Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

Women Are More Affected by Diseases:পুৰুষতকৈ দীর্ঘায়ু হ’লেও ৰোগ- ব্যাধিত অধিক আক্রান্ত হয় মহিলা

publisher by publisher
May 18, 2024
in Health, Lifestyle
Reading Time: 3 mins read
0
Women Are More Affected by Diseases:পুৰুষতকৈ দীর্ঘায়ু হ’লেও ৰোগ- ব্যাধিত অধিক আক্রান্ত হয় মহিলা
6
SHARES
57
VIEWS
ShareShareShareShare

Women Are More Affected by Diseases:

সাধাৰণতে পুৰুষৰ তুলনাত নাৰীৰ আয়ুস অধিক হয়। কিন্তু একে সময়তে এই কথাও দেখা যায় যে পুৰুষতকৈ মহিলাৰ শাৰীৰিক-মানসিক ৰোগৰ সমস্যাও অধিক হয়। ‘গ্ল’বেল জেণ্ডাৰ হেল্থ নামৰ এক স্বাস্থ্য বিষয়ক প্রতিবেদনত এই তথ্য প্রকাশ পালে।

ADVERTISEMENT

স্বাস্থ্য পত্রিকা ‘দ্য লেনচেট’ত প্রকাশিত এই প্রতিবেদনত উল্লেখ কৰা অনুসৰি, বিশ্বজুৰি স্বাস্থ্যগত দিশৰ পৰা পুৰুষ আৰু নাৰীৰ মাজত উল্লেখনীয় পার্থক্য দেখা যায়। আমি দেখা পাওঁ যে মহিলাৰ মাজত ভৰি, কঁকাল বা আঁঠুৰ বিষ অধিক হয়।

RelatedPosts

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিশা হঠাৎ অসুস্থ হৈ পৰে বলীউডৰ জনপ্ৰিয় অভিনেতা গোবিন্দা

ফেটি লিভাৰৰ ঘৰুৱা প্ৰতিকাৰ

পেশীৰ সমস্যা, সমস্যা আৰু মুৰৰ বিষৰ দৰে সমস্যাও নাৰীৰ অধিক হয়। এইসমূহ ৰোগ প্রাণঘাতক নহ’লেও অসুস্থতা আৰু শাৰীৰিক অক্ষমতা সৃষ্টি কৰে বুলি গৱেষকে কয়। এনেবোৰ ৰোগৰ কাৰণত মহিলাৰ মাজত মানসিক সমস্যাও বৃদ্ধি পায় বুলি গৱেষকে দাবী কৰিছে।

আনহাতে, পুৰুষৰ মাজত শ্বাস ৰোগ, যকৃতৰ ৰোগ, দৰে জীৱনঘাতক ৰোগৰ প্রকোপ অধিক দেখা যায় বুলি গৱেষকে দাবী কৰিছে। আনকি পথ দুর্ঘটনাতো পুৰুষৰ মৃত্যুৰ হাৰ অধিক। নাৰী আৰু পুৰুষৰ স্বাস্থ্যগত যি ভিন্নতা আছে, সেয়া বয়স বৃদ্ধিৰ লগে লগে বাঢ়ি যায় বুলি গৱেষকে দাবী কৰিছে। নাৰীয়ে তুলনামূলকভাবে আজীৱন উচ্চ মাত্রাত অধিক শাৰীৰিক মানসিক সমস্যাত ভোগে। কিন্তু এনেবোৰ শাৰীৰিক সমস্যাৰ পাছতো পুৰুষৰ তুলনাত মহিলাসকলে দীর্ঘ জীৱন লাভ কৰে।

ৱাশ্বিংটন বিশ্ববিদ্যালয়ৰ ইনষ্টিটিউট ফৰ হেল্থ মেট্রিক্স এণ্ড ইভালুৰেচন (আই এইছ এমই)ৰ গৱেষণামূলক অধ্যয়নৰ প্রতিবেদনত উল্লেখ কৰা অনুসৰি, বিগত ৩০ বছৰ ধৰি এই বিষয়ত চলোৱা অধ্যয়নত এইটো প্রমাণিত হৈছে যে পুৰুষতকৈ মহিলাৰ অধিক হয় যদিও মহিলাৰ মাজত স্বাস্থ্যজনিত সমস্যাও অধিক।

womenঅৱশ্যে মহিলাসকল যিবোৰ স্বাস্থ্যজনিত সমস্যাত আক্রান্ত হয়, সেইসমূহৰ সৰহ সংখ্যকে প্রাণঘাতক নহয়। ড° ফ্ল’ৰে লগতে কয় যে পুৰুষসকল অপেক্ষাকৃতভাবে জটিল আৰু প্রাণঘাতক ৰোগত আক্রান্ত হয়। গৱেষণাত লাভ কৰা তথ্য অনুসৰি, ২০২১ বৰ্ষত অসুস্থতা আৰু মৃত্যুৰ শীর্ষ ২০ টা কাৰণৰ ১৩টা কাৰণেই পুৰুষৰ মাজত সর্বাধিক প্রত্যক্ষ হৈছিল। বিশেষকৈ উক্ত বর্ষত ক’ভিড- পথ দুর্ঘটনা, হৃদৰোগ, স্বাসতন্ত্ৰৰ ৰোগ, যকৃতৰ ৰোগৰ দবে জটিল স্বাস্থ্য সমস্যাত মহিলাতকৈ অধিক আক্রান্ত হৈছিল পুৰুষ।

আনহাতে, নাৰীৰ মাজত কঁকালৰ বিষ, আঁঠুৰ বিষ, মূৰৰ বিষ, হাড়ৰ সমস্যা, পেশীৰ সমস্যা, স্মৃতিভ্রম, এইচ আই ভিৰ দৰে ৰোগৰ প্রকোপ অধিক চিনাক্ত কৰা হৈছিল। ফ্ল’ৰে লগতে প্রতিবেদনত কৈছে যে এনেবোৰ কাৰণত জীৱনকালত নাৰীয়ে অধিক অসুস্থতা আৰু অক্ষমতাত ভুগিলেও অকাল মৃত্যুৰ সম্ভাৱনা তেনেই সীমিত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: HealthWomen Are More Affected by Diseases
publisher

publisher

Related Posts

ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল
Lifestyle

May 3, 2026
সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ
Lifestyle

সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

May 2, 2026
কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক
Lifestyle

কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

May 1, 2026
গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক
Lifestyle

গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

April 28, 2026
সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?
Lifestyle

সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

April 28, 2026
অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ
Lifestyle

অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d