Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati New Police Station:মহানগৰীত অচিৰেই বৃদ্ধি পাব থানাৰ সংখ্যা

    Youth arrested with air gun:ছয়মাইলৰ পদপথৰ দোকানীক ভয়-ভাবুকিৰে ধন সংগ্ৰহৰ অভিযোগ

    Jamunamukh Flood: যমুনামুখত বানৰ কোবাল সোঁতকো ভেদি চলিছে এম্বুলেন্স !

    Unification of AKRSU:বহুধাবিভক্ত আক্ৰাছু ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ

    Wild Buffalo Attack In Tezpur:তেজপুৰত ভয়ংকৰ ঘটনা,বনৰীয়া ম’হৰ আক্ৰমণত নিহত দুই ,আহত ৩জন

    Wild Elephant:মাজুলীত বন্যহস্তীৰ উপদ্ৰৱ,বিভিন্ন ঠাইত বন্য হস্তীৰ মুক্ত বিচৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Union Minister Sarbananda Sonowal:ডিব্ৰুগড় চহৰ আৰু চাবুৱা নগৰ তথা সমীপৱৰ্তী অঞ্চলৰ খহনীয়া, কৃত্রিম বানৰ স্থায়ী সমাধানৰবাবে তৎপৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূৰ্তিত পুষ্পাঞ্জলি অর্পণেৰে শ্রদ্ধা জ্ঞাপন সোণোৱালৰ

publisher by publisher
August 13, 2024
in Uncategorized
Reading Time: 3 mins read
0
Union Minister Sarbananda Sonowal:ডিব্ৰুগড় চহৰ আৰু চাবুৱা নগৰ তথা সমীপৱৰ্তী অঞ্চলৰ খহনীয়া, কৃত্রিম বানৰ স্থায়ী সমাধানৰবাবে তৎপৰ কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল
2
SHARES
20
VIEWS
ShareShareShareShare

Union Minister Sarbananda Sonowal:

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সর্বানন্দ সোণোৱালে মঙলবাৰে ডিব্ৰুগড় চহৰত উপস্থিত হৈ কৃত্রিম বানে শেহতীয়াকৈ সৃষ্টি কৰা সমস্যা তথা অসুবিধাৰ বিতং বুজ লয়। ইয়াৰ পূৰ্বেও যোৱা ২০ জুলাইত সর্বানন্দ সোণোৱালে সমগ্ৰ ডিব্ৰুগড় চহৰৰ বিভিন্ন অঞ্চল তথা সমীপৱৰ্তী অঞ্চলবোৰ পৰিদৰ্শন কৰি কৃত্রিম বানে সৃষ্টি কৰা সামগ্রিক অৱস্থাৰ বুজ লৈছিল।

ADVERTISEMENT

SONOWAL 2সোণোৱালে আজি বগীবিলৰ সমীপৱৰ্তী মোহনাঘাটৰ পৰা আৰম্ভ কৰি আইথানলৈ – অঞ্চলসমূহ ভ্রমণ কৰি স্বচক্ষে খহনীয়া, কৃত্রিম বানে সৃষ্টি কৰা সমস্যা, মথাউৰিৰ অৱস্থা আদি নিৰীক্ষণ কৰে। শেহতীয়া কৃত্রিম বানপানী আৰু খহনীয়াই ডিব্ৰুগড়ত বিস্তৰ প্ৰতিকূলতাৰ সৃষ্টি কৰাৰ ফলত স্বাভাৱিক জনজীৱনত প্ৰভাৱ পৰিছিল। সোণোৱালে ডিব্ৰুগড় চহৰৰ সাম্প্ৰতিক পৰিস্থিতিৰ পুনৰ বুজ লয় আৰু নলা-নৰ্দমাৰ ব্যৱস্থাপনাৰ দিশটোৰ পুনৰ পর্যালোচনা কৰে। জনসাধাৰণক সকাহ দিয়াৰ বাবে এইক্ষেত্রত তৎপৰতাৰে ব্যৱস্থা ল’বলৈ আৰু জাৱৰ নিষ্কাষণৰ কাম ক্ষিপ্ৰতাৰে কৰিবলৈও সংশ্লিষ্ট বিষয়াসকলক  নির্দেশ দিয়ে।

RelatedPosts

Union Minister Sarbananda Sonowal Visit Advantage Assam2.0: এডভান্টেজ আছাম ২.০-ত অন্তিম দিনাৰ সন্মিলনত অসমৰ আভ্যন্তৰীণ জলপথ খণ্ডৰ ৰূপান্তৰৰ বাবে ৪,৮০০ কোটি টকাৰ বিনিয়োগৰ ঘোষণা সৰ্বানন্দ সোণোৱালৰ

Inland water transport terminal opened at Jogighopa: যোগীঘোপাত আভ্যন্তৰীণ জল পৰিবহণ টার্মিনেল ৰাষ্ট্ৰৰ প্ৰতি উৎসৰ্গা কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালৰ

Union Minister Sarbananda Sonowal:এখন জনকল্যাণকামী, দূৰদৰ্শী আৰু বিকশিত তথা আত্মনিৰ্ভৰ ভাৰতৰ আধাৰশিলাক ত্বৰান্বিত কৰিব কেন্দ্রীয় বাজেট ২০২৫-২৬-: কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱাল

সমস্যাবোৰৰ স্থায়ী সমাধানৰ পথ ক্ষিপ্ৰতাৰে প্রশস্ত কৰাত তেখেতে গুৰুত্ব দিয়ে। তেখেতে জনায় যে- আইআইটি গুৱাহাটীয়ে শীঘ্রেই ডিব্ৰুগড়ৰ কৃত্রিম বানৰ কাৰকসমূহ অধ্যয়ন কৰি মাষ্টাৰপ্লেন প্ৰস্তুত কৰিব আৰু চৰকাৰক কাৰিকৰী পৰামৰ্শ তথা সহযোগিতা আগবঢ়াব। এই সন্দৰ্ভত ৰাজ্য চৰকাৰে আইআইটিলৈ লিখিতভাৱে পত্ৰ প্ৰেৰণ কৰাৰ কথা তেখেতে উল্লেখ কৰে। আইআইটি গুৱাহাটীৰ পৰামৰ্শৰ আধাৰত চৰকাৰে যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিব বুলি সোণোৱালে উল্লেখ কৰে।

SONOWAL 3তদুপৰি তেখেতে কয় যে আৰআইডিবি-ৰ ৩৫০ কোটি টকাৰ প্ৰকল্পৰ কাম শীঘ্ৰেই আৰম্ভ হ’ব, যাৰ যোগেদি খহনীয়া, কৃত্রিম বান ৰোধ, নলাৰ সু-ব্যৱস্থা আদি বিভিন্ন দিশত কাম কৰি সমস্যাবোৰৰ স্থায়ী সমাধানৰ বাবে ব্যৱস্থা লোৱা হ’ব। খহনীয়া ৰোধৰ বাবে জিঅ’ বেগ আদি ব্যৱস্থাৰে কাম চলি আছে বুলিও সোণোৱালে সদৰী কৰে।

আনহাতে চাবুৱা নগৰৰ নৰ্দমা ব্যৱস্থাপনাৰ বাবেও আইআইটি গুৱাহাটীৰ পৰামৰ্শ লোৱা হ’ব বুলি তেখেতে উল্লেখ কৰে, যাতে ডিব্ৰুগড় চহৰ আৰু চাবুৱা নগৰৰ খহনীয়া, কৃত্রিম বান পৰিস্থিতিৰ স্থায়ী সমাধানৰ পথ প্রশস্ত হয় আৰু বহনক্ষম উন্নয়ন ত্বৰান্বিত হয়। এইক্ষেত্রত কেন্দ্রীয় আৰু ৰাজ্য চৰকাৰে যৌথভাৱে পদক্ষেপ গ্রহণ কৰি যাব বুলি সোণোৱালে মন্তব্য কৰে।

আনহাতে হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ গৌৰৱময় ৭৮তম স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ডিব্ৰুগড় জিলা বিজেপি আৰু যুৱ মৰ্চাৰ উদ্যোগত আয়োজিত বাইক ৰেলী- তিৰংগা যাত্রাত কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও অংশগ্ৰহণ কৰে। তাৰ পূৰ্বে তেখেতে ডিব্ৰুগড়স্থিত শ্বহীদ কুশল কোঁৱৰৰ প্ৰতিমূর্তিত পুষ্পাঞ্জলি অর্পণেৰে শ্ৰদ্ধা জ্ঞাপন কৰে। তেখেতে উল্লেখ কৰে, “দেশৰ স্বাধীনতা সংগ্রামত শ্বহীদ কুশল কোঁৱৰৰ অতুলনীয় ত্যাগ, সাহস আৰু সক্রিয় ভূমিকা ~ এক অবিস্মৰণীয় অধ্যায়। ডিব্ৰুগড়ত ‘তিৰংগা যাত্ৰা’ত ভাগ লোৱাৰ পূৰ্বে মহান শ্বহীদগৰাকীৰ প্ৰতিমূর্তিত সতীর্থসকলৰ সৈতে গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰোঁ। শ্বহীদ কুশল কোঁৱৰৰ স্বদেশপ্রেম আৰু মাতৃভূমিৰ হকে আগবঢ়োৱা সমর্পিত সেৱাই দেশবাসীক উদ্বুদ্ধ কৰি যাব।”

SONOWAL 4আজি কেন্দ্রীয় মন্ত্ৰীগৰাকীৰ লগতে উপস্থিত থাকে ডিব্ৰুগড়ৰ বিধায়ক প্রশান্ত ফুকন, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱা, অসম পেট্র’-কেমিকেলছ লিমিটেডৰ অধ্যক্ষ তথা বিজেপিৰ ৰাজ্যিক সম্পাদক বিকুল ডেকা, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ চৈকত পাত্ৰ, উপ-মেয়ৰ উজ্জ্বল ফুকন, ডিব্ৰুগড় জিলা বিজেপিৰ সভাপতি উজ্জ্বল কাশ্যপ, যুৱ মৰ্চাৰ জিলা সভাপতি বিদ্যুৎ গগৈ, ডিব্রুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, অসম গণ পৰিষদৰ ৰাজ্যিক উপ-সভাপতি সুনীল ৰাজকোঁৱৰ প্ৰমুখ্যে অন্যান্য বিষয়া সকল।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Dibrugarh vISITHar Ghar TirangaUnion Minister Sarbananda Sonowal
publisher

publisher

Related Posts

ভাৰত-পাক সীমান্তৰ পাৰ হৈ অনুপ্ৰৱেশৰ চেষ্টা ! গুজৰাটত বি এছ এফৰ গুলীত নিহত এজন
Uncategorized

পুনৰ ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা

May 27, 2025
Dainik Agradoot Today’s Edition -22May
Daily

Dainik Agradoot Today’s Edition -22May

May 22, 2025
বেংগালুৰুত ১২ ঘণ্টাত ১৩০ মিলিমিটাৰ বৰষুণ!
Uncategorized

বেংগালুৰুত ১২ ঘণ্টাত ১৩০ মিলিমিটাৰ বৰষুণ!

May 20, 2025
Indian curriculum will include Akas and BrahMos missiles:ভাৰতীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব আকাশ আৰু ব্ৰহ্মো’ছ মিছাইল

Decline in India- Bangladesh relations: বাংলাদেশৰেও ভাৰতৰ সম্পৰ্কৰ অৱনতি

May 19, 2025
Bipanchika Bora of Nagaon receives National Scholarship: নগাঁৱৰ বিপঞ্চিকা বৰালৈ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় জলপানি

May 17, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d