Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী

    Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

    Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Congress Joining Programme In Apcc HQ:কংগ্ৰেছত যোগদান কাৰ্যসূচী

শীৰ্ঘেই কে'বাজনো জ্যেষ্ঠ বিজেপি নেতাই যোগদান কৰিব কংগ্ৰেছত, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন কুমাৰ বৰাৰ মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যাহ্বান

publisher by publisher
July 10, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Congress Joining Programme In Apcc HQ:কংগ্ৰেছত যোগদান কাৰ্যসূচী
3
SHARES
30
VIEWS
ShareShareShareShare

Congress Joining Programme In Apcc HQ

বুধবাৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মহানগৰীস্থ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক আড়ম্বৰপূৰ্ণ সভাত আম আদমী পাৰ্টীৰ (আপ) কেইবাজনো নেতা কৰ্মীয়ে কংগ্ৰেছ দলত যোগদান কৰে।

ADVERTISEMENT

আপৰ ডিব্ৰুগড় জিলা কমিটীৰ সাংগঠনিক সম্পাদক অমৃত কুমাৰ বৰুৱাৰ নেতৃত্বত কংগ্ৰেছ দলত যোগদান কৰা ব্যক্তি সকলৰ ভিতৰত পঞ্চায়তৰ সভাপতি তথা আপৰ উপদেষ্টা তথা কাৰ্যকৰী সদস্য অন্তৰ্ভুক্ত হৈ আছে। তেওঁলোক হ’ল বিমল হাজৰিকা, নীলকান্ত মিছিং, কাৰ্তিক শইকীয়া, অজিৎ মূড়া,সুখৰাম ভক্ত,বিজয় মূড়া,মাইনা সিং চুবেদাৰ,উমেশ চন্দ্ৰ চুবেদাৰ,জীত তেৰণ,মানৱ ইংতি, জনছন কোঁৱৰ,মোজাম্মিল আলি, আৰু ছোহেবুল হুছেইন। তদুপৰি অসম অনুসূচিত জাতি উন্নয়ন নিগমৰ প্ৰাক্তন প্ৰসাশনিক বিষয়া ৰাজেন্দ্ৰ নাথ দাসেও কংগ্ৰেছ দলত যোগদান কৰে।

RelatedPosts

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

যোগদান অনুষ্ঠানত উপস্থিত থকা অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই আপৰ সদস্য সকলক কংগ্ৰেছলৈ আদৰণী জনাই কয় যে “দেশ আৰু জাতিৰ বাবে সেৱা আগবঢ়াবলৈ ইচ্ছুক প্ৰতিজন সক্ৰিয় ৰাজনৈতিক ব্যক্তিক কংগ্ৰেছ দলত যোগদান কৰিবলৈ আমি আহ্বান জনাও আৰু দেশপ্ৰেমীক সকলৰ বাবে আমাৰ দোৱাৰ সদায় খোলা আছে।” ভাষণ প্ৰসঙ্গত সভাপতি গৰাকীয়ে কয় যে অসম চৰকাৰৰ উচ্চ শিক্ষা বিভাগৰ সঞ্চালকে স্হায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ (পি-আৰ-চি) নোহোৱাকৈ ভাৰত বৰ্ষৰ যিকোনো ঠাইৰ লোকে অসমৰ শিক্ষা বিভাগৰ চাকৰিৰ বাবে আবেদন কৰিব পাৰিব বুলি জাননী জাৰী কৰিছে। সেইখন জাননী শেহতীয়া ভাৱে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বৈধ নহয় বুলি কৈছে। যদি মুখ্য মন্ত্ৰীৰ ভাষ্য সত্য হয় তেন্তে উচ্চ শিক্ষাৰ সঞ্চালক গৰাকীক তৎকালেই চাকৰিৰ পৰা নিলম্বন কৰিবলৈ অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি ভূপেন কুমাৰ বৰাই প্ৰত্যাহ্বান জনায় ৷

উল্লেখ্য যে, ৰাজ্যিক বিজেপিৰ কে’বাজনো জ্যেষ্ঠ নেতা আৰু প্ৰাক্তন বিধায়কে অচিৰেই কংগ্ৰেছত যোগদান কৰাৰ ইংগিত দিয়ে এপিচিচিৰ সভাপতি গৰাকীয়ে ৷ মনকৰিবলগীয়া যে,সময়ে সময়ে মুখ্যমন্ত্ৰী সহ ৰাজ্যিক বিজেপি নেতৃত্বক সমালোচনা কৰি অহা নলবাৰীৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰ নাম সঘনাই উচ্চাৰিত হৈছে কংগ্ৰেছ মুখী হোৱাৰ ৷ একেদৰে কংগ্ৰেছত যোগদান কৰাৰ সম্ভাৱনা আছে ছিপাঝাৰৰ আৰু বৈঠালাংছুৰ প্ৰাক্তন বিজেপি বিধায়কদ্বয় বিনন্দ শইকীয়া ,মানচিং ৰংপী।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AAP leadersAPCC PRESIDENT BHUPEN BORACongress Joining ProgrammeGuwahatiRajib Bhawan
publisher

publisher

Related Posts

Mamata Banerjee Pressmeet :বংগত দলৰ শোচনীয় পৰাজয়ৰ পিছতে সংবাদমেল সম্বোধন মমতা বেনাৰ্জী
News

May 5, 2026
Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ
News

Gaurav Gogoi Pressmeet in Rajib bhawan:দলৰ শোচনীয় পৰাজয়ৰ পাছত সংবাদমেল সম্বোধন গৌৰৱ গগৈৰ

May 5, 2026
Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ
News

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

May 5, 2026
Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d