Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Result HS 2026

    Result HS 2026

    প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

    H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

    ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

    হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ডার্ক চাৰ্কলৰ কাৰণ আৰু যত্নৰ উপায়

    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Clouds, birds, sky don’t need passports: Bangladeshi poet Lopa Mamtaz:মেঘ, চৰাই,আকাশৰ পাৰপত্ৰ নালাগেঃ বাংলাদেশৰ কবি লোপা মমতাজ

publisher by publisher
June 21, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Clouds, birds, sky don’t need passports: Bangladeshi poet Lopa Mamtaz:মেঘ, চৰাই,আকাশৰ পাৰপত্ৰ নালাগেঃ বাংলাদেশৰ কবি লোপা মমতাজ
3
SHARES
27
VIEWS
ShareShareShareShare

Clouds, birds, sky don’t need passports: Bangladeshi poet Lopa Mamtaz

মই নিজকে আকাশ বুলি ভাবো, মেঘ আৰু চৰাই বুলি ভাবোঁ। কাৰণ এখন দেশৰ পৰা আন এখন দেশলৈ যাবৰ বাবে মেঘ, বৰষুণ আৰু চৰাইক পাৰপত্ৰৰ প্ৰয়োজন নহয়। মই মোৰ কবিতাৰ মাজেৰে নাৰী-পুৰুষৰ সম অধিকাৰৰ দাবী উত্থাপন কৰো। জাত-পাত, ধৰ্মীয় বিভেদৰ বিপৰীতে মই সাম্যৰ পোষকতা কৰোঁ।’

ADVERTISEMENT

আজি গ্ৰন্থ প্ৰাকশক প্ৰতিষ্ঠান বৰ্ণৰ উদ্যোগত গুৱাহাটী প্ৰেছ ক্লাবত অনুষ্ঠিত ‘লোপাৰ সৈতে কবিতাৰ আড্ডা’ত এই মন্তব্য কৰে বাংলাদেশৰ তৰুণ কবি লোপা মমতাজে। উল্লেখ্য যে পাণ্ডু মহাবিদ্যালয়ৰ বাংলা বিভাগৰ সহযোগী অধ্যাপক শান্তনু ৰায়চৌধুৰীয়ে লোপা মমতাজৰ কাব্যগ্ৰন্থ ‘লোপা ও লিলিথ’ সন্দৰ্ভত এক মনোজ্ঞ আলোচনা আগবঢ়ায়।

RelatedPosts

Guwahati Press Club:গুৱাহাটী প্ৰেছ ক্লাৱৰ উদ্যোগত পাঞ্জা চেম্পিয়নশ্বিপ ২০২৬’ৰ সফল সমাপ্তি

Guwahati:গুৱাহাটী প্ৰেছ ক্লাবৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাংবাদিক, ক্ৰীড়া সংগঠক প্ৰেমধৰ শৰ্মালৈ শ্ৰদ্ধাঞ্জলি

Puspadevi Jalan Award:পুষ্পাদেৱী জালান সাহিত্য বঁটা প্ৰদান অনুষ্ঠান

gpc 2অধ্যাপক ৰায় চৌধীৰীয়ে তাৎপৰ্যপূৰ্ণ মন্তব্য কৰি কয়ঃ অসাধাৰণ কাব্য প্ৰতিভাৰ অধিকাৰী লোপাই বাংলা কবিতাৰ গতানুগতিক ‘ফৰ্ম’ অত্যন্ত সাহসিকতা আৰু পাৰদৰ্শিতাৰে ভাঙি অভিনৱ এক শৈলীৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে। লোপাৰ কাব্যধাৰা নিঃসন্দেহে অনুসৰণীয়। লোপাৰ কবিতাত কেবল প্ৰেম আৰু প্ৰকৃতিয়েই নাই, আছে চিৰন্তন সত্য প্ৰকাশৰ প্ৰতি আত্মিক আকাংক্ষা। আৰু সেয়ে সৰল ভাষাত তেওঁ আদম আৰু ইভৰ( লিলিথ) যৌন সম্পৰ্কক কেৱল মাত্ৰ আদমৰ দৈহিক ইচ্ছাত সীমাবদ্ধ নকৰি লিলিথৰ ইচ্ছাকো মানতা দিছে আৰু সম্পৰ্ক যে প্ৰেমৰ সম্পৰ্ক তাক প্ৰতীয়মান কৰিছে কবিতাৰে।

আনহাতে বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট কবি নীলিম কুমাৰে বাংলাদেশী কবি লোপাৰ কবিতাৰ ভূয়সী প্ৰশংসা কৰে। তেওঁ কয় লোপা মমতাজে কবিতাত নাৰী -পুৰুষৰ শাশ্বত সম্পৰ্কৰ কথাবোৰ যি সাহসিকতাৰে উপস্থাপন কৰিছে সেয়া অসমীয়া কবিতাত দুৰ্লভ। আড্ডাত অংশ লৈ বাংলাদেশৰ আন এজন জনপ্ৰিয় কবি আলফ্ৰেড খোকনে বাংলাদেশৰ বিগত শতিকাৰ ৬০ৰ দশকৰ পৰা সাম্প্ৰতিক সময়লৈকে বাংলা কবিতা চৰ্চাৰ সম্যক ইতিহাস দাঙি ধৰে।

আড্ডাত কবি গৰাকীৰ সৈতে মত বিনিময় কৰে, কবি ইছমাইল হোছেইনে। প্ৰাক্তন সাংসদ আব্দুল খালেকেওঋ অংশগ্ৰহণ কৰি এই অনুষ্ঠানটোৱে অসমৰ সৈতে বাংলাদেশৰ কবি-সাহিত্যিকৰ সম্পৰ্ক সুদৃঢ় কৰিব। অনুষ্ঠানটিৰ আঁত ধৰে খাইৰুল আলমে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Bangladeshi poet Lopa MamtazBarna PublishingGuwahati Press ClubPoetry Chat
publisher

publisher

Related Posts

Result HS 2026
News

Result HS 2026

April 28, 2026
প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ
News

প্ৰতিৱেশী উপসাগৰীয় দেশক চাৰিগুণ আক্ৰমণৰ ভাবুকি ইৰানৰ

April 28, 2026
H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল
News

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

April 28, 2026
বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ
News

বংগৰ ফলাফলে নিৰ্ণয় কৰিব ২০২৯ৰ দিশ

April 28, 2026
ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ
News

ওড়িশাত তাপপ্ৰবাহৰ মাজতে দুদিনত দুজনৰ মৃত্যু, হিটষ্ট্ৰোক সন্দেহ

April 27, 2026
হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল
News

হঠাৎ নলবাৰী ষ্ট্ৰংৰুম পৰিদৰ্শন অসম প্ৰদেশ কংগ্ৰেছৰ দল

April 27, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d