Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল

    Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

    Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

    Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

    Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

    Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    গুগল ক্ৰ’মৰ বিষয়ে সতৰ্কবাণী প্ৰদান কৰিছে কেন্দ্ৰই ! সচেতন হওক আৰু সাৱধান হওক

    অহা মাহৰ পৰা একাধিক ফোনত কাম নকৰিব হোৱাটছএপ !

    Game:ভাৰতত কম্পিউটাৰ গেমাৰসকলৰ ৪৪ শতাংশই মহিলা, ডেভেলপাৰ মাত্ৰ ১২ শতাংশ

    Facebook:এই ধৰণৰ কথা ফে’চবুকত পোষ্ট কৰিলে কাৰাগাৰত হ’ব পাৰে বন্দী !

    Google Chrome: সাৱধান ! Google Chrome ব্যৱহাৰকাৰীসকল পৰিব পাৰে হেকাৰৰ কৱলত !

    Maruti Suzuki car prices hikes:ফেব্ৰুৱাৰীৰ পৰা বৃদ্ধি পাব গাড়ীৰ দাম

  • Entertainment
    • All
    • Movie
    • Music
    আঠ ঘণ্টাৰ অধিক কাম নকৰে অভিনেত্ৰী দীপিকাই, সমৰ্থন মনিৰত্নৰ 

    ‘বিগ বছ’ এৰি ‘বিগ বি’ৰ আসনত বহাৰ মন ভাইজানৰ 

    সন্দীপ ৰেঙী বংগাৰ নতুন ছবি ‘স্পিৰিট ‘ত দেখা নাপাব দীপিকাক

    দাদাচাহেব ফাল্কে বায়’পিকক লৈ বলিউদ দক্ষিণৰ ‘টাগ অৱ ৱাৰ ‘

    টিক্‌টক্‌ লাইভৰ সময়তে বিউটি ইনফ্লুৱেন্সাৰক গুলীয়াই হত্যা

    প্ৰিয় খাদ্য খোৱাৰ পাছতো কেনেদৰে ফিট হৈ থাকে অভিনেত্ৰী ৰকুলপ্ৰীত সিং ? 

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    প্ৰটিন সমৃদ্ধ কিন্তু পেট গধূৰ অনুভৱ নকৰিলে 

    টোপনিৰ সমস্যাত ভুগিছে? মীৰাৰ এই টিপছ ব্যৱহাৰ কৰক

    ভিটামিন ডি’ৰ অভাৱত হ’ব পাৰে চুলি আৰু ছালৰ ক্ষতি ! জানি লওক ইয়াৰ লক্ষণ

    কৃতিৰ ঘৰতে বনোৱা টোনাৰত কোন দুটা উপাদান আছে জানেনে?

    বন্ধু এজনে অভিমান কৰিছে নেকি ? সহজ-সৰল কৌশলেৰে ভাঙক অভিমান 

    গুগল ক্র’ম ৰ সন্দৰ্ভত কেন্দ্ৰই জাৰি কৰিছে সতৰ্কবাণী!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Professor accused of cheating surrenders to police:চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ গোৱালপাৰা কলেজৰ অধ্যাপকৰ

গোৱালপাৰাৰ থানাত আত্মসমৰ্পণ ইংৰাজী বিভাগৰ অধ্যাপক মজবুল হক চৌধুৰীৰ

samimsultana by samimsultana
October 2, 2024
in India, Assam, Crime, News
Reading Time: 2 mins read
0
Professor accused of cheating surrenders to police:চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ গোৱালপাৰা কলেজৰ অধ্যাপকৰ
2
SHARES
15
VIEWS
ShareShareShareShare

Professor accused of cheating surrenders to police:

অসম চৰকাৰৰ বিভিন্ন বিভাগত চাকৰি দিয়াৰ নামত গোৱালপাৰা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক মজবুল হক চৌধুৰীয়ে বিভিন্নজনৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে। অধ্যাপকজনে চাকৰিৰ প্রলোভনেৰে ধন সংগ্ৰহ কৰাৰ ভিডিঅ’ সামাজিক মাধ্যমত হৈছিল ভাইৰেল ।

ADVERTISEMENT

এনে ঘটনাক্ৰমৰ মাজতে অধ্যাপক মজবুল হক চৌধুৰীয়ে বুধবাৰে গোৱালপাৰাত আত্মসমৰ্পণ কৰে ৷ থানালৈ অহাৰ পথত সাংবাদিকক কয়,তেওঁ নিদোৰ্ষী ৷ তেওঁক পৰিকল্পিতভাৱেই দোষী সজোৱা হৈছে যথাসময়ত আইনে নিজৰ পথ ল’ব। আৰক্ষীক সহযোগীতা আগবঢ়োৱাৰ উদ্দেশ্যৰে স্বইচ্ছাৰে আত্মসমৰ্পণ কৰিব আহিছে ৷

RelatedPosts

No Content Available

ইতিমধ্যে অধ্যাপকজনক এই কৰ্মকাণ্ডক লৈ গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় ৷ সকলোৱে একেমুখে গৰিহণা দিয়ে। অধ্যাপকজনৰ বিৰুদ্ধে উত্থাপিত এই অভিযোগ সন্দর্ভত গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সুভাষ বর্মনে কয় যে অধ্যাপকজনৰ কৰ্মকাণ্ডত কলেজ কর্তৃপক্ষ লজ্জিত।

অধ্যাপকজনৰ প্রলোভনত ভোল গৈ তেওঁক দিয়া ধন বিচাৰি বিভিন্ন ঠাইৰ পৰা বিভিন্নজন মহাবিদ্যালয়লৈ আহি থাকে। এই সমগ্র বিষয় তদন্ত কৰি ব্যৱস্থা গ্ৰহণৰ বাবে ঊর্ধ্বতন কর্তৃপক্ষক অৱগত কৰা বুলি অধ্যক্ষ ড° বর্মনে সদৰী কৰে। একেদৰে মহাবিদ্যালয়খনৰ ইংৰাজী বিভাগৰ মুৰব্বী অধ্যাপিকা লনী বৰুৱায়ো কলেজ কর্তৃপক্ষ অধ্যাপক চৌধুৰীৰ কৰ্মকাণ্ডত লজ্জিত বুলি মন্তব্য কৰিছে।

উল্লেখ্য যে উদ্থাপিত অভিযোগ অনুসৰি, জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা অধিবক্তা আমজাদ আলীৰ পুত্ৰ চৌধুৰীয়ে বিগত তিনি বছৰ ধৰি গোৱালপাৰাকে ধৰি বিভিন্ন প্ৰান্তৰ নিবনুৱা যুৱক-যুৱতীৰ পৰা চাকৰিৰ প্রলোভনেৰে ধন সংগ্ৰহ কৰি আহিছে।

আনহাতে, কেৰাণী চাকৰি দিয়াৰ প্রলোভনেৰে অধ্যাপক চৌধুৰীয়ে গোৱালপাৰা নগৰৰ কৌশিক ৰায় নামৰ এজন যুৱকৰ পৰা ছয় লাখ টকা সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে । এই ধন সংগ্ৰহৰ পাছত তিনি বছৰে যুৱকজনক চৌধুৰীয়ে চাকৰি দিব নোৱৰাত তেওঁ অধ্যাপকজনৰ পৰা ধন ঘূৰাই বিচাৰে। ইয়াৰ বিপৰীতে চৌধুৰীয়ে যুৱকজনক আৰক্ষীৰ ভয় দেখুৱাই খেদি পঠিওৱাৰ অভিযোগ উত্থাপিত হৈছে। শেহতীয়াভাৱে বিষয়টো সন্দৰ্ভত শীর্ষ আৰক্ষী বিষয়াৰ নিৰ্দেশত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰা বুলি এক সূত্রই জানিবলৈ দিছে।

Share this:

  • Click to share on X (Opens in new window) X
  • Click to share on Facebook (Opens in new window) Facebook
  • Click to share on LinkedIn (Opens in new window) LinkedIn
  • Click to share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Click to share on Pinterest (Opens in new window) Pinterest
  • Click to share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Majbul Hoq ChowdhuryProfessor accused of cheatingSurrenders to Goalpara Police Station
samimsultana

samimsultana

Related Posts

Himanta Viswa Sarma:ৰাজ্য চৰকাৰে মুকলি কৰিলে স্বাগত সতীৰ্থ প’ৰ্টেল
News

June 7, 2025
Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী
News

Goa Strong Men: শিলেৰে গঠিত ভূমিত কুঁৱা খান্দি খৰাংপীড়িত ৰাইজক দিলে পানী

June 7, 2025
Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ
News

Hujai Protest: ঈদৰ নামাজ আদায়ৰ পাছতে পাকিস্তানৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ

June 7, 2025
Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ
News

Abhineel Murder Incident: মন্থৰ হৈছে অভি-নীল হত্যাকাণ্ডৰ বিচাৰ

June 7, 2025
Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ
Assam

Religious minorities protest: পবিত্র ঈদৰ দিনাই ৰাজ্যৰ ভিন্ন প্ৰান্তত প্রতিবাদ ধর্মীয় সংখ্যালঘু লোকৰ

June 7, 2025
Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক
News

Cm Tweets:দেশবিৰোধী মন্তব্য কৰি পুনৰ গ্ৰেপ্তাৰ ২ যুৱক

June 7, 2025
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d