Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !

    Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

    Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

    Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

    AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

    Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Guwahati High Court grants temporary relief to Kasutali evictees:সোণাপুৰৰ কচুতলিৰ উচ্ছেদিতলৈ সাময়িক সকাহ উচ্চ ন্যায়ালয়ৰ

৩০ ছেপ্তেম্বৰলৈ নচলিব উচ্ছেদ

samimsultana by samimsultana
September 20, 2024
in India, Assam, News
Reading Time: 3 mins read
0
Guwahati High Court grants temporary relief to Kasutali evictees:সোণাপুৰৰ কচুতলিৰ উচ্ছেদিতলৈ সাময়িক সকাহ উচ্চ ন্যায়ালয়ৰ
2
SHARES
16
VIEWS
ShareShareShareShare

Guwahati High Court grants temporary relief to Kasutali evictees:

সোণাপুৰৰ কচুতলিৰ উচ্ছেদিতলৈ সাময়িক সকাহ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ৷ প্ৰজন্ম প্ৰজন্মই কচুতলিত বসবাস কৰি থকা প্ৰায় ৫০ টা পৰিয়ালে প্ৰশাসনৰ উচ্ছেদৰ বিৰুদ্ধে এক লেখ আবেদন দাখিল কৰিছিল উচ্চ ন্যায়ালয়ত ৷ সেই অনুসৰি আজি অনুষ্ঠিত হোৱা শুনানিত অংশ লৈছিল গোচৰীয়া পক্ষৰ অধিবক্তা আৰু ৰাজ্যৰ মহাধিবক্তাই ৷ দুয়োপক্ষৰ শুনানি গ্ৰহণ কৰাৰ অন্তত আদালতে অহা ৩০ ছেপ্তেম্বৰলৈ সাময়িকভাৱে উচ্ছেদ বন্ধ ৰাখিবলৈ নিৰ্দেশনা জাৰি কৰে ৷

ADVERTISEMENT

SONAPURআদালতে নিৰ্দেশনাটোত উল্লেখ কৰে যে উচ্ছেদ বন্ধ থকা এই দহটা দিনত সংশ্লিষ্ট অঞ্চলৰ যিসকল লোকে ট্ৰাইবেল বেল্ট গঠনৰ পূৰ্বৰে পৰা সেই স্থানত বসবাস কৰি আছিল তেওঁলোকে উপযুক্ত নথিপত্ৰ দাখিল কৰিব লাগিব কামৰূপ মহানগৰ জিলা আয়ুক্তক ৷ ইতিপূৰ্বে ন্যায়ালয়ত দাখিল কৰা নথিপত্ৰত তেওঁলোকৰে বহুতেই ১৯২৩ চনৰ পৰা বসবাস কৰি আছিল কচুতলিত ৷

RelatedPosts

Cm Visit kasutali: কচুতলীত উপস্থিত মুখ্যমন্ত্ৰী:উচ্ছেদিত সংখ্যালঘু লোকৰ স’তে বাৰ্তালাপ

Himanta Biswa Sarma:বহুচৰ্চিত ট্ৰেডিং কেলেংকাৰিক লৈ মুখ্যমন্ত্ৰী প্ৰতিক্ৰিয়া

DGP GP Singh at the eviction site in Kasutali:কচুতলীৰ উচ্ছেদস্থলীত ডিজিপি জি পি সিং

জিলা আয়ুক্তই উচ্ছেদিতৰ নথিপত্ৰ পুংখানুপুংখভাৱে পৰীক্ষা কৰি যদি নিশ্চিত হয় তেওঁলোক টাইবেল বেল্ট গঠনৰ পূৰ্বৰে থকা ৷ তেন্তে তেওঁলোকৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব জনজাতি সংৰক্ষণ বিধি। অৰ্থাৎ তেওঁলোক থাকিব পাৰিব কচুতলিত ৷ আনহাতে যিসকল লোকৰ ম্যাদি পট্টাৰ ভূমি আছে ৷ কিন্ত তেওঁলোক টাইবেল বেল্ট গঠনৰ পিছত বসবাস কৰিছে ৷ এই সকলৰ ওপৰত প্ৰযোজ্য হ’ব জনজাতি সংৰক্ষণ বিধি । এই নিদৰ্শনা ন্যায়ালয়ৰ ৷

kasutaliউল্লেখ্য যে,কচুতলিৰ জনজাতি বেষ্টনী আৰু ব্লকৰ ভূমিত প্ৰশাসনে উচ্ছেদ অভিযান চলোৱাৰ পিছত এক অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল ৷ একাংশ বেদখলকাৰীয়ে আৰক্ষীক আক্ৰমণ কৰিছিল ৷ যাৰবাবে আৰক্ষীয়ে গুলীচালনা কৰে ৷ নিহত হৈছিল দুজন লোক ৷ আহত হৈছিল আন কে’বাজনো ৷

আনহাতে বেদখলকাৰীৰ আক্ৰমণত আহত হৈছিল কে’বাজনো আৰক্ষী ৷ ইয়াৰ পিছতে উচ্ছেদ অভিযান বন্ধ আছিল ৷ তাৰ পিছৰে পৰা বিগত কে’বাদিন ধৰি বহু বেদখলকাৰীয়ে স্বইচ্ছাই নিজৰ সা- সামগ্ৰী লৈ সেই স্থানৰ পৰা আঁতৰি গৈছিল ৷ ইয়াৰ মাজতে যোৱা সপ্তাহত ম্যাদি পট্টা থকা কচুতলিৰ বহু লোকৰ বাসগৃহত প্ৰশাসনে সেই স্থান ত্যাগৰ বাবে নটিছ জাৰি কৰি প্ৰতিটো বাসগৃহত আঁৰি দিছিল ৰঙা ষ্টিকাৰ ৷ সময়সীমা বান্ধি দিছিল ২০ ছেপ্তেম্বৰ ৷

ম্যাদি পট্টা থকা লোকৰ ৫০ জন লোকে প্ৰশাসনৰ উচ্ছেদৰ বাবে তেওঁলোকৰ বাসগৃহত ৰঙা ষ্টিকাৰ লগোৱাৰ বিৰুদ্ধে এক লেখ আবেদন কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত ৷ সেই লেখ আবেদনৰ শুনানি গ্ৰহণ কৰি আজি আদালতে সাময়িকভাবে ৩০ ছেপ্তেম্বৰলৈ উচ্ছেদ অভিযান বন্ধ ৰাখিবলৈ প্ৰশাসনলৈ নিৰ্দেশনা জাৰি কৰে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Guwahati High Court grants temporary reliefKasutali eviction
samimsultana

samimsultana

Related Posts

Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ !
National

March 10, 2026
Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী
News

Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী

March 10, 2026
Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !
National

Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা !

March 10, 2026
Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ
News

Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ

March 10, 2026
AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা
News

AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা

March 10, 2026
Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা
Crime

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d