Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Indo-Bangla Journalist Forum:বাংলাদেশৰ দিনাজপুৰ জাৰ্নালিষ্ট ইউনিয়নৰ মত বিনিময় অনুষ্ঠানত আই জে ইউৰ সভাপতি বিশিষ্ট সাংবাদিক গীতাৰ্থ পাঠক- সাংবাদিক শ্বহিদুল ইছলাম

সাংবাদিকৰ ইতিবাচক ভুমিকাই ভাৰত- বাংলাদেশৰ সম্পৰ্ক শক্তিশালী কৰিব পাৰে: গীতাৰ্থ পাঠক

samimsultana by samimsultana
April 23, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Indo-Bangla Journalist Forum:বাংলাদেশৰ দিনাজপুৰ জাৰ্নালিষ্ট ইউনিয়নৰ মত বিনিময় অনুষ্ঠানত আই জে ইউৰ সভাপতি বিশিষ্ট সাংবাদিক গীতাৰ্থ পাঠক- সাংবাদিক শ্বহিদুল ইছলাম
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

India Delivers 5000 Tonnes Diesel To Bangladesh Amid Oil Crisis:তীব্ৰ ইন্ধনৰ সংকটৰ সন্মুখীন হোৱা বাংলাদেশলৈ ভাৰতে অতিৰিক্তভাৱে প্ৰদান কৰিলে ৫,০০০ টন ডিজেল

Terrible bus accident in bangladesh: বাংলাদেশত ভয়ংকৰ বাছ দুর্ঘটনাত মৃত্যু ২৩ জন যাত্ৰীৰ

Tarique Rahman :প্রাক্তন প্রধানমন্ত্রী শ্বেখ হাছিনাৰ সন্তানে বিচাৰিলে দেশলৈ উভতি আহি ৰাজনীতি কৰিব পাৰিব:তাৰেক ৰহমান

Indo-Bangla Journalist Forum:

বাংলাদেশৰ দিনাজপুৰ জাৰ্নালিষ্ট ইউনিয়নৰ উদ্যোগত আৰু ইন্ডো-বাংলা জাৰ্নালিষ্ট ফৰামৰ সহযোগত “ভাৰত- বাংলাদেশ সাংবাদিক ঐক্য শক্তিশালী হওক” শীৰ্ষক এখনি আলোচনা সভা দিনাজপুৰ চাৰ্কেট হাউচ সভাকক্ষত অনুষ্ঠিত হয়।
উক্ত সভাত অংশ লয় দিনাজপুৰ ভ্ৰমণৰত ইন্ডিয়ান জাৰ্নালিষ্ট ইউনিয়নৰ সভাপতি বিশিষ্ট সাংবাদিক গীতাৰ্থ পাঠক, জাৰ্নালিষ্ট ইউনিয়ন অফ আসামৰ ৰাজ্যিক কমিটিৰ সদস্য তথা দৈনিক পূৰ্বোদয় কাকতৰ সাংবাদিক শ্বহিদুল ইছলাম। অসমৰ পৰা যোৱা সাংবাদিকদ্বয়ক দিনাজপুৰৰ জাৰ্নালিষ্ট ইউনিয়নৰ তৰফৰ পৰা উষ্ম আদৰণী জনায়।

ADVERTISEMENT

“ভাৰত- বাংলাদেশ সাংবাদিক ঐক্য শক্তিশালী হওক” শীৰ্ষক উক্ত মত বিনিময় অনুষ্ঠানত প্ৰধান অতিথি হিচাবে অংশ লৈ বিশিষ্ট সাংবাদিক গীতাৰ্থ পাঠকে নিজৰ ভাষণত কয়- “কাটাতাৰৰ বেৰেৰে ভাৰত- বাংলাদেশৰ জনগণৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্কত কোনেও বাধাৰ সৃষ্টি কৰিব নোৱাৰে।। এই কাটাতাৰৰ বেৰ ভৱিষ্যতে কোনোবা এদিন নাথাকিব পাৰে। দুই দেশৰ মাজত ৰাজনৈতিক কিছু মতান্তৰ থাকিলেও উভয় দেশৰ জনতাৰ মাজত তাৰ কোনো প্ৰভাৱ নাই।

দুই জাৰ্মান, দুই ভিয়েটনাম যদি এক হ’ব পাৰে, আমি কিয় নোৱাৰো বুলি প্ৰশ্ন উত্থাপন কৰে। আৰু এই ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰিব পাৰে সাংবাদিক সকলে। সাংবাদিকৰ কোনো দেশ নাই, পৰিসীমা নাই। সাংবাদিকৰ সমস্যা বোৰ সমগ্ৰ বিশ্বতে বৰ্তমান একেই। গতিকে সাংবাদিক সকলৰ আন্তৰ্জাতিক ভ্ৰাতৃত্ববোধ জাগ্ৰত কৰি সমস্যাবোৰ দূৰ কৰিব লাগিব। এটা কথা মনত ৰাখিব লাগিব যে জনগণৰ কন্ঠই হৈছে সাংবাদিকৰ কন্ঠ বুলি তেওঁ মন্তব্য কৰে।

bangladesh 2সাংবাদিক গীতাৰ্থ পাঠকে আৰু কয়- আজি সমগ্ৰ বিশ্বৰ বিভিন্ন দেশত সাংবাদিক ওপৰত নিৰ্যাতনৰ ঘটনা ঘটি আছে। বিশেষকৈ সাম্প্ৰতিক সময়ত পেলেষ্টাইনৰ গাজাত ইজৰাইলী হামলাত শতাধিক সাংবাদিক নিহত হৈছে। শ্বহীদ সাংবাদিকৰ পৰিয়ালৰ বাবে আমি সহযোগিতাৰ হাত আগবঢ়াইছো। এই ধৰনৰ সহযোগিতা থাকিলে আমাৰ উভয় দেশৰ ভিছা সমস্যা সমূহ সমাধান সম্ভৱ হ’ব। উক্ত মত বিনিময় অনুষ্ঠানত অসমৰ পৰা যোৱা আন এগৰাকী সাংবাদিক তথা জাৰ্নালিষ্ট ইউনিয়নৰ অফ আসামৰ সদস্য শ্বহিদুল ইছলামেও অংশ লৈ ভাৰত- বাংলাদেশ সাংবাদিক ঐক্য শক্তিশালী হওক শীৰ্ষক মত বিনিময় বিষয়ত নিজৰ মতামত আগবঢ়োৱাৰ লগতে সাংবাদিক সকলক ঐক্যবদ্ধ হোৱাৰ আহ্বান জনায়।

দিনাজপুৰ সাংবাদিক ইউনিয়নৰ সভাপতি মো: ওৱাহিদুল আলম আৰ্টিষ্টৰ সভাপতিত্ব অনুষ্ঠিত সভা পৰিচালনা কৰে। দিনাজপুৰ সাংবাদিক ইউনিয়নৰ সম্পাদক শ্বাহিদ হুছেইনে। ইন্ডো-বাংলা জাৰ্নালিষ্ট ফৰামৰ কাৰ্যকৰী সভাপতি খাইৰুজজামান কামালে আদৰণী ভাষণত কয়- বাংলাদেশৰ সাংবাদিক সকলে ভাৰতৰ ভিছা পোৱাৰ ক্ষেত্ৰত সন্মুখীন হোৱা সমস্যাৰ কথা উল্লেখ কৰে। লগতে ভাৰতৰ সাংবাদিক সকলৰ পৰা এই ক্ষেত্ৰত সহযোগিতা কামনা কৰে।

ইন্ডো-বাংলা জাৰ্নালিষ্ট ফৰামৰ সাংস্কৃতিক সম্পাদক মো: আব্দুল হাদিৰ লগতে দিনাজপুৰ জাৰ্নালিষ্ট ইউনিয়নৰ দৈনিক মুখপাত্ৰ কাকতৰ সম্পাদক শেখ কামাল, সাংবাদিক গৌৰী শংকৰ ৰায়, জ্যোষ্ঠ আব্দুৰ ৰহমান, দিনাজপুৰ সাংবাদিক ইউনিয়নৰ কোষাধ্যক্ষ ৰেজাউল কৰিম ৰঞ্জু সহ বহু কেইজন সাংবাদিকে ভাষণ দিয়ে। সভাপতি সাংবাদিক ইউনিয়নৰ সভাপতি মো: ওৱাহিদুল আলম আৰ্টিষ্টে কয় বাংলাদেশৰ স্বাধীনতা আন্দোলনত ভাৰতৰ সহযোগিতা আমি কেতিয়াও পাহৰিব নোৱাৰিম। আমি ভাৰতৰ ওচৰত চিৰদিন কৃতজ্ঞ। সাধাৰণ নাগৰিকৰ কথাতো বাদেই শেহতীয়াকৈ বাংলাদেশৰ সাংবাদিকেও ভাৰতৰ ভিছা লাভ কৰাৰ ক্ষেত্ৰত ভাৰতৰ ইমিগ্ৰেচন কৰ্তৃপক্ষৰ পৰা বিশেষ সহযোগিতা পোৱা নাই বুলি অভিযোগ তোলে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: BANGLADESHGetatha PathakIndo-Bangla Journalist ForumSpl. Meeting
samimsultana

samimsultana

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d