Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

    Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

    উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

W R Minister Piyush Hazarika Visits Cachar Flood Situationকাছাৰৰ কেইবাস্থানতো বান-খহনীয়া পৰিস্থিতিৰ বুজ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ

উধাৰবন্দৰ আংগাৰজুৰত বৰাকৰ ৪০০ মিটাৰ অংশত মথাউৰি নিৰ্মাণৰ প্ৰতিশ্ৰুতি জলসম্পদ মন্ত্ৰী গৰাকীৰ, বিভাগীয় অভিযন্তাক নিৰ্দেশনা প্ৰদান

publisher by publisher
May 31, 2024
in India, Assam, News
Reading Time: 2 mins read
0
W R Minister Piyush Hazarika Visits Cachar Flood Situationকাছাৰৰ কেইবাস্থানতো বান-খহনীয়া পৰিস্থিতিৰ বুজ জলসম্পদ মন্ত্ৰী পীযুষ হাজৰীকাৰ
2
SHARES
23
VIEWS
ShareShareShareShare

W R Minister Piyush Hazarika Visits Cachar Flood Situation:

ৰাজ্যৰ জলসম্পদ বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজি দ্বিতীয় দিনাও বৰাক উপত্যকাৰ কেইবাটাও স্থান ভ্ৰমণ কৰি বান আৰু খহনীয়া অধ্যুষিত অঞ্চলৰ বুজ লয় । কাছাৰ জিলাৰ তাৰাপুৰ শিৱবাৰীত বৰাক নদীৰ বাঢ়নী পানীয়ে লোকনিৰ্মাণ বিভাগৰ এটা পথৰ অংশ ক্ষতিগ্ৰস্ত কৰিছিল । মন্ত্ৰী হাজৰীকাই কালি এই স্থান পৰিদৰ্শন কৰাৰ পাছৰে পৰা লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগে যুদ্ধকালীন তৎপৰতাৰে পথটি সম্পূৰ্ণ বিচ্ছিন্ন হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সক্ষম হৈছে ।

ADVERTISEMENT

আজি মন্ত্ৰীগৰাকীয়ে এই স্থান পুনৰ পৰিদৰ্শন কৰি বিভাগীয় বিষয়া অভিযন্তাক প্ৰয়োজনীয় নিৰ্দেশনা প্ৰদান কৰাৰ লগতে স্থানীয় ৰাইজক আশ্বাস প্ৰদান কৰে । পাছত মন্ত্ৰী হাজৰীকাই উধাৰবন্দ বিধানসভা সমষ্টিৰ আংগাৰজুৰ আৰু কৰাটিগ্ৰাম অঞ্চল পৰিভ্ৰমণ কৰি বৰাক আৰু মথুৰা নদীৰ বানত ক্ষতিগ্ৰস্ত স্থানৰ বুজ লয় । আংগাৰজুৰত বৰাক নদীৰ পাৰত প্ৰায় ৪০০ মিটাৰ অংশ উন্মুক্ত হৈ থকাত কাষৰীয়া অঞ্চলত বানৰ সৃষ্টি হোৱাত মন্ত্ৰী হাজৰীকাই বাৰিষাৰ পাছতে এই স্থানত মথাউৰি নিৰ্মাণ কৰা হ’ব বুলি স্থানীয় ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰে ।

RelatedPosts

No Content Available

আনহাতে মথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত স্থানীয় ৰাইজৰ সহযোগিতাও মন্ত্ৰীগৰাকীয়ে কামনা কৰে । আনহাতে কৰাটিগ্ৰামত মথুৰা নদীৰ বানত ক্ষতিগ্ৰস্ত অঞ্চল মটৰ চাইকেলেৰে পৰিদৰ্শন কৰি মন্ত্ৰীগৰাকীয়ে জলসম্পদ বিভাগে কৰিবপৰা কামসমূহ কৰাৰ ব্যৱস্থা লোৱা হ’ব বুলি মন্তব্য প্ৰকাশ কৰে । এই স্থানতে থকা বানত ক্ষতিগ্ৰস্ত বিভাগীয় এখন শ্লুইছ গেট মেৰামতিৰ ব্যৱস্থা ল’বলৈ বিভাগীয় অভিযন্তাক মন্ত্ৰীগৰাকীয়ে নিৰ্দেশ দিয়ে ।

ইয়াৰ পৰা মন্ত্ৰী হাজৰীকাই লক্ষীপুৰ সমষ্টিৰ পালাৰবন্দত উপস্থিত হৈ পালাৰবন্দ-লক্ষীপুৰ সংযোগী পথৰ চিৰি নদীৰ ওপৰত থকা দলঙৰ ক্ষতিগ্ৰস্ত অংশ পৰিদৰ্শন কৰে । এই দলংখনৰ এটা মূৰত বহি যোৱাৰ ফলত পথটিৰে যাতায়ত বন্ধ আছে আৰু বৃহৎ অঞ্চলটোৰ ৰাইজে সমস্যাৰ সন্মুখীন হৈছে । মন্ত্ৰী গৰাকীয়ে আজিৰ পৰিদৰ্শনৰ সময়ত পথৰ ক্ষতিগ্ৰস্ত অংশ যাতে বাঢ়ি নাযায় তাৰ তৎকালীন ব্যৱস্থা ল’বলৈ লোকনিৰ্মাণ আৰু জলসম্পদ বিভাগৰ বিষয়াসকলক নিৰ্দেশনা প্ৰদান কৰে ।

আজিৰ পৰিদৰ্শনৰ সময়ত উপস্থিত সাংবাদিকক উদ্দেশ্যি মন্ত্ৰী পীযুষ হাজৰীকাই কয় যে বৰাক উপত্যকাত এইকেইদিন হোৱা বানৰ তাৎক্ষণিক কাৰকবোৰ জানিবলৈ জলসম্পদ বিভাগৰ তৰফৰ পৰা প্ৰয়াস কৰি থকা হৈছে আৰু বান ৰোধিবলৈ সম্ভৱপৰ সকলো কাম পৰ্যায়ক্ৰমে কৰা হ’ব । আনহাতে তিনিওখন জিলাতে মথাউৰিৰ চিগা অংশসমূহ অহা ১৫ দিনৰ ভিতৰত জিঅ’ টিউবৰ সহায়ত বন্ধ কৰি দিয়া হ’ব বুলি মন্ত্ৰী হাজৰীকাই উল্লেখ কৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cachar Flood SituationW R Minister Piyush Hazarika Visits
publisher

publisher

Related Posts

উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 
News

April 28, 2026
Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন
News

Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

April 28, 2026
Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা
News

Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

April 28, 2026
ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
India

ছিকিমত কিশোৰ-কিশোৰীৰ স’তে ফুটবল খেলিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে

April 28, 2026
Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি
News

Artificial Flood in China:কৃত্ৰিম বানত ডুবিল চীনৰ বাণিজ্যিক চহৰ গুৱাংচি

April 28, 2026
উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ
India

উত্তৰপ্ৰদেশত আৰক্ষী ব্যৱস্থা শক্তিশালীকৰণত বৃহৎ পদক্ষেপ

April 28, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d