Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Panjabari :মহানগৰীৰ পাঞ্জাৱাৰীৰ বতাহঘুলিত গজৰাজৰ মুক্ত বিচৰণ,আতংকিত ৰাইজ

    Ghagrapar:দৰিদ্ৰতাই নোৱাৰিলে বাধা দিব,পিতৃহাৰা চিন্ময় পাঠকৰ উজ্জ্বল সাফল্যত উৎফুল্ল পূৱ নলবাৰীৰ সন্ধাবাসী

    Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

    উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা 

    Sonam Raghuvanshi’s bail:দেশ কঁপোৱা হানীমুন মাৰ্ডাৰ কেচৰ অভিযুক্ত স্বামীহন্তা সোনম ৰঘুবংশীৰ জামিন

    Moran HS Result : উচ্চতৰ মাধ্যমিকৰ উন্নত ফলাফল স্বতেও মৰাণৰ এটি পৰিয়ালত শোকৰ বন্যা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    আপোনাৰ স্মার্টফোনটো অহৰহ ফ্রীজ হৈ থাকে? সমাধান আপোনাৰ হাততে

    ভুৱা প্ৰফাইলৰ আঁৰত যি মন যায় তাকে কৰাৰ দিন শেষ হ’ল

    ভুল খাদ্য খোৱাৰ ফলত মুখৰ অকাল বার্ধক্য হ’ব পাৰে!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Manipur One Day Human Chin:মণিপুৰত ড্ৰোন বোমা বিস্ফোৰণৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ মহিলাৰ

publisher by publisher
September 6, 2024
in Uncategorized
Reading Time: 2 mins read
0
Manipur One Day Human Chin:মণিপুৰত ড্ৰোন বোমা বিস্ফোৰণৰ বিৰুদ্ধে মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ মহিলাৰ
2
SHARES
15
VIEWS
ShareShareShareShare

Manipur One Day Human Chin:

চুবুৰীয়া ৰাজ্য মণিপুৰত পুনৰ পৰিস্থিতি অশান্তময় হৈ পৰিছে ৷ চৰকাৰী প্ৰশাসন যন্ত্ৰৰ আওকণীয়া মনোভাৱৰ বাবে অৱনতি ঘটিছে আইন শৃংখলা। শেহতীয়াকৈ কুকি উগ্ৰপন্থীয়ে ড্ৰোন বোমা বিস্ফোৰণ ঘটাই এক অশান্তিময় পৰিস্থিতি সৃষ্টি কৰিছে৷ যাৰবাবে আতংকিত হৈ পৰিছে সৰ্বসাধাৰণ জনতা ৷

ADVERTISEMENT

MANIPUR 2শুকুৰবাৰে মণিপুৰত ধাৰাবাহিকভাবে কুকি উগ্ৰপন্থীৰে অব্যাহত ৰখা সন্ত্ৰাসময় পৰিস্থিতিৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিল মণিপুৰী মহিলা আৰু শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী । ৰাজ্যৰ ৰাজধানী চহৰ ইম্ফলৰ উৰখুল পথৰ হাউজিকি অইনা, লাংজিং আচুবা খুমবুং বজাৰ,ৱানাগাই লামখাই বজাৰ,থিনউংগেগি এদাচিং,চেকমাই কাকচিং বজাৰত কে’বা শতাধিক মহিলা ,অধিবক্তা আৰু বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়ে পথৰ দুয়োকাষে থিয় হৈ এদিনীয়া মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে ৷

RelatedPosts

দেশত দ্ৰুতগতিত বৃদ্ধি পাইছে ছাত্ৰ-ছাত্ৰীৰ আত্মহত্যাৰ ঘটনা !

Twice the national rate as Assam:ৰাষ্ট্ৰীয় হাৰতকৈ অসমত দুগুণ আধাতে শিক্ষানুষ্ঠান ত্যাগ কৰা ছাত্ৰীৰ হাৰ

‘অপাৰেচন সিন্ধু’ত ইৰাণৰ পৰা উদ্ধাৰ শতাধিক ভাৰতীয়!

প্ৰতিবাদকাৰী সকলে বিভিন্ন শ্ল’গানেৰে আকাশ-বতাহ মুখৰিত কৰি তোলে ৷ তেওঁলোকৰ দাবী বৰ্তমান উত্তপ্ত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ যদি কেন্দ্ৰীয় বাহিনীয়ে কাম নকৰে তেন্তে তেওঁলোকে আঁতৰি যাব লাগে। একেদৰে ড্ৰোন বোমা বিস্ফোৰণ ব্যৱহাৰ কৰি পৰিস্থিতি আতংকময় কৰি তোলা কুকি উগ্ৰপন্থীক সন্ত্ৰাসবাদী গোট বুলি ঘোষণা কৰক চৰকাৰে।

MANIPUR MAINতদুপৰি প্ৰতিবাদকাৰীয়ে আৰু কয় যে,মণিপুৰৰ জনসাধাৰণৰ প্ৰতি ভাৰত চৰকাৰৰ উদাসীনতাত তীব্ৰ বিৰোধিতা কৰাৰ লগতে চলি থকা সংকটত মণিপুৰ চৰকাৰৰ অসহযোগিতা কৰা কাৰ্যকো নিন্দা কৰে |

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: AdvocateManipuri womenOne Day Human Chinstudents
publisher

publisher

Related Posts

WB 2nd phase election:আজি বংগত দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
Uncategorized

April 29, 2026
MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ
Uncategorized

MP Development Fund:উন্নয়ন পুঁজিৰ সঠিক ব্যৱহাৰত ব্যৰ্থ ৰাজ্যৰ ২১জনকৈ সাংসদ

April 26, 2026
Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও
Uncategorized

Hatsingimari :প্ৰচণ্ড ধুমুহা-বৰষুণত ব্ৰহ্মপুত্ৰৰ মাজতে আৱদ্ধ যাত্ৰীবাহী নাও

April 25, 2026
Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা
Uncategorized

Tragic road accident in Tamulpur:পুৱাই তামুলপুৰ-নাগ্ৰীজুলী পথৰ নোৱাখাটত শোকাৱহ পথ দুর্ঘটনা

April 25, 2026
Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি
Uncategorized

Accident in Paltan Bazar:মহানগৰীৰ পল্টন বজাৰত ‘থাৰ’ৰ খুন্দাত প্রাণ গ’ল আঢ়ৈ বছৰীয়া কণমানি

April 24, 2026
Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ
Uncategorized

Victar Das Arrested:বহু বিতৰ্কিত ভিক্টৰ দাসক আটক জালুকবাৰী আৰক্ষীৰ

April 24, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d