Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    পাঁচ ছেপ্টেম্বৰৰ ভিতৰত নিউ হাৰাঙ্গাজাও ষ্টেচনৰ দুই নম্বৰ লাইন পুনৰ কাৰ্যক্ষম

    Dergaon:দেৰগাঁও লাচিত বৰফুকন পুলিচ একাডেমিৰ দীক্ষান্ত সমাৰোহত মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মা

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    পৃথিৱীৰ বাহিৰতো আছে প্ৰাণৰ অস্তিত্ব!

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    ১,০৫০ মৃতদেহৰ চাৰি শতাংশহে চিনাক্ত

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Kharghuli PipeLine Blast Update:ক্ষতিগ্ৰস্ত লোকক প্ৰয়োজনীয় সকলো ব্যৱস্থা নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক নির্দেশ

মৃতকৰ পৰিয়াললৈ এককালীন ক্ষতিপূৰণ, তিনিজনীয়া সমিতিয়ে তদন্ত কৰিব জল বিস্ফোৰণৰ ঘটনাৰ

publisher by publisher
May 27, 2023
in Uncategorized
Reading Time: 2 mins read
0
Kharghuli PipeLine Blast Update:ক্ষতিগ্ৰস্ত লোকক প্ৰয়োজনীয় সকলো ব্যৱস্থা নিশ্চিত কৰিবলৈ জিলা প্ৰশাসনক নির্দেশ
3
SHARES
28
VIEWS
ShareShareShareShare

RelatedPosts

10 people from Assam are also missing in Nepal:নেপালত সন্ধানহীন অসমৰো ১০ জন

Assam Govt:দুসপ্তাহৰ ভিতৰতে দ্বিতীয়বাৰলৈ এহেজাৰ কোটি ঋণ ল’ব দিছপুৰে

APSC:এপিএছচিৰ ৩৪ বিষয়াৰ বিচাৰৰ ধাৰা আৰোপৰ শুনানি আৰম্ভ

Kharghuli PipeLine Blast Update:

চূড়ান্ত দায়িত্বহীনতা আৰু গাফিলতিৰ ফলত বৃহস্পতিবাৰে মহানগৰীৰ খাৰঘুলিত সংঘটিত হোৱা জল বিস্ফোৰণৰ ঘটনাৰ তদন্তৰ নিৰ্দেশ দিয়া হৈছে। গৃহ নিৰ্মাণ আৰু নগৰ পৰিক্ৰমা বিভাগৰ সচিব পৱিত্ৰ ৰাম খাউণ্ডক অধ্যক্ষ, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অৱসৰপ্ৰাপ্ত সচিব তথা অস্ত্ৰুৰটৰ অতিৰিক্ত প্রকল্প সঞ্চালক ৰমেন্দ্ৰ সুন্দৰ চৌধুৰী আৰু জলসিঞ্চন বিভাগৰ অৱসৰপ্ৰাপ্ত মুখ্য অভিযন্তা তথা অম্স্ৰুতৰ অতিৰিক্ত প্রকল্প সঞ্চালক সঞ্জয় কুমাৰ মহত্তক সদস্যৰূপে লৈ এক তদন্ত সমিতি গঠন কৰা হৈছে।

ADVERTISEMENT

এই সমিতিয়ে ঘটনাস্থলী পৰিদৰ্শন কৰি তিনিদিনৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব বুলি শুক্ৰবাৰে সদৰী কৰিছে কামৰূপ মহানগৰ জিলাৰ অভিভাৱক মন্ত্ৰী অতুল বৰাই।

উল্লেখ্য য বৃহস্পতিবাৰে বিয়লি লতাশিল আৰক্ষী থানাৰ অন্তৰ্গত জয়পুত জাইকাৰ সাহায্যপ্রাপ্ত গুৱাহাটীৰ পানী যোগান প্ৰকল্পৰ খাৰঘুলিস্থিত পানী পৰিশোধন প্ৰকল্পৰ পৰা ৰামচাহিল জলাধাৰলৈ পানী কঢ়িয়াই নিয়া মূল পাইপলাইন ফাটি হোৱা জলবিস্ফোৰণে এক ভয়াবহ বিভীষিকাৰ সৃষ্টি কৰিছিল।

প্ৰচণ্ড শব্দৰে পাইপ ফাটি ওলাই অহা তীব্র বেগী পানীৰ চাপে ২০টাৰো অধিক পৰিয়ালক ক্ষতিগ্রস্ত কৰিছিল। এই ঘটনাত এগৰাকী মহিলা থিতাতে নিহত হোৱাৰ উপৰি প্ৰায় নজন লোক আহত হৈছিল। ইয়াৰ পাছতে আজি অভিভাৱক মন্ত্ৰী বৰাই ঘটনাস্থলী পৰিদৰ্শন কৰি সমগ্ৰ পৰিস্থিতিৰ বুজ লয়।

লগতে তেওঁ নিহত সুমিত্ৰা ৰাভাৰ বাসগৃহত উপস্থিত হৈ পৰিয়ালৰ সদস্যসকলৰ স’তে বাৰ্তালাপ কৰি পৰিয়ালটোলৈ সমবেদনা জ্ঞাপন কৰে। তেওঁ কয়, খোৱাপানী যোগান প্ৰকল্পৰ পাইপ বিস্ফোৰণৰ ফলত সংঘটিত অবাঞ্ছিত দুর্ঘটনাটোৱে সৃষ্টি কৰা পৰিস্থিতি অতি দুখজনক। ভুক্তভোগী লোকসকলে যাতে কোনো অসুবিধাৰ সন্মুখীন নহয় এই দিশটো গুৰুত্বসহকাৰে লোৱা হৈছে আৰু আজি ঘটনাস্থলী পৰিদৰ্শন কৰি পৰ্যাপ্ত সকলো ব্যৱস্থা সুনিশ্চিত কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।’

সমান্তৰালভাৱে মন্ত্ৰী বৰাই ঘটনাস্থলীৰ সমীপৱৰ্তী প্রাথমিক বিদ্যালয়ত ক্ষতিগ্রস্ত লোকসকলৰ বাবে স্থাপন কৰা আশ্ৰয় শিৰিত উপস্থিত হৈ লোকসকলৰ খাদ্য, স্বাস্থ্য সেৱাকে ধৰি অন্যান্য সা-সুবিধাৰ বুজ লয়। ইয়াৰ উপৰি তেওঁ জিলা প্রশাসনৰ লগত ঘটনাস্থলীতে এক বার্তালাপত অংশগ্ৰহণ কৰি প্ৰয়োজনীয় সকলো ব্যৱস্থা তাৎক্ষণিকভাৱে গ্ৰহণ কৰিবলৈ নির্দেশ দিয়ে।

লগতে তেওঁ ভবিষ্যতে যাতে এনে দুৰ্ঘটনা পুনৰ সংঘটিত নহয় তাৰ বাবে প্ৰয়োজনীয় সুৰক্ষা ব্যৱস্থাও সুনিশ্চিত কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নির্দেশ দিয়ে। ইফালে, দুর্ঘটনাত প্ৰাণ হেৰুওৱা মহিলাগৰাকীৰ পৰিয়াললৈ দুই লাখ টকাৰ এককালীন সাহায্য জিলা দুর্যোগ ব্যৱস্থাপনা বিভাগৰ তৰফৰ পৰা ঘোষণা কৰা হৈছে।

মহানগৰ জিলা উপায়ুক্ত পল্লব গোপাল ঝাই জিলা দুর্যোগ ব্যৱস্থাপনাৰ মুখ্য কাৰ্যবাহী সদস্য অজিত কুমাৰ শৰ্মাক ঘটনাৰ যথোপযুক্ত তদন্ত কৰি ১৫ দিনৰ ভিতৰত প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিছে। আনহাতে, জাইকাৰ সাহায্যপ্রাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ প্ৰকল্প ৰূপায়ণ গোটৰ অতিৰিক্ত প্রকল্প সঞ্চালক পঞ্চমী চৌধুৰীয় বৃহস্পতিবাৰৰ ঘটনাৰ কাৰণ সন্দৰ্ভত আজিৰ দিনটোৰ ভিতৰতে বিস্তৃত প্রতিবেদন দাখিল কৰিবলৈ দায়িত্ববাহী অভিযন্তা তথ্য প্রকল্প পৰিচালনাৰ পৰামৰ্শদাতা, মেছাৰ্ছ এন জে এছ কনচালটেন্ট কোম্পানী লিমিটেডক নির্দেশ জাৰি কৰিছে।

লগতে এনে ঘটনা যাতে পুনৰাবৃত্তি নহয়, সেয়া সুনিশ্চিত কৰাৰ স্বাৰ্থত প্ৰকল্পৰ সুৰক্ষা পৰীক্ষণকে ধৰি প্ৰয়োজনীয় ব্যৱস্থাসমূহ নিয়মীয়াকৈ গ্ৰহণ কৰিবলৈ বিষয়াগবাকীয়ে সংস্থাটোক নিৰ্দেশ দিছে। একেদৰে আইআইটি গুৱাহাটীৰ সহযোগত জাইকাৰ সাহায্যপ্রাপ্ত গুৱাহাটী পানী যোগান প্ৰকল্পৰ বিস্তৃত সুৰক্ষা পৰীক্ষণৰ কাম হাতত লোৱা হৈছে আৰু উপায়ুক্ত ঝাই এই সন্দৰ্ভত আইআইটি কর্তৃপক্ষলৈ পত্ৰ প্ৰেৰণ কৰিছে।

উল্লেখ্য যে প্ৰকল্পৰ সমগ্ৰ পাইপলাইন, ভাল্ভ, জলাধাৰ আদিৰ সুৰক্ষা ব্যৱস্থাৱলী পুংখানুপুংখ অধ্যয়ন কৰি ভৱিষ্যতে এনে অনাকাংক্ষিত দুর্যোগ এৰাই চলাৰ প্ৰয়োজনীয় পৰামৰ্শ প্ৰদানৰ বাবে আইআইটি বিশেষজ্ঞসকলৰ সহযোগিতা কামনা কৰা হৈছে। ইফালে, বৃহস্পতিবাৰে নিশা ঘটনাস্থলী পৰিদৰ্শন কৰি বিভাগীয় মন্ত্রী অশোক সিংহলে সমগ্ৰ ঘটনাৰ উপযুক্ত তদন্ত ঘোষণা কৰে আৰু শুক্ৰবাৰৰ পৰাই তিনিজনীয়া তদত্ত সমিতিয়ে তদন্ত প্রক্রিয়া আৰম্ভ কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam GovtFormation Of inquiry CommitteeKharghuli Pipeline Blast
publisher

publisher

Related Posts

Boko Firing incident:বকোৰ গামেৰীমূৰা আৰক্ষী পহৰা চকীত ভয়ংকৰ ঘটনা
Uncategorized

September 3, 2026
Police Encounter in Sonapur:ৰাজ্যত পুনৰ এনকাউণ্টাৰ !

Silcha Municipal Corporation:প্ৰথমবাৰে নিৰ্বাচন অনুষ্ঠিত হ’ব শিলচৰ পৌৰ নিগমৰ

September 2, 2026
ৰহা টোলগেটত স্থানীয় ৰাইজৰ বাবে টোল ৰেহাই ঘোষণা নগাঁও জিলা আয়ুক্তৰ

Heroin Seized in Basistha: বশিষ্ঠ আৰক্ষীৰ অভিযানত হে’ৰইন সহ কুখ্যাত সৰবৰাহকাৰী আটক

Zubeen garg case:জুবিন গাৰ্গ হত্যা গোচৰৰ সাক্ষাদানৰ বাবে ফাষ্টট্ৰেক আদালতত ছিংগাপুৰৰ প্ৰবাসী অসমীয়া পৰীক্ষিত শৰ্মা

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d