Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

    দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

    গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

    গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

    Auto Draft

    শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

    তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    দুহেজাৰ বছৰ পূৰ্বৰ গৰ্ভনিৰোধক

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cycle Distribution Event At Guwahati:কামৰূপ মহানগৰ জিলাত শিক্ষাৰ্থীক চাইকেল প্ৰদানৰ শুভাৰম্ভ

কামৰূপ মহানগৰত ৮৬০৮ গৰাকীলৈ চাইকেল, খানাপাৰাত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, 'নিজকে মানৱ সম্পদ হিচাপে গঢ়িবলৈ কষ্ট কৰিব লাগিব শিক্ষাৰ্থীসকলে'

publisher by publisher
October 13, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Cycle Distribution Event At Guwahati:কামৰূপ মহানগৰ জিলাত শিক্ষাৰ্থীক চাইকেল প্ৰদানৰ শুভাৰম্ভ
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

NDA Panchayat Pratinidhi Sanmmelan in Guwahati : এনডিএৰ পঞ্চায়ত প্ৰতিনিধিৰ উপস্থিতিত খানাপাৰাত কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বজালে ‘২৬ৰ ৰণশিঙা

CRPF wins best team title in Republic Day Parade:খানাপাৰাত কেন্দ্ৰীয়ভাৱে গণৰাজ্য দিৱস উদযাপন

Cycle Distribution Event At Guwahati:

মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত কামৰূপ মহানগৰ জিলাৰ ছাত্ৰ- ছাত্ৰীক আজি চাইকেল প্ৰদানৰ শুভাৰম্ভ কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ৷ খানাপাৰা পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰত এই উপলক্ষে কেবা হাজাৰ শিক্ষাৰ্থীৰ উপস্থিতিত অনুষ্ঠিত এখন সভাত দহ গৰাকী ছাত্ৰ- ছাত্ৰীক আনুষ্ঠানিকভাৱে মন্ত্ৰী পাটোৱাৰী প্ৰমুখ্যে বিশিষ্ট ব্যক্তিসকলে চাইকেল প্ৰদান কৰে ৷

ADVERTISEMENT

বাকীসকলক পৰৱৰ্তী সময়ত চাইকেলবোৰ দিয়া হ’ব ৷ চৰকাৰী আৰু প্ৰাদেশিকৃত বিদ্যালয়ত নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ- ছাত্ৰীৰ বাবে ৰূপায়িত আঁচনিখনৰ অধীনত কামৰূপ মহানগৰ জিলাৰ মুঠ ৮৬০৮ গৰাকী শিক্ষাৰ্থীক চাইকেল দিয়াৰ ব্যৱস্থা কৰা হৈছে ৷ জিলা আয়ুক্ত পল্লৱ গোপাল ঝাই আদৰণি ভাষণ দিয়া আজিৰ সভাখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকি প্ৰদান কৰা ভাষণত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কয়, ‘মুখ্যমন্ত্ৰী অসমৰ সৰ্বাংগীন উন্নতিৰ লক্ষ্যৰে সকলো শ্ৰেণীৰ লোকৰ বাবে আঁচনি লৈছে ৷

ছাত্ৰ- ছাত্ৰীসকলৰ বাবেও বহুকেইখন আঁচনি লোৱা হৈছে ৷ শিক্ষাৰ্থীসকলে খোজকাঢ়ি বিদ্যালয়লৈ অহা-যোৱা কৰোতে হোৱা অসুবিধাৰ কথা বিবেচনা তেওঁলোকক চাইকেল দিয়াৰ পদক্ষেপ লোৱা হৈছে ৷’

ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি তেওঁ কয়, ‘এতিয়া প্ৰতিযোগিতাৰ যুগ ৷ সকলোৱে ভালকৈ পঢ়া৷ নহলে পৰীক্ষা পাছ কৰিবা, কিন্তু বৰ্তমানৰ কঠিন প্ৰতিযোগিতাত উত্তীৰ্ণ হ’ব নোৱাৰিবা ৷ সকলোৱে পঢ়া-শুনা কৰি নিজকে দক্ষ কৰিবলৈ চেষ্টা কৰা ৷ নিজকে মানৱ সম্পদ হিচাপে গঢ়িবলৈ কষ্ট কৰা ৷’

প্ৰযুক্তিৰ নিৰন্তৰ পৰিৱৰ্তনৰ সৈতে খাপ খুৱাই আৰু তাৰ সুযোগ লৈ আগবাঢ়ি যাবলৈ মন্ত্ৰীগৰাকীয়ে ছাত্ৰ-ছাত্ৰীক আহ্বান ৷ অভিভাৱক সকলক উদ্দেশ্যি তেওঁ কয়, ‘নম্বৰ সৰহকৈ পোৱাৰ ফেছন হৈছে এতিয়া ৷ নম্বৰ নহয়, উদ্দেশ্য হ’ব লাগে মানুহ গঢ়াৰ ৷’ মন্ত্ৰীগৰাকীয়ে দেশ-বিদেশ ভ্ৰমণ কৰি লাভ কৰা অভিজ্ঞতাৰ বৰ্ণনাৰে শিক্ষাৰ্থীসকলক অনুপ্ৰাণিত কৰাৰ চেষ্টা কৰে ৷

সভাখনত গুৱাহাটী পৌৰ নিগমৰ পৌৰপতি মৃগেন শৰনীয়া, উচ্চ শিক্ষাৰ সঞ্চালক পমী বৰুৱা, শিক্ষামন্ত্ৰীৰ বিশেষ কৰ্তব্যৰত বিষয়া প্ৰমুখ্যে জিলা প্ৰশাসন আৰু বিভিন্ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকল, বিভিন্ন বিদ্যালয়ৰ শিক্ষক- শিক্ষয়িত্ৰীসকল উপস্থিত থাকে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cycle Distribution EventForest Minister Chandra Mohan PatwariKhanapara Veterinary Playground
publisher

publisher

Related Posts

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক
Assam

গুৱাহাটীৰ পৰা গ্ৰেপ্তাৰ প্ৰবঞ্চক

September 5, 2026
দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী
Assam

দুৰ্গাপূজাৰ ২০ দিন পূৰ্বে চাহ শ্ৰমিকক ২০ শতাংশ বোনাচ আদায়ৰ দাবী

September 5, 2026
গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা
Assam

গুৱাহাটী প্ৰেছ ক্লাবত গ্ৰন্থ উন্মোচনী সভা

September 5, 2026
গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ
International

গা খজুৱাই দিয়া বিপণী স্থাপন: প্রতি মাহে ১৪ লাখ টকা আয় চীনা যুৱকৰ

September 5, 2026
Auto Draft
Assam

শিৱসাগৰৰ দিচাং মাজগাঁৱৰ নলাত উদ্ধাৰ দুই যুৱকৰ মৃতদেহ 

September 5, 2026
তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 
Assam

তামুলপুৰ নাগ্ৰিজুলীৰ ডোঙাৰগাঁৱত লোমহৰ্ষক হত্যাকাণ্ড 

September 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d