Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 

    ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

    ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

    কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

    G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

    কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

    ONEPLUS 13 SERIES

    ONEPLUS 13 SERIES : গ্ৰাহকৰ বাবে সুখবৰ, এতিয়াই ক্ৰয় কৰক OnePlus 13 আৰু OnePlus 13R

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

    কানাড়া বিতৰ্কত সোণু নিগমক বেংগালুৰু আৰক্ষীৰ চমন

    বলিউডত শোকৰ ছাঁ

    বলিউডত শোকৰ ছাঁ

    পহলগাম ট্রেজেডীত বিশেষ সিদ্ধান্ত শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ানৰ

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘কাশ্মীৰ আমাৰ আছিল, আজীৱন থাকিব ’

    ‘জাট’ ছবিখনে খ্ৰীষ্টানসকলৰ আৱেগেক আঘাত দিছে 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    দৈনিক এই পাঁচ খাদ্য গ্রহণে ধ্বংস কৰে হৰম’নৰ ভাৰসাম্য

    ডায়েবেটিছ আঁতৰ হ’ব! খালী পেটতে খাওক তিনি আহাৰ

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    শিশুটিৰ চকুৰ সমস্যা অৱহেলা নকৰিব

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    নতুন গৱেষণাত ওলাল বিশেষ তথ্য

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    প্রেম আপোনাৰ বাবে বোজা হৈ পৰিছে নেকি?

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    উদ্বেগ আৰু মানসিক চাপত ভুগিছে নেকি ? 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

BJP MLA’s son to join Asom Jatiya Parishad Soon:বিজেপি বিধায়কৰ পুত্ৰ অচিৰেই গমন জাতীয় পৰিষদলৈ !

publisher by publisher
July 12, 2024
in India, Assam, News
Reading Time: 3 mins read
0
BJP MLA’s son to join Asom Jatiya Parishad Soon:বিজেপি বিধায়কৰ পুত্ৰ অচিৰেই গমন জাতীয় পৰিষদলৈ !
1
SHARES
14
VIEWS
ShareShareShareShare

BJP MLA’s son to join Asom Jatiya Parishad Soon:

ADVERTISEMENT

খুমটাই সমষ্টিৰ বিধায়কতথা জ্যেষ্ঠ বিজেপি নেতা মৃণাল শইকীয়াৰ পুত্রই অচিৰেই যোগদান কৰিব আঞ্চলিক ৰাজনৈতিক দলত। বিজেপিৰ বিধায়কজনৰ বৰপুত্র বব্ৰুবাহন শইকীয়াই আঞ্চলিক বাজনৈতিক দলত যোগদান কৰিবলৈ ওলোৱা বাতৰিয়ে ৰাজনৈতিক মহলৰ লগতে ৰাইজৰ মাজত বিশেষ চর্চা লাভ কৰিছে।

RelatedPosts

Asom Jatiya Parishad :কা’ বিৰোধী গণ সংগ্ৰামৰ পঞ্চ শ্বহীদক সোঁৱৰি অসম জাতীয় পৰিষদৰ আত্মবলিদান দিৱস পালন

Chittaranjan Basumatary is likely to join the AJP :চিত্তৰঞ্জন বসুমতাৰীৰ অসম জাতীয় পৰিষদত যোগদানৰ সম্ভাৱনা

FIR Against Badruddin Ajmal:এআইইউডিএফৰ মুৰব্বী বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তেজপুৰত এজাহাৰ অজাপৰ

এক সূত্রই দাবী কৰা মতে, বিজেপি বিধায়ক শইকীয়াৰ পুত্ৰই অসম জাতীয় পৰিষদত যোগদানৰ জৰিয়তে ৰাজনৈতিক পথাৰত আত্মপ্রকাশৰ যো-জা ইতিমধ্যে আৰম্ভ কৰিছে। ইয়াকে লৈ ভিন্ন মহলত ভিন্ন প্রশ্নৰো অৱতাৰণা হৈছে। কিয়নো ৰাজনৈতিক নেতা, মন্ত্রী, বিধায়ক বা নেতাৰ পুত্র, পৰিয়ালে ৰাজনীতিত পদার্পণ কৰিলে সাধাৰণতে তেনে পদাংক অনুসৰণ কৰি পিতৃ, পৰিয়ালে জড়িত থকা ৰাজনৈতিক দলতে যোগদান কৰা দেখা যায়; কিন্তু বিজেপি বিধায়ক শইকীয়াৰ পুত্র বব্ৰুবাহনে আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰাৰ প্ৰস্তুতিৰ বাতৰিয়ে বিশেষ তাৎপর্য বহন কৰিছে।

উল্লেখ্য যে যোৱা ৯ জুনত সামাজিক মাধ্যম ফেচবুকযোগে দুই পুত্রক বিধায়ক শইকীয়াই ৰাইজৰ মাজত বিশেষভাবে চিনাকিও কৰাই দিছিল। ইফালে, শেহতীয়াভাবে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ স’তে বিধায়ক শইকীয়াৰ সম্পৰ্কত ঘুণে ধৰাৰ বিষয়টোৱে চর্চা লাভ কৰি আহিছে। লোকসভা নির্বাচনৰ ফলাফলৰ পাছত গৌৰৱ গগৈক সামাজিক মাধ্যমত শইকীয়াই অভিনন্দন জনোৱাক লৈয়ো আনকি মুখ্যমন্ত্রীয়ে প্রতিক্রিয়া প্রকাশ কৰিছিল।

সাতে-পাঁচে মিলি বিধায়ক পুত্ৰৰ আঞ্চলিক ৰাজনৈতিক দল গমনৰ জৰিয়তে খুমটাই বিধানসভা সমষ্টিত এক নতুন ৰাজনৈতিক সমীকৰণৰ প্ৰকৃততে সৃষ্টি কৰিব বিচৰা হৈছে নেকি! ইয়াক লৈও সৰৱ আলোচনাই ঠাই পাইছে।

khumtai 2উল্লেখ্য যে আগন্তুক ‘২৬ৰ বিধানসভা নির্বাচনত খুমটাই বিধানসভা সমষ্টিৰ বিজেপিৰ দলীয় টিকটৰ দাবীদাৰৰূপে প্রাক্তন সাংবাদিক-ব্যৱসায়ী প্রিয়ংদ্বীপ কাকতিয়ে বিজেপিত যোগদান কৰি সমষ্টিটোত কুজকাৱাজ চলোৱা পৰিলক্ষিত হৈছে। সেইদৰে প্ৰাক্তন মন্ত্রী তথা খুমটাই সমষ্টিৰ প্রাক্তন বিধায়িকা বিস্মিতা গগৈয়ে বিজেপিত যোগদান কৰিছে আৰু অসম ক্রিকেট সন্থাৰ প্ৰাক্তন উপ-সভাপতি বিজেপিৰ পৰীক্ষিত দত্ত, বিজেপিৰ প্ৰবীণ নেতা মৃদুল দত্ত আদিয়েও নিজকে খুমটাইৰ দলীয় টিকটৰ দাবীদাৰৰূপে প্রতিষ্ঠা কৰাৰ প্ৰতিযোগিতাত ব্রতী হৈছে।

এনেবিলাক কাৰকক লৈও খুমটাই সমষ্টিৰ বিধায়ক শইকীয়া বাৰুকৈয়ে খৰ্গহস্ত বুলি ভুৰখা মহলে দাবী কৰিব বিচাৰে। যদিহে আগন্তুক বিধানসভা নিৰ্বাচনত খুমটাইৰ দলীয় টিকটৰ পৰা কিবা কাৰণত বিধায়ক শইকীয়াক দলে বঞ্চিত কৰে, বৰপুত্ৰ বজ্রবাহনক আঞ্চলিক ৰাজনৈতিক দলৰ পৰা সমষ্টিটোত প্রক্ষেপ কৰোৱাই সকলো নির্বাচনী অংক ওলট-পালট কৰি দিয়াৰ ৰণ-কৌশলৰ ই এক পূর্বাভাস নেকি বুলিও ৰাজনৈতিক মহলত চর্চিত হৈছে। মূলতঃ যিয়েই নহওক কিয়, ৰাজনৈতিক পথাৰত সকলো কথাই যে সম্ভৱ, বিগত দিনৰ কার্যক্রমণিকাই জ্বলন্ত ৰূপত প্রমাণিত কৰি আহিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Asom Jatiya ParishadBabribahan Saikia JoinBJP MLA's sonKhumtai Mla Mrinal Saikia
publisher

publisher

Related Posts

যদি ভাৰতে আক্ৰমণ বন্ধ কৰে তেন্তে আমিও এই বিষয়ে বিবেচনা কৰিম : পাকিস্তানী বিদেশমন্ত্ৰী 
India

May 10, 2025
ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 
India

ভাৰতীয় সেনাৰ ঘাটি ধ্বংস কৰাৰ অপপ্ৰচাৰ পাকিস্তানৰ 

May 10, 2025
ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 
India

ভাৰতৰ পশ্চিম সীমান্তত অতিৰিক্ত সৈন্য মোতায়েন কৰিছে পাকিস্তানে! জনালে কৰ্ণেল ছফিয়াই 

May 10, 2025
কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!
India

কাহিলিপুৱাতে জম্মু-কাশ্মীৰত পাকিস্তানৰ আক্ৰমণ!

May 10, 2025
G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক
News

G7 Charlevoix Summit: ভাৰত-পাকিস্তানৰ মাজত যুদ্ধসদৃশ পৰিস্থিতিৰ মাজতে অনুষ্ঠিত হ’ল জি-৭বৈদেশিক মন্ত্ৰীৰ বৈঠক

May 10, 2025
কাশ্মীৰত ক্ষতিগ্রস্ত একাধিক গাঁও ! পাক বাহিনীৰ গোলাবৰ্ষণত নিহত মহিলা
India

May 10, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d