Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

    ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ

    ঘাইপথ চোৱাচিতাৰ নামত চূড়ান্ত প্রবঞ্চনা, প্রকল্প সঞ্চালকৰ দায়িত্বজ্ঞানহীন আচৰণ

    আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

    আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

    জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

    ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    পাহাৰত শুই-বহি মেঘ চোৱাটোৱেই চাকৰি

    গৰম ননষ্টিক কেৰাহীত পানী ঢালি দিয়ে নেকি?

    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনক লৈ কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত যুদ্ধকালীন প্ৰস্তুতি

publisher by publisher
January 19, 2021
in Assam, India, News, Politics
Reading Time: 1 min read
0
বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনক লৈ কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত যুদ্ধকালীন প্ৰস্তুতি
1
SHARES
14
VIEWS
ShareShareShareShare

RelatedPosts

China’s largest dam at source of the Brahmaputra :ব্ৰহ্মপুত্ৰৰ উৎসত দৈত্যকায় বান্ধ চীনৰ

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

Bengal BJP legislature Party Meeting: আজি দিনৰ দুই বজাত অনুষ্ঠিত পশ্চিমবংগত হ’ব বিজেপিৰ বিধায়িনী দলৰ বৈঠক

বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপনক লৈ কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত চলিছে যুদ্ধকালীন প্ৰস্তুতি ৷ অহা 24, 25 আৰু 27 ফেব্ৰুৱাৰীত তিনিদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা হ’ব বিটিআৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান ৷ উল্লেখ্য যে, বিটিআৰ প্ৰশাসনৰ উদ্যোগত উদযাপিত হ’বলগীয়া বিটিআৰ চুক্তি বৰ্ষপূৰ্তিৰ প্ৰথম দিনাৰ অৰ্থাৎ 24 জানুৱাৰীৰ কাৰ্যসূচীত অংশ ল’ব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৷

ADVERTISEMENT

ইপিনে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ কোকৰাঝাৰ ভ্ৰমণৰ প্ৰাক মূহুৰ্তত মংগলবাৰে অসম আৰক্ষীৰ এডিজিপি ড° এল আৰ বিষ্ণই কোকৰাঝাৰৰ গ্ৰীণ ফিল্ডত উপস্থিত হৈ নিৰাপত্তা ব্যৱস্থাসহ আন প্ৰস্তুতি সম্পৰ্কে বুজ লয় ৷ হেলিপেডস্থলীও পৰিদৰ্শন কৰে এডিজিপি এল আৰ বিষ্ণইয়ে ।

প্ৰস্তুতি সম্পৰ্কে বুজ লোৱাৰ পাছত এডিজিপি বিষ্ণই সাংবাদমাধ্যমৰ আগত কয় যে, গৃহমন্ত্ৰীৰ ভ্ৰমণৰ সময়ত যাতে কোনো ধৰণৰ সমস্যাৰ উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি নিৰাপত্তাসহ আন সকলোবোৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে ৷ গ্ৰীণ ফিল্ডক ২১ টা ছেক্টৰত বিভক্ত কৰা হৈছে আৰু প্ৰতিটো ছেক্টৰতে কটকটীয়া নিৰাপত্তা ব্যৱস্থা গ্ৰহণ কৰা হ’ব ৷

বৰ্ষপূৰ্তি অনুষ্ঠান আৰু ইয়াৰ দাতিকাষৰীয়া এলেকাত নিৰাপত্তাৰক্ষীৰ 15 টা কোম্পানী মোতায়েন কৰা হ’ব ৷ চিচি টিভিৰ নিৰীক্ষণত অনুষ্ঠিত হ’বলগীয়া বিটিআৰ প্ৰথম বৰ্ষপূৰ্তিৰ বিশাল গণ সমাবেশখন ক’ভিড প্ৰ’ট’কল অনুযায়ী সম্পন্ন হ’ব বুলি এডিজিপি বিষ্ণই জানিব দিছে ৷ তদুপৰি সমাবেশত অংশ গ্ৰহণ কৰা বিশেষ অতিথিৰ লগতে সাধাৰণ জনতাৰ নিৰাপত্তা সুনিশ্চিত কৰা হ’ব বুলিও এডিজিপি গৰাকীয়ে সদৰী কৰে ৷

উল্লেখ্য যে বিটিআৰ চুক্তিৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন থলীত চাৰি লাখ আসনৰ ব্যৱস্থা কৰা হৈছে ৷ সেই অনুসৰি বৰ্ষপূৰ্তি অনুষ্ঠানত প্ৰায় চাৰি লাখ লোকে অংশগ্ৰহণ কৰিব বুলি ধাৰণা কৰা হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Amit ShahAssamBTR accordKokrajhar
publisher

publisher

Related Posts

লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ
Entertainment

লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

September 3, 2026
APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ
Assam

APCC:মধুচন্দ্ৰিকা অন্ত পৰিল কংগ্ৰেছ-ৰাইজৰ দলৰ

September 3, 2026
ৰাজহুৱা দাবীক আওকাণ কৰি পুনৰ নাজিৰাখাটত টোল কৰ সংগ্ৰহ আৰম্ভ
Assam

ঘাইপথ চোৱাচিতাৰ নামত চূড়ান্ত প্রবঞ্চনা, প্রকল্প সঞ্চালকৰ দায়িত্বজ্ঞানহীন আচৰণ

September 3, 2026
আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা
Assam

আর্থিক অনাটন! পত্নী-তিনি সন্তানক হত্যা

September 3, 2026
জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে
International

জলপ্ৰলয়ৰ বাবে ভাৰত-চীন-আমেৰিকাক দায়ী কৰিলে নেপাল চৰকাৰে

September 3, 2026
ম্যাদ উকলি যোৱাৰ তাৰিখ নিমিষতে সলনি হৈছে, ম্যাদ উকলি যোৱা মেগী-কুকুৰে-লিমকা বজাৰত বিক্ৰী কৰা হৈছে
India

September 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d