25, 2022
in Assam, India, News
Reading Time: 1 min read
0
সদৌ অসম ভিত্তিত মুকলি বিহু আৰু জনগোষ্ঠীয় সমাৰোহ
2
SHARES
22
VIEWS
ShareShareShareShare

পোন প্ৰথমবাৰৰ বাবে ওদালগুৰি সন্মিলিত যুৱ সমাজৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত অহা ২৮ এপ্ৰিলত ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত আয়োজন কৰা হৈছে সদৌ অসম ভিত্তিত মুকলি বিহু প্রতিযােগিতা আৰু জনগােষ্ঠীয় সাংস্কৃতিক সমাৰােহ । উক্ত কাৰ্যসূচীৰ বাবে ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰা হৈছে ।

ADVERTISEMENT

এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’বলগীয়া বিহুৰ কাৰ্যসূচী অনুসৰি বৃহস্পতিবাৰৰ পুৱা ন বজাত বিহু পতাকা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি মিনন মােছাহাৰীয়ে, পুৱা ন বাজি ৩০ মিনিটত স্মৃতি তর্পণ কাৰ্যসূচী মুকলি কৰিব উদযাপন সমিতিৰ সাধাৰণ সম্পাদক গুণজিৎ দাসে । বিয়লি তিনি বজাৰ পৰা আৰম্ভ হ’ব সদৌ অসম ভিত্তিত মুকলি বিহু প্রতিযোগিতা আৰু জনগােষ্ঠীয় সাংস্কৃতিক সমাৰােহ ।

RelatedPosts

Udalguri:নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত কংগ্ৰেছ ত্যাগ কংগ্ৰেছৰ ওদালগুৰিৰ প্ৰাৰ্থী চৰেন দৈমাৰীৰ

Udalguri:ভুমিৰ অধিকাৰ আৰু জনজাতিপৰণৰ দাবীত ওদালগুৰিত চাওঁতাল ছাত্ৰ সন্থাৰ বিশাল প্ৰতিবাদী সমদল

Udalguri :ওদালগুৰিৰ অবৈধ কাৰ্যকলাপক লৈ কঠোৰ আৰক্ষী

বন্তি প্ৰজ্বলন কৰিব উদযাপন সমিতিৰ পৃষ্ঠপােষক অৰুণ কুমাৰ দাসে, প্ৰয়াত হনুমান প্ৰসাদ বাজাজ সোঁৱৰণী বিহুতলী উদ্বোধন কৰিব বি টি চিৰ উপ-মুখ্য কাৰ্যবাহী সদহ্য তথা বিধায়ক গােবিন্দ চন্দ্র বসুমতাৰীয়ে । অনুষ্ঠানত আমন্ত্রিত অতিথি হিচাপে উপস্থিত থাকিব সাংসদ দিলীপ শইকীয়া, মাজবাটৰ বিধায়ক চৰণ বড়াে, বি টি চিৰ কাৰ্যবাহী সদস্য দিগন্ত বৰুৱা, প্রাক্তন মন্ত্রী ৰিহণ দৈমাৰী, বি টি চি পৰিষদীয় সদস্য ফ্রেছ মােছাহাৰী, ওদালগুৰি জিলা উপায়ুক্ত ডাঃ পি উদয় প্রবীণ, আৰক্ষী অধীক্ষক হিৰণ্য বর্মন, ওদালগুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ পুস্পধৰ শৰ্মা, নিখিল বড়াে ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়াে, ওদালগুৰিৰ খণ্ড উন্নয়ন বিষয়া মনােজ কুমাৰ বণিয়া, সদৌ অসম ছাত্ৰ সন্থাৰ সাংগঠনিক সম্পাদক বিতােপন দাস আৰু অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ সাংগঠনিক সম্পাদক মুকুট দাস ।

উক্ত মুকলি বিহু প্রতিযােগিতাত প্ৰয়াত ৰমেশ দাস আৰু প্ৰয়াত কমল দাসৰ সোঁৱৰণত প্ৰথম পুৰস্কাৰ নগদ ৫০ হেজাৰ টকা প্ৰদান কৰিব অৰুণ কুমাৰ দাস আৰু পৰিয়ালবৰ্গ‌ই । প্ৰয়াত সােমবাৰ ৰাভা আৰু প্ৰয়াত দুঘৰী ৰাভাৰ সোঁৱৰণত দ্বিতীয় পুৰস্কাৰ নগদ ৩০ হেজাৰ টকা প্ৰদান কৰিব হেমচন্দ্ৰ ৰাভা আৰু পৰিয়ালবৰ্গ‌ই । প্ৰয়াত প্রদীপ কুমাৰ তালুকদাৰৰ সোঁৱৰণত তৃতীয় পুৰস্কাৰ নগদ ২০ হেজাৰ টকা প্রদান কৰিব মঞ্জু দেৱী আৰু পৰিয়ালবৰ্গই । আনহাতে, প্ৰয়াত ভৱানীবালা দাসৰ সোঁৱৰণত শ্রেষ্ঠ বৰ বিহুৱতীলৈ নগদ ১০ হেজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব প্ৰহ্লাদ চন্দ্র দাস আৰু পৰিয়ালবৰ্গই । প্ৰয়াত লেহুৰাম ডেকাৰ সোঁৱৰণত শ্রেষ্ঠ বিহুৱালৈ নগদ পাঁচ হেজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব ডি এইচ ত্রিনয়ন অফছেট প্রেছে ।

প্ৰয়াত প্রিতমজ্যোতি দাসৰ সোঁৱৰণত শ্রেষ্ঠ ঢুলীয়ালৈ নগদ পাঁচ হেজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব বনমালী দাস আৰু পৰিয়ালবৰ্গই । প্ৰয়াত কুমুদ দাসৰ সোঁৱৰণত শ্রেষ্ঠ পেঁপাবাদকলৈ নগদ পাঁচ হেজাৰ টকাৰ পুৰস্কাৰ প্ৰদান কৰিব বিজয়া দাস আৰু পৰিয়ালবৰ্গই । উক্ত মুকলি বিহু আৰু জনগোষ্ঠীয় সাংস্কৃতিক সমাৰোহৰ কাৰ্যসূচীত সমূহ ওদালগুৰিবাসী ৰাইজৰ উপস্থিতি আৰু সহায়-সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: RONGALI BIHUUdalguri
publisher

publisher

Related Posts

মণিপুৰত নতুন সমীকৰণ,নাগা–কুকি সংঘাতত বৃদ্ধি উত্তেজনা, গুলিচালনাত নিহত দুজন
India

April 24, 2026
সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d