Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Heroin seized in Majuli:সত্রভূমি মাজুলীত আৰক্ষীৰ ড্রাগছ বিৰোধী অভিযানত আটক দুই দুৰ্ধৰ্ষ ড্রাগছ পেডলাৰ

    Zubeen Murder Case:আজি দ্বিতীয়বাৰৰ বাবে আদালতত জুবিন গাৰ্গ ঘটনাৰ সাক্ষ্য দিব প্ৰৱাসী অসমীয়া সুস্মিতা গোস্বামীয়ে

    Golaghat:ড্রাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে গোলাঘাট আৰক্ষীৰ মাৰাথন অভিযান

    Dhubri:চিকিৎসকক ধন দাবী কৰি আৰক্ষীৰ জালত ৩ সাংবাদিক,এজন পলাতক

    স্বাধীনতা সংগ্রামত লোকমান্য তিলকৰ অস্ত্র আছিল গণেশ চতুর্থী

    অসমত ৩৬.৩০ লাখ জন ধন একাউণ্টত নাই এপইচাও জমা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cm Pressmet In Loksewa Bhawan:লোকসেৱা ভৱনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল

এইবাৰৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা হ'ব ব্যতিক্ৰমী, পৰীক্ষাত ভুল উত্তৰৰ বাবে থাকিব নিগেটিভ মাৰ্কিং, ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে(এছএল আৰ চি)য়ে সোমবাৰে প্ৰকাশ কৰিলে পৰীক্ষাৰ চিলেবাছ আৰু প্ৰশ্নৰ আৰ্হি

publisher by publisher
July 15, 2024
in Uncategorized
Reading Time: 2 mins read
0
Cm Pressmet In Loksewa Bhawan:লোকসেৱা ভৱনত তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি পৰীক্ষাক লৈ মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ সংবাদমেল
1
SHARES
12
VIEWS
ShareShareShareShare

RelatedPosts

Cm Pressmeet:বিধানসভা নিৰ্বাচনত বিজেপিৰ বিজয়ৰ পিছত সংবাদমেল সম্বোধন ড:হিমন্ত বিশ্বশৰ্মাৰ

Assam State Election Commission press conference in Janata bhawan: জনতা ভৱনত অসম ৰাজ্যিক নিৰ্বাচন আয়োগৰ সংবাদমেল

Asomiya Yuva Mancha:জনতা ভৱনৰ সমীপত অসমীয়া যুৱ মঞ্চ আৰু অসমীয়া মহিলা মঞ্চৰ বিক্ষোভ কাৰ্যসূচী

Cm Pressmet In Loksewa Bhawan:

ৰাজ্যত দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ’ব লগা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাবে এইবাৰ হ’ব প্ৰত্যাহ্বানমূলক ৷ আনহাতে পৰীক্ষাত ভুল উত্তৰৰ বাবে থাকিব নিগেটিভ মাৰ্কিং ব্যৱস্থা। এই কথা সদৰি কৰে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই। সোমবাৰে অসম সচিবালয়ৰ মুখ্যমন্ত্ৰী কাৰ্যালয় লোকসেৱা ভৱনত অনুষ্ঠিত এক সংবাদমেলত মুখ্যমন্ত্ৰী গৰাকীয়ে অসম প্ৰত্যক্ষ নিযুক্তি পৰীক্ষা চমুকৈ’এ ডি আৰ ই পৰীক্ষা পূৰ্বৰ আৰ্হিতেই এইবাৰো অনুষ্ঠিত হ’ব ৷

ADVERTISEMENT

দ্বিতীয়বাৰৰ বাবে অনুষ্ঠিত হ’ব লগা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি চমুকৈ’এ ডি আৰ ই পৰীক্ষাৰ আৰ্হি কেনেকুৱা হ’ব কি কি প্ৰশ্ন আহিব। একেদৰে কোনটো বিষয়ত কিমান নম্বৰ থাকিব এই সন্দৰ্ভত প্ৰাৰ্থী সকল উৎকণ্ঠিত হৈ থকাৰ মাজতে সোমবাৰে পৰীক্ষা নিয়ন্ত্ৰণকাৰী সন্থা ‘ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে'(এছএল আৰ চি)য়ে সোমবাৰে প্ৰকাশ কৰিলে পৰীক্ষাৰ চিলেবাছ আৰু প্ৰশ্নৰ আৰ্হি ৷

সেই অনুসৰি তৃতীয়বৰ্গৰ লিখিত পৰীক্ষাৰ প্ৰশ্নৰ আৰ্হি এনেধৰণৰ: স্নাতক পৰ্যায়ৰ পদৰ বাবে মুঠ নম্বৰ থাকিব ১৭৫ আৰু প্ৰশ্ন থাকিব ১৫০ ৷ পৰীক্ষা হ’ব তিনিঘণ্টীয়া ৷

পৰীক্ষাটোত বিষয় সমূহ থাকিব সমাজবিদ্যা,সাধাৰণ গণিত,সাধাৰণ ইংৰাজী,সাধাৰণ জ্ঞান,যুক্তিসংগত যুক্তি আৰু মানসিক ক্ষমতাৰ(Logical Reasoning And Mental Ability)আৰু পঢ়া বোধগম্যতা আৰু ইংৰাজী ভাষা(Reading Comprehension and English Language)৷প্ৰতিটো বিষয়ত একাদিক্ৰমে প্ৰশ্ন আহিব ৩০,৩০ ১0 ,২০আৰু ২৫ ৷ উল্লেখ্য যে,সকলো প্ৰশ্নৰ বিপৰীতে নম্বৰ থাকিব দুই ৷

আনহাতে উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ পদৰ বাবে মুঠ নম্বৰ থাকিব ১৫০ আৰু প্ৰশ্ন থাকিব ১৫০ টা ৷ তিনিঘণ্টীয়া পৰীক্ষাটোত সমাজবিদ্যাত প্ৰশ্ন থাকিব ৩০ টা,সাধাৰণ গণিতত ৩৫,সাধাৰণ ইংৰাজীত ৩৫,সাধাৰণ জ্ঞানত ৩০ ,যুক্তিসংগত যুক্তি আৰু মানসিক ক্ষমতাৰ(Logical Reasoning And Mental Ability)ত ২০ টা। উল্লেখ্য যে,সাধাৰণ ইংৰাজীৰ প্ৰতিটো প্ৰশ্নৰ বিপৰীতে নম্বৰ থাকিব এককৈ ৷

চালক পদৰ বাবে শিক্ষাগত অৰ্হতা হাইস্কুল পৰ্যায়ৰ ৷ এই পৰীক্ষাৰ বাবে প্ৰস্তুত কৰা বিষয় সমূহত মুঠ নম্বৰ ১৫০ আৰু প্ৰশ্ন থাকিব ১৫০ টা ৷ তিনিঘণ্টীয়া পৰীক্ষাত সমাজবিদ্যাত প্ৰশ্ন থাকিব ২০ টা,সাধাৰণ গণিতত ৩০,সাধাৰণ ইংৰাজীত ৩৫,সাধাৰণ জ্ঞানত ৩০ ,যুক্তিসংগত যুক্তি আৰু মানসিক ক্ষমতাৰ(Logical Reasoning And Mental Ability)ত ২০ টা পথ পৰিবহন বিষয়ত থাকিব ২০ টা প্ৰশ্ন আৰু । প্ৰতিটো প্ৰশ্নৰ বিপৰীতে নম্বৰ থাকিব এককৈ ৷

আনহাতে চতুৰ্থ বৰ্গৰ পদৰ বাবে পৰীক্ষা অনুষ্ঠিত হ’ব দুটা শাখাত ৷ এটা শাখাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা অষ্টম শ্ৰেণীৰ বিপৰীতে আনটো শাখাত অৱতীৰ্ণ প্ৰাৰ্থীৰ শিক্ষাগত অৰ্হতা দশম শ্ৰেণী ৷ দুয়োটা শাখাৰ প্ৰাৰ্থীয়ে সুকীয়া সুকীয়াকৈ পৰীক্ষাত অৱতীৰ্ণ হ’ব ৷ পৰীক্ষাৰ্থী সকলে নিজৰ পচন্দ অনুযায়ী অসমীয়া, বাংলা, ইংৰাজী, বড়ো আৰু হিন্দী ভাষাত পৰীক্ষা দিব পাৰিব। বিষয় সমূহ হ’ব সমাজবিদ্যা, গণিত , ইংৰাজী ,সাধাৰণ জ্ঞান,যুক্তিসংগত যুক্তি আৰু মানসিক ক্ষমতাৰ(Logical Reasoning And Mental Ability) ৷

বিষয় সমূতত থাকিব ১৩৫টা প্ৰশ্ন থাকিব ৷ কিন্ত প্ৰশ্ন সমূহ হ’ব -বিকল্পী প্ৰশ্ন (MCQ) পদ্ধতিৰ ৷ প্ৰতিটো প্ৰশ্নৰ বিপৰীতে নম্বৰ ধাৰ্য কৰা হৈছে এক ৷ অৱশ্যে প্ৰতিটো প্ৰশ্নৰ ভুল উত্তৰৰ বাবে থাকিব (ঋণাত্মক নম্বৰ)নিগেটিভ মাৰ্কিং ৷ স্মতৰ্ৱ্য যে,পৰীক্ষাৰ দিন আৰু সময় পৰৱৰ্তী সময়ত ঘোষণা কৰিব ৰাজ্যিক পৰ্যায়ৰ নিযুক্তি আয়োগে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Addressing Cm Himanta Biswa SarmaCm PressmeetJanata Bhawan
publisher

publisher

Related Posts

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়
Uncategorized

কাণৰ যন্ত্ৰণাৰ পৰা স্বস্তিৰ উপায়

September 8, 2026
সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?
Uncategorized

সময়মতে ইএমআই দিয়াৰ পাছতো কমিছে নেকি ক্রেডিট স্ক’ৰ?

September 8, 2026
যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা
Uncategorized

যোৰহাট শংকৰদেৱ চেমিনাৰীত চিত্ৰাংকন প্ৰতিযোগিতা

September 8, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
চৰাইদেউ মৈদামৰ পিছত UNESCOৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ মৰ্যাদা পোৱাৰ দিশে ৰংপুৰ-শিৱসাগৰ!
Assam

September 5, 2026
দেৰগাঁৱৰ এএছপি সন্মিলনৰ পিছতে ঠগ প্ৰৱঞ্চকৰ বিৰুদ্ধে ৰাজ্যজুৰি আৰক্ষীৰ অভিযান

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d