Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Apdcl:এপিডিচিএলৰ আনুমানিক বিলৰ আতংক

মিটাৰ সংস্থাপিত থকা-নথকা হেজাৰ হেজাৰ পৰিয়াললৈ প্ৰেৰণ কৰা হৈছে 'এষ্টিমেটেড'বিল, গ্ৰাহকৰ ঘৰত নাই মিটাৰ অথচ বিলত উল্লেখ আছে মিটাৰ নম্বৰ, গুৱাহাটীৰ পাহাৰীয়া অঞ্চলতো বহু পৰিয়াললৈ প্ৰেৰণ কৰা হৈছে আনুমানিক বিল

publisher by publisher
June 18, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Apdcl:এপিডিচিএলৰ আনুমানিক বিলৰ আতংক
3
SHARES
27
VIEWS
ShareShareShareShare

RelatedPosts

Saraighat New Rail-Cum-Road Bridge In Guwahati:শৰাইঘাটত ৭.২০ কিলোমিটাৰ দৈৰ্ঘ্যৰ দ্বিতীয়খন পথ-ৰেল দলং নিৰ্মাণৰ প্ৰকল্প

Doner Ministry:অসম চৰকাৰৰ চূড়ান্ত ব্যৰ্থতাৰ বাবেই ২১১ কোটিৰ উন্নয়ন প্রকল্প বাতিল কৰিলে ড’নাৰে

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

Apdcl:

ব্যাপক হাৰত বিদ্যুৎ কর্তন, মাত্রাধিক মাচুল বৃদ্ধিৰ সমান্তৰালকৈ ৰাজ্যৰ বিদ্যুৎ উপভোক্তা ৰাইজৰ বাবে আতংক হৈ পৰিছে এপিডিচিএলৰ আনুমানিক বিল (এস্টিমেটেড বিল) মাহৰ পাছত মাহ ধৰি ৰাজ্যৰ হেজাৰ হেজাৰ বিদ্যুৎ উপভোক্তালৈ এপিডিচিএলে প্ৰেৰণ কৰি আহিছে এনে এষ্টিমেটেডবিল।

ADVERTISEMENT

কোনো উপভোক্তাৰ ঘৰত যদি মিটাৰ সংস্থাপিত হৈ আছে,তৎসত্ত্বেও সেই মিটাৰ ৰিডিং নকৰাকৈ তেনে উপভোক্তালৈ চৰকাৰী বিদ্যুৎ বিতৰণকাৰী সংস্থাটোৱে প্রতিমাহে প্ৰেৰণ কৰি আহিছে আনুমানিক বিল। আকৌ কোনো গ্ৰাহকৰ ঘৰত এতিয়ালৈকে মিটাৰেই সংস্থাপিত নোহোৱা বাবেও এপিডিচিএলে তেনে গ্ৰাহকৰ পৰা নিয়মীয়াকৈ আদায় কৰি আহিছে নিজ খেয়ালখুচি মতে ধাৰ্য কৰা অংকৰ মাচুল। তেনেদৰেই কোনো উপভোক্তাৰ ঘৰত যদি পূর্বে সংস্থাপিত মিটাৰ বিকল হৈছে তেন্তে তেনে উপভোক্তাৰ ঘৰত নতুন মিটাৰ সংস্থাপিত কৰৰ পৰিৱৰ্তে মাহৰ পাছত মাহ ধৰি এষ্টিমেটেড বিলৰে মাচুল সংগ্ৰহৰ ধাৰা অব্যাহত ৰখাত চিন্তিত হৈ পৰিছে সৰ্বসাধাৰণ উপভোক্তা ৰাইজ।

এনে আনুমানিক বিলৰ জৰিয়তে চৰকাৰী কোম্পানীটোৱে গ্ৰাহকৰ পৰা আদায় কৰি আহিছে মাত্ৰাধিক হাৰৰ বিদ্যুৎ মাচুল ধার্য। উল্লেখ্য যে ২৪ ঘণ্টাৰ ভিতৰত সৰ্বাধিক পাঁচ ঘণ্টাহে বিদ্যুৎ যোগানৰে সবাতোকৈ নিকৃষ্ট সেৱাৰ অভিলেখ ৰচা এপিডিচিএলে নিয়মীয়াকৈ বিদ্যুৎ যোগান ধৰিব নোৱাৰিলেও পূৰ্বৰ বিলৰ আধাৰতে নতুন বিলৰো মাচুল ধাৰ্য কৰি তাৰ আদায় নিশ্চিত কৰিবলৈকে উপভোক্তালৈ আনুমানিক বিল প্ৰেৰণ কৰি লুণ্ঠন চলাই আহিছে। ‘দৈনিক অগ্রদূত’ৰ অনুসন্ধানত ৰাজ্যৰ বিভিন্ন বহুসংখ্যক উপভোক্তাই অভিযোগ কৰিছে যে তিনি-চাৰি মাহ নহয়, বিগত এক-ডেৰ বছৰ ধৰি তেওঁলোকে অধিক হাৰত আনুমানিক বিলৰ জৰিয়তে মাচুল ভৰিবলগীয়া হৈছে। উল্লেখ্য যে বিদ্যুৎ যোগানৰ দিশেৰে সবাতোকৈ অৱহেলাৰ দৃষ্টিৰে

চোৱা গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, বৰপেটা, নলবাৰী, দৰং, শোণিতপুৰ আদিকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বহুকেইখন জিলাৰ অসংখ্য উপভোক্তালে এপিডিচিএলে নিয়মীয়াকে প্ৰেৰণ কৰি আহিছে আনুমানিক বিল। এই প্রসংগত সদৌ অসম বিদ্যুৎ গ্রাহক সংস্থাই কয় যে এপিডিচিএলে ইচ্ছাকৃতভারে গ্রাহকলৈ আনুমানিক বিল প্ৰেৰণ কৰি লুণ্ঠন চলাই আহিছে। সংস্থাটোৰ শীৰ্ষ বিষয়ববীয়াই অভিযোগ কৰা মতে, বিগত প্রায় এবছৰ ধৰি ৰাজ্যৰ চৌদিশে এপিডিচিএলে এনে এক প্ৰক্ৰিয়া আৰম্ভ কৰিছে যে যদিহে কোনো উপভোক্তাৰ ঘৰত পূৰ্বৰ মিটাৰ বিকল হৈছে তেন্তে তেনে উপভোক্তাই অভিযোগ কৰা সত্ত্বেও তেওঁক এপিডিচিএলে যোগান ধৰাৰ পৰা বিৰত আছে নতুন মিটাৰ।

ইয়াৰ আঁৰত আছে আন এক অভিসন্ধি। সমগ্ৰ ৰাজ্যতে স্মার্ট প্রিপেইড মিটাৰ সংস্থাপনৰ বাবে গ্রহণ কৰা পৰিকল্পনা কাৰ্যকৰীকৰণৰ অৰ্থে গ্ৰাহকৰ ঘৰত বিকল মিটাৰ সলনি কৰা হোৱা নাই। সংশ্লিষ্ট অঞ্চলত স্মার্ট প্রিপেইড মিটাৰ সংস্থাপনৰ পথ প্রশস্ত কৰাৰ বাবে এনেদৰে নতুন মিটাৰ সংস্থাপনৰ পৰিৱৰ্তে প্ৰতিমাহে আনুমানিক হিচাপত বিল প্ৰেৰণ কৰি অহা হৈছে।

ৰাজ্যৰ অন্যান্য জিলাৰ কথা বাদেই, গুৱাহাটী মহানগৰীৰ পাহাৰীয়া অঞ্চলতো বসবাস কৰা বৃহৎ সংখ্যক লোকৰ পৰা নিয়মীয়াকৈ আদায় কৰা হৈছে আনুমানিক বিল। গোৱালপাৰা জিলাৰ মাৰকোলা, আমবাৰী, জলেশ্বৰকে ধৰি এক বিস্তীর্ণ অঞ্চল, দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ কাশীপাৰা, শালমাৰা, হাটশিঙিমাৰী, দাগাপাৰা আদি অঞ্চলৰ লগতে বেপাৰীপাৰা তথা আন বিভিন্ন অঞ্চলত বিদ্যুৎ উপভোক্তাক নিয়মীয়াকৈ দিয়া হৈছে ‘এষ্টিমেটেড’ বিল। আনুমানিক বিলৰ জৰিয়তে লুণ্ঠনৰ বলি হোৱা একাংশ এনে গ্রাহকে আজি অভিযোগ কৰা মতে, তেওঁলোকে ঘৰত সামান্য পৰিমাণৰহে বিদ্যুৎ ব্যৱহাৰ কৰাৰ পৰিপ্ৰেক্ষিতত বিলৰ পৰিমাণো নগণ্য হ’ব লাগিছিল যদিও আনুমানিক বিলৰ জৰিয়তে তেওঁলোকক প্রতিমাহে স্বাভাৱিক হাৰতকৈ দুগুণে বিল আদায় দিবলৈ বাধ্য কৰোৱা হৈ আহিছে।

গোৱালপাৰা জিলাৰ আমবাৰীৰ আব্দুছ ছাত্তাৰ নামৰ উপভোক্তাজনে সদৰী কৰা মতে বিগত ২০২৩ৰ অক্টোবৰৰ পৰাই তেওঁ আনুমানিক বিল পৰিশোধ কৰিবলগীয়া হৈ আহিছে। তেওঁৰ ঘৰত মিটাৰ সংস্থাপিত নোহোৱা বাবে এপিডিচিএলে তেওঁলৈ নিয়মীয়াকৈ প্ৰেৰণ কৰা প্ৰতিখন বিলতে অৱশ্যে উল্লেখ কৰা হৈছে ‘এষ্টিমেটেড বিল’ বুলি। তেনেদৰে তেওঁ আদায় দি আহিছে মাত্র এটা ফেজৰ ঘৰুৱা সংযোগৰ মাহিলি মাচুল। বিলৰ ‘কাৰেণ্ট ৰিডিং’ আৰু ‘প্রিভিয়াছ বিডিং’ৰ ঘৰত মিটাৰত দেখুওৱা ৰিডিং উল্লেখ কৰাৰ পৰিৱৰ্তে এপিডিচিএলে সেই স্থানত উল্লেখ কৰিছে উপভোক্তাজনক আৰোপ কৰা এমাহৰ ১,১৯০ টকাৰ পৰিমাণহে।

ইফালে, মানকাচৰ জিলাৰ বেপাৰীপাৰাৰ ৰেখা বেগম নামৰ মহিলাগৰাকীৰ ঘৰুৱা সংযোগৰ বিপৰীতে যোৱা এক মে’ৰ পৰা ৩১ মে’লৈকে প্ৰেৰণ কৰা ৪১২৩ টকাৰ বিলখনতো উল্লেখ আছে পূৰ্বৰ কেইমাহমানৰ দৰে ‘এষ্টিমেটেড বিল’ বুলিহে। গ্রাহকগৰাকীক অহা ২২ জুন বা তাৰ পূৰ্বে এই ধনৰাশি আদায় দিবলৈ নির্দেশ দিয়া হৈছে। উল্লেখ্য যে এই গ্রাহক গৰাকীৰ বিলত অৱশ্যে উল্লেখ আছে ৩৬৭৫৪১ সংখ্যক মিটাৰ নম্বৰ।

স্বাভাৱিকতে প্রশ্ন উঠিছে গ্রাহকগৰাকীৰ ঘৰত সংস্থাপিত মিটাৰ থকা সত্ত্বেও তেওঁক কিয় এষ্টিমেটেড বিল প্ৰেৰণ কৰা হৈছে। উল্লেখ্য যে গ্রাহকগৰাকীৰ পূৰ্বৰ বিলত মাহিলি বিদ্যুৎ ২৩০ ইউনিট খৰচ হোৱা বুলি দেখুওৱাৰ বিপৰীতে মে’ৰ বিলত পৰিয়ালটোৱে ২৩৩ ইউনিট বিদ্যুৎ ব্যয় কৰা বুলি আনুমানিক বিলখনত উল্লেখ কৰা হৈছে। বিদ্যুৎ উপভোক্তা সংস্থাই অভিযোগ কৰা মতে প্রায় প্ৰতিগৰাকী গ্রাহককে এষ্টিমেটেড বিল প্ৰদানৰ জৰিয়তে এপিডিচিএলে প্রতিমাহতে নিজ ইচ্ছামতে বঢ়াই দিছে বিদ্যুৎ ব্যৱহাৰৰ পৰিমাণ।

ফলত সৰ্বসাধাৰণ উপভোক্তাই এতিয়া দুগুণে ভৰিবলগীয়া হৈছে বিদ্যুতৰ বিল। বেপাৰীপাৰা অঞ্চলৰে আন এজন উপভোক্তা ফিৰোজ আহেমদলৈও এপিডিচিএলে যোৱা মে’ত হোৱা খৰচৰ বিপৰীতে প্ৰেৰণ কৰিছে এষ্টিমেটেড বিল। এমাহতে ৫৪৬ ইউনিট বিদ্যুৎ খৰচ কৰা বুলি দেখুৱাই এপিডিচিএলে গ্রাহকজনলৈ প্ৰেৰণ কৰিছে ৪৪০৫ টকাৰ এখন আনুমানিক বিল।

অহা ২২ জুনৰ ভিতৰত পৰিশোধ কৰিবলৈ নিৰ্ধাৰণ কৰি দিয়া এই গ্রাহকজনৰ বিলখনতো উল্লেখ আছে তেওঁৰ ঘৰুৱা সংযোগৰ বিপৰীতে সংস্থাপিত মিটাৰ নম্বৰ। স্বাভাৱিকতে ৰাইজে প্রশ্ন উত্থাপন কৰিছে যদি মিটাৰ সংস্থাপিত হৈছেই তেন্তে কিয় এপিডিচিএলে এনেদৰে অনুমানৰ ভিত্তিত বৰ্ধিত হাৰৰ মাচুল আদায় দিবলৈ বিল প্ৰেৰণ কৰি হাৰাশাস্তি কৰি আহিছে। এয়া মাথোঁ কেইটামান উদাহৰণহে। ৰাজ্যৰ বিভিন্ন জিলাত অব্যাহত অনিয়মীয়া বিদ্যুৎ যোগানবে অভিলেখ ৰচা এপিডিচিএলে এইবাৰ গাঁৱে-ভূঞে সাধাৰণ বিদ্যুৎ উপভোক্তাক আনুমানিক বিল আদায় দি হাৰাশাস্তি কৰাত স্বাভাৱিকতে বিপাঙত পৰিছে সাধাৰণ জনতা।

উল্লেখ্য যে কেৱল মানকাচৰৰ কাটৰিপাৰা অঞ্চলতে শতাধিক পৰিয়ালৰ ঘৰত এনেদৰে মাহৰ পাছত মাহ ধৰি আনুমানিক বিল দি অহা হৈছে। এই পৰিয়ালসমূহৰ ঘৰত আজিলৈকে মিটাৰ সংস্থাপিত কৰা নহ’ল। অৱশ্যে মানুহৰ ঘৰে ঘৰে মিটাৰ নাথাকিলেও তেওঁলোকলৈ প্ৰেৰণ কৰা এস্টিমেটেড বিলত অৱশ্যে স্পষ্টভাবে উল্লেখ কৰা হৈছে একো একোটা মিটাৰৰ নম্বৰ। স্বাভাৱিকতে প্রশ্ন উঠিছে সংশ্লিষ্ট পৰিয়ালসমূহৰ ঘৰত মিটাৰ সংস্থাপনৰ নামত এপিডিচিএলে কোনো বৃহৎ কেলেংকাৰি সংঘটিত কৰিছে নেকি? গ্ৰাহকৰ নামত আবণ্টিত মিটাৰ কোনো বিষয়া-কর্মচাৰীয়ে ক’লা বজাৰত বিক্ৰী কৰি এনেদৰে সংশ্লিষ্ট গ্রাহকসকলক এস্টিমেটেড বিল দি অধিক হাৰত ধন আদায় কৰি আহিছে নেকি?

ইফালে, শোণিতপুৰ জিলাৰ তেজপুৰৰ ভিতৰসুঁতিৰ বকুল সৰকাৰ নামৰ লোকজনৰ ঘৰত আকৌ প’ষ্টপেইড মিটাৰ সংযোজিত হোৱাৰ লগতে তেওঁৰ ঘৰত স্থাপিত মিটাৰটো সুচল অৱস্থাত থকা সত্ত্বেও গ্রাহকজনলৈ এপিডিচিএলে মাহে মাহে প্ৰেৰণ কৰি আহিছে এষ্টিমেটেড বিল। যাৰ ফলত সংশ্লিষ্ট গ্রাহকজনে এতিয়া প্রতিমাহে ক্রমশঃ ঊর্ধ্বগামী হাৰৰ্ত বিদ্যুতৰ মাচুল আদায় দিবলগীয়া হোৱাত বিপাঙত পৰিছে।

উল্লেখ্য যে এপিডিচিএলৰ অধীনস্থ বিদ্যুৎ গ্রাহকসকলৰ ভিতৰত প্রায় ৮৮ শতাংশ গ্রাহকে হ’ল ঘৰুৱা সংযোগ থকা গ্রাহক। তেনেস্থলত এই বৃহৎ সংখ্যক গ্ৰাহকৰ অধিকাংশকে যদি আনুমানিক বিল আদায় দি বৰ্ধিত হাৰত ধন সংগ্ৰহ কৰা হয় তেন্তে এপিডিচিএলৰ অভ্যন্তৰত এক পৰিকল্পিত অনিয়ম সংঘটিত হোৱাটো স্পষ্ট হ’ব।

উল্লেখ্য যে এনেদৰে আনুমানিক বিল প্ৰদান কৰিলে ঘণ্টাৰ পাছত ঘণ্টা ধৰি বিদ্যুৎ কর্তন কৰা এপিডিচিএল আর্থিকভাবে লাভবান হোৱাৰ বিপৰীতে প্ৰতিদিনে অন্ধকাৰৰে সহাৱস্থান কৰিবলৈ বাধ্য হোৱা সৰ্বসাধাৰণ উপভোক্তা ৰাইজে এক বৃহৎ প্রবঞ্চনাৰ বলি হৈ অহা বুলি অভিযোগ উত্থাপন হৈছে। অভিযোগ মতে বিভিন্ন কাৰকৰ বাবে লোকচানৰ সন্মুখীন হোৱা এপিডিচিএলে কোম্পানীটোৰ লোকচানৰ পৰিমাণ হ্ৰাস কৰাৰ বাবে এই অনৈতিক কৌশল অৱলম্বন কৰিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: APDCLAssam GovtCOSUMAER
publisher

publisher

Related Posts

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d