Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Lifestyle

 পুষ্টিকাৰক ৰঙালাও গুটিৰ উপকাৰী গুণসমূহ

publisher by publisher
February 12, 2021
in Lifestyle
Reading Time: 1 min read
0
 পুষ্টিকাৰক ৰঙালাও গুটিৰ উপকাৰী গুণসমূহ
23
SHARES
227
VIEWS
ShareShareShareShare

★ৰঙালাও গুটিত বিভিন্ন প্ৰকাৰৰ ভিটামিন বি কম্প্লেক্স , জিংক , এন্টিঅক্সিডেন্ট থকাৰ বাবে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে।

ADVERTISEMENT

★বৰ্ষা ঋতুৰ সময়ত হোৱা বিভিন্ন সংক্ৰামক ৰোগৰ পৰা শৰীৰক বচাই ৰখাত সহায় কৰে ৰঙালাওৰ গুটিয়ে। সেয়েহে এই সময়ত ৰঙালাও গুটিৰ বিভিন্ন ব্যঞ্জন খাব লাগে।

RelatedPosts

বডিলোচন কিনাৰ সময়ত এই তিনিটা কথা মনত ৰাখিব 

কম বয়সতে মগজুৰ ষ্ট্ৰ’কত আক্ৰান্তৰ সংখ্যা বৃদ্ধি পাইছে কিয়?

নিতৌ মূল আহাৰৰূপে ভাত গ্ৰহণ কৰে নে? জানি লওক ইয়াৰ উপকাৰিতা আৰু অপকাৰিতা 

Roasting Pumpkin Seeds Recipe 720x720 1★ইয়াত প্ৰচুৰ পৰিমাণে মেগনেছিয়াম, জিংক, এন্টিঅক্সিডেন্ট, আৱশ্যকীয় ফেটি এচিড থকা বাবে হাৰ্টৰ বাবে উপকাৰী ।

★মেগনেছিয়াম থকা বাবে ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণ কৰে, হাৰ্ট এতেক, স্ট্রোকৰ সম্ভাৱনা দূৰ কৰি হাৰ্টৰ সুস্থ আৰু সৱল কৰি ৰাখে।

pumpkin 4 1★ডায়েবেটিচ ৰোগতো ৰঙালাও গুটি উপকাৰী। ইয়াত থকা কিছুমান বিশেষ জিংকে তেজৰ শৰ্কৰা বা ব্লাড চুগাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

★পুৰুষৰ প্ৰষ্ট্ৰেট গ্ৰন্থিৰ সমস্যাত ৰঙালাও গুটি উপকাৰী। ইয়াত থকা জিংক প্ৰষ্ট্ৰেট গ্ৰন্থিৰ কাৰ্যক্ষমতা অটুট ৰাখে।

image 1★ ৰঙালাও গুটিত থকা এ প্ৰষ্ট্ৰেট গ্ৰন্থিৰ কেঞ্চাৰ হোৱাতো বাধা দিয়ে।

★ ইয়াত থকা অমেগা তিনি আৰু অমেগা ছয় ফেটি এচিড আৰু প্ৰাকৃতিক উপাদান ফাইট’ইস্ত্ৰজেনে শৰীৰৰ বাবে উপকাৰী কলেষ্টেৰল HDL ৰ পৰিমাণ বৃদ্ধি কৰে আৰু অপকাৰী কলেষ্টৰেল LDL ৰ পৰিমাণ হ্ৰাস কৰে, গাঁঠিৰ বিষ, মূৰৰ বিষ,উচ্চ ৰক্তচাপ আদি বিভিন্ন সমস্যাসমূহ দূৰ কৰে।

images 4 1★নিদ্ৰাহীনতা দূৰ কৰাত ৰঙালাও গুটি খুৱেই উপকাৰী। ইয়াত থকা ট্ৰিপত’ফেন জিংক আৰু মেগনেছিয়ামে নিদ্ৰাৰ বাবে উপকাৰী হৰম’ন প্ৰস্তুত কৰাত মূখ্য ভূমিকা পালন কৰে।

★চুলি সৰা সমস্যাতো সুফল পোৱা যায়, কাৰণ ইয়াত বিভিন্ন প্ৰকাৰৰ ভিটামিন( ভিটামিন B, ভিটামিনC, ভিটামিন E আদি),প্ৰটিন, আইৰণ, জিংক ,কেলচিয়াম আদি আছে।

Spicy Pumpkin Seeds EXPS PCBBZ19 36673 E09 21 5b 1★চুলিৰ সুস্বাস্থ্যৰ বাবে ভিটামিন ,আইৰণ আৰু প্ৰটিনৰ খুব প্ৰয়োজন। লগতে চুলিকোচা স্বাস্থ্যবান আৰু উজ্জ্বল কৰাতো ই সহায় কৰে।

★ গাঁঠিৰ বিষত ৰঙালাও গুটি উত্তম পথ্য।

health benefits of pumpkin main image 700 350 5d68bfb 1★ইয়াত থকা আঁহ বা ফাইবাৰে শৰীৰৰ অলাগতিয়াল চৰ্বি কমাই ওজন নিয়ন্ত্ৰণ কৰাত সহায় কৰে।

★এন্টিঅক্সিডেন্ট আৰু ফাইবাৰ থকা বাবে যকৃত বা লিভাৰৰ বাবেও উপকাৰী ৰঙালাওৰ গুটি ।

sweet and smoky pumpkin seeds★ডায়েবেটিচৰ কাৰণে ৰঙালাওৰ গুটি ইনচুলিন স্বৰূপ , ই তেজৰ চেনিৰ পৰিমাণ কম কৰে l

★ৰঙালাওৰ গুটি খালে হৃদযন্ত্ৰ ভালে থাকে কাৰণ ইয়াত আছে প্ৰয়োজনীয় চৰ্বি , ফাইবাৰ আৰু বিভিন্ন এন্টিঅকচিডেন্ট – যি হৃদযন্ত্ৰ সুস্থ ৰাখিব পাৰে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: BenefitsHealthpumpkin seeds
publisher

publisher

Related Posts

ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়
Lifestyle

April 23, 2026
ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি
Lifestyle

ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

April 22, 2026
পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ
Lifestyle

পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

April 21, 2026
গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?
Lifestyle

গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

April 21, 2026
আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?
Lifestyle

আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

April 20, 2026
ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক
Lifestyle

ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

April 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d