APCC Spokesperson’s Reaction at Rajiv Bhawan in Bangaigaon:
অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্যই ৰাইজৰ দলৰ সভাপতি অখিল গগৈই বঙাইগাঁও সমষ্টি আঞ্চলিক দলক এৰি দিব লাগে বুলি কৰা মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ।
তেওঁ কয় যে অগপই অঞ্চালিকতাবাদী শক্তি দ্বাৰা কোনো দিনেও বঙাইগাঁও সমষ্টিত জিকা নাছিল। APCC মুখপাত্ৰ জ্যোতিৰ্ময় বৈশ্যই ৰাইজৰ দলক কেন্দ্ৰ কৰি কয় যে ৰাজনীতিত সদায় মেথামেটিক্স নচলে, ৰাজনীতিত কেমিষ্ট্ৰি ও চলে ।
জ্যোতিৰ্ময় বৈশ্যই কয় যে কংগ্ৰেছ দলৰ স্থিতি আগতকৈ ভাল হৈছে সেয়েহে কংগ্ৰেছ দল বঙাইগাঁৱত নিৰ্বাচন খেলিলে জয় হোৱাটো খাটাং। অগপ দলক বঙাইগাঁওত হেৰুৱাবৰ শক্তি কেৱল কংগ্ৰেছ দলৰ কাষত আছে।