Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

BJP MLA’s son to join Asom Jatiya Parishad Soon:বিজেপি বিধায়কৰ পুত্ৰ অচিৰেই গমন জাতীয় পৰিষদলৈ !

publisher by publisher
July 12, 2024
in India, Assam, News
Reading Time: 3 mins read
0
BJP MLA’s son to join Asom Jatiya Parishad Soon:বিজেপি বিধায়কৰ পুত্ৰ অচিৰেই গমন জাতীয় পৰিষদলৈ !
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

AJP Review Meeting :মহানগৰীৰ হোটেল লিলিত অসম জাতীয় পৰিষদৰ পৰ্যালোচনা বৈঠক

অসমৰ ৰাইজলৈ অসম জাতীয় পৰিষদৰ কৃতজ্ঞতা জ্ঞাপন

Asom Jatiya Parishad: গুৱাহাটীৰ হোটেল গেটৱে গ্ৰেণ্ডৱেৰত বিশেষ অনুষ্ঠানত অসম জাতীয় পৰিষদৰ ইস্তাহাৰ আৰু দৃষ্টিপত্ৰ উন্মোচন

BJP MLA’s son to join Asom Jatiya Parishad Soon:

ADVERTISEMENT

খুমটাই সমষ্টিৰ বিধায়কতথা জ্যেষ্ঠ বিজেপি নেতা মৃণাল শইকীয়াৰ পুত্রই অচিৰেই যোগদান কৰিব আঞ্চলিক ৰাজনৈতিক দলত। বিজেপিৰ বিধায়কজনৰ বৰপুত্র বব্ৰুবাহন শইকীয়াই আঞ্চলিক বাজনৈতিক দলত যোগদান কৰিবলৈ ওলোৱা বাতৰিয়ে ৰাজনৈতিক মহলৰ লগতে ৰাইজৰ মাজত বিশেষ চর্চা লাভ কৰিছে।

এক সূত্রই দাবী কৰা মতে, বিজেপি বিধায়ক শইকীয়াৰ পুত্ৰই অসম জাতীয় পৰিষদত যোগদানৰ জৰিয়তে ৰাজনৈতিক পথাৰত আত্মপ্রকাশৰ যো-জা ইতিমধ্যে আৰম্ভ কৰিছে। ইয়াকে লৈ ভিন্ন মহলত ভিন্ন প্রশ্নৰো অৱতাৰণা হৈছে। কিয়নো ৰাজনৈতিক নেতা, মন্ত্রী, বিধায়ক বা নেতাৰ পুত্র, পৰিয়ালে ৰাজনীতিত পদার্পণ কৰিলে সাধাৰণতে তেনে পদাংক অনুসৰণ কৰি পিতৃ, পৰিয়ালে জড়িত থকা ৰাজনৈতিক দলতে যোগদান কৰা দেখা যায়; কিন্তু বিজেপি বিধায়ক শইকীয়াৰ পুত্র বব্ৰুবাহনে আঞ্চলিক ৰাজনৈতিক দলত যোগদান কৰাৰ প্ৰস্তুতিৰ বাতৰিয়ে বিশেষ তাৎপর্য বহন কৰিছে।

উল্লেখ্য যে যোৱা ৯ জুনত সামাজিক মাধ্যম ফেচবুকযোগে দুই পুত্রক বিধায়ক শইকীয়াই ৰাইজৰ মাজত বিশেষভাবে চিনাকিও কৰাই দিছিল। ইফালে, শেহতীয়াভাবে মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মাৰ স’তে বিধায়ক শইকীয়াৰ সম্পৰ্কত ঘুণে ধৰাৰ বিষয়টোৱে চর্চা লাভ কৰি আহিছে। লোকসভা নির্বাচনৰ ফলাফলৰ পাছত গৌৰৱ গগৈক সামাজিক মাধ্যমত শইকীয়াই অভিনন্দন জনোৱাক লৈয়ো আনকি মুখ্যমন্ত্রীয়ে প্রতিক্রিয়া প্রকাশ কৰিছিল।

সাতে-পাঁচে মিলি বিধায়ক পুত্ৰৰ আঞ্চলিক ৰাজনৈতিক দল গমনৰ জৰিয়তে খুমটাই বিধানসভা সমষ্টিত এক নতুন ৰাজনৈতিক সমীকৰণৰ প্ৰকৃততে সৃষ্টি কৰিব বিচৰা হৈছে নেকি! ইয়াক লৈও সৰৱ আলোচনাই ঠাই পাইছে।

khumtai 2উল্লেখ্য যে আগন্তুক ‘২৬ৰ বিধানসভা নির্বাচনত খুমটাই বিধানসভা সমষ্টিৰ বিজেপিৰ দলীয় টিকটৰ দাবীদাৰৰূপে প্রাক্তন সাংবাদিক-ব্যৱসায়ী প্রিয়ংদ্বীপ কাকতিয়ে বিজেপিত যোগদান কৰি সমষ্টিটোত কুজকাৱাজ চলোৱা পৰিলক্ষিত হৈছে। সেইদৰে প্ৰাক্তন মন্ত্রী তথা খুমটাই সমষ্টিৰ প্রাক্তন বিধায়িকা বিস্মিতা গগৈয়ে বিজেপিত যোগদান কৰিছে আৰু অসম ক্রিকেট সন্থাৰ প্ৰাক্তন উপ-সভাপতি বিজেপিৰ পৰীক্ষিত দত্ত, বিজেপিৰ প্ৰবীণ নেতা মৃদুল দত্ত আদিয়েও নিজকে খুমটাইৰ দলীয় টিকটৰ দাবীদাৰৰূপে প্রতিষ্ঠা কৰাৰ প্ৰতিযোগিতাত ব্রতী হৈছে।

এনেবিলাক কাৰকক লৈও খুমটাই সমষ্টিৰ বিধায়ক শইকীয়া বাৰুকৈয়ে খৰ্গহস্ত বুলি ভুৰখা মহলে দাবী কৰিব বিচাৰে। যদিহে আগন্তুক বিধানসভা নিৰ্বাচনত খুমটাইৰ দলীয় টিকটৰ পৰা কিবা কাৰণত বিধায়ক শইকীয়াক দলে বঞ্চিত কৰে, বৰপুত্ৰ বজ্রবাহনক আঞ্চলিক ৰাজনৈতিক দলৰ পৰা সমষ্টিটোত প্রক্ষেপ কৰোৱাই সকলো নির্বাচনী অংক ওলট-পালট কৰি দিয়াৰ ৰণ-কৌশলৰ ই এক পূর্বাভাস নেকি বুলিও ৰাজনৈতিক মহলত চর্চিত হৈছে। মূলতঃ যিয়েই নহওক কিয়, ৰাজনৈতিক পথাৰত সকলো কথাই যে সম্ভৱ, বিগত দিনৰ কার্যক্রমণিকাই জ্বলন্ত ৰূপত প্রমাণিত কৰি আহিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Asom Jatiya ParishadBabribahan Saikia JoinBJP MLA's sonKhumtai Mla Mrinal Saikia
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d