Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

    বদৰুদ্দিনৰ জৰা-ফুকাৰ ৰাজনীতি এতিয়া আৰু নচলে : নির্বাচনী সভাত অতুল বৰা

    জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে ন্যায়িক তদন্ত বিচাৰি ন্যায়ালয়ত পিআইএল

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    জ্ঞানেশৰ পদত্যাগৰ দাবীত উত্তাল দেশ

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    এছিয়ান গেমছত ভাৰতৰ তৃতীয়টো স্বৰ্ণ জয়

    পাঁচমহীয়া শাসনত দশমবাৰলৈ ঋণ ল’ব হিমন্ত বিশ্ব চৰকাৰে

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam Bjp Press Release :কংগ্ৰেছ দলে ফটাঢোলহে বজাইছে, ধানৰ সলনি পতান চপালে ভূপেন বৰাই

publisher by publisher
October 11, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Assam Bjp Press Release :কংগ্ৰেছ দলে ফটাঢোলহে বজাইছে, ধানৰ সলনি পতান চপালে ভূপেন বৰাই
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

AASSIKS:অসমৰ ভূমিপুত্ৰ খিলঞ্জীয়া কছাৰী তথা জনজাতি সকলক বিজেপিক ভোট নিদিবলৈ আহ্বান সদৌ অসম ভূমিপুত্র খিলজীয়া কছাৰী সমাজৰ

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

All Assam  Sons Of the Soil Indigenous Kachari Somaj:বহাগ বিহুৰ শেষত বিধানসভা নির্বাচন অনুষ্ঠিত কৰিবলৈ দাবী ভূমিপুত্র খিলঞ্জীয়া কছাৰী সমাজৰ

Assam Bjp Press Release :

ভিত্তিহীন মনেসজা ভুৱা বাতৰি, মিথ্যাচাৰ আৰু চূড়ান্ত অপপ্ৰচাৰত সিদ্ধহস্ত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই অতিৰঞ্জিত, ভিত্তিহীন, দাম্ভিকতাপূৰ্ণ বক্তব্যৰে শালীনতাৰ সীমা চেৰাই প্ৰতিপক্ষক আক্ৰমণ কৰা কাৰ্য্য কু-ৰুচিপূৰ্ণ আৰু বাওঁপন্থী নৈৰাজ্যবাদী সদৃশ অপসংস্কৃতিৰ পৰিচায়ক।

ADVERTISEMENT

এক প্ৰেছ বিবৃতিযোগে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক এইদৰে তীব্ৰ সমালোচনা কৰি ভাৰতীয় জনতা পাৰ্টিৰ অসম প্ৰদেশ কমিটিৰ মুখপাত্ৰদ্বয় পংকজ বৰবৰা আৰু কিশোৰ উপাধ্যায়ে কয়, প্ৰদেশ কংগ্ৰেছে অসম গণ পৰিষদ দলৰ বহু জ্যেষ্ঠ নেতাই কংগ্ৰেছত যোগদান কৰিব বুলি চলোৱা ভুৱা প্ৰচাৰ বিগত এটা দশকৰ দৰেই অন্তঃসাৰ শূন্য হিচাপে প্ৰমাণিত হ’ল।

পূৰ্বতে বাওঁপন্থী নৈৰাজ্যবাদী একাংশ শিষ্টাচাৰহীন নেতাৰ মুখত এনে বক্তব্য শুনা গৈছিল। ভূপেন বৰাৰ এনে আচৰণ আৰু কটু বাগ্মিতাই গান্ধীজীৰ আদৰ্শক প্ৰতিনিধিত্ব নকৰে। ভূপেন বৰাৰ এনে আচৰণ মহাপুৰুষ গুৰু দুজনাৰ আদৰ্শৰো পৰিপন্থী।

বাৰবৈষ্ণৱৰ মহা পুণ্যস্থান বিহপুৰীয়াক এটা দশকে প্ৰতিনিধিত্ব কৰা ভূপেন বৰাৰ মুখত মিথ্যাচাৰ তেখেতৰ চূড়ান্ত অধঃপতনৰ পৰিচায়ক বুলি মন্তব্য কৰি প্ৰেছ বিবৃতিটোত মুখপাত্ৰদ্বয় পংকজ বৰবৰা আৰু কিশোৰ উপাধ্যায়ে কয়, প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত আজি অনুষ্ঠিত হৈ যোৱা যোগদান অনুষ্ঠান এক প্ৰচণ্ড প্ৰহসন তথা ফটাঢোল বজোৱাৰ দৰেহে হল ।

ৰাজ্যিক মুখপাত্ৰ দ্বয়ে কয় , কংগ্ৰেছে বহু দিনৰপৰা জল্পনা-কল্পনাৰ নাটক ৰচনা কৰি সংবাদ মাধ্যমৰ শিৰোনাম দখল কৰি আহিছিল। পূৰ্বতে বাওঁ পন্থী নৈৰাজ্যবাদী একাংশ শিষ্টাচাৰহীন নেতাৰ মুখত এনে অপপ্ৰচাৰ শুনা গৈছিল। প্ৰদেশ কংগ্ৰেছৰ উদ্যোগত আজি অনুষ্ঠিত হৈ যোৱা যোগদান অনুষ্ঠান এক প্ৰকাৰে ফটাঢোল বুলিবই পাৰি।

যোগদান কাৰ্যসূচীক লৈ ভূপেন বৰাই বহু দিনৰ পৰা ফুটেজ খাই আছিল যদিও আজি যোগদানকাৰী সকলক দেখি অধিকাংশই আচৰিত হৈছে। তেওঁলোক আচলতে ধানৰ অবশিষ্ট পতানসদৃশহে।

আমি সকলোৱেই জানো যে পতানৰ পৰা কোনো শস্য উৎপাদন নহয় আৰু ইয়াক কোনো কামতে ব্যৱহাৰ কৰিব নোৱাৰি। এই যোগদানে কংগ্ৰেছৰ সলনি ভাৰতীয় জনতা পাৰ্টিকহে উপকৃত কৰিলে। কংগ্ৰেছে ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদৰ প্ৰাক্তন সাংসদ, বিধায়ক তথা বিষয়ববীয়াই যোগদান কৰিব বুলি চলোৱা মিছা প্ৰচাৰৰ উদ্যেশ্য আছিল যোগদানকাৰীৰ সংখ্যা বঢ়োৱাহে, কিন্তু সফল নহ’ল।

কংগ্ৰেছে দাবী কৰা মতে প্ৰাক্তন সাংসদ, বিধায়ক তথা বিষয়ববীয়াই যোগদান কৰিব বুলি মিছা প্ৰচাৰ চলালেও কোনো সাংসদ, বিধায়ক তথা বিষয়ববীয়াই যোগদান নকৰিলে। কংগ্ৰেছে যে কিমান মিথ্যাচাৰৰ আশ্ৰয় ল’ব পাৰে, আজিৰ যোগদান তাৰেই জ্বলন্ত উদাহৰণ।

ধুমুহা কংগ্ৰেছতেই আহিব আাৰু এই ধুমুহা তেওঁলোকৰ নেতাসকলেই আনিব, যি ধুমুহাই কংগ্ৰেছৰ বহুখিনি উৰুৱাই লৈ যাব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Against ApccAssam Pradesh BjpPress release
publisher

publisher

Related Posts

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই
International

ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

September 26, 2026
তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ
Assam

তিনি শতাধিক পৰিয়াল জলমগ্ন, পানী নিষ্কাসনৰ দাবীত পানীত নামি প্রতিবাদ

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d