Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Artificial Flood In Guwahati: গুৱাহাটীত পানী হৈ আছে আৰু হোৱাৰ সম্ভাৱনা আছে : অসহায় মন্ত্রী

ধাৰাবাহিক ভূমিস্খলন অব্যাহত মহানগৰীত, চন্দ্ৰপুৰ-নুনমাটিত কে'বাটাও ঘটনা সংঘটিত, ,মাটিয়ে পুতি পেলোৱা বৃদ্ধক উদ্ধাৰ, নুনমাটিত শূন্যত ওলমি ৰৈছে কে'বাটাও ঘৰ

publisher by publisher
June 2, 2025
in Assam, News
Reading Time: 2 mins read
0
Artificial Flood In Guwahati: গুৱাহাটীত পানী হৈ আছে আৰু হোৱাৰ সম্ভাৱনা আছে : অসহায় মন্ত্রী
1
SHARES
11
VIEWS
ShareShareShareShare

RelatedPosts

Iran:আকস্মিকভাৱে সমগ্র দেশত বিধি-১০০ জাৰি ইৰানৰ

Nepal:পুনৰ তিব্বতত হ্রদে ভাঙিলে পাৰ, সতর্কতা জাৰি নেপাল চৰকাৰৰ

Nepal Flood News update আগন্তুক ৭২ ঘণ্টাৰ ভিতৰত পুনৰ ভয়াৱহ আকস্মিক বানৰ শংকা

Artificial Flood In Guwahati:

গুৰুতৰ ৰূপ ধাৰণ কৰিছে গুৱাহাটীৰ ভূমিস্খলনৰ ঘটনাই। ১৮ খন পাহাৰৰে ভৰি থকা মহানগৰীত প্রশাসনৰ চকুৰ আগতে যি ধ্বংস কার্য চলি আহিছে, তাৰ পৰিণতিত ভূমিস্খলনত প্ৰতি বছৰে প্ৰাণ হেৰুৱাই আহিছে বহু লোকে। তৎসত্ত্বেও চৰকাৰ আৰু জিলা প্রশাসনৰ গা লৰা নাই। ফলত পাহাৰত নিয়মীয়াকৈ বেদখল চলি আহিছে আৰু সামান্য এজাক বৰষুণ দিলেই সংঘটিত হৈ আহিছে ভূমিস্খলন।

ADVERTISEMENT

তাৰ ব্যতিক্রম এইবাৰো হোৱা নাই। যোৱা চাৰি দিনৰ ভিতৰত শিশুসহ পাঁচজনৰ জীৱন ভূমিস্খলনে কাঢ়ি নিয়ে। তদুপৰি কথমপি পাণৰক্ষা পৰে বহু লোকৰ। যেৱা তিনিদিনত হোৱা বৰষুণে পাহাৰীয়া বহু অঞ্চল অতি বিপজ্জনক কৰি তুলিছে। যোৱা নিশা আৰু দেওবাৰে পুৱা চন্দ্ৰপুৰৰ তিনিটা স্থানত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। এই ঘটনাত কথমপি প্ৰাণৰক্ষা পৰে কে’বাটাও পৰিয়ালৰ। হৰেন গগৈ নামৰ এজন বৃদ্ধ লোকক স্থানীয় লোকে মাটিয়ে পুতি পেলোৱা অৱস্থাৰ  উদ্ধাৰ কৰিবলৈ সক্ষম হয়।

চন্দ্ৰপুৰৰ অৰণ্য নগৰ, আকাশী নগৰ আৰু গোবর্ধনত ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। অৰণ্য নগৰৰ হৰেন গগৈ, আকাশীনগৰৰ কাঞ্চন দত্ত আৰু গোবর্ধনৰ অজিত দেৱ, ৰঞ্জিত দেৱ আৰু দিলীপ দেৱ নামৰ লোককেইজনৰ বাসগৃহ পাহাৰৰ খহি পৰা বৃহৎ অংশ, ওপৰৰ পৰা খহি পৰা পকী বেৰৰ ফলত বিস্তৰ ক্ষতিসাধন হয়। অৰণ্যনগৰৰ স্থানীয় লোকে জনোৱা মতে, কাণেৰে নুশুনা আৰু চকুৰে নেদেখা হৰেন গগৈক পাহাৰৰ খহি পৰা মাটিয়ে সম্পূর্ণৰূপে পুতি পেলায়। তাৰ পাছত কোনোমতেহে ৰাইজে তেওঁক মুর্মূধু অৱস্থাত মাটিৰ তলৰ পৰা উদ্ধাৰ কৰে। উল্লেখ্য যে অৰণ্যনগৰত যোৱা বছৰো ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল। ৰাইজে অভিযোগ কৰা মতে, প্রশাসনৰ লোক সেই ঘটনাৰ পাছত আজিলৈকে অঞ্চলটোলৈ যোৱা নাই।

গোবর্ধনত পকী বেৰ খহি পৰাৰ কে’বাটাও ঘটনা সংঘটিত হয় এই ঘটনাত অঞ্চলটোৰ কে’বাটাও পৰিয়ালৰ পকী বেৰতো ফাট মেলে। এতিয়াও অতি বিপজ্জনক অৱস্থাত আছে পাহাৰৰ কে’বাটাও অংশ। ফলত আতংকিত কে’বাটাও পৰিয়ালে অন্য স্থানত আশ্রয় ল’বলৈ বাধ্য হৈছে।

মহানগৰীৰ নুনমাটিৰ আনন্দনগৰতো পাহাৰৰ মাটি খহাৰ ঘটনা সংঘটিত হৈছে। ইয়াৰ ফলত অঞ্চলটোৰ দুটা পৰিয়ালৰ ঘৰৰ কোঠা একপ্ৰকাৰ শূন্যত ওলমি থকাৰ দৰেহে আছে। ইপিনে, বোন্দাৰ আমগাঁৱৰ নন্দপথৰ বাসিন্দা আব্দুল কুদ্দুছৰ ঘৰত পাহাৰৰ ওপৰৰ পৰা এটা বৃহৎ অংশ খহি পৰে। ইয়াৰ ফলত পৰিয়ালটোৰ মানাগাৰ আৰু শৌচাগাৰ সম্পূৰ্ণ বিধ্বস্ত হৈ পৰে। ইয়াৰ পূর্বেও উক্ত অঞ্চলটোত একাধিকবাৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হৈছিল দেওবাৰৰ ঘটনাটোত আব্দুল কুদ্দুছৰ পৰিয়ালটোৰ কথমপিহে প্ৰাণৰক্ষা পবে।

#কৃত্রিম বানৰ প্ৰভাৱ বাহাল

ভয়াৱহ কৃত্রিম বানৰ পৰা মহানগৰীৰ বেছিভাগ অঞ্চলেই আজি মুক্ত হয় যদিও ৰুক্মিণীগাঁৱৰ ৰাজপথৰ পানী এতিয়াও শুকোৱা নাই। ইপিনে, পথ আৰু ঘৰৰ পানী শুকালেও মানুহৰ যন্ত্ৰণাৰ সীমা নোহোৱা হৈছে। পানী ওলাই যোৱাৰ পাছত ঘৰ পৰিষ্কাৰ কৰা, নষ্ট হোৱা সা-সামগ্ৰীৰ ৰূপ দেখি মুৰে-কপালে হাত দিবলগীয়া হৈছে বহু লোকে। এপদ এপদকৈ গোটোৱা সামগ্রী বেছিভাগ লোকৰে চিৰদিনৰ বাবে নষ্টহৈ পৰে। ইপিনে, ঘৰ পৰিষ্কাৰ কৰিবলৈয়ো শ্রমিকৰ নাটনি হৈছে। সুযোগ বুজি একাংশ শ্রমিকেও মজুৰি বৃদ্ধি কৰিছে। ইয়াৰ ওপৰতে বেমাৰৰ আতংকও বৃদ্ধি হৈছে।

#অসহায় মন্ত্রী-চৰকাৰ !

গুৱাহাটীৰ বান পৰিস্থিতিক লৈ দেওবাৰে পৌৰ নিগমৰ কাৰ্যালয়ত মন্ত্রী জয়ন্ত মল্ল বৰুৱাৰ উপস্থিতিত এখন বৈঠক অনুষ্ঠিত হয়। পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ লগতে সকলো পাৰিষদ উপস্থিত থকা সভাৰ পাছত মন্ত্রী বৰুৱাই একপ্ৰকাৰ অসহায়ভাবে কয়, ‘পানী হৈ আছে আৰু হোৱাৰ সম্ভাৱনাও আছে। ইয়াক আমি নোহোৱা কৰিব নোৱাৰো; কিন্তু সমস্যাটোৰ কিদৰে মোকাবিলা কৰিব পাৰো, তাৰ আলোচনা আমি কৰিছো।’ সভাত বানাক্ৰান্তৰ মাজত প্রয়োজনীয় সামগ্রী বিতৰণ ত্বৰান্বিত কৰাৰ সিদ্ধান্ত লোৱা হয়। এই সভাতে ভূমিস্খলনত মৃত্যু হোৱা প্ৰতিজনৰ বিপৰীতে চাৰি লাখকৈ টকা আজিৰ ভিতৰতে নিকটাত্মীয়ক প্রদানৰো সিদ্ধান্ত লোৱা হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Artificial FloodHigh AlartLanslideMinister jayanta Malla Baruah
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d