Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য

    WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

    Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

    RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

    NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    গ্রীষ্মকালীন ঋতুৰ বাবে শ্রেষ্ঠ পোছাক

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    সুখী জীৱনৰ বাবে বিবাহ অপৰিহাৰ্য নেকি?

    অধিক বয়সত হাড় দুর্বল হোৱাৰ কাৰণ পোহৰলৈ

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Orunodoi 3.0 launched at Loksewa Bhawan:লোকসেৱা ভৱনত অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ

নতুনকৈ আবেদন কৰিব লাগিব বৰ্তমানৰ হিতাধিকাৰীসকলেও :মুখ্যমন্ত্ৰী

samimsultana by samimsultana
September 19, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Orunodoi 3.0 launched at Loksewa Bhawan:লোকসেৱা ভৱনত অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
2
SHARES
24
VIEWS
ShareShareShareShare

Arunodoi 3.0 launched at Loksewa Bhawan:

বৃহস্পতিবাৰে জনতা ভৱনৰ লোকসেৱা ভৱনত অনুষ্ঠিত সংবাদমেলত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যজুৰি অৰুণোদয় ৩.০ আঁচনিৰ শুভাৰম্ভণি কৰে। মহিলা সবলীকৰণৰ ক্ষেত্ৰত অৰুণোদয় ৩.০ অসম চৰকাৰৰ এক গুৰুত্বপূৰ্ণ পদক্ষেপ হিচাপে আগবাঢ়িছে। ২০২০-২১ বৰ্ষত আৰম্ভ হোৱা এই আঁচনিখনে ইতিমধ্যে ২৪.৬০ লাখতকৈ অধিক দৰিদ্ৰ লোকৰ জীৱন সলনি কৰিবলৈ সক্ষম হৈছে। মহিলা সবলীকৰণৰ লগতে, অৰুণোদয় ৩.০ অসম চৰকাৰৰ দায়বদ্ধতাৰ প্ৰতীক বুলি মুখ্যমন্ত্ৰীয়ে সংবাদমেলত উল্লেখ কৰে ৷

ADVERTISEMENT

arnuday 1mainfotoমুখ্যমন্ত্ৰীয়ে আৰু কয় ,অৰুণোদয় আঁচনি সবাতোকৈ শক্তিশালী আঁচনি। ১৮ খন আঁচনিৰ অন্যতম অৰুণোদয় আঁচনি। প্ৰতিটো সমষ্টিত সংযোজন হ’ব ১০ হাজাৰকৈ হিতাধিকাৰী। ২৪.৬০ লাখ লোকক প্ৰদান কৰি আছো অৰুণোদয় আঁচনি। ৩৭.২ লাখলৈ বৃদ্ধি পাব হিতাধিকাৰীৰ সংখ্যা। পিএমৰ জন ধন একাউণ্টেৰে লাভ কৰে এই ধনৰাশি। প্ৰথমে এই ধনৰাশিৰ পৰিমাণ আছিল ৮৩০ টকা। ক’ভিডৰ সময়ত ১৭০ টকা বৃদ্ধি কৰা হ’ল ধনৰাশি। বৰ্তমান আৰু ২৫০ টকা বৃদ্ধি কৰা হ’ল এই ধনৰাশি। বৰ্তমান হিতাধিকাৰীয়ে লাভ কৰিব ১,২৫০ টকা।”

RelatedPosts

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

CEO Pressmeet in Loksewa bhawan:লোকসেৱা ভৱনত মুখ্য নিৰ্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সংবাদমেল

Akhil Gogoi’s open letter:মুখ্যমন্ত্রীৰ আক্রমণৰ প্ৰত্যুত্তৰ দি ৰাইজৰ দলৰ সভাপতি অখিল গগৈৰ মুকলি পত্ৰ

স্মতৰ্ৱ্য যে,এইবাৰ ‘অৰুণোদয় ৩.০’ আঁচনিৰ বাবে প্ৰায় ১০ লাখ লোকৰ আবেদন গ্ৰহণ কৰিছে চৰকাৰে ৷ নতুনকৈ ১২.৬০ লাখ পৰিয়ালে পাব এই আঁচনিৰ ধন। মনকৰিবলগীয়া যে পূৰ্বৰ অৰুণোদয়ৰ হিতাধিকাৰীয়ে পুনৰ আবেদন কৰিব লাগিব আৰু তেওঁলোকৰ থাকিব লাগিব ৰেচন কাৰ্ড। একেদৰে থাকিব নালাগিব চৰকাৰী চাকৰি বা গাড়ী ৷ আনহাতে,সাংসদ, বিধায়ক, মুখ্য কার্যবাহী সদস্য, কার্যবাহী সদস্য, প্রাক্তন সাংসদ, প্রাক্তন বিধায়ক, প্রাক্তন মুখ্য কার্যবাহী সদস্য, প্রাক্তন কার্যবাহী সদস্যৰ পৰিয়াল,পঞ্চায়তীৰাজ প্রতিষ্ঠান, নগৰীয়া স্থানীয় সংস্থা আৰু স্বায়ত্তশাসিত পৰিষদ/ষষ্ঠ অনুসূচীৰ অন্তৰ্গত গ্রাম্য পৰিষদ উন্নয়ন সমিতি (ভি চি ডি চি) ৰ বৰ্তমানৰ সদস্যৰ পৰিয়াল,চিকিৎসক, অভিযন্তা, স্থাপত্যবিদ, চার্টার্ড একাউন্টেন্ট, বেংক বিষয়া, উকীলৰ পৰিয়াল,বিশ্ববিদ্যালয়, মহাবিদ্যালয়, উচ্চতৰ মাধ্যমিক বিদ্যালয়, কনিষ্ঠ মহাবিদ্যালয়, উচ্চ মাধ্যমিক বিদ্যালয়, উচ্চ প্রাথমিক আৰু নিম্ন প্রাথমিক বিদ্যালয়ৰ শিক্ষকৰ পৰিয়াল , অংগনৱাড়ী কর্মী, মধ্যাহ্ন ভোজন কর্মী, আশাকর্মী, আশা তত্ত্বাবধায়ক তথা গাঁও প্রধানকে সামৰি যিকোনো চৰকাৰী নিয়মীয়া কৰ্মচাৰী, পেঞ্চনাৰ অথবা ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াল, আয়কৰ পৰিশোধ কৰা চৰকাৰী ঠিকাদাৰ আৰু যোগনিয়াৰ, ৰিয়েল ইষ্টেট বিল্ডাৰ, উদ্যোগপতি, ব্যৱসায়ৰ অনুজ্ঞা-পত্ৰপ্ৰাপ্ত ব্যক্তিৰ পৰিয়াল,আয়কৰ পৰিশোধ কৰা ব্যৱসায়ী-উদ্যোগী, দোকানী, বেপাৰীৰ পৰিয়াল,ভূমিৰ অধিকাৰী পৰিয়াল,চাৰিচকীয়া মটৰ -বাহন থকা পৰিয়াল,অৰুণোদয় প্লাছ অথবা তেনে ধৰণৰ আঁচনিৰ অধীনত ৰাজ্য চৰকাৰৰ পৰা অৰুণোদয় ৩.০ৰ ধনৰাশিৰ সমপৰিমাণৰ অথবা তাতকৈ অধিক পৰিমাণৰ ধন লাভ কৰা পৰিয়াল, ‘ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইন, ২০১৩’ৰ অধীনত অসম খাদ্য সুৰক্ষা বিধিৰ দ্বাৰা নিৰ্ধাৰিত আয়তকৈ অধিক আয় থকা পৰিয়াল থাকে তেনে হিতাধিকাৰীয়ে এই আঁচনিৰ সুবিধা নাপাব বুলি স্পষ্ট কৰি দিয়ে মুখ্যমন্ত্ৰীয়ে ৷

এইবাৰ ৩২.৭ লাখ নতুন হিতাধিকাৰীয়ে লাভ কৰিব ‘অৰুণোদয় ৩.০’ আঁচনিৰ ধন। যোগ্য মহিলাই নতুনকৈ কৰিব পাৰিব আবেদন। বিধৱা, অবিবাহিতা (৪৫ বছৰ বয়সৰ উৰ্দ্ধৰ), বিবাহ বিচ্ছেদিত আৰু অকলশৰীয়া মহিলা,লিংগ নির্বিশেষে দিব্যাংগ ব্যক্তি ,চৰকাৰী পঞ্জীয়নভুক্ত বৃদ্ধাশ্রমত থকা মহিলা তথা বৃদ্ধা/ৰুগীয়া মহিলা ,পৰিয়ালৰ উপাৰ্জনক্ষম ব্যক্তিগৰাকী বৃদ্ধ (৬০ বছৰৰ উৰ্দ্ধৰ) অথবা দিব্যাংগ হ’লে, তেনে ঘৰৰ মহিলা ,এইচ আই ভি/থেলাচেমিয়া/হিম’ ফিলিয়া/চেৰিৱেল পালচি/কুষ্ঠ/অটিজম স্পেকট্রাম বিকাৰত আক্রান্ত ৰোগী থকা পৰিয়ালৰ মহিলা ,আশ্রয়হীন পৰিয়ালৰ মহিলা, ভিক্ষাৰে জীৱননিৰ্বাহ কৰা মহিলা,অন্ত্যোদয়া অন্ন যোজনাৰ মহিলা হিতাধিকাৰ আৰু মুঠ বার্ষিক উপার্জন ২ লাখ টকাতকৈ কম হোৱা পৰিয়ালৰ মহিলায়ো আবেদন কৰিব পাৰিব।

উল্লেখ্য যে এই সংবাদমেলতে ১৯ লাখতকৈ অধিক নতুন হিতাধিকাৰীক খাদ্য সুৰক্ষা আইনৰ অধীনত নতুন ৰেচন কাৰ্ড প্ৰদানৰ কাৰ্যসূচীৰো শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সংবাদমেলত বিত্ত আৰু সমাজ কল্যাণ মন্ত্ৰী অজন্তা নেওগ, মুখ্য সচিব ৰবি কোটা উপস্থিত থাকে  ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Arunodoi 3.0 launchedCm Himanta Biswa SarmaDispurLoksewa Bhawan
samimsultana

samimsultana

Related Posts

Gaurav Gogoi:সোমবাৰে ঘোষিত বিধানসভা নিৰ্বাচন ফলাফল সন্দৰ্ভত ছ’চিয়েল মেডিয়া যোগে গৌৰৱ গগৈৰ মন্তব্য
News

May 5, 2026
WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত
News

WB :’দিদি’ক ধৰাসায়ী কৰি দুশতাধিক আসন লাভেৰে বিজেপিৰ গেৰুৱা পতাকা উৰিল বংগত

May 5, 2026
Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ
News

Hagrama Mohilary:দিছপুৰত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ হাগ্ৰামা মহিলাৰীৰ

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া
News

RSS Office:পুৱাই মহানগৰীৰ আৰএছএছৰ কাৰ্যালয় সুদৰ্শনালয়ত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক সভাপতি দিলীপ শইকীয়া

May 5, 2026
NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ
News

NDA scores hat-trick in Assam:অসমত ১০২ আসনেৰে হেট্রিক এনডিএৰ

May 5, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d