Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Power Crisis in Assam: বিদ্যুৎ সংকটত ৰাজ্যবাসীৰ নগুৰ -নাগতি

অভিযোগ দিবলৈ নাই সঁহাৰি ফোন ধৰিলেও সহজ উত্তৰঃ 'মেইন লাইন ফল্ট, চাহিদা ২৩শ মেগাৱাটৰ বিপৰীতে উৎপাদন মাত্র ৩৩২ মেগাৱাট , প্রচণ্ড গৰমত হাহাকাৰ

publisher by publisher
June 25, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Power Crisis in Assam: বিদ্যুৎ সংকটত ৰাজ্যবাসীৰ নগুৰ -নাগতি
2
SHARES
17
VIEWS
ShareShareShareShare

Power Crisis in Assam:

সর্বাধিক ব্যৱহাৰৰ সময়ত ৰাজ্যত বিদ্যুতৰ চাহিদা ২২৭৯ মেগাৱাটলৈ বৃদ্ধি পোৱাৰ দিনটোতে এপিডিচিএলৰ নিজস্ব উৎপাদন মাত্র ৩৩২ মেগাৱাট। বিদ্যুতৰ বাবে আনৰ ওচৰত হাত পাতি অহা অসম শক্তি বিতৰণ কোম্পানী লিমিটেড (এপিডিচিএল)-এ প্রয়োজনীয় বিদ্যুৎ যোগাৰ কৰিব নোৱৰাৰ পৰিণতিত ৰাজ্যজুৰি অভাৱনীয় হাৰত অব্যাহত আছে বিদ্যুৎ কর্তন।

ADVERTISEMENT

এপিডিচিএলৰ নিজস্ব ৱেবছাইটত দৈনিক বিদ্যুতৰ চাহিদা তথা যোগানৰ হাৰ সন্দৰ্ভত প্রকাশ কৰা পৰিসংখ্যা মতে, কালিৰ দিনটোত এপিডিচিএলে প্রয়োজনীয় ২২৭৯ মেগাৱাটৰ ভিতৰত ২২২৯ মেগাৱাট বিদ্যুৎ যোগান ধৰিছে অর্থাৎ দিনটোত ঘাটিৰ পৰিমাণ আছিল মাথোঁ ৫০ মেগাৱাট। পাছে এপিডিচিএল কর্তৃপক্ষই যে বিদ্যুতৰ যোগান সন্দৰ্ভত চূড়ান্ত মিথ্যাচাৰত লিপ্ত হৈছে সেয়া স্পষ্ট কৰি তুলিছে বিগত ২৪ ঘণ্টাত ৰাজ্যত সঘন বিদ্যুৎ কৰ্তনৰ ঘটনাই।

RelatedPosts

APDCL:এপিডিচিএল গ্ৰাহকৰ বাবে বিশেষ খবৰ

চাৰিশ কোটি লাভ অর্জন কৰিও মাচুল বৃদ্ধিৰহে কৌশল এপিডিছিয়েল 

Purchase of electricity:পুঁজিপতিৰ পৰা বিদ্যুৎ ক্রয়ে লক্ষ্য দিছপুৰৰ

চৰম ব্যর্থতা ওলাই পৰাৰ পৰিপ্ৰেক্ষিতত এপিডিচিএলে বিদ্যুতৰ নাটনিৰ বাস্তৱ পৰিস্থিতি ঢাকিবলৈ চেষ্ট চলোৱা বুলি সর্বত্র ক্ষোভৰ সৃষ্টি হৈছে। ৰাজ্যজুৰি অব্যাহত থকা প্রচণ্ড গ্রীষ্ম প্ৰৱাহৰ সময়তো বিগত ২৪ ঘণ্টাত এপিডিচিএলে ৰাজ্যৰ গ্রামাঞ্চলক সম্পূর্ণৰূপে অন্ধকাৰাচ্ছন্ন কৰি ৰাখিছে। কেবল গ্রামাঞ্চলেই নহয় গুৱাহাটীতো বিদ্যুতৰ সঘন লুকা-ভাকুৱে অতিষ্ঠ কৰি তুলিছে সাধাৰণ ৰাইজক। যোৱা নিশাৰে পৰা গুৱাহাটীত ব্যাপক হাৰত বৃদ্ধি পাইছে বিদ্যুৎ কর্তন।

কেৱল বিদ্যুৎ কর্তনেই নহয়, গুৱাহাটীত ঠায়ে ঠায়ে বিদ্যুতৰ কম ভল্টেজৰ বাবেও অতিষ্ঠ হৈ উঠিছে সাধাৰণ ৰাইজ। বিগত ২৪ ঘণ্টাত মহানগৰীৰ দিছপুৰ অঞ্চলকে ধৰি চান্দমাৰি, নাৰেংগী, সাতগাঁও, পাঞ্জাবাৰী, হাতীগাঁও আদিত প্রতি এক-ডেৰ ঘণ্টাৰ মূৰে মূৰে বিদ্যুৎ কৰ্তন কৰি ৰাইজক হাৰাশাস্তি কৰিছে।

এই অৱস্থা অব্যাহত থাকে ওৰেটো দিন। ঠায়ে ঠায়ে এঘণ্টা পর্যন্ত বিদ্যুৎ কর্তন কৰিছে এপিডিচিএলে। চাহিদা অনুপাতে প্রায় সম্পূর্ণ বিদ্যুৎ যোগান ধৰা বুলি দাবী কৰা এপিডিচিএলৰ মিথ্যাচাৰিতা উদঙাই সোমবাৰে সন্ধিয়া প্রায় ছয় বজাৰ পৰা দিছপুৰ-কাহিলীপাৰা অঞ্চলত, বিয়লি তিনি বজাৰ পৰা নাৰেংগী, সাতগাঁও অঞ্চলত এঘণ্টাকৈ বিদ্যুৎ কৰ্তন কৰিছে।

গ্রামাঞ্চলত আকৌ বিদ্যুৎ কৰ্তনৰ পৰিস্থিতি আৰু অধিক ভয়াৱহ। সামাজিক মাধ্যমত এপিডিচিএলক বহু লোকে তীব্র ককৰ্থনা কৰি ক্ষোভ উজাৰিছে। নলবাৰী জিলাৰ চামতা, বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনস্থ মুকালমুৱা উপ-কেন্দ্ৰকে ধৰি সমগ্র বৰক্ষেত্ৰী অঞ্চলতে যোৱা নিশা আঠ বজাৰ পৰা আজি পুৱা ১১ বজালৈ বিদ্যুৎ কর্তন কৰা হয়। প্রচণ্ড গৰমত উজাগৰি নিশা কটাবলগীয়া হয় মুকালমুৱা বিদ্যুৎ উপ-কেন্দ্ৰৰ অধীনস্থ গ্রাহকসকলে।

উল্লেখ্য যে অঞ্চলটোত পর্যাপ্ত সংখ্যক লাইনমেন থকাৰ পাছতো বিগত প্রায় এমাহ ধৰি বিভিন্ন অজুহাতত একেলেথাৰিয়ে ১২-১৫ ঘণ্টা পর্যন্ত বিদ্যুৎ কর্তন কৰাটো এক ধাৰাবাহিকতাত পৰিণত হোৱা বুলি অঞ্চলবাসীয়ে আজি ক্ষোভ উজাৰিছে। এয়া এক সামান্য উদাহৰণহে। সদৌ অসম বিদ্যুৎ উপভোক্তা সংস্থাই অভিযোগ কৰা মতে, নলবাৰী জিলাৰ অধীনস্থ বৰক্ষেত্ৰী অঞ্চলত ওৰে নিশা বিদ্যুৎ কৰ্তন কৰাৰ আঁৰত কোনো কাৰিকৰী কাৰণ জড়িত হৈ থকা নাই, প্রচণ্ড গৰমৰ বাবে বিদ্যুতৰ চাহিদা বৃদ্ধি পোৱাত এপিডিচিএলে কৌশলৰে এই অঞ্চলটোকে ধৰি ৰাজ্যৰ আন বিভিন্ন স্থানত বিদ্যুৎ কর্তন কৰিছে।

পৰিতাপৰ বিষয় যে এপিডিচিএলক বিদ্যুৎ কৰ্তনৰ বিষয়ে অভিযোগ দিবলৈও এতিয়া ৰাইজে জৰুৰীকালীন সময়ত বিচাৰি নোপোৱা হৈছে অভিযোগ নম্বৰ। দেখাত এপিডিচিএলে গ্ৰাহকৰ ওজৰ-আপত্তি গ্ৰহণৰ বাবে ১৯১২ নম্বৰটো মুকলি কৰিছে যদিও নিশাৰ ভাগত এই অভিযোগ নম্বৰটো ফোন কৰিলেও কোনোপধ্যে যোগাযোগ স্থাপন সম্ভৱ নহয় বুলি উল্লেখ্য যে এপিডিচিএলে যোৱা ২৩ জুনৰ দিনটোৰ বিদ্যুতৰ চাহিদা সন্দৰ্ভত পৰিসংখ্যা দাঙি ধৰিছে যে বিগত ২৪ ভুক্তভোগী গ্রাহকে অভিযোগ কৰি আহিছে।

ঘণ্টাত সর্বাধিক প্রয়োজনৰ সময়ত ৰাজ্যত বিদ্যুতৰ চাহিদা ২২৭৯ মেগাৱাটৰ বিপৰীতে সর্বনিম্ন চাহিদা আছিল ১৬৯৬ মেগাৱাট। এই সময়ছোৱাত ৰাজ্যৰ বিভিন্ন প্রান্তত বিতৰণ ‘লাইনৰ ফল্ট’ আছিল সর্বাধিক ১১১ মেগাৱাটত। এপিডিচিএলৰ তথ্য মতে, বিগত ২৪ ঘণ্টাত ৰাজ্য চৰকাৰৰ বিদ্যুৎ বিতৰক সংস্থাটোৱে ৰাজ্য চৰকাৰৰ আন এটা সংস্থা এপিজিচিএলৰ পৰা লাভ কৰিছে সর্বাধিক ব্যৱহাৰৰ সময়ত ৩৩২ মেগাৱাট আৰু সাধাৰণ সময়ছোৱাত ৩৩০ মেগাৱাট। ইয়াৰ বাদে আন প্রয়োজনীয় বিদ্যুতৰ জোৰা মাৰিবলৈ আনৰ ওচৰত হাত পাতিবলগীয়া হৈছে এপিডিচিএলে।

এই সময়ছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ কে’বাটাও প্ৰকল্পৰ পৰা লাভ কৰিছে সর্বাধিক ৫৩৭ মেগাৱাট বিদ্যুৎ। আকৌ এনটিপিচি আৰু এনএইছপিচিৰ প্ৰকল্পৰ পৰাও এই সময়ছোৱাত এপিডিচিএলে লাভ কৰিছে সর্বাধিক ১০৮০ মেগাৱাট বিদ্যুৎ। এনেদৰে বিভিন্ন উৎসৰ পৰা সংগৃহীত বিদ্যুতৰ উপৰি এপিডিচিএলে ব্যক্তিগত সংস্থাৰ পৰা সৌৰ বিদ্যুতকে ধৰি প্ৰায় এশ মেগাৱাট বিদ্যুৎ ক্ৰয় কৰা বুলি উল্লেখ কৰিছে। পৰিসংখ্যা মতে বিগত ২৪ ঘণ্টাত ৰাজ্যত বিদ্যুৎ ঘাটিৰ পৰিমাণ আছিল শূন্য। অর্থাৎ চাহিদা অনুপাতে এশ শতাংশই বিদ্যুৎ যোগান ধৰিবলৈ সমর্থ হৈছে এপিডিচিএলে।

পাছে চৰকাৰী সংস্থাটোৱে প্ৰকাশ কৰা এই পৰিসংখ্যাক সম্পূর্ণরূপে নস্যাৎ কৰি সামাজিক মাধ্যমত ৰাজ্যত বিভিন্ন লোক, অনুষ্ঠান-প্রতিষ্ঠানে বিদ্যুৎ কর্তনত অতিষ্ঠ হৈ অসন্তুষ্টি প্রকাশ কৰিছে এপিডিচিএলৰ বিৰুদ্ধে । লক্ষ্যণীয় যে প্রায় ১৮ ঘণ্টা ধৰি একেৰাহে বিদ্যুৎ কৰ্তনৰে ৰাইজৰ ধৈৰ্য পৰীক্ষা কৰা এপিডিচিএল কর্তৃপক্ষই বিদ্যুৎ কৰ্তনৰ প্ৰকৃত কাৰণ বৰক্ষেত্ৰীৰ উপভোক্তাক জনোৱাৰ প্রয়োজনবোধ নকৰিলেও বুলিও একাংশ উপভোক্তাই মুকলিভাৱে অসন্তুষ্টি প্রকাশ কৰিছে।

প্রসংগত উল্লেখ্য যে যোৱা বছৰতো ৰাজ্যত বিদ্যুৎ সংকটে অতি জটিল ৰূপ ধাৰণ কৰাৰ সময়ত মুখ্যমন্ত্রীয়ে ঘোষণা কৰিছিল যে কেন্দ্ৰৰ পৰা অতিৰিক্তভাবে প্রায় ৩৫০ মেগাৱাট বিদ্যুৎ অসমৰ বাবে আবন্টন কৰিবলৈ সক্ষম হৈছে। পাছে এইবাৰো বিদ্যুৎ সংকটে জটিল ৰূপ ধাৰণ কৰাৰ সময়ত স্বাভাৱিকতে প্রশ্ন উঠিছে, মুখ্যমন্ত্ৰীয়ে যোৱা বছৰ অসমলৈ অতিৰিক্তভাৱে আৱন্টন অনা বিদ্যুৎ পুনৰ কৰ্তন কৰিছে নেকি দিল্লীয়ে। ৰাজ্যত শেহতীয়াকৈ সৃষ্টি হোৱা প্ৰচণ্ড গৰমত বিদ্যুৎ সংকটে এনে সম্ভাৱনাকে প্রকট কৰি তুলিছে । উল্লেখ্য যে বিদ্যুৎ কৰ্তনৰ বিষয়ে কৰ্তব্যৰত লাইন মেনক সুধিলে গ্রাহকলৈ তেওঁলোকৰ এটাই উত্তৰ- ‘মেইন লাইন ফল্ট’।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: APDCLFrequent Power CutsPower CrisisUpset People
publisher

publisher

Related Posts

ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ
News

April 29, 2026
WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ
News

WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

April 29, 2026
Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি
News

Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

April 29, 2026
PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ
News

PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

April 29, 2026
First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ
News

First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

April 29, 2026
Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ
News

Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

April 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d