Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ট্ৰেডিং কেলেংকাৰিৰ মূল অভিযুক্ত জয়দীপ দত্ত গ্ৰেপ্তাৰ

    WB Poll:দ্বিতীয় পৰ্যায়ত পশ্চিম বংগত ভোটদানৰ হাৰ প্ৰায় ৯০ শতাংশ

    Springfield Batteted by Hail Storm::মাৰ্কিন যুক্তৰাষ্ট্ৰৰ স্প্রীং ফিল্ডত প্ৰৱল শিলাবৃষ্টি

    PM Modi officially inaugurated the 594-km Ganga Expressway:উত্তৰ প্ৰদেশৰ হৰদয়ত ৫৯৪ কিলোমিটাৰ দৈৰ্ঘ্যৰ গংগা এক্সপ্ৰেছৱে’ মুকলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ

    First take court in Zubeen Garg Case:সিদ্ধার্থ শৰ্মা ‘মহাবীৰ একুৱা’ বাজেয়াপ্ত কৰাৰনিৰ্দেশ ফাষ্টট্ৰেক আদালতৰ

    Batadrava Than Pressmeet:১ মে’ত বটদ্ৰৱাত অনুষ্ঠিত হ’ব মহিয়সী নাৰী আই সতী ৰাধিকা মহোৎসৱ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

All Assam Garia-Maria Deshi Jatiya Parishad :মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰে দিছপুৰস্থিত বাসভৱনত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ নেতৃবৰ্গৰ গুৰুত্বপূৰ্ণ বৈঠক

publisher by publisher
August 9, 2024
in Uncategorized
Reading Time: 2 mins read
0
All Assam Garia-Maria Deshi Jatiya Parishad :মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰে দিছপুৰস্থিত বাসভৱনত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ নেতৃবৰ্গৰ গুৰুত্বপূৰ্ণ বৈঠক
3
SHARES
25
VIEWS
ShareShareShareShare

All Assam Garia-Maria Deshi Jatiya Parishad :

শুক্ৰবাৰে সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদ আৰু মন্ত্ৰী  জয়ন্ত মল্ল বৰুৱাৰ লগত তেওঁৰ দিছপুৰস্থিত বাসভৱনত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।  মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই তেওঁৰ বাসভৱনত এই বৈঠক অনুষ্ঠিত কৰে।

ADVERTISEMENT

প্ৰায় ডেৰঘন্টা যোৰা আলোচনাত অসমৰ থলুৱা জনগোষ্ঠী গৰিয়া ,মৰিয়া, দেশী আদি জনগোষ্ঠীৰ আৰ্থসামাজিক জৰীপ আৰু পৰিষদৰ দীৰ্ঘদিনীয়া মূল দাবী সমূহৰ ওপৰত বিতং আলোচনা হয়। আলোচনাৰ অন্তত পৰিষদৰ প্ৰায় ৯ দফীয়া দাবীসম্বলিত এখন স্মাৰকপত্ৰ মন্ত্ৰী জনৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মালৈ প্ৰেৰণ কৰে।

RelatedPosts

Chhaygaon : ছয়গাঁও মহাবিদ্যালয়ত নিযুত মইনা আঁচনিৰ প্ৰ-পত্ৰ প্ৰদান বিধায়ক হেমাংগ ঠাকুৰীয়াৰ 

Jayanta Malla Baruah Pressmeet:গৰুখুঁটিৰ গীৰগাই সন্দৰ্ভত মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ সংবাদমেল

Artificial Flood In Guwahati: গুৱাহাটীত পানী হৈ আছে আৰু হোৱাৰ সম্ভাৱনা আছে : অসহায় মন্ত্রী

garia2বৈঠকত সদৌ অসম গৰিয়া-মৰিয়া-দেশী জাতীয় পৰিষদৰ  সভাপতি নুৰুল হক,  প্ৰাক্তন সভাপতি তথা মুখ্য উপদেষ্টা ড: চহিৰ ভূঞা , কাৰ্যকৰী সভাপতি ছপিওৰ ৰহমান, সাধাৰণ সম্পাদক আৰিফ উদ্দিন আহমেদ, উপ-সভাপতি চহিদ আলী আহমেদ , সহকাৰী সাধাৰণ সম্পাদক জালাল উদ্দিন আহমেদ, সহকাৰী সাধাৰণ সম্পাদক ছাফিউল হক, যুটীয়া সম্পাদক নুৰুল আমিন, কেন্দ্ৰীয় বিত্ত সম্পাদক জাহিদুৰ ৰহমান আদিকে ধৰি বহুকেইজন কেন্দ্ৰীয় নেতৃত্ব উপস্থিত থাকে।

পৰিষদৰ মূল দাবী সমূহ:

১) অসমৰ থলুৱা গৰিয়া, মৰিয়া, দেশী আদি জনগোষ্ঠী সমূহক চৰকাৰীভাৱে চিনাক্ত কৰি জনগোষ্ঠীয় প্ৰমাণপত্ৰ প্ৰদানৰ জৰিয়তে জনগোষ্ঠী কেইটাক OBC মৰ্যাদা (MOBC মৰিয়া জনগোষ্ঠীৰ বাদে) প্ৰদান কৰি সাংবিধানিক ভাৱে জনগোষ্ঠীকেইটাক সুৰক্ষিত কৰা। এইক্ষত্ৰত, চৰকাৰী স্বীকৃত অসমৰ থলুৱা গৰিয়া, মৰিয়া, দেশী আদি জনগোষ্ঠীৰ লোকসকলৰ ক্ষেত্ৰত বৰ্তমান ৰাজ্য চৰকাৰৰ দ্বাৰা প্ৰস্তাৱিত তথা বহু প্ৰতীক্ষিত আৰ্থ-সামাজিক মূল্যায়ণ (Socio-Economic Assessment)-ৰ কাম শীঘ্ৰে সম্পন্ন কৰিবলৈ ব্যৱস্হা গ্ৰহণ কৰা, প্ৰথম পদক্ষেপ স্বৰূপে জিলা আয়ুক্তসকলৰ নেতৃত্বত গঠন হ’বলগীয়া জিলা ভিত্তিক উক্ত মূল্যায়ণ সমিতি বিলাক অসমৰ প্ৰতিখন জিলাত শীঘ্ৰে গঠন কৰাৰ দাবী।  মাত্ৰ কেইখনমান জিলাৰ বাদে এতিয়ালৈকে অসমৰ অধিক সংখ্যক জিলাতেই উক্ত জিলা ভিত্তিক মূল্যায়ণ সমিতি সমূহ গঠন কৰা হোৱা নাই।

২) গৰিয়া, মৰিয়া, দেশী জনগোষ্ঠী সমূহৰ দ্ৰুত উন্নয়নৰ বাবে সম্পূৰ্ণ কৰ্তৃত্ব অৰ্পণ কৰি এখন সুকীয়াকৈ নিগম গঠন কৰিব লাগে আৰু এই নিগম সংখ্যালঘূ বিভাগৰ পৰা কৰ্তন কৰি স্বতন্ত্ৰকৈ গঠন কৰাৰ দাবী ।

৩) অসমৰ সমূহ জনজাতি বেষ্টনী অৰ্থাৎ স্বায়ত্বশাসিত অঞ্চল, ট্টাইবেল বেল্ট আৰু ব্লকত এই গৰিয়া, মৰিয়া, দেশী আদি জনগোষ্ঠী সমূহক সুৰক্ষিত জনগোষ্ঠী হিচাপে স্বীকৃতি প্ৰদান কৰাৰ দাবী জনালো।

৪) পশ্চিম অসমত বছৰ বছৰ ধৰি নিষ্পেষিত, অৱহেলিত আৰু বঞ্চিত হৈ থকা দেশী জনগোষ্ঠীৰ দ্ৰুত উন্নয়নৰ বাবে অনতি পলমে দেশী উন্নয়ন পৰিষদ গঠন কৰাৰ দাবী ।

৫) কমতাপুৰ স্বায়ত্বশাসিত পৰিষদত জনসংখ্যা অনুপাতে দেশী আৰু গৰিয়া জনগোষ্ঠীৰ প্ৰতিনিধিৰ আসন সংৰক্ষণ কৰি প্ৰতিনিধিত্বৰ সুযোগ প্ৰদান কৰা।

৬) উক্ত জনগোষ্ঠী সমূহৰ যিসকল লোকৰ ওপৰত দুৰ্ভাগ্যবশতঃ ‘ডি ভোটাৰ’ আৰু বিদেশী নাগৰিকৰ অযথা লেবেল লগাই অসমৰ বিভিন্ন ন্যায়াধীকৰণত গোচৰ ৰুজু হৈ আছে, এই গোচৰসমূহৰ পৰা জনগোষ্ঠীকেইটাৰ সকলোকে বিনাচৰ্তে মুক্ত কৰাৰ দাবী জনালো।

৭) গৰিয়া, মৰিয়া, দেশী আদি জনগোষ্ঠী সমূহৰ ইতিহাস আৰু ঐতিহাসিক সম্পদসমূহৰ লগতে বুৰঞ্জী প্ৰসিদ্ধ গণ্য-মান্য ব্যক্তিসকলৰ স্মৃতি যুগমীয়া কৰি ৰাখিবলৈ সংৰক্ষণ আৰু জনগোষ্টীকেইটাৰ কৃষ্টি-সংস্কৃতি যুগমীয়া কৰাৰ লগতে কীৰ্তিস্থলসমূহৰ উন্নীতকৰণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ দাবী ।

৮) বি টি আৰ অঞ্চলত উক্ত জনগোষ্ঠীসমূহৰ ভূ-সম্পত্তি ৰক্ষাৰ লগতে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক অধিকাৰকে ধৰি সকলোধৰণৰ অস্তিত্ব ৰক্ষাৰ ব্যৱস্থা কৰা ।

(৯) অসমত গৰিয়া, মৰিয়া, দেশী, জোলহা আৰু চৈয়দ জনগোষ্ঠীৰ লোকসকলৰ হ’বলগীয়া ৰাজ্য চৰকাৰৰ প্ৰস্তাৱিত তথা বহু প্ৰতিক্ষীত আৰ্থ-সামাজিক মূল্যায়ণ (Socio-Economic Assessment)-ৰ কাম অতি শীঘ্ৰে চলিত বৰ্ষতে সম্পন্ন কৰিবলৈ দাবী জনায়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: All Assam Garia-Maria Deshi Jatiya ParishadMinister jayanta Malla BaruahOfficially MeetingSocio-Economic Assessment
publisher

publisher

Related Posts

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
Uncategorized

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d