Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Guwahati New Police Station:মহানগৰীত অচিৰেই বৃদ্ধি পাব থানাৰ সংখ্যা

    Youth arrested with air gun:ছয়মাইলৰ পদপথৰ দোকানীক ভয়-ভাবুকিৰে ধন সংগ্ৰহৰ অভিযোগ

    Jamunamukh Flood: যমুনামুখত বানৰ কোবাল সোঁতকো ভেদি চলিছে এম্বুলেন্স !

    Unification of AKRSU:বহুধাবিভক্ত আক্ৰাছু ঐক্যবদ্ধ হোৱাৰ অংগীকাৰ

    Wild Buffalo Attack In Tezpur:তেজপুৰত ভয়ংকৰ ঘটনা,বনৰীয়া ম’হৰ আক্ৰমণত নিহত দুই ,আহত ৩জন

    Wild Elephant:মাজুলীত বন্যহস্তীৰ উপদ্ৰৱ,বিভিন্ন ঠাইত বন্য হস্তীৰ মুক্ত বিচৰণ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

    ‘সন্ত্রাস সহ্য কৰা নহ’ব’, অক্ষয়ৰ পৰা কংগনালৈকে, ‘অপাৰেচন সিন্দূৰ’ৰ সন্দৰ্ভত কি ক’লে বলিউডে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    নিয়মীয়াকৈ ৰাতিপুৱা খোজ কঢ়াৰ অভ্যাস আছে নে ? 

    চাহৰ লগত ধূমপান কৰিলে কি কি ৰোগ হ’ব পাৰে জানেনে?

    ৰাতিৰ আহাৰ খোৱাৰ পাছত দাঁত ব্ৰাছ কৰে ? ডাঙৰ ক্ষতিৰ আছে আশংকা

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    গুগল পেৰ জৰিয়তেও পাব পাৰি মোটা অংকৰ ঋণ 

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Government has not fixed the wages according to the law:চৰকাৰে আইন অনুসৰি নিৰ্ধাৰণ কৰা নাই মজুৰি

কল্যাণমূলক আঁচনি ৰূপায়ণ-মজুৰি নিৰ্ধাৰণ-স্বাস্থ্য-শিক্ষা সকলো ক্ষেত্ৰতে শোচনীয় পৰিস্থিতিত জীৱন নির্বাহ চাহ শ্ৰমিকসকলৰ

publisher by publisher
September 5, 2024
in Uncategorized
Reading Time: 5 mins read
0
Government has not fixed the wages according to the law:চৰকাৰে আইন অনুসৰি নিৰ্ধাৰণ কৰা নাই মজুৰি
2
SHARES
18
VIEWS
ShareShareShareShare

Government has not fixed the wages according to the law:

ৰাজ্যৰ ৰাজনীতিত চাহ শ্রমিকসকলক লৈ দশকৰ পাছত দশক ধৰি বিভিন্ন ৰাজনৈতিক দলৰ মাজত টনা- আঁজোৰা অব্যাহত আছে। অসমৰ অৰ্থনীতি, সমাজ-সংস্কৃতি জীৱনলৈ প্রভূত বৰঙণি আগবঢ়োৱা এইসকল চাহ শ্রমিকৰ মজুৰি দুর্ভাগ্যজনকভাবে আজিও উপযুক্ত পৰিমাণৰ নিৰ্ধাৰণ কৰা নহ’ল, যাৰ জৰিয়তে এটা পৰিয়ালে সুস্থ জীৱন যাপন কৰিব পাৰে। বিভিন্ন ব্যক্তিগত কোম্পানীৰ মালিকানাধীন তথা অসম চৰকাৰৰ দ্বাৰাও পৰিচালিত চাহ বাগিচাসমূহৰ আজিৰ বজাৰ দৰৰ তুলনাত অতি সামান্য।

ADVERTISEMENT

চাহ বাগিচাসমূহত শ্রমিক আইন ৰূপায়ণ আৰু শ্রমিক কল্যাণৰ ব্যৱস্থাৱলী বলবৎ কৰাৰ ক্ষেত্ৰত থকা বঞ্চনাৰ কাহিনীৰ বিশেষ সালসলনি বিগত দশকসমূহত ঘটা নাই। চাহ বাগিচাৰ শ্ৰমিকৰ মজুৰি নিৰ্ধাৰণৰ ক্ষেত্ৰত আছে বহু কোটি, আছে ব্যর্থতাৰ অভিযোগ। এনে এক গভীৰ উদ্বেগৰ ছবিয়ে শেহতীয়া কেগ (মহাগাণনিক)ৰ প্ৰতিবেদনত প্রতিফলিত হৈছে।

RelatedPosts

Deportation of declared foreigners:ঘোষিত বিদেশীক বিতাড়নৰ বাবে তৎপৰতা চৰকাৰৰ : আত্মগোপন বহুসংখ্যকৰ

Heavy rains disrupted normal life:ৰাজ্যজুৰি জটিল পৰিৱেশ: ধাৰাসাৰ বৰষুণত ব্যাহত স্বাভাৱিক জীৱনযাত্রা

Appointment of nodal officers for land purchase and sale: ৰাজ্যত প্ৰযোজ্য হ’ল ভূমি ক্ৰয়-বিক্ৰয়ৰ নতুন নিয়ম

ন্যূনতম মজুৰি আইন, ১৯৪৮ৰ জৰিয়তে সংশ্লিষ্ট চৰকাৰে দক্ষ আৰু অদক্ষ শ্রমিকসকলৰ মজুৰি দিব লাগে। ন্যূনতম মজুৰি হাৰতকৈ কম পৰিমাণৰ মজুৰি আদায় বলপূর্বক শ্ৰমৰ সমান হয়। কেগৰ প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি, এই আইনৰ অধীনত শ্রমিকৰ ন্যূনতম মজুৰি নিৰ্ধাৰণত চৰকাৰৰ হস্তক্ষেপ যথেষ্ট নহয়। শ্ৰমিকসকলৰ জীৱনৰ মান উন্নয়নৰ প্রচেষ্টাও যথোপযুক্ত নহয় বুলি কেগৰ প্ৰতিবেদনত কোৱা হৈছে। আইনৰ ধাৰা-তিনি অনুসৰি চৰকাৰে এই শ্ৰমিকসকলৰ মজুৰিৰ হাৰ নিৰ্ধাৰণ কৰিব লাগে। কেগে চাহ শ্রমিকসকলৰ কল্যাণৰ বাবে আঁচনি ৰূপায়ণৰ মান নির্ধাৰণৰ বাবে পাৰদৰ্শিতাৰ হিচাপ পৰীক্ষণ সম্পন্ন কবে।

চাহ শ্রমিকসকলৰ শোচনীয় আর্থ-সামাজিক, স্বাস্থ্য আৰু শিক্ষাৰ অনগ্ৰসৰতাৰ বাবে এই হিচাপ পৰীক্ষণ কৰা হয়। ২০১৫-১৬ৰ পৰা ২০১৯-২০লৈ কেগে এই হিচাপ পৰীক্ষণ কৰে। কাছাৰ, ডিব্ৰুগড়, নগাঁও আৰু শোণিতপুৰ এই চাৰিটা মণ্ডলত হিচাপ পৰীক্ষণ কৰা হয়। পূব অসম, পশ্চিম অসম আৰু বৰাক উপত্যকা সামৰি এই হিচাপ পৰীক্ষণ কৰা হয়। চাৰিটা মণ্ডলত থকা মুঠ ৩৯০খন চাহ বাগিচাৰ ভিতৰত ১০ শতাংশ অর্থাৎ ৪০খন চাহ বাগিচাত চলোৱা হিচাপ পৰীক্ষণত দেখা গ’ল যে নিম্ন আয় আৰু শিক্ষাৰ অনগ্রসবতা ৰাজ্যখনৰ চাহ শ্রমিকসকলৰ সামগ্রিক উন্নয়নৰ ক্ষেত্ৰত বৃহৎ প্রতিবন্ধক হৈ দেখা দিছে।

কেগে প্রতিবেদনত উল্লেখ কৰা অনুসৰি, চাহ বাগিচাৰ আকাৰ আৰু নিয়োজিত শ্রমিকৰ ওপৰত নিৰ্ভব কবি হিচাপ পৰীক্ষণৰ বাবে বাগিচাসমূহ নির্ধাৰণ কৰা হৈছে। এই পৰীক্ষণকালত তথ্যপাতিৰ পুনৰীক্ষণৰ উপৰি নিৰ্ধাৰিত বাগিচাসমূহৰ ৫৯০জন শ্রমিকৰ সাক্ষাৎকাৰো গ্ৰহণ কৰা হয়। উল্লেখ্য যে চাহ শ্রমিক কল্যাণ বিভাগৰ সঞ্চালকে মহকুমা পৰ্যায়ৰ শ্রমিক কল্যাণ বিষয়াসকলৰ জৰিয়তে জিলা আৰু মহকুমা পর্যায়ত কল্যাণমূলক আঁচনিসমূহ ৰূপায়ণ কৰে।

কেগে উল্লেখ কৰে যে পৰীক্ষণকালত বিভাগীয় সঞ্চালকে ৰূপায়ণ কৰা ১০খন আঁচনিৰো পৰীক্ষা কৰা হৈছে। কেগে কয় যে পৰীক্ষণকালত লাভ কৰা তথ্য অনুসৰি অসমৰ চাহ শ্রমিকসকল শোচনীয় সামাজিক আৰু অর্থনৈতিক অৱস্থাৰ মাজত বাস কৰি আছে। তেওঁলোকৰ নিম্ন আয় আৰু শিক্ষাৰ অভাৱেই এইসকল শ্রমিকৰ সামগ্রিক বিকাশৰ ক্ষেত্ৰত বৃহৎ প্রতিবন্ধক হৈ থিয় দিছে। চাহ শ্রমিক কল্যাণ বিভাগে এনে বিষয়সমূহৰ স’তে মোকাবিলা কৰিবলৈ চেষ্টা কৰিছে যদিও তেওঁলোকৰ হাতত নাই কোনো আর্থ-সামাজিক পৰিসংখ্যা। তদুপৰি জধে-মধে পদক্ষেপ গ্রহণ কৰিছে বিভাগে।

ইয়াৰ ফলত চাহ বাগিচাৰ শ্ৰমিকসকলৰ বাবে গ্রহণ কৰা আঁচনিসমূহে তেওঁলোকৰ জীৱনৰ মান উন্নয়নৰ ক্ষেত্ৰত কোনো লক্ষ্যণীয় পদক্ষেপ গ্রহণ কৰিব পৰা নাই। আনকি বহু শ্রমিকে এই বিভাগৰ অস্তিত্ব আৰু তেওঁলোকৰ প্ৰতি বিভাগৰ কৰণীয় সম্পর্কে সামান্যও অবগত নহয়। কেগে কয় যে চাহ শ্রমিকৰ কল্যাণৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহৰ প্ৰভাৱ সম্পর্কে কোনো ধৰণৰ মূল্যায়ন কৰা নহয়। তদুপৰি আভ্যন্তৰীণ নিয়ন্ত্ৰণ আৰু পুনৰীক্ষণৰ অভাৱ আছে। সামগ্রিকভাবে চাহ শ্রমিকৰ জীৱনৰ মান উন্নীতকৰণৰ ক্ষেত্ৰত আছে বহু ত্রুটি। যাৰ ফলত কোনো লক্ষ্যণীয় পৰিৱর্তন সাধন হোৱা নাই।

কেগে কয় যে চাহ শ্রমিক আইন-১৯৫১ আৰু ন্যূনতম মজুৰি আইন-১৯৪৮ চাহ বাগিচাসমূহত ৰূপায়ণৰ ক্ষেত্ৰত আছে বহু ত্রুটি। স্বাস্থ্য সেৱাৰ ক্ষেত্ৰত কেগে উদ্ধাৰ কৰে যে অসমৰ চাহ বাগিচাত হাস্পতাল নাই আৰু যিসমূহত আছে,সেইসমূহ আন্তঃগাঁথনি আৰু কৰ্মচাৰীৰ অভাৱত কক্‌বকাই আছে। শিক্ষা খণ্ডতো এই কেগৰ পৰীক্ষণত উদ্ধাৰ হোৱা তথ্য অনুসৰি অপর্যাপ্ত আন্তঃগাঁথনি, শিক্ষকৰ অভাৱ তথা চাহ বাগিচা পৰিচালিত (টিজিএম) বিদ্যালয়সমূহত ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া ইউনিফর্মৰ অভাৱ অত্যন্ত গুৰুতৰ বিষয়। যাৰ ফলত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ নামভৰ্তিত বিৰূপ প্ৰভাৱ পৰিছে। দিনক দিনে ছাত্র-ছাত্রীৰ নামভৰ্তিৰ প্ৰৱণতা নিম্নগামী হৈছে।

তদুপৰি শ্রমিকসকলৰ আৱাসগৃহসমূহৰ অৱস্থাও তথৈবচ। অতি শোচনীয় অৱস্থা এই ঘৰবোৰৰ। তেওঁলোকৰ নাই উপযুক্ত খোৱাপানীৰ ব্যবস্থা। শ্রমিক গৃহ-লাইনসমূহত খোৱাপানীৰ অভাব, অনাময় ব্যবস্থা আৰু অন্যান্য সা-সুবিধাৰ অভাৱ এই পৰীক্ষণকালত কেগৰ দৃষ্টিগোচৰ হয়। তদুপৰি শ্ৰমিকসকলৰ বাবে কামলৈ যোৱাৰ সময়ত সপ্তান লালন-পালনৰ বাবে থাকিবলগীয়া গৃহৰ অভাৱ, নাই কেন্টিন অথবা অন্যান্য আমোদ- শ্ৰমিকসকলৰ মজুৰি ইপিনে, ন্যূনতম মজুৰি আইন ৰূপায়ণৰ ক্ষেত্ৰত চাহ শ্রমিকসকলৰ বাবে ন্যূনতম মজুৰি নির্ধাৰণৰ ক্ষেত্ৰত চৰকাৰৰ হস্তক্ষেপ পর্যাপ্ত নহয়।

কর্তৃত্ববিহীনভাবে চাহ বাগিচাসমূহত শ্রমিকক ধনৰ বিকল্প অন্যান্য সা-সুবিধাৰ জৰিয়তে মজুৰিৰ এটা অংশ আদায়ৰ ব্যৱস্থা অব্যাহত আছে। তদুপৰি এনে সা-সামগ্রী শ্রমিকক দিয়াৰ বিপৰীতে ইয়াৰ নগদ ধনৰ মূল্য কিমান হ’ব, সেই কথা নিশ্চিত কৰাৰো কোনো ব্যৱস্থা নাই। বহু ক্ষেত্রত দেখা গৈছে যে চুক্তি অনুসৰি বাগিচা মালিক সন্থাই মজুৰি আদায় নিদি কমকৈ মজুৰি আদায় দিয়ে।

ইয়াৰ উপৰি কিছুমান বাগিচাত শ্ৰমিকৰ বাবে ৰছদ আৰু খৰিও নাই। কেগে কয় যে সামগ্রিকভাবে বাগিচাসমূহত শ্রমিক আইন আৰু শ্রমিক কল্যাণৰ ব্যৱস্থাৱলী ৰূপায়ণৰ ক্ষেত্ৰত বহু ত্রুটি আছে। কেগে বিভিন্ন ক্ষেত্রত উদ্বেগ ব্যক্তও কৰে। মন কৰিবলগীয়া যে যোৱা ২০১৫-১৬ৰ পৰা ২০২০-২১লৈ চাহ শ্রমিক কল্যাণ বিভাগৰ সঞ্চালকে ১৮৭খন আঁচনি ৰূপায়ণ কৰে আৰু ইয়াৰ বিনিময়ত বাজেট আছিল ৬০০.১৯ কোটি।

অথচ বাস্তৱ ক্ষেত্রত মাত্র ৮২খন আঁচনিহে ৰূপায়ণ কৰা হয়, যাৰ বিনিময়ত ব্যয় হোৱা ধনৰ পৰিমাণ হৈছে ২০২.৬৫ কোটি আৰু বাজেট আৱণ্টিত ধনৰ পৰিমাণ হৈছে ৩৬৫.৬০ কোটি। ২০১৫-১৬ আৰু ২০০৯-২০ বৰ্ষৰ ভিতৰত কেগে পৰীক্ষা কৰা ১০খন আঁচনিৰ ভিতৰত আছিল ছাত্ৰ-ছাত্ৰীৰ বাবে বৃত্তি, যক্ষ্মা আৰু কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে বিত্তীয় অনুদান, পিকআপ ভানৰ দৰে বাহন আদি ক্রয়। এইসমূহ আঁচনি ৰূপায়ণ কৰিব পৰা নগ’ল আৰু এই আঁচনিসমূহ ৰূপায়ণ কৰিবলৈ অপাৰগতা প্ৰকাশৰ মূল কাৰণ হৈছে হিতাধিকাৰীৰ তালিকা চূড়ান্ত কৰাত ব্যৰ্থতা।

যাৰ ফলত বাজেট নিৰ্ধাৰিত ৯৬.৪৪ কোটি টকা ব্যয় নোহোৱাকৈ পৰি ব’ল। ইপিনে, ২০১৫-১৬ আৰু ২০১৯-২০ বর্ষৰ ভিতৰত অসম চৰকাৰৰ বাজেট বক্তৃতাত ঘোষণা কৰা ? কৰা হৈছিল চাহ শ্রমিক কল্যাণৰ বাবে ৪৪খন আঁচনি। ইয়াৰ ভিতৰত ২৫খন আঁচনি ৰূপায়ণৰ দায়িত্ব আছিল চাহ শ্রমিক কল্যাণ বিভাগৰ। এই ২৫খনৰ ভিতৰত নখন পুঁজি লাভ নকৰাৰ ফলত ৰূপায়ণ কৰিব পৰা নগ’ল। তদুপৰি ৰূপায়িত হোৱা অন্যান্য আঁচনিসমূহতো কেগে উদ্ধাৰ কৰিলে বৃহৎ বিসংগতি। অতি দুর্ভাগ্যজনক বিষয়টো হৈছে যে চাহ জনগোষ্ঠীৰ বাবে থকা এইসমূহ আঁচনি ৰূপায়ণৰ সন্দৰ্ভত। চাহ শ্রমিকৰ অজ্ঞতা।

ইয়াৰ মূল কাৰণ হৈছে শিক্ষাৰ অনগ্ৰসৰতা। কেগে কয় যে অতি উদ্বেগজনকভাৱে চাহ শ্ৰমিকৰ শিক্ষাৰ মান অতিশয় নিম্ন। মাত্র ৪১ শতাংশ শ্রমিকহে শিক্ষিত। এতিয়া প্রশ্ন হয় যে দীর্ঘদিন ধৰি চাহ শ্রমিকক ভোটৰ আহিলাৰূপে ব্যৱহাৰ কৰা বুলি ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ বিষয়ে থকা চর্চা দৰাচলতে বাস্তৱ নেকি ? কেগৰ প্ৰতিবেদনে ৰাজ্য চৰকাৰকে ধৰি চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে কাম কৰি অহা বুলি দাবী কৰা বিভিন্ন দল-সংগঠনৰ চকু মেল খুৱাবনে ?

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam GovtOthers CompaniesTea WorkersWages Havenot Been FixedWages Of Workers
publisher

publisher

Related Posts

ভাৰত-পাক সীমান্তৰ পাৰ হৈ অনুপ্ৰৱেশৰ চেষ্টা ! গুজৰাটত বি এছ এফৰ গুলীত নিহত এজন
Uncategorized

পুনৰ ভাৰত-বাংলাদেশ সীমান্তত উত্তেজনা

May 27, 2025
Dainik Agradoot Today’s Edition -22May
Daily

Dainik Agradoot Today’s Edition -22May

May 22, 2025
বেংগালুৰুত ১২ ঘণ্টাত ১৩০ মিলিমিটাৰ বৰষুণ!
Uncategorized

বেংগালুৰুত ১২ ঘণ্টাত ১৩০ মিলিমিটাৰ বৰষুণ!

May 20, 2025
Indian curriculum will include Akas and BrahMos missiles:ভাৰতীয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব আকাশ আৰু ব্ৰহ্মো’ছ মিছাইল

Decline in India- Bangladesh relations: বাংলাদেশৰেও ভাৰতৰ সম্পৰ্কৰ অৱনতি

May 19, 2025
Bipanchika Bora of Nagaon receives National Scholarship: নগাঁৱৰ বিপঞ্চিকা বৰালৈ ভাৰত চৰকাৰৰ ৰাষ্ট্ৰীয় জলপানি

May 17, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d