Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

US Government awards IVLP to two journalists from Assam:অসমৰ দুগৰাকী সাংবাদিকলৈ মার্কিন যুক্তৰাষ্ট্ৰ চৰকাৰৰ সন্মানীয় আই ভি এল পি প্রদান

publisher by publisher
June 22, 2024
in India, Assam, News
Reading Time: 2 mins read
0
US Government awards IVLP to two journalists from Assam:অসমৰ দুগৰাকী সাংবাদিকলৈ মার্কিন যুক্তৰাষ্ট্ৰ চৰকাৰৰ সন্মানীয় আই ভি এল পি প্রদান
2
SHARES
22
VIEWS
ShareShareShareShare

US Government awards IVLP to two journalists from Assam:

অসমৰ দুগৰাকী সাংবাদিক, বৰশা দাস আৰু সুমিৰ কৰ্মকাৰক “কল টু ক্লাইমেট একশ্যন: পাব্লিক এৱাৰনেছ থ্ৰ মিডিয়া এডভোকেছি” শীর্ষক প্রকল্পটোৰ সৈতে সংগতি ৰাখি মার্কিন যুক্তৰাষ্ট্ৰ চৰকাৰৰ বৈদেশিক বিভাগে সম্মানীয় আন্তঃৰাষ্ট্ৰীয় ভিজিটৰ লিডাৰশ্বিপ প্রগ্রাম (আই ভি এল পি) আগবঢ়াইছে ।

ADVERTISEMENT

বর্তমান ১৫ জুনৰ পৰা ৬ জুলাইলৈ সাংবাদিক দুগৰাকীয়ে ৱাশ্বিংটন ডি চি, মিচিগানৰ ডেট্ৰইট চহৰ, আইডাহ’ৰ বয়ছ আৰু ক’লৰাডোৰ বোল্ডাৰৰ মাজেৰে আমেৰিকাৰ যাত্ৰাত ব্যস্ত হৈ আছে ।

RelatedPosts

H.S Final Exami Result 2026:ঘোষণা হ’ল উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ফলাফল

Earthquake in Assam:পুৱাই ৰাজ্যত ভূমিকম্পৰ জোকাৰণি

শিলচৰত আৰক্ষীৰ বৃহৎ সফলতা

পেছাদাৰী বিনিময় কাৰ্যসূচীৰ জৰিয়তে, তেওঁলোকে জলবায়ু পৰিৱৰ্তনৰ লক্ষ্য প্রাপ্ত কৰাৰ ক্ষেত্ৰত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰীয়, বৈদেশিক আৰু স্থানীয় প্ৰগতিৰ মূল্যায়ন কৰিব। ইয়াৰোপৰি, তেওঁলোকে পৰিৱেশ সম্পৰ্কীয় নীতি নির্ধাৰণ আৰু সংবাদ মাধ্যমৰ প্ৰচাৰকাৰ্যক ব্যৱহাৰিক সমাধানৰ সৈতে একত্ৰিত কৰাৰ উপায় নির্ধাৰণ কৰাৰ সমান্তৰালকৈ পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ৰাজহুৱা যোগদান বৃদ্ধি কৰাৰ বাবে সংবাদ মাধ্যমৰ ৰণনীতিও বিকশিত কৰিব।

১৮ জুনত দাস আৰু কৰ্মকাৰে গোটটোৰ আন চাৰিগৰাকী সদস্যৰ সৈতে মার্কিন যুক্তৰাষ্ট্ৰৰ জলবায়ু আৰু পাৰিপার্শ্বিক কূটনীতিয়ে কেনেদৰে অর্থনৈতিক বিকাশ, শক্তি সুৰক্ষা আৰু এখন স্বাস্থ্যকৰ পৃথিৱী সৃষ্টি কৰাৰ লক্ষ্য আগত ৰাখি আগবাঢ়ি গৈছে সেই বিষয়ে বুজ ল’বলৈ দেশখনৰ বৈদেশিক বিভাগলৈ যায়।

সুমিৰ কৰ্মকাৰ হৈছে বাতৰি কাকত আৰু ডিজিটেল মাধ্যমত ১৭ বছৰৰ অভিজ্ঞতাসম্পন্ন এগৰাকী জ্যেষ্ঠ সাংবাদিক। আনহাতে, অসমৰ এগৰাকী স্বতন্ত্র সাংবাদিক হিচাপে বৰশা দাসে জলবায়ু পৰিৱৰ্তন আৰু পৰিৱেশ সম্পর্কে লেখা-মেলা কৰি আহিছে। বর্তমান ডেক্কান হেৰাল্ড বাতৰি কাকতৰ এগৰাকী বিশেষ সংবাদদাতা হিচাপে সুমিৰ কৰ্মকাৰে উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহক সামৰি লৈ কাম কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ নদী দ্বীপ মাজুলী, বড়োলেণ্ড আৰু ধুবুৰী অঞ্চলৰ সম্প্রদায়সমূহৰ জলবায়ু পৰিৱৰ্তন আৰু জলবায়ু স্থিতিস্থাপকতাৰ ওপৰত গুৰুত্ব দি অসমত দুটা মিডিয়া ফেলোশ্বিপ সফলতাৰে সম্পূৰ্ণ কৰিছে।

এগৰাকী স্বতন্ত্র সাংবাদিক হিচাপে বৰশা দাসে উত্তৰ-পূব ভাৰতৰ পৰিৱেশ সংক্রান্তীয় উদ্বেগ আৰু জলবায়ু পৰিৱৰ্তনৰ বিষয়ত গুৰুত্ব দি আহিছে। তেওঁ ২০২৩ চনত চহৰ আৰু জলবায়ু পৰিৱৰ্তনৰ ওপৰত আধাৰিত কিউ অ’ চি- চি এ এন এছ এ (কুৱেশ্যন অৱ চিটিজ ক্লাইমেট একশ্যন নেটৱর্ক ছাউথ এছিয়া) ফেলোশ্বিপৰ ফেলো আছিল।

দুয়োগৰাকী সাংবাদিকৰ সৈতে ইছাবেলা নওদিতা গুৰুং (গেংটক), জয়দীপ দেওঘৰীয়া (ৰাঁচী), পূজা মেহতা বাটাভিয়া (কলকাতা) আৰু সবিতা কুমাৰী (পাটনা)য়ে এই দলত অন্তর্ভুক্ত হৈ আছে। তেওঁলোকে ক্রমে ছিকিম এক্সপ্রেছ, দ্য টাইমছ অৱ ইণ্ডিয়া, টাইমছ নাও আৰু দৈনিক ভাস্কৰক প্রতিনিধিত্ব কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AssamTwo journalistsUS Government awards IVLP
publisher

publisher

Related Posts

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ
News

উজনি অসমত বিৰোধীৰ ব্যাপক পৰাজয়ৰ মাজতো শিৱসাগৰত অখিল গগৈৰ জয়লাভ

May 4, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d