Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    দুদিনী গাঁৱৰ কন্যা অমিকা দৈমাৰীৰ সাফল্য

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    উচ্চতৰ মাধ্যমিকত পি এমশ্ৰী মঙলদৈ নগৰ বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ জয়যাত্ৰা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    গোলাঘাটৰ ছাত্ৰীৰ সফলতা: দৰিদ্ৰতাৰ মাজতো ডিষ্টিংশ্যনৰে উৰ্ত্তীৰ্ণ য়াছমিন চুলতানা

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bjp Sporkperson Ranjib Kr.Sarma:৭৩ বছৰত ১৯ লাখৰ পৰা ১ কোটি ৭ লাখলৈ বৃদ্ধি পালে অসমৰ মুছলিম জনসংখ্যা

প্রদেশ কংগ্ৰেছৰ সিদ্ধান্ত কা-পুৰুষৰ নিচিনা:ৰাজ্যিক বিজেপি

publisher by publisher
July 20, 2024
in Uncategorized
Reading Time: 3 mins read
0
Bjp Sporkperson Ranjib Kr.Sarma:৭৩ বছৰত ১৯ লাখৰ পৰা ১ কোটি ৭ লাখলৈ বৃদ্ধি পালে অসমৰ মুছলিম জনসংখ্যা
2
SHARES
20
VIEWS
ShareShareShareShare

Bjp Sporkperson Ranjib Kr.Sarma:

বাল্য বিবাহ, বহু বিবাহ, প্রবজন আৰু লাভ জেহাদৰ ফলত অসমত অপ্রাকৃতিকভাৱে বাংলাদেশী মূলৰ মুছলিম লোকৰ জনবিস্ফোৰণ হৈছে। এই জনবিস্ফোৰণে অসমৰ থলুৱা লোকৰ ৰাজনৈতিক আৰু অর্থনৈতিক ভৱিষ্যত অনিশ্চিত কৰি তোলাৰ লগতে সামাজিক, সাংস্কৃতিক ক্ষেত্রলৈয়ো ভাবুকি নমাই আনিছে। জনবিস্ফোৰণৰ ফলত বৃদ্ধি পোৱা বাংলাদেশী মূলৰ মুছলমান লোকসকলে অসমৰ সত্ৰ, দেৱালয় আদিৰ নামত থকা ভূমি বেদখল কৰাৰ লগতে ব্যাপক হাৰত বনাঞ্চলো ধ্বংস কৰা পৰিলক্ষিত হৈছে” – এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীৱ কুমাৰ শৰ্মাৰ।

ADVERTISEMENT

কংগ্ৰেছ দলে আৰম্ভণিৰে পৰা বাংলাদেশীমূলৰ মুছলিম লোকৰ জনবিস্ফোৰণৰ বিষয়টো গাপ দি ৰখাৰ পৰিকল্পিত প্ৰয়াস কৰি আহিছে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰজনে আজি দলৰ বশিষ্ঠস্থিত মুখ্য কার্যালয় ‘অটল বিহাৰী বাজপেয়ী ভৱন’ত সাংবাদিকৰ আগত দিয়া বক্তব্যত উল্লেখ কৰে। সদায় মুছলমানৰ মাজত ভয় আৰু শংকাৰ পৰিৱেশ সৃষ্টি কৰি কংগ্ৰেছ দলে ৰাজনীতি কৰাৰ কথাও শ্রী শর্মাই লগতে উল্লেখ কৰে।

RelatedPosts

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

Dhekiajuli:ঢেকীয়াজুলিৰ গুপ্তেশ্বৰ দেৱালয় চৌহদৰ পৰা শুভাৰম্ভ হ’ল বিজেপিৰ ‘জন আশীৰ্বাদ যাত্ৰা’ৰ

State BJP :মিঞা প্রেমী ছাদুল্লা-ভাছানিৰ আদৰ্শৰে অনুপ্রাণিত গৌৰৱ গগৈ : ৰাজ্যিক বিজেপি

উল্লেখযোগ্য যে ভাৰতীয় লোকপিয়লৰ তথ্যমতে ১৯৫১ চনত বর্তমানৰ অসমত মুছলিম জনসংখ্যা আছিল ১৯ লাখ ৯৫ হাজাৰ কিন্তু ২০১১ চনত ই বৃদ্ধি পাই ১ কোটি ৭ লাখলৈ। এই হাৰত জনবিস্ফোৰণ হ’লে ২০৫০ চনত অসমৰ মুছলিম জনসংখ্যা কিমান হ’ব সেয়া সহজে অনুমেয়। মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শর্মাই কেইদিনমান পূৰ্বে ঝাৰখণ্ডৰ ৰাজধানী ৰাঁচীত দিয়া বক্তব্যৰ বৈজ্ঞানিক ভিত্তি এই তথ্যই স্পষ্টভাৱে প্ৰমাণ কৰে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰজনে মতপোষণ কৰে।

ভাৰতীয় লোকপিয়লৰ তথ্য মতে শতিকাৰ প্ৰথমটো দশকত অসমত হিন্দুৰ জনসংখ্যা বৃদ্ধিৰ হাৰতকৈ মুছলমিৰ জনসংখ্যা বৃদ্ধিৰ হাৰ দুগুণ আছিল যদিও চলিত দশকত এই হাৰ অস্বাভাৱিকভাৱে তিনিগুনলৈ বৃদ্ধি পায়। ১৯৯১-২০০১ চনৰ সময়ছোৱাত অসমত হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ ১৪.৯ শতাংশ হোৱাৰ বিপৰীতে মুছলিম জনসংখ্যা বৃদ্ধিৰ হাৰ ২৯.৩ শতাংশ হোৱাৰ বিষয়ে লোকপিয়লৰ তথ্যত উল্লেখ আছে।

অর্থ্যাৎ চলিত দশকত হিন্দু জনসংখ্যাতকৈ তিনিগুণ হাৰত মুছলিম জনসংখ্যা বৃদ্ধি পাইছে। অর্থ্যাৎ ২০০১-১১ চনৰ সময়ছোৱাত অসমত হিন্দু জনসংখ্যা বৃদ্ধিৰ হাৰ ১০.৯ শতাংশলৈ হ্রাস পোৱাৰ বিপৰীতে মুছলিম জনসংখ্যা বৃদ্ধিৰ হাৰ ২৯.৬ শতাংশলৈ বৃদ্ধি হৈছে। লোকপিয়লৰ এই তথ্যই স্পষ্ট কৰে যে ১০ বছৰত হিন্দু জনসংখ্যাতকৈ তিনিগুণ অধিৰ হাৰত অসমত মুছলিম জনসংখ্যাৰ বৃদ্ধি ঘটে। লোকপিয়লৰ তথ্য মতে ১৯৭১ চনত অসমৰ মুঠ জনসংখ্যাৰ ৭২.৫১ শতাংশ হিন্দু হোৱাৰ বিপৰীতে মুছলিম জনসংখ্যাৰ আছিল ২৪.৫৬ শতাংশ। কিন্তু ২০১১ চনত ৰাজ্যৰ হিন্দু জনসংখ্যা ৬১.৪৬ শতাংশলৈ হ্রাস পোৱাৰ বিপৰীতে মুছলিম জনসংখ্যা বৃদ্ধি পায় ৩৪.২২ শতাংশলৈ। ১৯৭১ চনত অসমত মুছলিম সংখ্যা গৰিষ্ঠ জিলা দুখন হোৱাৰ বিপৰীতে ২০১১ চনত মুছলিম সংখ্যাগৰিষ্ঠ জিলাৰ সংখ্যা ১০ খনলৈ বৃদ্ধি পায়।

২০১৬ চনৰ বিধানসভা নির্বাচন, ২০১৯ চনৰ লোকসভা নির্বাচন আৰু ২০২১ চনৰ বিধানসভা নিৰ্বাচনৰ ভোটাৰৰ সংখ্যা বৃদ্ধিৰ তথ্য বিশ্লেষণ কৰিলেও ৰাজ্যৰ জনগাঁথনিৰ পৰিৱৰ্তনৰ ভয়াৱহ ছবিখন স্পষ্ট হৈ পৰে। নির্বাচন আয়োগৰ তথ্যই স্পষ্টভাবে প্রতিপন্ন কৰে যে, ৰাজ্যৰ সংখ্যালঘু অধ্যুষিত সমষ্টিসমূহত ভোটাৰৰ সংখ্যাৰ অস্বাভাবিক বৃদ্ধি ঘটাৰ বিপৰীতে থলুৱা অধ্যুষিত সমষ্টিসমূহত বৃদ্ধিৰ হাৰ তেনেই নগণ্য।

ফলত অসমৰ খিলঞ্জীয়া জনসাধাৰণে বিভিন্ন সমষ্টিত ক্ৰমাৎ ৰাজনৈতিক নিয়ন্ত্রণ হেৰুৱাই অহাৰ ছবিখনো পোনপটীয়াকৈ প্রতিফলিত কৰে বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্র শৰ্মাই মতপোষণ কৰি লগতে কয় যে ৰাজ্যৰ বিভিন্ন মন্দিৰ, বনাঞ্চল আৰু চৰকাৰী মাটিত হোৱা বেদখলৰ প্ৰধান কাৰণ এই অস্বাভাৱিক জনবিস্ফোৰণ বুলি অসমৰ মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শমাই সঘনাই কোৱা কথাটো যে সম্পূর্ণ যুক্তিসংগত এই তথ্যসমূহেই স্পষ্টৰূপত প্ৰমাণ কৰে। এই বাস্তৱ সত্যক ঢাকি ৰাখি বিৰোধী দল কংগ্ৰেছ আৰু বিভিন্ন ইছলামিক সংগঠনে কুটিল ৰাজনীতি কৰি ৰাজ্যৰ সামাজিক আৰু ৰাজনৈতিক পৰিৱেশ বিনষ্ট কৰিব বিচৰাটো সচাকৈ নিশ্চিতভাবে নিন্দনীয় বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীব কুমাৰ শৰ্মাই কয়।

কংগ্ৰেছৰ সিদ্ধান্তক গৰিহণা ৰাজ্যিক বিজেপিৰ:

‘স্বাধীনোত্তৰ ভাৰতৰ অধিকাংশ সময় ক্ষমতাত থকা কংগ্রেছ দলে উন্নয়ন আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ মূল বিষয় সমূহকলৈ কেতিয়াও মুকলি বিতৰ্ক কৰিবলৈ সাহস নকৰে। কিয়নো এই দলৰ অপ শাসন আৰু দুৰ্নীতিৰ বাবেই আমাৰ দেশৰ উন্নয়ন স্থবিৰ হৈ পৰিছিল। সেয়েহে কংগ্ৰেছে সদায় ব্যক্তি আক্রমণ আৰু সম্ভীয়া কথাৰে ৰাজনৈতিক বৈতৰণী পাৰ হোৱাৰ নিকৃষ্ট প্রয়াস কৰে’ এই মন্তব্য ৰাজ্যিক বিজেপিৰ মুখপাত্র ৰঞ্জীব কুমাৰ শৰ্মাৰ। শৰ্মাৰ মতে প্রতিপক্ষৰ নেতাক ব্যক্তিগতভাৱে আক্ৰমণ কৰি জনসাধাৰণক বিভ্রান্ত কৰি কংগ্ৰেছে সদায় ৰাজনৈতিক মুনাফা লুটাৰ চেষ্টা কৰে।

কংগ্ৰেছৰ এনে প্রয়াসৰ এক দীঘলীয়া ইতিহাস আছে। এই ইতিহাসৰ ধাৰাবাহিকতা ৰক্ষা কৰিয়েই অসম প্রদেশ কংগ্রেছ সমিতিয়েও মুখ্যমন্ত্রী ড: হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পৰিয়ালৰ লোকক ব্যক্তিগতভাৱে আক্ৰমণ কৰা লক্ষ্য কৰি লৈছে। প্রধান বিৰোধী দলৰ এনে সিদ্ধান্তই ৰাজ্যৰ ৰাজনীতিত এক ৰুচিহীন পৰিৱেশৰ সৃষ্টি কৰাৰ লগতে মানুহৰ মাজত ভয় আৰু শংকাৰ বাতাবৰণ গঢ়ি উঠিব। সেয়েহে এনে সিদ্ধান্ত নিশ্চিতভাৱে তীব্ৰ গৰিহণাৰ যোগ্য বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰজনে মতপোষণ কৰে। মুখ্যমন্ত্রী শৰ্মাৰ নেতৃত্বত ৰাজ্যৰ সৰ্বব্যাপী আৰু সৰ্বস্পর্শী উন্নয়ন সম্পৰ্কত বিতৰ্ক কৰাৰ সাহস গোটাব নোৱাৰি কংগ্ৰেছে ব্যক্তিগত আক্রমণৰ বাবে লোৱা সিদ্ধান্ত এক প্ৰকাৰৰ কাপুৰুষালি বুলি ক’ব পৰা যায়।

উল্লেখযোগ্য যে ছোনীয়া গান্ধীয়ে গুজৰাটৰ তদানীন্তন মুখ্যমন্ত্রী নৰেন্দ্ৰ মোদীক ‘মৌত কা সৌদাগৰ’ বুলি কৈ ব্যক্তি আক্ৰমণৰ এক নতুন অধ্যায় ভাৰতীয় ৰাজনীতিত আৰম্ভ কৰিছিল। ইয়াৰে ধাৰাবাহিকতা কংগ্ৰেছে অসমত বৰ্তাই ৰখাৰ প্ৰয়াস কৰা বুলি ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই মতপোষণ কৰে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam State BjpBjp Sporkperson Ranjib Kr.Sarma
publisher

publisher

Related Posts

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
Uncategorized

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

No Result
View All Result

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d