Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মইতো যাম গুচি জীৱনৰ ভাও এৰি গুৱাহাটীত মোৰ আৰু চিকিৎসা নাই

    মানৱ সৃষ্ট বানপানীৰ আঁৰৰ ‘গণশত্রু’ক শাস্তিৰ দাবীত সাপেখাতীত ৰাইজৰ ধৰ্ণা

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    ‘ডিমাগী বনো, অন্ধ ভক্ত নেহী’

    জিএমচিয়ে নলা-নর্দমা পৰিষ্কাৰ নকৰাত জীয়াতু ভুগিছে মহানগৰে

    শ্বিলঙত অসমৰ ১৫খনকৈ পৰ্যটকৰ বাহন ভঙাক লৈ উত্তপ্ত পৰিস্থিতি যোৰাবাটত

    বিভাগৰ নাম সলনিয়ে সাৰ, অসমত চৰকাৰী ফাইলতহে বতৰ পৰিৱৰ্তন ৰোধৰ উদ্বেগ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Rods are selling at more than Rs 10,000 in Assam despite the price cut a month ago: বহিঃৰাজ্যত এমাহ পূৰ্বেই মূল্য হ্ৰাসৰ পাছতো অসমত ১০ হেজাৰ অধিক মূল্যত বিক্ৰী ৰ’ড

গ্রাহকক মাধমাৰ শোধাই মুষ্টিমেয় ব্যৱসায়ী-বিষয়াৰ অসাধু চক্রই বুজাবুজিৰে চলাইছে ভয়াৱহ লুণ্ঠন, প্রতিবেগ চিমেণ্টত কমেও এশ টকাকৈ অধিক মূল্য আদায়ৰ পাছতো নীৰৰ চৰকাৰ

publisher by publisher
July 25, 2024
in Uncategorized
Reading Time: 3 mins read
0
Rods are selling at more than Rs 10,000 in Assam despite the price cut a month ago: বহিঃৰাজ্যত এমাহ পূৰ্বেই মূল্য হ্ৰাসৰ পাছতো অসমত ১০ হেজাৰ অধিক মূল্যত বিক্ৰী ৰ’ড
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

SLC Scheme:কৰ্মচাৰীসকলৰ বাবে আৰম্ভ Employee Salary-Linked Credit Scheme

Guwahati:ৰাজ্যত অষ্টম দৰমহা আয়োগ গঠন সন্দৰ্ভত সদৌ অসম কৰ্মচাৰী পৰিষদৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা

SHe Box: ৰাজ্য চৰকাৰৰ প্ৰতিটো বিভাগত মহিলা কৰ্মচাৰীৰ বাবে বিশেষ ব্যৱস্থা চৰকাৰৰ

Rods are selling at more than Rs 10,000 in Assam despite the price cut a month ago:

সাধাৰণ গ্রাহকৰ মুৰত মাধমাৰ শোধাই গৃহ নির্মাণৰ মূল উপাদান লোহা (ৰড) আৰু চিমেন্টৰ ছিণ্ডিকেট বাহিনীয়ে চলাইছে লুণ্ঠন; অথচ নির্বিকাৰ বহুবল্কী মন্ত্রী, চৰকাৰী বিভাগ। সকলো জানিও নজনাৰ ভাও জুৰি নীৰৱ দর্শক হৈ ৰাইজক লুণ্ঠন চলাবলৈ এৰি দিছে মুষ্টিমেয় ব্যৱসায়ীক। এই ছিণ্ডিকেট চক্রই অসমৰ বজাৰ নিয়ন্ত্রণ কৰি আছে।

ADVERTISEMENT

সাধাৰণ জনতাৰ অজ্ঞতাৰ সুযোগ লৈ প্রতি কুইন্টলত ৬,০০০ টকাৰ পৰা ৬,৫০০টকাকৈ বজাৰত বিক্ৰী হৈছে লোহা। একেদৰে প্রতি টনত ৬০ হেজাৰৰ পৰা ৬৫ হেজাৰ টকা ভৰিবলগীয়া হৈছে গ্রাহকে । তথ্য অনুসৰি, এমাহ পূর্বে প্রতি টনত লোহা (টিএমটি বাৰ) ৰ দাম আছিল ৬৫ হেজাৰ টকা। প্রতি কুইন্টলত এই মূল্য আছিল ৬,৫০০ টকা। বিভিন্ন কাৰণত এমাহ পূর্বে প্রতি টনত ১০ হেজাৰ টকাকৈ হ্রাস পায়। দুর্গাপুৰৰ পৰা অহা এই লোহাৰ দাম বর্তমান প্রতি টনত ৫২ হেজাৰ টকালৈ হ্রাস পাইছে। এই মর্মে প্রতি কুইন্টলত পাইকাৰী বজাৰত মূল্য হ’ব লাগে ৫,২০০ টকা।

গণেশগুৰি গুপ্তা হার্ডৱেৰৰ পৰিচালকে জনোৱা মতে, খুচুবা বজাৰত এই প্রতি কুইণ্টল লোহাৰ দাম ৫,৪০০ টকা আৰু প্রতি টনত পাইকাৰী বজাৰত ৫২,৫০০ টকা হ’ব লাগে। অথচ বজাৰত এতিয়াও ৬০ হেজাৰৰ পৰা ৬৫ হেজাৰকৈ প্রতি টনত লোহা বিক্রী হৈছে। ইপিনে, প্রতি কুইণ্টলত ৬,০০০ পৰা ৬,৫০০ কৈ বিক্রী হৈছে। লোহাৰ দাম হ্রাস পোৱাৰ পাছতো দুষ্ট ব্যৱসায়ীৰ স’তে বিভাগীয় কর্তৃপক্ষৰ গোপন বুজাবুজিৰ বাবেই এমাহ পূর্বে দাম হ্রাস পোৱাৰ পাছতো অসমত মাধমাৰ শোধাই অহা হৈছে। একেদৰে বাহিৰৰ পৰা অহা এচিচি, লাফার্জ আদিৰ দৰে কোম্পানীৰ চিমেন্টৰ দাম অসমৰ ৰাইজে প্রতি বেগত ৩৩০ৰ পৰা ৩৪০ টকাকৈ ক্ৰয় কৰিছে ৷

অথচ অসম আৰু মেঘালয়ত স্থানীয়ভাবে প্রস্তুত কৰা চিমেন্ট ৰাইজে ক্রয় কৰিবলগীয়া হৈছে প্রতি বেগত ৪৬০ৰ পৰা ৪৭০ টকাকৈ। মন কৰিবলগীয়া যে টপচেম কোম্পানীৰ মালিক হৈছে কৈলাশ লোহিয়া, ষ্টাৰ চিমেন্টৰ স্বত্বাধিকাৰী হৈছে ছজন ভজনকা আৰু ডালমিয়া চিমেণ্টৰ স্বত্বাধিকাৰী পুনিত ডালমিয়া।

এতিয়া প্রশ্ন উঠে যে অসমত আৰু মেঘালয়ত চিমেন্ট, প্রস্তুত কৰাৰ পাছত এই কোম্পানীকেইটাই অসমৰ ৰাইজকে বাহিৰৰ পৰা অহা চিমেণ্টতকৈ বহু বেছিগুণ দৰত কিয় বিক্রী কৰে। স্থানীয়ভাবে উৎপাদিত চিমেন্টৰ ক্ষেত্রত পৰিবহণ ব্যয় কম হয় তথা বিভিন্ন সা-সুবিধা থাকে। স্থানীয়ভাবে নির্মিত চিমেন্ট অসমৰ ৰাইজে যিসময়ত কম মূল্যত ক্রয় কৰা অৱকাশ আছিল সেই সময়ত এনে লুণ্ঠনৰ আঁৰত কোন আছে বুলি প্রশ্ন উঠিছে।

মনকৰিবলগীয়া যে চুবুৰীয়া পশ্চিমবংগত অসমতকৈ চিমেন্টৰ দাম কম। আজি পাঁচশ টকা পর্যন্ত আদায় দি এক বেগ চিমেন্ট অসমৰ সাধাৰণ ৰাইজে ক্রয় কৰিবলগীয়া হৈছে। ৰাজ্যখনৰ সোণাপুৰ, আমিনগাঁও আৰু নগাঁৱত চিমেণ্টৰ কাৰখানা স্থাপনৰ উদ্দেশ্য আছিল অসমৰ ৰাইজক কম মূল্যত চিমেন্ট যোগান ধৰা; অথচ এতিয়া তাৰ ওলোটাটোহে হৈছে। একাংশ চৰকাৰী বিষয়া আৰু মুষ্টিমেয় ব্যৱসায়ীয়ে অসাধু বুজাবুজিৰ বাবে ভুক্তভোগী হৈছে ৰাইজ।

সূত্ৰত প্রকাশ যে পৰিস্থিতিৰ বলি হোৱাৰ ভয়তে বহু ব্যৱসায়ীয়ে মুখ খুলিব নিবিচাৰে। বজাৰ নিয়ন্ত্ৰণৰ বাবে যিসকল চৰকাৰী বিষয়া আছে, তেওঁলোকে কিয় নিমাতে আছে তাকে লৈ গভীৰ ৰহসাৰ সৃষ্টি হৈছে। একে সময়তে নিমাত দিছপুৰ। কাৰ স্বার্থত প্রশাসনে কাম কৰি আছে সেই প্রশ্নও উঠিছে। আনকি সমস্ত বিষয়টোক লৈ নিমাত হৈ আছে বিৰোধী পক্ষও।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam GovtHigh Prices Of Rod And CementSupply Dept. Fails To Control The Market
publisher

publisher

Related Posts

Uncategorized

Vergelijkingen van online casino’s: welke platforms bieden de snelste uitbetalingen?

August 20, 2026
Uncategorized

Pinco casino bonus təklifləri 2026: oyunçular üçün dəyərli imkanlar

August 20, 2026
Uncategorized

Sportaza Casino Ελλάδα: Ταχύτητα πληρωμών και ασφάλεια για τους παίκτες

Mire figyelj a Caxino Kaszinó Magyarország üdvözlőcsomagjánál?

August 20, 2026
Uncategorized

SuomiVeto mobiilisovellus: nopea pääsy ja sujuva pelikokemus

August 20, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d