Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

    আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

    হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

    ৰাষ্ট্ৰসংঘৰ মজিয়াতে যুদ্ধংদেহী স্থিতি প্রকট কৰিলে বহু ৰাষ্ট্ৰ নেতাই

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    পর্দাত মহিলা আৰক্ষীৰ ধাৰণা সলনি কৰিছে কৰীণাই

    মাতৃত্ব অর্জন লেডী গাগাৰ, সন্তানৰে ফটো হ’ল ভাইৰেল

    ৬৯ বছৰতো বয়সক বান্ধি ৰাখিছে অনিল কাপুৰে

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    গণেশ চতুর্থীত গণপতি বাপ্পা ‘মোৰিয়া’ কোৱাৰ কাৰণ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Education Department has Failed to Supply Higher Secondary Textbooks:শিক্ষা বিভাগৰ কাণ্ডত দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰী ভীষণ সমস্যাৰ সৃষ্টি উচ্চতৰ মাধ্যমিক পাঠ্যপুথি যোগানত ব্যৰ্থ

publisher by publisher
July 2, 2024
in Assam, India, News
Reading Time: 2 mins read
0
State Cabinet Meeting in Loksewa Bhawan:জনতা ভৱনৰ লোকসেৱা ভৱনত অনুষ্ঠিত কেবিনেট বৈঠকত গুৰুত্বপূৰ্ণ সিদ্ধান্ত
1
SHARES
10
VIEWS
ShareShareShareShare

RelatedPosts

Dibrugarh university :ডিব্ৰুগড় বিশ্ববিদ্যালয় ছাত্ৰ সভাক আলোচনালৈ আমন্ত্ৰণ কৰি অপমান শিক্ষামন্ত্ৰীৰ

Education Minister Dr Ranoj Pegu:প্ৰণালীবদ্ধভাৱে শিক্ষাক আগুৱাই নিয়াৰ ক্ষেত্ৰত শিক্ষা বিভাগ বদ্ধপৰিকৰ- শিক্ষামন্ত্ৰী ডাঃ পেগু

Education Minister Dr Ranoj Pegu:মন্ত্ৰী গোটৰ প্ৰতিবেদন সংশোধন হ’ব, বিলম্ব হ’ব দিল্লীলৈ প্ৰেৰণ

Education Department has Failed to Supply Higher Secondary Textbooks:

শিক্ষাৰ অধিকাৰ আইন ২০০৯ অনুসবি প্রাক্‌ প্রাথমিক স্তৰৰ পৰা কলেজ পর্যন্ত ছাত্র-ছাত্রীক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰিব লাগে। ৰাজ্য চৰকাৰৰ শিক্ষা বিভাগেও মাজে-সময়ে বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ কথা কৈ দাংকোব মাৰি অহা পৰিলক্ষিত হৈছে।

ADVERTISEMENT

কিন্তু বাস্তৱ ক্ষেত্ৰত এই ছবিখন সম্পূর্ণ বিপৰীত। কিয়নো এতিয়াও ৰাজ্যৰ উচ্চতৰ মাধ্যমিক স্তৰৰ অজস্র ছাত্র ছাত্রীয়ে বিভিন্ন বিষয়ৰ বিনামূলীয়া পাঠ্যপুথি লাভ কৰিবলৈ সক্ষম হোৱা নাই। ফলত দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলে ভীষণ সমস্যাৰ সম্মুখীন হ’বলগীয়া হৈছে।

শিক্ষা বিভাগৰ সূত্ৰৰ পৰা জানিব পৰা মতে, ৰাজ্যখনত উচ্চতৰ মাধ্যমিক শ্রেণীৰ বাবে ৯৫টা বিভিন্ন বিষয় প্ৰৱৰ্তিত হৈ আছে। অৱশ্যে ইয়াৰে মাত্র ছটা বিষয় বাছি লৈ তেওঁলোকে পঢ়িব লাগে। কিন্তু চৰকাৰৰ শিক্ষা বিভাগে প্রতি বছৰে মাত্র ছয়-সাতটামান বিষয়ৰহে বিনামূলীয়া পাঠ্যপুথি ছাত্র-ছাত্রীক যোগান ধৰি আহিছে।

সচৰাচৰ কলা শাখাৰ অধিকাংশ ছাত্ৰ-ছাত্ৰীৰ পছন্দৰ বিষয় শিক্ষা, ভূগোল, বুৰঞ্জী, তর্ক আৰু দর্শন, সমাজতত্ত্ব, হিন্দী, আৰৱী, ঐচ্ছিক অসমীয়াকে প্ৰমুখ্য কৰি চাৰি কুৰিৰো অধিক বিষয়ৰ বিনামূলীয়া পাঠ্যপুথি চৰকাৰীভাৱে যোগান ধৰা নহয়।

আনহাতে, যিকেইটা বিষয়ৰ বিনামূলীয়া পাঠ্যপুথি যোগান ধৰা হয়, তাকো পাঠদান আৰম্ভ হোৱাৰ ডেৰ-দুই মাহ সময়ৰ পাছতহে যোগান ধৰা হেতুকে বহুতেই দোকানৰ পৰা কিনি ল’বলগীয়া হয়। চৰকাৰৰ শিক্ষা বিভাগে ছাত্র-ছাত্রীক বিনামূলীয়া পাঠ্যপুথি যোগান ধৰাৰ নামত কৰি অহা প্ৰহসনৰ সন্দৰ্ভত সদৌ অসম উচ্চতৰ মাধ্যমিক শিক্ষক সংস্থাৰ এটি সঁজাতী দলে ৰাজ্যৰ শিক্ষামন্ত্রী ডা:ৰণোজ পেগুৰ স’তে এক আলোচনাত মিলিত হৈ যথাসময়ত অর্থাৎ পাঠদান আৰম্ভ হোৱাৰ পূৰ্বেই ছাত্র-ছাত্রীসকলক তেওঁলোকৰ বিনামূলীয়া পাঠ্যপুথি যোগান ধৰিবলৈ লগতে পৰাপক্ষত সকলোবোৰ বিষয়ৰে পাঠ্যপুথি যোগান ধৰিবলৈ দাবী জনাইছিল।

যদি চৰকাৰৰ কিবা অসুবিধা আছে তেন্তে ছাত্ৰ-ছাত্ৰীৰ বাবে ই-বুকৰ ব্যৱস্থা কৰিবলৈও আহ্বান জনাইছিল। সেই আলোচনাত শিক্ষামন্ত্ৰীৰে ই-বুকৰ ব্যৱস্থা কৰাৰ আশ্বাসো দিছিল যদিও মূৰকত সকলো ফুটুকাৰ ফেনতহে পৰিণত হয়।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Assam Education DepartmentEducation minister Dr. Ranoj PeguHigh Secondary StudentSupply Higher Secondary Textbooks
publisher

publisher

Related Posts

পৰ্যটকৰ বাবে অহা দুই অক্টোবৰত পুনৰ মুকলি হ’ব বিশ্ব ঐতিহ্য ক্ষেত্ৰ মানাহ ৰাষ্ট্ৰীয় উদ্যান
Assam

September 26, 2026
মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ
Assam

মালৌআলি-মনাইমাজিৰ পৰা এলেংমৰালৈ পথৰ দুৰৱস্থাত দুর্ভোগ ৰাইজৰ

September 26, 2026
আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
India

আত্মীয়ৰ হাততে হৈছে নির্যাতিত: এনচিআৰবিৰ প্ৰতিবেদনত উদ্বেগজনক তথ্য প্রকাশ

September 26, 2026
ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে
Assam

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

September 26, 2026
হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য
Assam

হোমষ্টেত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু, তদন্তত নতুন তথ্য

September 26, 2026
ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!
News

ভাৰতীয় এথলীটৰ বিৰুদ্ধে চীনৰ ষড়যন্ত্র!

September 26, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d