Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা

    ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী

    পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

    চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

    স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

    ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Mumbai Metro : মুম্বাই মেট্র’ৰ বন্ধ দুৱাৰত লাগি ধৰিল মহিলাৰ পোছাক

চাওক ইয়াৰ পাছৰ শিহৰণকাৰী দৃশ্য

publisher by publisher
January 3, 2023
in Assam, India, News
Reading Time: 2 mins read
0
Mumbai Metro : মুম্বাই মেট্র’ৰ বন্ধ দুৱাৰত লাগি ধৰিল মহিলাৰ পোছাক
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

Supreme Court:মুছলমান মহিলাসকলে মছজিদত প্ৰৱেশত কোনো বাধা নাই, নামাজ পঢ়াো কোনো বাধা নাই মুছলমান মহিলাৰ:মুছলিম পাৰ্ছনেল ল ব’ৰ্ডে

Accident:মহানগৰীৰ বশিষ্ঠ উৰণ সেতুত ভয়ংকৰ পথ দুর্ঘটনা

Wild Elephant:মহানগৰীৰ বতাহঘূলিত বন্যহস্তীৰ বিচৰণ

Mumbai Metro :

মেট্র’ৰ বন্ধ দুৱাৰৰ মাজত মহিলাৰ পোছাক লাগি ধৰিছিল । বহু টনা-আজুৰাৰ পাছতো বন্ধ দুৱাৰৰ পৰা ওলিয়াব পৰা নাযায় । সেই অৱস্থাতে মেট্র’ চলিবলৈ লয় । লগত মহিলাগৰাকীকো টানি প্লেটফর্মৰ শেষ পর্যন্ত লৈ যায় ।

ADVERTISEMENT

ষ্টেচনৰ এজন যাত্রীৰে মেট্র’চালকক ঘটনা সন্দৰ্ভত জনোৱাৰ চেষ্টা কৰে যদিও লাভ নহয় । মহিলাগৰাকীক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি নাহে কোনো নিৰাপত্তাৰক্ষীও ।

এই ছবি মুম্বাইৰ চকলা মেট্র’ ষ্টেচনৰ চিচিটিভিত বন্দী হৈছে । এই ঘটনাক লৈ সম্প্রতি মুম্বাই মেট্ৰ’ কর্তৃপক্ষৰ বিৰুদ্ধে আৰক্ষীৰ দ্বাৰস্থ হৈছে মহিলাগৰাকী ।

সংবাদমাধ্যমৰ প্রতিবেদন অনুযায়ী, ২১ অক্টোবৰত চকলা ষ্টেচনত সন্ধিয়া চাৰি বাজি ১০ মিনিটত সংঘটিত ঘটনাত গুৰুতৰভাৱে আহত হয় গৌৰীকুমাৰী চাও ।

পাছত তেওঁক উদ্ধাৰ কৰি অন্ধেৰিৰ এখন হাস্পাতালত ভর্তি কৰোৱা হয় । হাস্পাতালৰ পৰা ওলোৱাৰ পাছত চকলা থানাত মুম্বাই মেট্র’ৰ বিৰুদ্ধে লিখিত অভিযোগ দাখিল কৰে ভুক্তভোগী মহিলাগৰাকীয়ে ।

Clip shows woman being dragged till end of platform after her dress gets stuck in #Mumbai Metro train’s door

Read the story here: https://t.co/7hpPv6hoMb pic.twitter.com/tx305M5OzQ

— Express Mumbai (@ie_mumbai) December 30, 2022

২১ অক্টোবৰৰ এই ঘটনাৰ ভিডিঅ’ পোহৰলৈ আহিছে । যদিও এই ভিডিঅ’ৰ সত্যতা পৰীক্ষা কৰা নাই দৈনিক অগ্ৰদূতে । ৪৫ ছেকেণ্ডৰ ভিডিঅ’ ফুটেজত দেখা গৈছে, চকলা ষ্টেচনত মেট্র’ৰ বন্ধ দুৱাৰত গৌৰীৰ পোছাকৰ অংশ লাগি ধৰিছে । সেইটো টানি ওলিয়াই অনাৰ চেষ্টা কৰিছে গৌৰীয়ে ।

তেওঁক সহায় কৰিবলৈ আগবাঢ়ি আহে ষ্টেচনৰ এজন যাত্রী । অৱশ্যে মেট্র’চালকক ইংগিত দিয়ে যদিও ৰৈ নাযায় । মহিলাগৰাকীৰ পোছাক লাগি থকা অৱস্থাতে ট্রেইনখন চলিবলৈ লয় । আনকি, গতি বৃদ্ধি পোৱাত চলন্ত মেট্র’ৰ স’তে প্লেটফর্মত চুচৰি যায় গৌৰী ।

এজন যাত্রীয়ে ততাতৈয়াকৈ আহি গৌৰীক দাঙিবলৈ ধৰে যদিও সফল নহয় । তেওঁকো টানি প্লেটফর্মৰ শেষ পৰ্যন্ত লৈ যায় মেট্র’খনে । অৱশেষত, অৱশ্যে গৌৰীক উদ্ধাৰ কৰিবলৈ সফল হয় ষ্টেচনৰ সহযাত্রীসকল ।

তেওঁক গুৰুতৰ আহত অৱস্থাত ষ্ট্ৰেচাৰত অন্ধেৰিৰ হাস্পাতাললৈ লৈ যোৱা হয় । অভিযোগ, গৌৰীক উদ্ধাৰ কৰিবলৈ আগবাঢ়ি নাহে ষ্টেচনৰ ৰক্ষীসকল । যদিও গৌৰীৰ চিকিৎসাৰ সকলো ব্যয় বহন কৰিছে মেট্র’ কর্তৃপক্ষ‌ই ।

অৱশ্যে সুস্থ হোৱাৰ পাছত তেওঁলোকৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰিছে গৌৰীয়ে । মুম্বাই মেট্র’ কর্তৃপক্ষৰ বিৰুদ্ধে কর্তব্য গাফিলতি আৰু যাত্রী সুৰক্ষাত অপর্যাপ্ত ব্যৱস্থাৰ অভিযোগ কৰিছে গৌৰীয়ে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: injuredMumbai MetroWomen
publisher

publisher

Related Posts

Unbearable price increases:অসহনীয় মূল্যবৃদ্ধিত জুৰুলা জনতা
Assam

October 15, 2026
ৰাহুল গান্ধীৰ প্ৰতিবাদৰ নতুন কৌশলক লৈ সতৰ্ক দিল্লী আৰক্ষী
India

October 14, 2026
পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত
India

পাইকাৰী বজাৰত মুদ্ৰাস্ফীতিৰ হাৰ ১১.৩৯ শতাংশলৈ বৃদ্ধি, উৎসৱৰ বতৰত মাধমাৰ পৰিব সাধাৰণ জনতাৰ মুৰত

October 14, 2026
চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা
India

চাকৰিয়ালসকলৰ বাবে সুখবৰ, অহা বছৰ দৰমহা ৯.১ শতাংশ বৃদ্ধিৰ সম্ভাৱনা

October 14, 2026
স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি
India

স্বামীক হত্যাৰ গোচৰত পত্নী মুছকান আৰু প্ৰেমিক ছাহিল শুক্লাক ফাঁচীৰ শাস্তি

October 14, 2026
ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন
International

ব্রিটেইনৰ বিত্তীয় নীতিক লৈ উত্থাপিত প্রশ্ন, লিভিংষ্টন ভাতৃদ্বয়ৰ মনাকোত বসতি স্থাপন

October 14, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d