Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Election Commission Announces Lok Sabha Polls Date:১৮ সংখ্যক লোকসভা নির্বাচনৰ দিন ঘোষণা 

বহাগ বিহু পিছতে অসমত হ'ব তিনিটা পৰ্যায়ত নিৰ্বাচন, লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ ২৬টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ'ব উপ-নির্বাচন, চাৰি ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ দিনোও ঘোষণা

publisher by publisher
March 16, 2024
in India, News
Reading Time: 3 mins read
0
Election Commission Announces Lok Sabha Polls Date:১৮ সংখ্যক লোকসভা নির্বাচনৰ দিন ঘোষণা 
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

CJP:ইণ্ডিয়া গেটৰ পৰা দিল্লী আৰক্ষীৰ মুখ্য কাৰ্যালয়লৈ প্রতিবাদী সমদল চিজেপিৰ

দিল্লীত ভয়ংকৰ জেহাদি ষড়যন্ত্ৰৰ ফাদিল! মন্দিৰ, ধাবা আৰু সেনা ছাউনিত আক্ৰমণৰ লক্ষ্য

দিল্লীত ভয়ংকৰ অগ্নিকাণ্ডঃ ন জন নিহত, বিস্ফোৰণৰ সন্দেহত তদন্ত আৰম্ভ

Election Commission Announces Lok Sabha Polls Date:

সকলো উৎকণ্ঠাৰ অন্ত পেলাই আজি বিয়লি তিনিবজাত দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এক সংবাদমেল যোগে ১৮ সংখ্যক লোকসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিলে নিৰ্বাচন আয়োগে। একেদৰে নিৰ্বাচনৰ সূচী ঘোষণা কৰে চাৰি ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ দিন ৷ লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ ২৬টা বিধানসভা সমষ্টিত অনুষ্ঠিত হ’ব উপ-নির্বাচন।

ADVERTISEMENT

স্মতৰ্ৱ্য যে,১৬ জুনত সমাপ্ত হ’ব ১৭ সংখ্যক লোকসভাৰ কাৰ্যকাল ৷ আনহাতে আয়োগে নিৰ্বাচনৰ দিন ঘোষণা কৰাৰ লগে লগে আজিৰে পৰা দেশত বলৱৎ হ’ল নিৰ্বাচনী আচৰণ বিধি।

মুখ্য নিৰ্বাচন আয়ুক্ত ৰাজীৱ কুমাৰে সংবাদমেলত সদৰি কৰা অনুসৰি এইবাৰ পঞ্জীভূক্ত ভোটাৰৰ সংখ্যা ৯৭ কোটি ৷ ইয়াৰে পুৰুষ ভোটাৰৰ সংখ্যা ৪৯.৭ আৰু মহিলা ভোটাৰৰ সংখ্যা ৪৭.১ কোটি। যুৱ ভোটাৰৰ সংখ্যা ২১কোটি ,নতুন ভোটাৰৰ সংখ্যা ১.৮২ কোটি,তৃতীয় লিংগৰ ভোটাৰৰ সংখ্যা ৪৮ হেজাৰ,৮৫ ঊৰ্ধ্বৰ ভোটাৰৰ সংখ্যা ৮২ লাখ ,১০০ ঊর্ধ্বৰ ভোটাৰৰ সংখ্যা ২.১৮ লাখ,২০-২০ বছৰীয়া ভোটাৰৰ সংখ্যা ১৯.৭৪ কোটি ৷ আনহাতে ৮৫ আৰু এশ ঊর্ধ্বৰ ভোটাৰৰ লগতে বিশেষভাৱে সক্ষমলোকৰ ভোটাধিকাৰৰ ঘৰতে সাব্যস্ত কৰাৰ বিশেষ পদক্ষেপ লৈছে নিৰ্বাচন আয়োগে ৷

আনহাতে,এইবাৰৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হ’ব ৫৫ লাভ ইভিএম আৰু ৪ লাখ বাহন। দেশত স্থাপন কৰা হ’ব প্রায় ১১ লাখ ভোট কেন্দ্র। ডেৰ কোটি পোলিং বিষয়া আৰু নিৰাপত্তাৰক্ষী এইবাৰ নিৰ্বাচনত নিয়োজিত হ’ব।

মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীয়ে ঘোষণা কৰা অনুসৰি দেশত সাতটা পর্যায়ত হ’ব লোকসভা নির্বাচন। ১৯ এপ্রিলত হ’ব প্রথম পৰ্যায়ৰ ভোট গ্রহণ। ২১ খন ৰাজ্যত হ’ব প্রথম পৰ্যায়ৰ ভোটগ্রহণ। ২৬ এপ্ৰিলত দ্বিতীয় পৰ্যায়ৰ ভোট গ্রহণ হ’ব। ৭মেত অনুষ্ঠিত হ’ব তৃতীয় পৰ্যায়ৰ নিৰ্বাচন। ১৩ মে’ত অনুষ্ঠিত হ’ব চতুর্থ পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্রহণ, ২০ মে’ত অনুষ্ঠিত হ’ব পঞ্চম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব। ২৬ মে’ত ষষ্ঠ পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব, সপ্তম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হ’ব ১ জুন তাৰিখে।

আনহাতে অসমত ব’হাগ বিহুৰ পিছতে অসমত তিনিটা পর্যায়ত হ’ব লোকসভা নির্বাচন। প্রথম পৰ্যায়ত শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড়,যোৰহাট ,কাজিৰঙাত প্রথম পর্যায়ত ভোট গ্ৰহণ হ’ব ১৯ এপ্রিলত ৷ দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত ভোট গ্ৰহণ হ’ব দৰং- ওদালগুৰি ডিফু,কৰিমগঞ্জ,শিলচৰ,নগাঁৱত ৷ ৭ মে’ত ভোটগ্ৰহণ হ’ব কোকোৰাঝাৰ ধুবুৰী,বৰপেটা আৰু গুৱাহাটী ৷ অসমৰ ১৪ টা সমষ্টিৰে ভোটগণনা হ’ব ৪ জুনত ৷ আনপিনে, লোকসভাৰ লগতে চাৰিৰাজ্য অৰুণাচল প্ৰদেশ,অন্ধ্ৰ প্ৰদেশ,ওড়িশা আৰু চিকিম বিধানসভাৰো নিৰ্বাচন অনুষ্ঠিত হ’ব ৷

অৰুণাচল প্ৰদেশত একেলগে হ’ব লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন। ১৯ এপ্ৰিলত অৰুণাচল প্ৰদেশৰ ৬০খন বিধানসভা আৰু ২খন লোকসভা আসনৰ বাবে হ’ব ভোটগ্ৰহণ। একেদৰে ২৫ মে’ আৰু ১ জুনত দুটা পৰ্যায়ত ওড়িশাত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।

আনহাতে,অন্ধ্ৰ প্ৰদেশত ১৭৫খন বিধানসভা আসনৰ বাবে ১৩ মে’ত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ আৰু পাৰ্বত্য ৰাজ্য ছিকিম বিধানসভাৰ ভোটদান হ’ব ১৯ এপ্ৰিলত ৷

উল্লেখ্য যে,প্ৰথম পৰ্যায়ত ২১ ৰাজ্যৰ ১০২ সমষ্টিত হ’ব নিৰ্বাচন। দ্বিতীয় পৰ্যায়ত ১৩ ৰাজ্যৰ ৮৯খন আসনত অনুষ্ঠিত হ’ব নিৰ্বাচন। তৃতীয় পৰ্যায়ত ১২খন ৰাজ্যৰ ৯৪ সমষ্টিত হ’ব নিৰ্বাচন। চতুৰ্থ পৰ্যায়ত ১০ ৰাজ্যৰ ৯৬খন আসনত হ’ব নিৰ্বাচন। পঞ্চম পৰ্যায়ত ৮খন ৰাজ্যৰ ৪৯খন আসনত হ’ব নিৰ্বাচন। ষষ্ঠ পৰ্যায়ত ৭খন ৰাজ্যৰ ৫৭খন আসনত অনুষ্ঠিত হ’ব নিৰ্বাচন আৰু সপ্তম পৰ্যায়ত ৮ ৰাজ্যৰ ৫৭টা সমষ্টিত হ’ব নিৰ্বাচন।

আনহাতে, প্ৰথম পৰ্যায়ৰ ১৯ এপ্ৰিলত ভোট গ্ৰহণ হ’বলগীয়া ৰাজ্য কেইখন হ’ল পশ্চিম বংগ, জম্মু আৰু কাশ্মীৰ, উত্তৰাখণ্ড, ৰাজস্থান, উত্তৰ প্ৰদেশ, মধ্য প্ৰদেশ, মহাৰাষ্ট্ৰ, ছত্তীশগড়, তামিলনাডু, পুডুচেৰী, লক্ষদ্বীপ, আন্দামান নিকোবাৰ, বিহাৰ, ছিকিম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, নাগালেণ্ড, অসম, অৰুণাচল প্ৰদেশ।

দ্বিতীয় পৰ্যায় ২৬ এপ্ৰিলত নিৰ্বাচন হ’ব কেৰালা, কৰ্ণাটক, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, ৰাজস্থান, উত্তৰ প্ৰদেশ, ছত্তীশগড়, বিহাৰ, পশ্চিম বংগ, জম্মু আৰু কাশ্মীৰ, অসম, মণিপুৰ, ত্ৰিপুৰা।

তৃতীয় পৰ্যায়ৰ সাত মে’ত জম্মু আৰু কাশ্মীৰ, গুজৰাট, মহাৰাষ্ট্ৰ, কৰ্ণাটক, মধ্য প্ৰদেশ, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, অসম, ছত্তীশগড়, গোৱা, দাদৰা-নগৰ হাভেলী আৰু দমন দিউ ৷

চতুৰ্থ পৰ্যায়ৰ ১৩ মে’ত মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশ, তেলেংগানা, অন্ধ্ৰ প্ৰদেশ, ওড়িশা, উত্তৰ প্ৰদেশ, জম্মু আৰু কাশ্মীৰ, বিহাৰ, পশ্চিম বংগ, ঝাৰখণ্ড।

পঞ্চম পৰ্যায়ত ২০ মে’ত লাডাখ, জম্মু আৰু কাশ্মীৰ, উত্তৰ প্ৰদেশ, বিহাৰ, ঝাৰখণ্ড, পশ্চিম বংগ, ওড়িশা, মহাৰাষ্ট্ৰ। একেদৰে ষষ্ঠ পৰ্যায়ৰ ২৫ মে’ ভোটদান হ’ব দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, ঝাৰখণ্ড, ওড়িশাত আৰু অন্তিম সপ্তম পৰ্যায়ৰ ১ জুনত নিৰ্বাচন হ’বলগীয়া ৰাজ্য কেইখন হ’ল হিমাচল প্ৰদেশ, পঞ্জাব, চণ্ডীগড়, উত্তৰ প্ৰদেশ, বিহাৰ, পশ্চিম বংগ, ঝাৰখণ্ড, ওড়িশা।

সংবাদমেলত মুখ্য নিৰ্বাচন আয়ুক্ত গৰাকীয়ে আৰু কয়, হিংসাৰোধৰ বাবে এইবাৰ নিৰ্বাচনত আয়োগে কেতবোৰ বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ প্ৰতিখন জিলাৰ জিলা দণ্ডাধীশৰ কাৰ্যত স্থাপন হ’ব নিয়ন্ত্ৰণ কক্ষ ৷ ইয়াৰ বাবে এজন বিষয়াক বিশেষভাৱে নিয়োজিত কৰা হৈছে । সামাজিক মাধ্যমৰ ওপৰত দৃষ্টি নিক্ষেপ কৰাৰ বাবে বিশেষ পদক্ষেপ লৈছে আয়োগে ৷

আনহাতে নিৰ্বাচনত অৱতীৰ্ণ হোৱা অপৰাধমূলক গোচৰ থাকিলে প্রার্থীয়ে বাতৰিকাকতত দিব লাগিব বিজ্ঞাপন৷ প্ৰাৰ্থীৰ ধনৰ লেনদেনৰ ওপৰত ৰখা হ’ব তীক্ষ্ণ নজৰ ৷ আনহাতে কোনো অভিযোগৰ ১০০ মিনিটৰ ভিতৰত ব্যৱস্থা ল’ব আয়োগে ৷১৯৫০ নম্বৰত দিব পাৰিব অভিযোগ ৷

হিংসাৰ আশ্ৰয় লোৱাসকলৰ বিৰুদ্ধে লোৱা হ’ব কঠোৰ ব্যৱস্থা ৷ তদুপৰি সকলো বেংকৰ লেনদেনৰ ওপৰত আয়োগ ৰাখিব তীক্ষ্ণ নজৰ ৷ সামাজিক মাধ্যমৰ ভুৱা পোষ্টৰ ওপৰত ৰখা হ’ব কঠোৰ নজৰ ৷ একেদৰে সংবাদ মাধ্যমত বিজ্ঞাপন প্ৰকাশৰ ক্ষেত্ৰতো বিশেষ নির্দেশনা ৷ নিৰ্বাচনী প্ৰচাৰত ব্যক্তিগত আক্ৰমণৰ বাবেও সকীয়নি ধর্মীয় উত্তেজনা সৃষ্টিকাৰী ভাষণক লৈও সতর্কতা জাৰি নির্বাচনী বিধি নিৰীক্ষণৰ বাবে থাকিব ২,১০০ বিশেষ অতিৰিক্ত অৱজাৰভাৰ ৷

আজিৰ এই সংবাদমেলত উপস্থিত থাকে আয়োগৰ দুই আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু সুখবীৰ সিং সান্ধুলা ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Cec Rajib KumarDELHIECI PressmeetElection Commission AnnouncesLok Sabha Polls Date
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d